ধৰ্ম নিৰেপক্ষ ৰাষ্ট্রত ধৰ্মৰ ভিত্তিত বিভাজনৰ ৰাজনীতি কিয়? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • ’২৬ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও ডেৰ বছৰ বাকী
    এতিয়াই ৰাজ্যৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিল ‘হিন্দু-মুছলিম’ৰ প্রসংগ
    ঝাৰখণ্ডত অসমৰ ভৱিষ্যতৰ কথা কৈ শংকিত মুখ্যমন্ত্রী!
    মুখ্যমন্ত্রীৰ মতে ২০৪১ চনত মুছলমান প্রধান ৰাজ্য হ’ব অসম
    সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণো দিলে মুখ্যমন্ত্রীয়ে
    সাংসদ গৌৰৱ গগৈৰ মতে এয়া মুখ্যমন্ত্রীৰ ‘পুৰণি ৰাজনৈতিক পাশা’
    হিন্দু-মুছলমানৰ ৰাজনীতিৰে ’২৬ৰ বৈতৰণী পাৰ হ’ব বিচাৰিছে CM-এ
    অখিল গগৈৰ মতে ’২৬ৰ বাবে আগতীয়াকৈ হিন্দু-মুছলমানৰ এজেণ্ডা CMৰ
    প্রকৃততে এয়া ৰাজনৈতিক হাথিয়াৰ নে অসমৰ ভৱিষ্যৎ‍?
    পৰিসংখ্যাই কি কয়, বাস্তৱে কি কয়?
    সঁচাকৈয়ে ’৪১ বা ’৫১ত অসমত শাসন কৰিব নেকি মুছলমানে?
    অসম মুছলমান প্রধান ৰাজ্য হ’লে শংকিত হ’বলগীয়াকৈ এনে কি হ’ব?
    ধৰ্ম নিৰেপক্ষ ৰাষ্ট্রত ধৰ্মৰ ভিত্তিত বিভাজনৰ ৰাজনীতি কিয়?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #Abhimat #NitumoniSaikia #AssamNews #talkshow

КОМЕНТАРІ • 241

  • @BabulHussain-m4k
    @BabulHussain-m4k 5 днів тому +4

    এটা বা দুটা সন্তান থকা পৰিয়াল বোৰক চৰকাৰী সুবিধাবোৰ দিয়াৰ ব্যৱস্হা কৰক আৰু দুটাতকৈ বেছি সন্তান থকা পৰিয়ালৰ সকলো চৰকাৰী সুবিধাবোৰ কৰ্ত্তন কৰক তেতিয়াহে জন্ম নিয়ন্ত্ৰন হবো..

  • @Legaljarnailist1951
    @Legaljarnailist1951 Місяць тому +95

    ১০০% শিক্ষিত হ'লেও লক্ষ্যত উপনীত নোহোৱা লৈকে কোনো বাধা দিব নোৱাৰে।

  • @zulfiquarali5189
    @zulfiquarali5189 Місяць тому +28

    নিতুমনি কাৰো তলোতীয়া নহয়। তেওঁ নিৰপক্ষ , নিৰ্ভিক সৎ, সাহসী আৰু অসমৰ জনপ্ৰিয় সাংবাদিক বুলি সৰ্বজনবিদিক। তেখেত আগবাঢ়ি যাওঁক।

  • @karma-w5y
    @karma-w5y Місяць тому +8

    ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কলেজ-বিশ্ববিদ্যালয়ত হিজাব কিয় পৰিধান কৰে?, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কংগ্ৰেছৰ সহযোগত waqf board কিয় অনা হ'ল? যিটো ধৰ্মনিৰপেক্ষতাৰ সম্পূৰ্ণ বিৰোধী। মন্দিৰৰ পৰা কৰ লয় চৰকাৰে কিন্তু মছজিদৰ পৰা নলয় কিয়? কিয় শুক্ৰবাৰে নামাজৰ বাবেই ১ঘন্টা recession হয়? মুছলিমে কৰিলে চমৎকাৰ, হিন্দুৱে কৰিলে বলৎকাৰ। বাকী অসম আন্দোলনৰ দৰে সময় পাৰ কৰিও যদি অসমীয়াই কংগ্ৰেছক ভাল বুলি কয়,কবলৈ একো নাই। যি দেশে নিজৰ ইতিহাস পাহৰে সি নিজেও ইতিহাস হৈ যাব।

