মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поділитися
Вставка
  • Опубліковано 5 лип 2024
  • কি উজনি, কি নামনি, কি বৰাক- বানত বুৰিছে সমগ্র ৰাজ্য
    খাদ্য-বস্ত্র-বাসস্থান, অনাময় ব্যৱস্থাৰ অভাৱত বিধ্বস্ত জনজীৱন
    কিন্তু বান পৰিস্থিতিক লৈ যেন ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতি
    বানাক্রান্তক এৰি বিদেশত পুত্রৰ উপনয়নত ব্যস্ত বিজেপি বিধায়ক!
    মহানগৰীৰ মাজমজিয়াতো সংঘটিত হ’ল শোকাৱহ ঘটনা
    ৪৮ ঘণ্টাৰ পিছতো খবৰ নোলাল সন্ধানহীন কণমানিটিৰ
    মুখ্যমন্ত্রীৰ আশ্বাসে মহৌষধ হিচাপে কাম কৰিব জানো?
    অসমত এতিয়া ৰাজনীতিৰ ঊৰ্ধ্বত একো নাই নেকি?
    বানাক্রান্তৰ সমস্যাক গৌণ কৰি ৰাজনীতি উচিত নে?
    বান পৰিস্থিতিৰ মাজত নেতাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?
    বান সমস্যা সমাধান কৰাত কাৰো সদিচ্ছা নায়েই নেকি?
    কিয় প্রতিশ্রুতি পাহৰিলে কেন্দ্রীয় গৃহমন্ত্রী আৰু প্রধানমন্ত্রীয়ে?
    নেদাৰলেণ্ডৰ দৰে বান নিয়ন্ত্রণৰ কিবা বিজ্ঞানসন্মত ব্যৱস্থা ওলাবগৈনে?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #pratidintime #assam #flood #abhimat #nitumonisaikia

КОМЕНТАРІ • 173

  • @inglishvlogs1015
    @inglishvlogs1015 14 днів тому +46

    অতনু ভুঞাই হিমন্তৰ চামছা হয়

  • @ganeshmazumdar6053
    @ganeshmazumdar6053 12 днів тому +18

    লৰাৰ উপনয়ন মাতিবলৈ বিদেশলৈ যোৱা জীতু গোস্বামিৰ ডাঙৰ কথা কোৱাৰ অধিকাৰ নাই।

  • @inglishvlogs1015
    @inglishvlogs1015 14 днів тому +36

    ইহতে নলবাৰীত কেবিনেটৰ খানা ঠিকছে খালে,

  • @SushantaKhaund
    @SushantaKhaund 14 днів тому +17

    জিতু গোস্বামীৰ অতিতৰ কথা মনত পেলাই চাওঁক !

  • @utpalgoswami1990
    @utpalgoswami1990 13 днів тому +10

    জিতু গোস্বামী ডাঙৰীয়া আপুনি মূৰ্খযে তাৰ বেলেগে প্ৰমাণ দিব নালাগে । হিন্দু ধৰ্মৰ বামুন মানুহ, আমিও লগুণ লৈছিলো ল'ৰা, ভতিজাকো লগুণ দিছিলো , কিন্তু অনা হিন্দু ধৰ্মৰ দেশ এখনত লগুণৰ অপমান কৰা পাগল মূৰ্খ মানুহ নহয় বুলি কব পাৰিবনে ? চালা চোৰ, মিছলিয়াৰ দ'ল ----

  • @bikashsahariah1096
    @bikashsahariah1096 13 днів тому +9

    বানপানী হোৱা ঠাইত ২২বিধ খাদ্য আয়োজন কৰা মুখ্যমন্ত্রী আৰু কেবিনেট মন্ত্রী এনেই দৌৰি থাকিব।

  • @dipankar709
    @dipankar709 14 днів тому +8

    Akhil gogoi is thy bast👏👏👏👏👏

  • @akashdowari3479
    @akashdowari3479 12 днів тому +9

    গোস্বামী বোলাটো লাজ নাই

  • @devdas8542
    @devdas8542 14 днів тому +8

    থাইলেণ্ডত মাছাজ লব হে যাই... উপনয়নও পাতে নেকি আজিকালি 😂😂😂 জিতু গোস্বামী ডাঙৰীয়া কি শুনিছোঁ এইবোৰ...😂😂😂

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 14 днів тому +21

    সকলোৰে মুখ বান্ধি ল'ব , কেৱল ক'বলৈ দিয়াজনক খুলি দিব ...

