কাটিগড়াত মন্ত্ৰী পীযূষ হাজৰিকাৰ সন্মুখতে বিধায়ক কমলাক্ষ দে পুৰকায়স্থক পহুখেদা বিজেপি কৰ্মীৰ...

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • কাটিগড়াত মন্ত্ৰী পীযূষ হাজৰিকাৰ সন্মুখতে বিধায়ক কমলাক্ষ দে পুৰকায়স্থক পহুখেদা বিজেপি কৰ্মীৰ। মন্ত্ৰীগৰাকীৰ সৈতে ভাৰত-বাংলাদেশ সীমান্তৰ এখন বিকল শ্লুইছগেট পৰিদৰ্শনৰ বাবে গৈছিল উত্তৰ কৰিমগঞ্জৰ বিধায়কগৰাকী। কিন্তু মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে কমলাক্ষ দে পুৰকায়স্থক দেখি উত্তেজিত হৈ পৰে স্থানীয় বিজেপি কৰ্মীসকল। আৰু পৰিস্থিতি এনে বিষম হয়গৈ যে জলসম্পদ বিষয়াৰ গাড়ীত উঠি পলায়ন কৰিবলগীয়া হয় বিধায়কগৰাকীয়ে।
    #pratidintime #assam #guwahati

КОМЕНТАРІ • 78