    • @AhmedAli-hb9dz
      @AhmedAli-hb9dz 16 днів тому +3

      @@karma-w5y শিখ ধৰ্মাৱলম্বী সকলে যিদৰে মূৰত পাগুৰি পিন্ধে, লাগিলে আৰ্মী-বি.এছ.এফেই নহওক কিয়। ঠিক সেইদৰে হিজাব হৈছে মুছলমান নাৰী সকলৰ অতি লাগতিয়াল এটা পৰ্দাৰ পোছাক। আপোনালোকৰ লেতেৰা মনটো পৰিষ্কাৰ কৰক। চকুৰ পৰা কলা চছমা আঁতৰাই এবাৰ চকু ফুৰাবচোন। দেখিব সকলো ঠিক হৈ যাব।

    • @anamikatalukdar774
      @anamikatalukdar774 16 днів тому

      Right, amar gyani hokole eitu accept nokore ...

    • @karma-w5y
      @karma-w5y 16 днів тому +1

      @@AhmedAli-hb9dz uniform Mane hokolu homan...masjid t hijab pindhok kunu kotha nai...kintu school college t uniform thake..karon amar Hindu suwali e tu mekhela sador pindhi aru fut loi njai.

    • @user-tk9gk1zf7z
      @user-tk9gk1zf7z 15 днів тому

      Automatically hoboi

    • @user-tk9gk1zf7z
      @user-tk9gk1zf7z 15 днів тому

      Pomua Mane ki kotha bujabo bisarise Sir

  • @digantapegu8977
    @digantapegu8977 Місяць тому +11

    BJP pani nohora kotha , kiman sunim. Sob misa .

    • @HirakSarma-sx1cn
      @HirakSarma-sx1cn Місяць тому

      Xunileo nohobo..Bujio pabo lagibo nhy..Eko nai..Mogoju t besi jor nidiya vaal

    • @jintucreationxyz
      @jintucreationxyz 27 днів тому +1

      Tur baper.... Misa

  • @manjubarman1855
    @manjubarman1855 Місяць тому +9

    ৰূপম গোস্বামীৰ এনেকুৱা ব্যৱহাৰ হলেতো হৃদয় জিনিব নোৱাৰিবই।

  • @usermridul41
    @usermridul41 Місяць тому +12

    ধমৰ ভিত্তিত দেশ বিভাজন হৈছিল ।এতিয়া ধমনিৰপেক্ষ কিয় ?কাৰ স্বাথত,কাৰ বুদ্ধিত ধমনিৰপেক্ষ শব্দটো লগালে ,সেইয়া কিয় দিবেতত স্থান নাপায় বা নকৰে ।

  • @user-xs2eb6mg2h
    @user-xs2eb6mg2h 8 днів тому +1

    Congratulations to Ganendra Barman for your analysis of Muslim population will be 60 percent after two generation. God bless you.

  • @hemchandraholal7321
    @hemchandraholal7321 Місяць тому +14

    ধৰ্মৰ ভিত্তিত ভাৰত আৰু পাকিস্থানৰ বিভাজন হৈছিল । গতিকে ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ধাৰণাটোৱে ভুল । ভাৰত ধৰ্ম নিৰপেক্ষ হবই নোৱাৰে । এইয়া সেই সময়ত কংগ্ৰেছে কৰা ষড়যন্ত্ৰ ।

    • @hanseali1924
      @hanseali1924 Місяць тому +2

      স্বাধিনতাৰ 60বছৰ পিছত মহাপন্দিত অলালে কি হৱ

    • @SahadevBarman-s4n
      @SahadevBarman-s4n 16 днів тому

      Thike koise khura

  • @AkhirulIslam-xe6uj
    @AkhirulIslam-xe6uj Місяць тому +6

    ডক্টৰ ইঞ্জিনিয়াৰ হলে আৰু এশ। শতাংশ শিক্ষিত হলে তাৰ কাৰনে চৰকাৰে। মুছলমান এলেখাত কলেজ ইউনভাৰচিটি আদি। দিব লাগে

  • @ekramhussainmir3903
    @ekramhussainmir3903 Місяць тому +5

    Muslims khini jantu hoi nki je baki manuh vilakok khai di vo.
    President kalam, Fakaruddin Ali Ahmed Anwara Timur, A. Rahman Antulay, ailuke desh khon bikri kori disil nki. Where we going?? Just marching towards disaster

