কংগ্রেছৰ আভ্যন্তৰীণ বিষয়ত মুখ্যমন্ত্রীয়ে কৰা মন্তব্যক উভতি ধৰিলে কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে...

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • কংগ্রেছৰ আভ্যন্তৰীণ বিষয়ত মুখ্যমন্ত্রীয়ে কৰা মন্তব্যক উভতি ধৰিলে কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে। শনিবাৰে গুৱাহাটীৰ নিজা বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ দাবী- বিৰোধীৰ ৰণকৌশলক লৈ শংকিত হৈছে মুখ্যমন্ত্রী। জ্যেষ্ঠ কংগ্রেছ নেতা পৱন সিং ঘাটোৱাৰৰ প্রতিচ্ছবি জনমানসত হেয় প্রতিপন্ন কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে চেষ্টা চলোৱা বুলি অভিযোগ তুলি সাংসদ কামাখ্যা প্রসাদ তাছাক মন্ত্রিত্ব প্রদান নকৰি পবিত্র মাৰ্ঘেৰিটাক মন্ত্রিত্ব প্রদান সন্দৰ্ভতো প্রশ্ন লোকসভাত কংগ্রেছৰ উপ-দলপতিগৰাকীৰ।
    #pratidintime #assam #assamnews

КОМЕНТАРІ • 106

  • @Rubulgogoi209
    @Rubulgogoi209 Місяць тому +52

    শাসকক উভটি ধৰিব পৰা এনেকুৱা নেতা আৰু দুজনমান হব লাগিছিল ।

    • @HanifAli-r5b
      @HanifAli-r5b Місяць тому +1

      Amarcorbceiahmrbbisbaatmokkamonti 4:16

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +23

    গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মূখ‍্যমন্ত্ৰী।

  • @inglishvlogs1015
    @inglishvlogs1015 Місяць тому +42

    অতি সুন্দৰ কথা কৈছে গৌৰব গগৈ

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому +38

    Next CM Gaurav Gogoi zindabad 💯🙏💪💪💪💪💪💪💪💪

  • @SanjayKumar-td9um
    @SanjayKumar-td9um Місяць тому +13

    Gourav you are great because you belong to an honest family.

  • @hemjeet2023
    @hemjeet2023 Місяць тому +27

    Gaurav gogoi is proud of Assam...

  • @Surajjamanprodhani
    @Surajjamanprodhani Місяць тому +16

    Right speech

  • @anirudhakalita4041
    @anirudhakalita4041 Місяць тому +13

    এই মানুহজনক মই ভালপোৱা হৈছো , ,,,

  • @darpandeka5141
    @darpandeka5141 Місяць тому +30

    আচলতে মূখ্যমন্ত্ৰী নহয় । সথিক কথাত কবলৈ গলে এইজন হৈছে মূৰ্খ মন্ত্ৰী ।

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +17

    গৌৰৱৰ ধুমুহাত তচনচ বিজেপিৰ বৰঘৰ।

  • @riyajulhussain5682
    @riyajulhussain5682 Місяць тому +17

    Good gourav gogoi sir

  • @sandhiram9574
    @sandhiram9574 Місяць тому

    সেই বিশেষ সম্প্ৰদায়ৰ অনুগ্ৰহত কংগ্ৰেছ জিৱীত।

  • @user-lr6gh5kt8q
    @user-lr6gh5kt8q Місяць тому +3

    Right kotha 💯 Gourob Gogoi Jindabad ❤❤❤❤❤. Axomr CM Jon Nijor karone Rajniti kore. Axomr Janahadharonor Duk. Bedona . Buji napai.

  • @h1239640
    @h1239640 Місяць тому +4

    গৌৰব ককাই থিক কথা কৈছে ❤

  • @bipulkeot8908
    @bipulkeot8908 Місяць тому

    বৰ ধুনীয়াকৈ উত্তৰ বোৰ দিছে.।

  • @ityadiAs
    @ityadiAs Місяць тому +4

    Next CM Gaurav Gogoi ✌️

  • @KarnaSwargiary-ei2ul
    @KarnaSwargiary-ei2ul Місяць тому +7

    2026 CM habalai ghaghuna karak Gogoi sir.

  • @user-uz2td8wm6y
    @user-uz2td8wm6y Місяць тому +17

    গুজৰাটৰ পানী পাইপেদি কাৰ তেজ যায়? দেহি ঐ 😂😂😂😂😂

    • @GamePlay-ib2cj
      @GamePlay-ib2cj Місяць тому

      Musalmanor blood jai ama himua koisila videotu mur usrat ase.