    • @arpanagogoi5220
      @arpanagogoi5220 14 днів тому

      কৰ কেবাৰি গোস্বামী

    • @gunajitsarma5579
      @gunajitsarma5579 11 днів тому

      Right 👍.tenekuwa hole rayje o buji pabo

  • @SatymevaJayate007
    @SatymevaJayate007 14 днів тому +14

    ধৰুৱা চৰকাৰ 😂

    • @user-qi1zn4wp2q
      @user-qi1zn4wp2q 14 днів тому +3

      অসমৰ ‌বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে কি কয় ৰাইজে yes and no

    • @user-qi1zn4wp2q
      @user-qi1zn4wp2q 14 днів тому +1

      Yes

  • @rajibdutta5929
    @rajibdutta5929 11 днів тому +3

    জিতু গোস্বামীয়ে যে কলে চাৰে চাৰি হাজাৰ টকা জলসম্পদ বিভাগত খৰচ কৰিলে। মুখ্যমন্ত্ৰীয়ে আকৌ কয় এইবোৰ মঠাউৰী কংগ্ৰেছৰ দিনত হোৱা।। কথাটো কি?

  • @zreducationallive8000
    @zreducationallive8000 14 днів тому +5

    Akhil is on fire❤

  • @SatymevaJayate007
    @SatymevaJayate007 14 днів тому +21

    বান সাহায্য বিতৰণৰ দুৰ্নীতিৰ CBI তদন্ত লাগে ৷

  • @SaratiPraja
    @SaratiPraja 11 днів тому +2

    Akhil sir nice nice

  • @champasaikia1170
    @champasaikia1170 13 днів тому +5

    Jitu Gusami misa

  • @AnilkumarGogoi
    @AnilkumarGogoi 14 днів тому +14

    যদি টকা আছে, কাম কিয় হোৱা নাই ? ৰাইজ পানীত ডুবি কক বকাই মৰিছে ।

    • @kalpanadeka6201
      @kalpanadeka6201 13 днів тому

      গোস্বামী ডাঙৰীয়াই মিছা কৈ আছে।আনে কৈ থাকিলে ওপৰত কথা কোৱা বেয়া অভ্যাস। পৰিবেশ ‌বেয়া‌হয়। নতুন প্ৰজন্ম ক কি শিকাব ?

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 14 днів тому +8

    মাঠাউৰী বনোৱা ঠিকা কোনে পাব বাৰু

  • @nripenborgohain201
    @nripenborgohain201 12 днів тому +8

    অখিল গগৈয়ে সকলো কথাই সত্য -

  • @studyloverjyoti7439
    @studyloverjyoti7439 10 днів тому +2

    Akil gogoi thik kothai koise

  • @user-wy9vk2mr9n
    @user-wy9vk2mr9n 13 днів тому +4

    বানাক্ৰান্ত ৰাইজ ...কাণ পাতি শুনক... জলসম্পদৰ বাজেট বহুত বেছি 😅😅

  • @Mrm19888
    @Mrm19888 13 днів тому +12

    এই BJP বিধায়ক জনক খেদি দিয়ক ষ্টুডিঅ ৰ পৰা

  • @MagneticShock-me5kk
    @MagneticShock-me5kk 14 днів тому +12

    ভগৱান ৰামক অসন্তুষ্ট কৰিলে । ভগৱান ৰামক ইলেকচনত নমাই দি ইলেকচনত জিকিব বুলি ভাবিছিল।ৰাম অসন্তুষ্ট হ'ল, অযোধ্যাত হাৰিল সেই বাবে আৰু ইয়াৰ দৃষ্টি গোটেই ভাৰততে পৰি পানী পানী হৈ গ'ল, ইয়াৰ বাবে দায়ী মোদী। ভগৱান ৰামক ইলেকচনত ব্যৱহাৰ কৰা বাবে দোষ লাগিছে।