  • @SAIFULISLAM-ts8bq
    @SAIFULISLAM-ts8bq Місяць тому +3

    Tayson good speech

  • @mumitchoudhury6984
    @mumitchoudhury6984 4 дні тому

    I agree with you 💯

  • @amiyachetia2017
    @amiyachetia2017 Місяць тому +7

    আমাৰ সমাজত ধৰ্ম নিৰপেক্ষ কথা কৈ থাকোঁতেই গল হিমনতবিশৱ ডাঙৰীয়াই সঁচা কথাই কৈছে। যিয়েই নহককিয় সঁচাক সঁচা বুলি মানি ল'ব লাগিব। মূখ্য মন্ত্ৰী য়ে এতিয়া সঁচা কলেও বিৰুদ্ধিয়ে নসাৎ কৰিবলৈ ওথি পৰি লাগি যায়। অন্য সম্প্ৰদায়ৰ লোক সকলে হিন্দু সকলক তেনে দৰে ভাবে নে?

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl Місяць тому +3

    নিতু তুমি কি ভাবি কৈছা বুজি পোৱা নাই অসমৰ যিকোনো জাতিৰ মানুহে মূখ্য মন্ত্ৰী হব পাৰে আৰু কৈছা সময় একে নাথাকে এয়াই সত্য ৷আগৰ মুছলিম আৰু বৰ্তমানৰ সংমিশ্ৰিত মুছলিম বহুত পাৰ্থক্য ৷তুমি জানা তোমালোক লক্ষীমপুৰৰ বাঙাল মৰাৰ অৱস্থা ৷আমিও গম পাও নামনিৰ মানুহ হিচাপে ৷আমি মনত ৰাখিছো অসমখনত যদি কিবা জাতীয় সংঘাত হয় তোমালোক কেইজনমান জগৰীয়া হব লাগিব মনত ৰাখিবা ৷

  • @sankarchandranath9340
    @sankarchandranath9340 Місяць тому +5

    Sekhat Nitumoni dadai kowardare habolage.

  • @AhmedAli-hb9dz
    @AhmedAli-hb9dz 29 днів тому +2

    পমুৱা মুছলমান মানে কি? অসমত যদি পমুৱা মুছলমান আছে তেন্তে অসমত পমুৱা হিন্দু নাই নেকি? মোৰ প্ৰশ্ন হ'ল পমুৱা শব্দটো আপোনালোকে বাৰে বাৰে কেৱল মুছলমান সম্প্ৰদায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণ কি? ইয়াক অসমৰ এটা জনগোষ্ঠী হিচাপে স্বীকৃতি দিব নিবিচাৰে নে?

  • @AbdulHalim-ah426yz
    @AbdulHalim-ah426yz 8 днів тому

    Right ❤❤❤❤❤❤❤❤

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz Місяць тому +2

    ধৰ্ম খাইকোনো জীয়াই নাথাকে বুলি মূৰ্খ ও জানে এই বোৰ লাজ লগা কথা।

    • @HirakSarma-sx1cn
      @HirakSarma-sx1cn Місяць тому

      Kali kunubai amar niyom solibo buli apunak Nunu kati tupi pindhibo badhyo korile apuni hahi hahi tupi pindhibo..sobe nipindhe nhy bapu..

  • @debenhandique9958
    @debenhandique9958 Місяць тому +22

    অসমৰ মূখ্যমন্ত্ৰী ঠিকনা বিহীন হৈ পৰিছে গতিকে আবুল তাবুল বলকিব কাৰণ ২০২৬ হিমু গাদী শেষ হোৱাতো খাটাং।

    • @jintucreationxyz
      @jintucreationxyz 27 днів тому +1

      কংগ্ৰেসী বোৰে,, আবুল তাবোল বকিবলৈ লৈছে..

  • @Abdulahad-nx4xl
    @Abdulahad-nx4xl 9 днів тому

    হেমন্ত স্যার, মুখ্যমন্ত্রী না হয়ে ডেলীবারি ডাক্তার হলে ভাল হতো, কারণ জন্মনিয়ন্ত্রণ কম হতে পারে,

  • @user-zj3fo2xn6y
    @user-zj3fo2xn6y Місяць тому +1

    স্বাধীনতাৰ সময়ত কোন ধৰ্মৰ মানুহে কিমান শতাংশ বৃটিছৰ লগত যুদ্ধ কৰি ভাৰত স্বাধীন কৰিছিল। আমি নাজানো আজি ইয়াত বহুতো মহান ব্যক্তিসকলৰ পৰা আমি জানিব বিচাৰিছোঁ।

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Rupam sir right

  • @nawanitapator3572
    @nawanitapator3572 Місяць тому +13

    ভাৰত হিন্দু ৰাষ্ট্ৰ...সেই সময়ত পাকিস্তান আৰু ভাৰতক ধৰ্ম ভিত্তিত দুভাগ কৰিছিল...