    • @apurbabhuyan8121
      @apurbabhuyan8121 Місяць тому

      আমেৰিকাতো পানী হয়, কৃষ্ণ 😂

  • @pkvlogs1406
    @pkvlogs1406 24 дні тому

    গৌৰৱ গগৈ Jindabad 🎉🎉🎉

  • @bimansaikia4305
    @bimansaikia4305 Місяць тому +1

    একেই গছে এৰা বায়ু আমি লও ।আমি এৰা বায়ু গছে লয়।গছেও ভাগ কৰি এৰিব নোৱাৰে । আমিও ভাগ কৰি লৱ নোৱাৰো । সদায় জ্ঞানী সকলে এক কৰিব বিচাৰে।অজ্ঞানী সকলেহে ভাগ কৰে ।

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 Місяць тому +1

    Gaurav gogoi jindabad ♥️♥️🥰. Very best leader and a very short time u becoming chief minister of Assam.

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +4

    ২০২৬ লৈ হিমন্ত বিশ্ব আৰু কোম্পানীৰ অন‍্যতম শেষ অস্ত্ৰ "হিন্দু আৰু মুছলমান"

  • @MukiburRahman-lg2ve
    @MukiburRahman-lg2ve Місяць тому

    Gaurav Gogoi Zindabad

  • @pkvlogs1406
    @pkvlogs1406 24 дні тому

    Right 👍👍👍

  • @user-mt1bc4cv7h
    @user-mt1bc4cv7h Місяць тому +2

    Thank To Gowrob go goi

  • @SankarSil-he7fm
    @SankarSil-he7fm Місяць тому

    Nex CM

  • @beautyparbin9753
    @beautyparbin9753 Місяць тому

    Good speech

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs Місяць тому

    Sir apunar logot jutdo karibo babe markerita montri dide Gogoi sir 🙏🙏🙏

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 Місяць тому +3

    ❤❤❤❤

  • @Manash.player.official
    @Manash.player.official Місяць тому +3

    Gaurav gogoi Assam by by

  • @RajuRajbongshi-p5m
    @RajuRajbongshi-p5m Місяць тому +2

    Gaurav Gogoi Amer Gaurav 🎉

  • @lakhyajitdeka5718
    @lakhyajitdeka5718 Місяць тому

    100% Rati

  • @alamtajahmed4126
    @alamtajahmed4126 Місяць тому +2

    Ok sir

  • @abdulmannanahmed787
    @abdulmannanahmed787 Місяць тому

    Mr Gogoi has become far more mature than many other leaders belonging to BJP or Congress. His acceptability base has become wider.

  • @DigantaHazarika-zx7dr
    @DigantaHazarika-zx7dr Місяць тому

    Right kothai koisa

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j Місяць тому

    হিমন্তই যাকে নিন্দা কৰে তাকে সেৱা কৰে ৷২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত কৈছিল অসমৰ পাইপেৰে পানী যায় আৰু গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ যায় অৰ্থাৎ মোডী আছিল মুছলমান বিদ্বেষী আৰু তেতিয়াৰ কংগ্ৰেছী হিমন্ত আছিল মুছলমানৰ ত্ৰাণকৰ্তা ৷ভাগ্যৰ কি বিড়ম্বনা এবছৰৰ পিছতে মোডীৰ ভৰিত দীঘল দি পৰিল আৰু এতিয়া মোডীয়ে উঠ বুলি কলে উঠে আৰু বহ বুলি কলে উঠে ৷গতিকে তেওঁ কৰ্মৰ দোষতে নিজেই কব লগা হৈছে পগলা কুকুৰ বুলি ৷

  • @thaneswarkagyung2463
    @thaneswarkagyung2463 Місяць тому

    Next CM Gaurav Gogoi

  • @sauravdutta3223
    @sauravdutta3223 Місяць тому

    Apunar kothabure Dil suijai. Hosai moi dil se Apuni next CM huatu bisaru. We the young generation loves you so much Gaurav da. Hodai dekhor babe kam kori jaok.

