‘অসমৰ ২০২৬ চনৰ নিৰ্বাচন হিন্দু-মুছলমান’ হ’ব নেকি? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • অৱশেষত লোকসভাৰ মূল কাম-কাজ আজি আৰম্ভ
    মোডী ৩.০ আগৰ দৰেই ধৰ্মান্ধ হ’ব নে বেলেগ হ’ব?
    ৰাহুল গান্ধীৰ নতুন অৱতাৰ আৰু নৰেন্দ্র মোডীৰ চৰকাৰ !
    মোডী ৩.০ত আৰম্ভণিৰে পৰা এটাৰ পাছত আন এটা বিপৰ্যয়
    ৰে’ল দুৰ্ঘটনা, অযোধ্যা কাণ্ড আৰু এতিয়া বিমান বন্দৰত দুৰ্ঘটনা
    নীটৰ বিতৰ্কত লোকসভা উত্তাল, সভা স্থগিত
    অসমতো ২০২৬ চনলৈকে ৰাজনীতিৰ নতুন মোৰ
    কংগ্রেছৰ শক্তিশালী প্রদৰ্শনত উদ্বুদ্ধ ‘মিঞা মুছলমান’
    লাহে লাহে আৰম্ভ হৈছে সাম্প্রদায়িক চিন্তাধাৰা
    লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰাই চেপা উত্তেজনা
    ২০২৬ৰ নিৰ্বাচনৰ কাৰণে বিজেপি সাজু
    সাম্প্রদায়িক শক্তিবোৰেও চলাইছে নিজৰ নিজৰ আখৰা
    ‘অসমৰ ২০২৬ চনৰ নিৰ্বাচন হিন্দু-মুছলমান’ হ’ব নেকি?
    সবিশেষ সামৰি মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
    #pratidintime #bisleshan #congrass #neet

КОМЕНТАРІ • 39