  • @bipulali9045
    @bipulali9045 8 днів тому +2

    জীতুৰ একো কাম নাই

  • @pranjal1393
    @pranjal1393 14 днів тому +4

    পাট্টায়াত মানুহে হেৰি কৰিবলৈ হে যায়, লগুণ দিয়ণী পাতে নেকি।

    • @bkp9774
      @bkp9774 11 днів тому

      লগুণ দাল হেৰিত ঘঁহি নিমজ কৰি পৰিধান 😅😅😅😅

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 8 днів тому +2

    গোস্বামী ডাঙৰীয়া টকা যদি আছেই হেজাৰ কোটি টকা কিয় লোন লয়

  • @devdas8542
    @devdas8542 14 днів тому +9

    থাইলেণ্ডত election খেলিব নেকি এইবাৰ প্ৰভুৱে 😂😂

  • @paragboruah1132
    @paragboruah1132 12 днів тому +2

    BJP টোৱে বৰ অভদ্ৰামী কৰিলে অ’ আনক ক’বলৈ নিদিয়ে

  • @imranhussain.7631
    @imranhussain.7631 10 днів тому +2

    হাতীমুৰা মাথাউৰিৰ কাম গাফিলতি হৈছে।

  • @gunakantabaruah6243
    @gunakantabaruah6243 13 днів тому +1

    এনেদৰে সমালোচনা হৈ থাকিব। এটা স্থায়ী সমাধান কেনেকৈ? টকা বিলাক খৰচ কৰিলেই হবনে? অন্যান্য দেশৰ আৰ্হি মতে বা নিজা ববীয়া আঁচনি যাৰ দ্বাৰা চিৰদিনলৈ সকলো নিৰাময় কৰিবপৰা হ'ব। অলপ জলপনা কল্পনা দেশৰ উন্নতিৰ বাবে। ৰাজনৈতিক উত্থানৰ বাবে নহয়।

  • @tarunchandranath
    @tarunchandranath 13 днів тому +2

    গোস্বামী।।দেহ।।বৰ।।ভাল।।নহয়

  • @mainudavi9510
    @mainudavi9510 14 днів тому +9

    অতনু ভূয়াৰ সঙবাদ মেলত কমেন বকচ কিয় বনধ রাখে?নিতুদা জনাবচোন ।অসমৰ কেলেঙকারী তালিকা তেও ভবিষ্যতে দিব পারিবনে নে ভয় খাব

    • @kusumsarma6702
      @kusumsarma6702 13 днів тому

      সি জহৰা সাংবাদিক যি😅😅😅

  • @user-ly2uf2sh4r
    @user-ly2uf2sh4r 12 днів тому +1

    জিতুমণি ভালকৈ ৰোলিং দি‌য়া কাৰণ আনজনে ওপৰাওপৰিকৈকৈছে

  • @smritichetia7497
    @smritichetia7497 13 днів тому +5

    কেনেকৈ পাৰে বাৰু ইহঁতে ,ৰাইজে খাবলৈ নাপাই হাহাকাৰ কৰিছে ইহঁতে বিধে বিধে ব্যঞ্জন খাই মস্তি কৰা বিদেশত পাৰ্টি কৰে,কিমান স্বাৰ্থপৰ মানুহ হব লাগিব

  • @user-nc6mr4os6p
    @user-nc6mr4os6p 7 днів тому

    Thik kotha koise Akhil sir e

  • @bkp9774
    @bkp9774 11 днів тому +1

    ২০২৬ ত মই বঢ়মপুৰ সমষ্টিত election খেলিম । আঙুৰ তেঙা হোৱাৰ দৰে টেঙা হই যাব, যদি জিটোক টিকট দিয়ে,

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 9 днів тому

    অখিল দাই সত্য কথা কৈছে ৷

  • @parthaboruah634
    @parthaboruah634 9 днів тому +1

    Akil gogoi uparat.raijar.astha.asa dai

  • @kandarpa2622
    @kandarpa2622 13 днів тому +1

    Akhil is 100% correct. Goswami is quite wrong.

  • @Lekhakch.BorahBorah
    @Lekhakch.BorahBorah 12 днів тому +1

    নিতুমনি এজন এজনকৈ কবলৈ দিয়া ৷নহলে এইবোৰ কাম নাই৷

  • @minahazarika7578
    @minahazarika7578 9 днів тому +1

    গোশ্বোমী ৰ্মূখতো কথা পতায়োই ভুল

  • @umeshkuli849
    @umeshkuli849 13 днів тому +1

    এই মূৰ্খ BJP মন্ত্ৰী জনৰ মুখত সোপা দিয়ক।

  • @rakashdas9087
    @rakashdas9087 14 днів тому +1

    এই গণতন্ট্ৰ ৰাইজৰ ভোটৰে জিকি ৰাইজক বুৰ্বক বনাই

  • @gunaramdas131
    @gunaramdas131 10 днів тому

    বৰ ঠাকুৰ ডাঙৰীয়া আপুনি সুন্দৰ
    পৰামৰ্শ আগ বঢ়াইছে ! আপোনাক
    অশেষ ধন্যবাদ জনাইছোঁ! সকলো
    মিলি জুলি সমস্যাটো সমাধান কৰক!

  • @SaratiPraja
    @SaratiPraja 11 днів тому +1

    BJP GO BACK

  • @bkalita3283
    @bkalita3283 8 днів тому

    এজনে কৈ থাকোঁতে আনজনক কিয় কবলৈ দিয়ে। এজনে‌ কৈ‌ থাকোঁতে আনজনক কোৱা টো অশোভনীয় হোৱা নাই নে ?