    • @NirmolRay1996
      @NirmolRay1996 Місяць тому

      হয়

    • @nayankumarpawe2671
      @nayankumarpawe2671 Місяць тому

      @@nawanitapator3572 এতিয়া তোমাৰ তিনিটা ভাগত বিভক্ত কৰা পাল পৰিল। কৰি দেখাওক।

    • @hanseali1924
      @hanseali1924 Місяць тому +3

      তেতিয়া হলে দুয়ো দেশৰ আয়তন সমপৰিমানৰ হৱ লাগিছিলে।

    • @user-rd8iw4rp8w
      @user-rd8iw4rp8w Місяць тому

      Gahori nisina puwali dile prithibikhonu horu hoi jabo

    • @anamikatalukdar774
      @anamikatalukdar774 16 днів тому

      Kintu congress e hindu rashtra hoi thakibo nidile.... heikarone secular bonale...

  • @mahreen150
    @mahreen150 8 годин тому

    তাত গৈ টেটো ফালাত কে বৰ্ডাৰ ছিল নকৰে কিয়

  • @NirmolRay1996
    @NirmolRay1996 Місяць тому +1

    যেতিয়া বড়োসকলে পৃঠক বড়োলেণ্ড বিচাৰে তেন্তে তাত অসমীয়াই মাত নিদিয়ে(বড়োসকলে বেয়া পাব নালাগে,সেইটো তেওলোকৰ অধিকাৰ)যেতিয়া কোচসকলে পৃথক ৰাজ্য বিচাৰে তেতিয়া কিন্ত অসমৰ বহু জনগোষ্ঠীয়ে নিজৰ পৃথক ৰাজ্য বিছাৰে।আমাৰ অসমীয়াৰ মাজত মিল নাই।এতিয়া অসমত মুছলমানৰ সংখ্যা বহু বেছি,সেইবাবে ৰাজনীতিৰ ভাষাত তেওলোক ভোটবেংক।মুছলমানৰ মাজত একতা আছে,বড়োৰ মাজত একতা আছে,কাৰ্বিৰ মাজত একতা আছে,এনেদৰে বহুতৰে একতা আছে কিন্ত অসমত যদি একতা নাই তেন্তে দুটা জনগোষ্ঠীৰ ওপৰত বেছি চকু পৰে।সেই দুটা হব আহোম আৰু কোচ-ৰাজবংশী।সেইকাৰণে এই দুটা জনগোষ্ঠীৰ উন্নতিও নাই।কেৱল খাই-বই জীয়াই আছে।

  • @BabuBarbhuiya-o8l
    @BabuBarbhuiya-o8l 4 дні тому

    👍

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Ekdom right, nitumoni saikiya da rupam sir e ekdom thik koise, jetiya percentage bahribo apuniu eku kotha kobo nuware.... accept this....its a fact....

  • @tankeswarmahanta8058
    @tankeswarmahanta8058 Місяць тому +1

    নিতুমনি শইকীয়া ৰাজনীতি লৈ মন মেলিছে ।

  • @giyassuddinahmed6751
    @giyassuddinahmed6751 6 днів тому

    মুখ্য মন্ত্ৰী ডাঙৰীয়া ই কৰবাত অসমৰ ৰাজহুৱা সম্পত্তি বিক্ৰি কৰিব যেন অনুভৱ হৈছে। অসমীয়া মানুহক আবেগিক কৰি তেওৰ সপোন পূৰণ কৰিব ।

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Rightly said by rupam sir...jot percentage besi tat muslim country hoise

  • @albertsh5212
    @albertsh5212 Місяць тому +1

    Barman crazy 🦂🦂🦂🦂

  • @nayankumarpawe2671
    @nayankumarpawe2671 Місяць тому +2

    কথা কোৱাৰ ষ্টাইল চোৱা না বিজেপি লীডাৰ কেইজনৰ।

    • @jintucreationxyz
      @jintucreationxyz 27 днів тому

      অখিল,, ফে উ ৰা ক চোৱা না

  • @user-xp7fk5no8z
    @user-xp7fk5no8z 11 днів тому

    "বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দৰে অসমৰ মুখ্যমন্ত্রীৰো একেই অৱস্থা হ'ব"
    "হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী নহয়, তেওঁ এজন বেপাৰী হে"

  • @amritjyotisharma3459
    @amritjyotisharma3459 Місяць тому +1

    অসমত বাংলা দেশী জন গোষ্ঠী হ'ব নোৱাৰে।

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Місяць тому +7

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
    Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে?????