  • @ansumangogoi9478
    @ansumangogoi9478 Місяць тому +2

    Gogoi da e mama'k bhal dhuise 😂

  • @hafizurrahmank7799
    @hafizurrahmank7799 Місяць тому

    Right

  • @HemontaSaikia-k5f
    @HemontaSaikia-k5f Місяць тому

    Good

  • @user-iw7vi7ej7e
    @user-iw7vi7ej7e Місяць тому +1

    কেৱল মুখ্যমন্ত্ৰীয়েই নহয় তেজে প্ৰাণে যি অসমীয়া তেওলোকৰো নাই ৷ কাৰণ ৮৫৫ জন ডেকাৰ তেজৰ গোন্ধ প্ৰকৃত অসমীয়াই নাপাহৰে ৷ ৩৫ টা সমষ্টি অসমীয়াৰ হাতৰ পৰা গ’ল ৷ বাকীকেইতাও হয়তু দহ বছৰৰ পাচত হেৰুৱাব ৷ মূৰ্খ অসমীয়াই যিমান পাৰে বৰপিৰা পাৰি দিয়ক যাতে এদিন অসমতেই তলমুৰ কৰি অস্তিত্বৰ কাৰণে চকুলো টুকে ৷

  • @pranpranjitmusical3975
    @pranpranjitmusical3975 Місяць тому

    26 ka cm apuni hobo gourav gogoi jindabad

  • @JamalUddin-il2nt
    @JamalUddin-il2nt Місяць тому

    এওঁৰ মনত পুকায় দৰিছে এতিয়া কত জাব চিকিৎসা কৰিবলৈ

  • @MaxShort-o4d
    @MaxShort-o4d 27 днів тому

    Nice ❤❤❤❤❤❤❤😂😂😂

  • @ipgneutral
    @ipgneutral Місяць тому +1

    Val dhuise

  • @Manash.player.official
    @Manash.player.official Місяць тому +2

    Gaurav gogoi nije ki kay nije najane pagol hause anok ki bujabo

  • @parulchoudhury5557
    @parulchoudhury5557 Місяць тому +1

    ৰাহুলে ভাল পালে হব আজু ককাকে বহুত ভাল পাইছিল নহয়

  • @TarunPayeng
    @TarunPayeng Місяць тому

    💯

  • @user-vc3wd8lu2g
    @user-vc3wd8lu2g Місяць тому +1

    Aae bar bhal lagi bo juj khon Mr.Sharma.arru Mr.Bejbouah,bue Nalbariya.Jar ghor bari nay . .

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Місяць тому

    শিলসাকোঁত উচ্চেদ কৰা সকলৰ সাও লাগিছে মুখ্যমন্ত্ৰীৰ ৷ লোকৰ ঘৰ ভাঙিছে ৷ নিজৰো অৱস্থা সেয়ে তেনেকুৱা হৈছে ৷

  • @digantabarman5390
    @digantabarman5390 Місяць тому

    Upper with this upper gogoi, sense only expose, history said

  • @user-jl9pg7nk5r
    @user-jl9pg7nk5r Місяць тому

    গৌৰৱ গগৈয়ে কি ভাল কাম কৰিছে দেখাব লাগে ।কেৱল মেডিয়াত..,...।

  • @beria842
    @beria842 Місяць тому

    Mcdonalds

  • @test-ix9im
    @test-ix9im Місяць тому +1

    Axomia manuhor sinta kor bhai sba .. blgr kotha koi labh nai

  • @shaanali6072
    @shaanali6072 Місяць тому

    Home guard সকলৰ কথা kiya নকয় 😭😭😭

  • @montudutta7017
    @montudutta7017 Місяць тому +4

    মুছলমানক পৃথিৱীৰ সকলো ধৰ্মৰ মানুহেই বেয়া পাই আৰু বিশ্বাস নকৰে 👍 কিয় বেয়া পাই বা বিশ্বাস নকৰে এবাৰ ভাবি চাব সকলোৱে 🙏🙏🙏🙏

    • @mahihazarika
      @mahihazarika Місяць тому

      Beya pai janu kunbai kiba krba parise

    • @Rubulgogoi209
      @Rubulgogoi209 Місяць тому +4

      কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনত মুছলিম সম্পদায়ক কিয় তেল মাৰিছিল ? অসমত বিজেপিক শক্তিশালী কৰিবলৈ গৈ পৰিয়ালক লাওলোৱা কৰা প্ৰকৃত নেতাবোৰৰ শাওপাত এদিন আজিৰ এই বহুৱা নেতাবোৰৰ গাত লাগিবই । উদাহৰণ - প্ৰফুল্ল মহন্তৰ গাত খিলঞ্জীয়াৰ শাও লাগি লেই লেই ছেইছেই হৈছে । কিছুমানৰ ইমান অহংকাৰ ভাল নহয় । এজন অদৃষ্ট কিন্তু এই সংসাৰত আছে ।😅😊😮😢😂😊😅