  • @user-oy4gb3qx2f
    @user-oy4gb3qx2f 13 днів тому +1

    Apuni je photo session kari thake tetia ki. Apunar to kuno possitivity nai.

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 9 днів тому

    এও লোকে কথা কেনেকৈ পাতে, তাৰ শিক্ষা লোৱাৰ প্ৰয়োজন।

  • @ankanasaikia-wi4zm
    @ankanasaikia-wi4zm 9 днів тому +1

    Goswamir nisina fal2 atak kio mate Nitu Moni daa?

  • @jadukoch7576
    @jadukoch7576 8 днів тому

    জিতু বোলাতো অভদ্র।

  • @prasantaprasanta4503
    @prasantaprasanta4503 7 днів тому

    নীলা চচমা উস" কি যে সাহিত্য

  • @hemkantaborah7434
    @hemkantaborah7434 11 днів тому +1

    বিজেপিৰ প্ৰতিনিধিটোৱে ফটুৱা কথাবোৰ কৈছে।

  • @prahladdas6664
    @prahladdas6664 6 днів тому

    Akhil Gogoi Right

  • @birenbharali4536
    @birenbharali4536 13 днів тому

    Val kotha right

  • @TCF573
    @TCF573 14 днів тому +1

    Jitu bulatu kot sofor korisilgoi. Ba.... Bamoonkitar pora dekhot hanti nuhuwa hol... 😅😅

  • @imkbc
    @imkbc 10 днів тому

    Nitumoni dq , next time please dont allow any guest member of your show to overlapped. Jtu Goswami must know how to speak , when speak, where speak.

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 10 днів тому +2

    বানপানীৰ সময়ত মন্ত্ৰী- বিধায়কৰ দৰমহা বৃদ্ধি ৷ এয়াই আমাৰ অসম ৷

  • @user-nc6mr4os6p
    @user-nc6mr4os6p 7 днів тому

    Akhil Gogoi is the best man

  • @basantahira8645
    @basantahira8645 12 днів тому

    উপনয়ন পতাৰ এখন ফটো দিয়ক অখিল ভাই

  • @digantadeka7201
    @digantadeka7201 13 днів тому

    Akhil gogoi k nuare muthor uport

  • @hsensuasensua2215
    @hsensuasensua2215 11 днів тому

    দাক‌ হৈছে নেকি‌‌‌‌ মাছ

  • @namratadutta1840
    @namratadutta1840 8 днів тому

    জয় আই অসম
    অখিল গগৈ ডাঙৰীয়া

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 14 днів тому

    Akhil gogoi jindabad

  • @dipakkonwar8462
    @dipakkonwar8462 10 днів тому

    পৰিচালনা ভাল দৰে হ'ব লাগে ।সমতা ৰাখিব লাগে

  • @beria842
    @beria842 14 днів тому

    Cong

  • @RC-eo6om
    @RC-eo6om 9 днів тому

    Dada ami 2022 t diploma in pharmacy AMCH pora complete kori bohi aso,amk atiwaw licence dia naii,,,,dada amar karoney alop mat matok nada

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 14 днів тому +4

    বিজেপি নেতা সকলৰ এই স্বভাব টোৰ বাবেই ভাল নালাগে। মূখত চোৰাতপাত লগাই আহে নেকি?

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 14 днів тому +2

    গৌৰৱ গগৈ ২০২৬ ত মুখ্যমন্ত্ৰী গম পায় গ’লোঁ ৷ বানপানী লৈ মুখ্যমন্ত্ৰী য়ে কৰা ৰাজনীতি গৰিহণা যোগ্য ৷ ইয়ে ২০২৬ নিৰ্বাচনত নিশ্বয় প্ৰভাৱ পেলাৱ ৷ পিযুষ , জয়ন্ত মল্ল আৰু দিগন্ত কলিতাৰ তুচ্চ তাচিল্য ৰ কাৰনে হিমন্ত শৰ্মা গেলিছে ৷

  • @rambinaymahato9085
    @rambinaymahato9085 13 днів тому

    BJP jindabad

  • @rubikoch5083
    @rubikoch5083 7 днів тому

    গুৱাহাটী ত তো কৃত্ৰিম বানপানী আৰু ডেইন ৰ পানী কিন্তু খোৱা পানী নাই। নিতুমনি ।

  • @user-so2jq6fw9p
    @user-so2jq6fw9p 9 днів тому

    Moi likhisiu

  • @user-ed4fn3nt1y
    @user-ed4fn3nt1y 7 днів тому

    আপোনালোকক সকলো লোকে চাই; আপোনালোকৰ কথা কোৱা আৰু শুনা ভিডিঅ বিলাক এবাৰ চাবচোন? এইবোৰৰ দেখি নতুন প্ৰজন্মই কি শিকিব ।