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Місяць тому

      যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ?

    • @atulsarma1476
      @atulsarma1476 Місяць тому

      ​@@thepoliticalawareness1021sir 100% right koise aponi

    • @girindrakhataniar9555
      @girindrakhataniar9555 Місяць тому

      ৰচনা লিখি ভালকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ।

  • @lodrosingboro1083
    @lodrosingboro1083 Місяць тому +2

    Akom Khon Rohatole gol 😢😢😢

  • @AbdulHamlinsk-qt8pi
    @AbdulHamlinsk-qt8pi Місяць тому +2

    Khalek.sir.righi.

  • @user-fu3bt4wj9x
    @user-fu3bt4wj9x Місяць тому +1

    ছয় জনগোষ্টী জনজাতি কৰণে এইবোৰ সমস্যা সামাধান হব।

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 20 днів тому +1

    Nitumoni da aitu gosuwami bula tuk koi diak akhil dar bikha ata u tu shabda nakobole

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Gaurav gogoi muslim premi , agor ahom nohoi....

  • @nripenborgohain201
    @nripenborgohain201 Місяць тому +9

    ৰাহুল গান্ধীক হিমন্তই ভয় কৰা কাৰণ আছে এটাকথাত - ৰাহুলৰ জনপ্ৰিয়তা বাঢ়িছে অহিংস নীতি ওপৰত ৷ কিন্তু আমি আশাকৰোঁ অসমৰ উন্নতি কেনেকৈ হব তাৰ ওপৰত গুৰুত্ব দিয়ক

    • @jintucreationxyz
      @jintucreationxyz 27 днів тому +2

      😂😂😂😂😂😂

    • @abdulkhalequemondal9591
      @abdulkhalequemondal9591 18 днів тому

      Right.

    • @anamikatalukdar774
      @anamikatalukdar774 16 днів тому

      Asorit kotha koi, goru gasat utha kotha

    • @anamikatalukdar774
      @anamikatalukdar774 16 днів тому

      Akhil Gogoi dalal hoi, teur kotha mulya nidibo...enekuwa manuh poison axomor karone....Ajmal or karone Ahil Gogoi r kiyo eman dukh, dekh drohir praman eya ..

  • @MofizurHussain
    @MofizurHussain Місяць тому +2

    Nitu moni da ata onurudh aapunale kisuman manuh aapni aalusona koribole namatibo,karon guborok jodi gakhir di dhui diya hoi gubor keatiyau gakhir hoi najai nitu moni da,thik kisuman manuh ase ji jonmo hoi okal hindu Muslim kori thake ,he moraloikye anekoi hindu Muslim koriyea moribo.manuhok morome bujabo nuwarile lathi da di bujabo nuware nitu moni da.

  • @manjubarman1855
    @manjubarman1855 Місяць тому +2

    আপোনাৰ কথা জনসাধাৰণে নুশুনে যদি আপুনি গাডী এৰি দিয়ক।

  • @user-xm8bf1ki2d
    @user-xm8bf1ki2d 8 днів тому

    হেনদু। মুসলিম। বাত। দে। পিয়াস। নেহৰু। আৰু। মইদা।দাম বিধি। হোৱা টু। নিয়ন্ত্রণ। কৰক। জংআই।অসম।

  • @Rana-k8i
    @Rana-k8i 23 дні тому

    Thik ase. Problem tu solve koriboloi govt ki korise.kam korib lagib. Kotha patile nohobo.

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc 16 днів тому

    ৰু পাম গোস্বামিয়ে ঠিকে ই কৈছে সহইটো অসমীয়া ভাষাটো হেৰায় ই যাব পাৰে

  • @user-xs2eb6mg2h
    @user-xs2eb6mg2h 8 днів тому +1

    Rupon Goswami ji Muslim population will be 50 percent not 40 percent why you wept as Crocodile tears

  • @naliniadhikary6791
    @naliniadhikary6791 20 днів тому

    নিকুমনি শইকীয়া জনসংখ্যা বঢ়াটো সঁচা বুলি আপুনি ভাবে নে? স্বাস্থ্য কৰ্মী হিচাপে এবাৰ দুই ফোটা পলিও খুওৱাৰ চৰকাৰে বাধ্যতামূলক কৰিছিল,সেই সময়ত বহুত মোল্লা, মৌলবীয়ে মানা কৰিছিল।আৰু পলিও খালে সন্তান নহ'ব বুলি প্ৰচাৰ কৰি পলিও কোৱাত মানা কৰিছিল।

  • @nayankumarpawe2671
    @nayankumarpawe2671 Місяць тому +9

    বিজেপি কেইটাৰ অহংকাৰ২০২৬ত পতন নিশ্চিত।

    • @lodrosingboro1083
      @lodrosingboro1083 Місяць тому

      Tumalokor B j p ,A G P kori din ,jabo Jana ne? Akom Rohatole gol vay ,😢 😢😢 Hindu Ak ho,

    • @jintucreationxyz
      @jintucreationxyz 27 днів тому +1

      Oii Miya... Chupp..