    • @dipakgogoi5084
      @dipakgogoi5084 Місяць тому +4

      হিমন্তই নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছে। তেওঁ হিন্দুৰো উপকাৰ কৰা নাই মুছলিমৰো উপকাৰ কৰা নাই। উপকাৰ কৰিছে নিজৰ পৰিয়ালৰ। অসমক লুটি নিজৰ সম্পত্তি বঢ়াইছে।

    • @sauravdutta3223
      @sauravdutta3223 Місяць тому

      Apunar Gyanor namuna dekhi bor laj palu dada.

    • @montudutta7017
      @montudutta7017 Місяць тому

      @@sauravdutta3223 🙏🙏🙏🙏🙏🙏

  • @jupango460
    @jupango460 Місяць тому

    Congressor bhal bhab aase !

  • @monikantapegu2136
    @monikantapegu2136 Місяць тому

    Gourv gogoi go back

    • @dipakgogoi5084
      @dipakgogoi5084 Місяць тому +4

      এনেকুৱা কথা হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই এনেকৈ কয়।

    • @Real12976
      @Real12976 Місяць тому

      ​@@dipakgogoi5084ru nije congress or ketha kombol loi dalali kora hubidha pale mat mota hoi nh😂😂😂😂

    • @dipakgogoi5084
      @dipakgogoi5084 Місяць тому

      ​@@Real12976 কি যুক্তিত অসমীয়া বিৰোধী বিজেপি চৰকাৰক সমৰ্থন কৰে যুক্তিৰে মোৰ উত্তৰ দিব পাৰিব নে? হিন্দু বাংলাদেশী হলে মই নকওঁ কাৰণ বাংলদেশীসকলৰ অসম প্ৰেমিও নহয় ভাৰত প্রেমিও নহয়। যদি অসমীয়া হয় মথাত যদি ঘিঁ আছে বুলি প্ৰমাণ কৰিব বিচাৰে মোৰ লগত যুক্তি তৰ্কত লিপ্ত হওঁক।

    • @dipakgogoi5084
      @dipakgogoi5084 Місяць тому

      ​@@Real12976আপোনাৰ নিচিনা নিজৰ নাম প্ৰকাশ কৰিবলৈ লাজ কৰা সকলেহে বিজেপিক সমৰ্থন কৰে।

  • @apurbabhuyan8121
    @apurbabhuyan8121 Місяць тому +1

    ঐ মাইকী মাছ, বেলেগ দলৰ মাজত সোমাই কাজিয়া লগাই লাভ নাই। হাজাৰ ধুমুহা আহিলেও প্ৰকৃত বিজেপিত ভাঙোন আনিব নোৱাৰ।

    • @PujaBarman-fh7sk
      @PujaBarman-fh7sk Місяць тому +5

      Oi johora gourav r pokor dhubleu tuk noloi nki,

    • @sauravdutta3223
      @sauravdutta3223 Місяць тому +2

      Dada, Apunar pora BJPr IT cellor manuh buror dore durgondho ulaise.🤣

    • @apurbabhuyan8121
      @apurbabhuyan8121 Місяць тому

      ​@@PujaBarman-fh7sk sudirbhai toi pokar dhui thak maiki masar

  • @ArupDas-qr6qc
    @ArupDas-qr6qc Місяць тому +1

    ১০ বছৰ আগতে কিমান ৰাস্তা ঘাট হৈছিল আমি বকা পানীৰ মাজেৰে খোজ কাঢ়ি আহিছিলোঁ এতিয়া গাওঁত প্ৰায় ভাগ ঠাইত পকী হল।বিনা মুলীয়া চাউল ফ্ৰী চিকিৎসা ফ্ৰী স্কুলত পঢ়া শুনা আৰু যি কত কিমান উন্নয়ন হৈছে আমি দেখি আহিছোঁ।আগতে হোৱা নাছিলে এইবোৰ।

    • @kingdd9640
      @kingdd9640 Місяць тому +4

      Agote free Saul pwa nasila ,,mitha tel Dali kiman di kini khaisila atiya kiman di kaisa

  • @parulchoudhury5557
    @parulchoudhury5557 Місяць тому

    আগৰ পৰাই বানপানীহয় তেতিয়া শাসন কৰতা বোৰে ভাল কাম কৰিলে আজি এই পৰিবেশ নহয়। আগৰ হাল যিফালে যায় পিছৰ হালো সিফালে যায়। নিজে কি কৰি আছে