  • @dbhargab
    @dbhargab 13 днів тому

    মই এখন ৰাজ্যৰ মুৰব্বী হ’লে পোনপ্ৰথমতে এই নিউজ চেনেল কেইটাক বন্ধ কৰিলো হয় কাৰণ ইয়াত ভাষণ বেছি চলে কামবোৰ ৰৈ যায় কৰিবলগীয়া ,বাতৰি কাকতৰ প্ৰচাৰ বেছিকৈ হৱ লাগে ।

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 7 днів тому

    Ei bjp MLA kobo loke eko nai. Hai purano record bajaiche

  • @user-cm2ip7oc2u
    @user-cm2ip7oc2u 8 днів тому

    B j p neta bilake. Anak. Kaboloi kio Nidia

  • @prahladdas6664
    @prahladdas6664 6 днів тому

    Atonu Bhuyai Mamar gungan gaboi

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 7 днів тому

    This BJP MLA said After 10 years repair will be done. After so many people died and lakhs people affected.

  • @jagneswarpathak4606
    @jagneswarpathak4606 13 днів тому

    Jitu Goswami ki kaba janu hamanta bisha sarmai Assam and india and Asia and world famous person and he is all in all

  • @MamaniDeka-tr4ek
    @MamaniDeka-tr4ek 9 днів тому

    Toksot bohele sune dhaija thakib lagib

  • @sarbanidas4262
    @sarbanidas4262 7 днів тому

    Apune keman toka kaicha

  • @KoilyashHandique
    @KoilyashHandique 14 днів тому

    Jitu , koila goi aacana ?

  • @lankeswardas1596
    @lankeswardas1596 12 днів тому

    Kebl Lage toka

  • @birenbharali4536
    @birenbharali4536 13 днів тому

    free toka je public or toka je

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 12 днів тому

    Jitu guswami ata faltu😂

  • @PradunnaBordoloi-fp9op
    @PradunnaBordoloi-fp9op 11 днів тому

    Moodi a poisa dilei hbo neki thote mili kene xai pelabi

  • @hairprasaddeori2325
    @hairprasaddeori2325 13 днів тому

    Nitumoi dada apuni talkshow Burt goswami, Sharma borthakur means only Brahmin Burk kiyo mate ? Tribal Burk kiyo namate ?

  • @tapanrajbongshi5953
    @tapanrajbongshi5953 14 днів тому

    Emty vessel sound mush, dhora sapar fos fosani ye sar

  • @JJB-uc5ev
    @JJB-uc5ev 12 днів тому

    Right.. Central government a kio package nidiye flood r karone. Ai kei din 70% axom panit dubi ase. Central government a ki stape lole?

  • @debojyotiboruah9167
    @debojyotiboruah9167 13 днів тому

    Nahaba sir you may in media but not

  • @pradiphandique9005
    @pradiphandique9005 12 днів тому

    Bamunor din ukolil. Aji kali bamunok kuneu pata nidia

  • @beria842
    @beria842 14 днів тому

    Mcdonalds

  • @anjubegum6320
    @anjubegum6320 13 днів тому +3

    অখিল চাৰ 100% ৰাইট ব্যক্তি

  • @axomlife7349
    @axomlife7349 13 днів тому

    26 loike he ase tar pisot time nai

  • @bhupendeka3730
    @bhupendeka3730 14 днів тому +2

    Akhil is gold of Assam

  • @pramodkalita6574
    @pramodkalita6574 7 днів тому

    ডাঙৰকৈ কথা কলে সচা হৈ নাজায়....

  • @TuniramGohain-sm2rj
    @TuniramGohain-sm2rj 4 дні тому

    Majotdhori matmota eikukurtu kun

  • @TCF573
    @TCF573 14 днів тому

    Akhomor bikhekh rajya morjyada ghurai luwa hol kiya ????

  • @BabulPaying
    @BabulPaying 9 днів тому

    Jitu Gutswami is gulami

  • @minakshisaikia2672
    @minakshisaikia2672 13 днів тому

    Jitu Guswamie xistasar bajane natuba nitsiksha noporhile neki?

  • @apalnarah9459
    @apalnarah9459 7 днів тому

    Singori singori nokoleu hunipaung.niyomni kobonuarene.kimanu.jolokia manu