  • @SaifulIslam-be8pw
    @SaifulIslam-be8pw Місяць тому

    G right

  • @AnisurRahman-kx6zf
    @AnisurRahman-kx6zf Місяць тому

    Please find out the literacy rate in the Miya areas. Work on health sector, education and infrastructure, also control flood and irrigation to eliminate poverty. We Miya people want government intervention to take immediate action on these sectors to control overpopulation 🙏🙏

  • @ImanHusain-uh9iy
    @ImanHusain-uh9iy 8 годин тому

    Akou Rahul Gandhi sorkar hobo dehor hantir karone Rahul Gandhi dorkar ase Rahul Gandhi zindabad

  • @jintucreationxyz
    @jintucreationxyz 27 днів тому +1

    Cm sir is right 👍

  • @NekibulHussain-t9y
    @NekibulHussain-t9y 8 днів тому

    মা মা আপোনি কোৱা কথা খাৰ ভুল হৈ ছে নেকি কাৰন ছব মুছলমানে ১০ ১২ ল'ৰা ছোৱালী জন্ম নিদিয়ে। আৰু ম ই ভাবো সিন্ধু মানুহৰু ১০ ১২ ল'ৰা ছোৱালী জন্ম দিয়ে

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 Місяць тому +2

    Muslim k loi ane tussya-tasshilyo val kotha nhoi

  • @AsrafulIslam-gd1or
    @AsrafulIslam-gd1or 20 днів тому

    মুচলমান, BJP ক ভোট নিদিলে।

  • @pardipsakia7085
    @pardipsakia7085 20 днів тому

    স্বাস্থ্য মন্তী ুহৈ থাকোতে তেখেতে কি কৰিছিল?

  • @jadukoch7576
    @jadukoch7576 Місяць тому +9

    জন্ম নিয়ন্ত্রণ ৰ বাবে কঠোৰৰ পৰা কঠোৰতম আইন প্রণয়ন কৰি জন্ম নিয়ন্ত্রণ কৰিব নোৱাৰে নেকি। cm আসনত বহিছে যেতিয়া এইটো কৰি দেখুৱাওক। অন্য আল বাল বকি লাভ নাই। হিন্দু মুছলমানৰ কথা বহুত শুনিলো। নিৰ্বাচন ৰ সময় আহিলেই এই বিলাক কথা উলায় তাৰ পিচতেই সকলো শেষ। নাটক বন্ধ কৰক কাম কৰি দেখুৱাওক।

  • @user-ul8si7dc6t
    @user-ul8si7dc6t Місяць тому

    যদিহে জীৱনৰ সমস্যা, দুটা সন্তান আইন নকৰে কিয়?

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt Місяць тому +4

    কিছুমান অতি বদমাচ ৰাজনীতি লোক কৱেল জনসাধাৰনৰ মাজত বিৰূপ মন্তব্য আৰু ভাষনেৰে পৰস্পৰ পৰস্পৰে সংঘৰ্ষ লগোৱাৰ চেষ্টা চলায় আহিছে মুখ্যতে বিজেপি'ৰ মোদী আৰু হিমন্ত‌ই গতিকে জনসাধাৰণে দুয়ো জনৰ লগতে তেওঁলোকৰ দল নিহছিন্ন কৰিবৰ হল । ইতিমধ্যে দেশ আৰু ৰাজ্য সমূহৰ অপুৰণিয় ক্ষতি কৰিলে । সমজত অসহিষ্ণুতাই এফালৰ পৰা আমাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ পূৰ্ণোদ্যমে চলায় আহিছে, । সেয়ে একে আখৰে দেশত বিজেপি নিহশেষ কৰা হ‌ওক ।

  • @mahammadali2104
    @mahammadali2104 8 днів тому

    False statement stated regarding Muslim population about the census of 1951.