    • @ChayanikaSaikia-kl8fs
      @ChayanikaSaikia-kl8fs Місяць тому

      মোমাই একো যে কৰা নাই সেইটো চিকাৰ কৰে মানে

  • @satyajitnicesonggogoi8514
    @satyajitnicesonggogoi8514 Місяць тому

    সুন্দৰ বক্তব্য।

  • @gyanennath8345
    @gyanennath8345 Місяць тому

    Gourav gogoi buja ni

  • @sanku189
    @sanku189 Місяць тому

    Tekhet ata homprodayok target kore aitu beya kintu ST(P) targetbur bondho hobo lage.

    • @Mynagogoi123
      @Mynagogoi123 Місяць тому

      Ki bokesaoo 😂😂😂😂 vle koo

  • @PulakKalita-tz6hp
    @PulakKalita-tz6hp Місяць тому

    Gaurav Gogoi r utthanot Bhupen Bora honkito hoise jen lagise.....Congress or eko kam nai, eoloke nijor majote loby bazi, kajia kamora kori moribo......jimanei koi nathakok Congress or internal integrity nai ......Jorhatot Gaurav Gogoi jikise nijor personality aru image r babe, Congress buli mutheo jika nai, public a Congress ok bisarise buli bhoba tu Congress or dangor misconception.........anekoi Congress 2026 r Assembly election jikibo noare......BJP will come back to the power again......BJP r master stroke r agot Congress a patta napai, karon pisedi leng mora manuh Congress ot bahut ase......

  • @lnl6069
    @lnl6069 Місяць тому

    Khei bixesh Khampradaik manuh khokl hol.
    Amar Deshr mushalmanl khokolk dekhiib nuare....jar karane Okhomt Bangladeshi Janshansha bidhi hoise....teulok logot loi politics kori thaki amak ji aai ji aai marise...???

  • @pranabgogoi6283
    @pranabgogoi6283 Місяць тому

    Hoy apuni akou bangladeshir tran koruta.

  • @gyanennath8345
    @gyanennath8345 Місяць тому

    Khakaloye jane gaurave cm habo bisare ase

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 Місяць тому

    EU HORU LORRA KOOBOI

  • @user-en5in5rz3d
    @user-en5in5rz3d Місяць тому

    Tumar faltu lecture baper putere asom sesh korili

  • @digantabarman5390
    @digantabarman5390 Місяць тому

    Bitter feeling congress always with geda

  • @ArupDas-qr6qc
    @ArupDas-qr6qc Місяць тому +1

    সাংসদ হয় কি কৰিছা কিমান উন্নয়ন কৰিছে দেখা পাইছোঁ আমি এনেও কংগ্ৰেছ দলে ৰাইজক বহুত ঠগি ঠগি খাইছে আগতে।আপোনালোকৰ দিনত কিমান জন লৰাক মুকলি কয় চাকৰি দিছে।

  • @sumitddey7705
    @sumitddey7705 Місяць тому

    Aapunar Deuthai ki korichil barakvelly,r karone, athiya barak velly,r pora train choliaase......

  • @rameshpayang7871
    @rameshpayang7871 Місяць тому +1

    Tur bapeke Assam kon Bangladesh i bonale , bad Diya he tur kotha, , bapek jenekua putekeu Assam t Bangladesh i umai dibo sabo, Maiki mass to 😂😂😂😂

    • @Palash11122
      @Palash11122 Місяць тому +4

      Tumar papa main u asle ttya ki kri asle tmr papa himanta a

    • @TepojayantaSonowal
      @TepojayantaSonowal Місяць тому

      কংগ্ৰেছ কি হিন্দু মোছলিম নহয় নেকি।বেছিকৈ মোছলমানক লৈ কংগ্ৰেছে ৰাজনিতী কৰে।

    • @rameshpayang7871
      @rameshpayang7871 Місяць тому

      @@Palash11122 mur Papa Maiki mass, Mata mass to hoi 🤣🤣🤣🤣

    • @Palash11122
      @Palash11122 Місяць тому +1

      @@rameshpayang7871 heikrne al bal boki thake rajya r cnta nai njor pocket t mal vrai ase.

    • @rameshpayang7871
      @rameshpayang7871 Місяць тому

      @@Palash11122 Assam r pappu to , Maiki mass to no 😂😂😂