  • @FakirSortFun
    @FakirSortFun 8 днів тому

    Mm

  • @mohaswerdihingia4967
    @mohaswerdihingia4967 28 днів тому +3

    আহোম সকল হিন্দু নহয়
    ইতি হাখ পঢ়ি চাওক

    • @anamikatalukdar774
      @anamikatalukdar774 16 днів тому

      Apuni bhal ke bujak je Ahom originally bharatar nasil aru teuluke traditional religion follow korisil, aru pisat Hinduism...kintu teuluk axomot ahi hodai axomok rakhya korisil jitu ajir Ahom e nokore....ajir Ahom muslim premi...

  • @SandipDas-ci5mb
    @SandipDas-ci5mb 14 днів тому

    42 amendment 1976 t secular ahise tar agot constitution t kunu secular word nasil 😂😂😂

  • @balenboro8709
    @balenboro8709 14 днів тому

    No Muslim leader confess their wrong Ideas. Why muslim leader, Moulobi , Association donot say to control the muslim popultion .Why they donot oppose muslim Bangladeshi Infiltration. Actually Muslim leader are totally Commnal not Himantabisha Sarma. We must Support Himanta Bisha Sarma.

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Jun bure CM sir or kotha rajniti buli koise, parinam bhugibo ready hobo...

  • @sacindradeka8192
    @sacindradeka8192 Місяць тому

    ইয়াৰ বাবে চৰকাৰে দায়িত্ব লওক।

  • @MotiurRahman-z2l
    @MotiurRahman-z2l 3 дні тому

    😢

  • @lakhikurmi3144
    @lakhikurmi3144 Місяць тому +1

    Mr.Saikia when you own somebody victims by them (as Rape, cattle theft, land capture then you release and open discussion such a matter.

  • @SanjaRowtiaSanjayRowtia
    @SanjaRowtiaSanjayRowtia Місяць тому +1

    অসম আৰক্ষী কি কৰি আছে

  • @shinestar2518
    @shinestar2518 Місяць тому

    মূৰত চুলী আহিলচোন

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Rupam Goswami dangariyai thike koise

  • @dipmusical7033
    @dipmusical7033 9 днів тому

    Nitumoni saikia apuni narayanpuror nohyjanu gotike apuni lowar assamor bikhoye kiman giato apuni ebar lowar visit koribo sun

  • @jahangiralomvlog3550
    @jahangiralomvlog3550 21 день тому

    মুছলমানসকলে কটি মাৰিছিল নেকি হিমুৰ পৰিয়ালক । কি যে লেতেৰা ৰাজনীতি কৰে অকল মুছলিমক ‌গালি পাৰি থাকে।

  • @SsshivaDas-r5h
    @SsshivaDas-r5h 20 днів тому

    😮

  • @DeepjytoyBarauh
    @DeepjytoyBarauh 22 дні тому

    Nitumone day

  • @anilboro4741
    @anilboro4741 Місяць тому

    সঁচাকৈয়ে আপুনি নিতুমণি নহ'য় কেতুমণি। চুটমাৰানি কেলা।

  • @user-qe3sy8mq1g
    @user-qe3sy8mq1g 12 днів тому

    Rite encar

  • @hanifuddintalukdar7205
    @hanifuddintalukdar7205 Місяць тому

    সেই বাবেই গ্ৰহণ যোগ্যতা হ্রাস পাইছে।

  • @ContentBeachCoast-ho2bi
    @ContentBeachCoast-ho2bi Місяць тому

    নিতুমনি নিভিক,নিৰপক্ষ,দুচকুৰে দেখি থাকে।

  • @anamikatalukdar774
    @anamikatalukdar774 16 днів тому

    Hosa kotha hazam nohoi, so muslim e beya paboi

  • @rofiqulislam1080
    @rofiqulislam1080 День тому

    হিমুমামা, আপুনি আৰু মোদীয়ে যিহেতু মিছা তথা ভেল্কীবাজী কথা কয় সেয়ে ৰাহুল গান্ধীৰ সঁচা কথা ৰাইজে শুনে !!!

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 Місяць тому +2

    Muslim elekat school, college aru University nobonay kio ?

  • @lakhikantapegu1589
    @lakhikantapegu1589 10 днів тому

    আপুনি দিন আছিলে কি কৰিলে

  • @taradoi7957
    @taradoi7957 Місяць тому

    আপোনাৰ কথা নুশুনে যদি পদত্যাগ
    কৰক এনেয়ে গাদীখন ধৰি ৰাখি লাভ নাই ।

  • @PrasanaDas-ch5yv
    @PrasanaDas-ch5yv 4 дні тому

    Safaring depression

  • @Habijulislam316
    @Habijulislam316 Місяць тому

    La ilaha illallahu Mohammadur rasulallah 💚🤍❤️

  • @bapjanali7129
    @bapjanali7129 10 днів тому

    Who invited the Muslim community to Assam. Ans. In ancient time there is no Muslim in Assam. Ahom samrat
    Sukafa invited the Muslim to live in Assam.

  • @BabulDey-ex9uj
    @BabulDey-ex9uj 3 дні тому

    Nitumonida aponi bhaoi khaise neki.

  • @gobindasharma1488
    @gobindasharma1488 Місяць тому

    Reale

  • @jitenkonwar3784
    @jitenkonwar3784 Місяць тому

    ৰেচন কাৰ্ড কোনে দি আছে pmyj ঘৰ কোনে দি আছে চৰকা কোনে চলাই আছে

  • @MonirulIslam-tz4yb
    @MonirulIslam-tz4yb Місяць тому

    মামা তোমাৰ দৰে মূৰ্খ মানুহৰ কথা আমি কিও শুনিম তুমি আজি বিজেপি দলত আছা কালি আকৌ কংগ্ৰেছ দলত জাবা

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r 24 дні тому

    problem of population of India when hindu saranathi come to India. So solve the problem become Bangladesh.ok.

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 19 днів тому

    আ খালেক তুমি মুখ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰু কৰণেৰে এটা জনগুষ্টিক হিঙ্সা কৰিছে। আনকি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা কিছুমান ভূল তথ্য দাঙি ধৰিছে এই কথা অসমৰ প্ৰতি গৰাকী ভোটাৰ জ্ঞাত। এই জন হেমন্ত বিশ্ব শৰ্মা নহয় বেলেগ কোনোবাহে। এই বেলেগ কোনোবা টো কোন হয়? এই বেলেগ কোনোবা জন টো হ'ল হিঙ্সা নামৰ দুষ্ট প্ৰবৃত্তিহে।ড হেমন্ত বিশ্ব শৰ্মা পৱিত্ৰ কিন্তু দুখৰ বিষয় এয়ে যে এই দূষ্ট প্ৰবৃত্তি সমূহ হ'ল মানুহৰ শত্ৰু। ইহঁতে মানুহক বিপদত পেলাই পলাই ফুৰে এই কথা মাননীয় মুখ্যমন্ত্ৰীয়েও জানে অথচ তেখেতৰ দৰে জ্ঞানী জনকো বস্যতা স্বীকাৰ কৰাইছে। ইহঁতে পৃথিৱীৰ কিমান মূখ্যমন্ত্ৰী কিমান প্ৰধান মন্ত্ৰী আৰু কিমান ৰাষ্ট্ৰপতিক ধ্বংস কৰিলে তাৰ লেখ নাই। সিহঁত মুছল মান হ'ব নোৱাৰে সিহঁত মুছল নমান হে কাৰণ যি দেশৰ বায়ু পানীৰে জীয়াই আছে যি দেশত জন্ম সেই দেশক আন দেশে পৰাজয় কৰিব আৰু সেই দেশৰ হৈ জয় ধ্বনি দিব।সি কেনেকৈ মুছলমান হ'ব পাৰে?সি মুছল ন মানহে। তাৰ কোনো ধৰ্ময় থাকিব নোৱাৰে। কাৰণ তাৰ চৰিত্ৰয় ঠিক নহয়। যাৰ চৰিত্ৰ ঠিক নাই তাৰ কোনো ধৰ্ময় থাকিব নোৱাৰে।

  • @user-qe3sy8mq1g
    @user-qe3sy8mq1g 12 днів тому

    Rite envhat

  • @hitendrabaruah4414
    @hitendrabaruah4414 Місяць тому +3

    ৰূপম গোস্বামী অতি অভদ্ৰ মানুহ

  • @subhashchrabha5747
    @subhashchrabha5747 8 днів тому

    Aponalke mushlimar talat thakiba bichare neki, himantai thik katha kai achhe.

  • @jugeswarphukan9726
    @jugeswarphukan9726 Місяць тому

    Jake.take.namatiba.bjphal.buli.jak.matiba.bjp.agp.raijardol.ajp.matak.anekua.kisuman.bjpieahe.kaku.konu.katha.namane.kabalage.karane.katha.kuar.lagban.nuhua.kathakai.jen.hei.bjp.manuheajane.ariburak.atihunkale.assamar.para.bidaidieak

  • @ShorifulIslam-lr5cv
    @ShorifulIslam-lr5cv 10 днів тому

    🤔🤨