Gaurav Gogoi | দলত্যাগ কৰাসকললৈ গৌৰৱৰ আহ্বান- 'তেঁওলোক আৰু দললৈ উভতি আহিব নালাগে'

Поділитися
Вставка
  • Опубліковано 23 вер 2024
  • Gaurav Gogoi | দলত্যাগ কৰাসকললৈ গৌৰৱ গগৈৰ আহ্বান- 'তেঁওলোক আৰু দললৈ উভতি আহিব নালাগে'
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #gauravgogoi #loksabhaelctionresults #kaliabor
    #newsinassam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 651

  • @Mamonigogoi-l6c
    @Mamonigogoi-l6c 3 місяці тому +140

    পিতা যেনে পুত্ৰও তেনেই ৷ ভবিষ্যৰ অসমত গৌৰৱ গগৈৰ দৰেই মুখ্যমন্ত্ৰী বিছাৰোঁ আমি , সাংসদ হিচাবে তিনিবাৰ নিৰ্বাচনহোৱা গৌৰৱ গগৈ দেব এদিন মুখ্যমন্ত্ৰী হবই , ইমান ধুনীয়া ভাষন দিছে শুনিয়ে ভাল লাগিছে ❤❤❤❤

    • @naturevillage.life.
      @naturevillage.life. 3 місяці тому

      Deutar dore nibisaru karon deutai bohut beya fale theli nisil Oxomok heiye putroi deutar dore nokore jen

    • @Nanu-ow5mc
      @Nanu-ow5mc 3 місяці тому

      Ghoroloi loi jaok. 😂😂😂😂😂😂😂😂😂😂😂

  • @binandaphukon731
    @binandaphukon731 3 місяці тому +204

    এনে অতিউচ্চ চিন্তাৰ ব্যক্তিত্য পুৰুষহে এখন সুস্থ সমাজৰ বাবে প্ৰয়োজন । আশা তেখেতৰ সৱল নেত্ৰিত্যত অসমখন আৰু এখোজ আগবাঢ়ি যোৱাৰ কামনাৰে তেখেতলৈ থাকিল আন্তৰিক শুভেচ্ছা ।

  • @jayadass2681
    @jayadass2681 3 місяці тому +168

    নতুন নতুন প্রজন্মক দলত যোগ দান কৰি এটা শক্তি শালী দল গঠন কৰাৰ বাবে গৌৰৱ মহোদয়ক আহবান জনোৱা হ'ল।

    • @DeepDeepboru
      @DeepDeepboru 3 місяці тому

      Agot ki dhila asil neki Congress moi party nibisaru prthi bisaru jano hat ful motlab nai manuh Jon Amar karone Kam koribo Lage jana

    • @naturevillage.life.
      @naturevillage.life. 3 місяці тому

      Hoi.. Kintu congressot thakile adin tekheteo deutakor dore hoi jabo. Axomor karone bhal chinta kora leaderor proyujon ase kebol vote'r karone nohoi raijor karone Axomor karone koribo lagibo. Sarkar oha juwa kori thakibo leader bilakor karone khuti nohoi a kobo gole public he harahasti pai. BJP o akei. kintu BJP olop kisu holeo kam korise nokora nohoi.

  • @khageswardoley5175
    @khageswardoley5175 3 місяці тому +52

    আচলতে আমি voter সকলে দল চাব নালাগে প্ৰাথী জন কিমান শিক্ষিত কিমান সংস্কাৰ লগতে নম্ৰ ভদ্ৰ মানৱতাক count কৰিব লাগে। আৰু তেখেতৰ কথাৰ পৰা এই সকলোবোৰ প্ৰকাশ পালে । তেখেতলৈ শত কোটি প্ৰণাম জনালো🙏। তেখেতৰ সোঁনালী ভবিষ্যত কামনা কৰিলো।

  • @PuspaBorah-p7n
    @PuspaBorah-p7n 3 місяці тому +63

    বয়স অনুপাতে তেওঁৰ যি মহানুভৱতা চিন্তাধাৰা সেইয়া কিন্ত আনসকলতকৈ বিৰল তেওঁৰ কণ্ঠই মন চুই গৈছে তেওঁলৈ ধন্যবাদসহ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে সুউজ্জল ভৱিষ্যতৰ শুভ কামনা জনালো ৷

  • @hemantabaruah3693
    @hemantabaruah3693 3 місяці тому +178

    মহান ব্যক্তিৰ মহানুভৱতা,সচাঁকৈ যোগ্য সাংসদ।আমাৰ যোগ্য প্রতিনিধি।🙏

  • @deltawarriors940
    @deltawarriors940 3 місяці тому +259

    মই এজন বিজেপি কাৰ্য্য কৰ্তা আপুনি কোৱা গোটেই কথা সত্য। আপোনাৰ মহানুভাৱক আদৰণি জনাইছোঁ লগতে আপোনাৰ বিজয়ৰ বাবে আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🚩

    • @gautamdas1457
      @gautamdas1457 3 місяці тому +5

      ভাল মানুহৰ reply বৰ তেনেকুৱা এই। B j p এই হক বা কংগ্ৰেছ এই হক

    • @test-ix9im
      @test-ix9im 3 місяці тому

      BJP r worker hoi Jaa agree hoisa.. gaurav r kothat👍.. BJP congress aku nkru but right tu hoidai right..Ajikali public educated hoisat.buji pai hokolu.

  • @pankipragyaofficial5020
    @pankipragyaofficial5020 3 місяці тому +106

    কথাখিনি শুনিলেই শুনি থাকিব মন যায় কিমান ধুনীয়াকৈ কৈছে। সঁচাকৈ সুন্দৰ মনৰ মানু্হ।

    • @abhijitsarma2556
      @abhijitsarma2556 3 місяці тому +5

      Bor val lage manuh jonok

    • @SurjyaBorah-ww3uj
      @SurjyaBorah-ww3uj 3 місяці тому +1

      মই বিজেপি দল ভাল পাওঁ যদিওঁ এই মানুহ জন মোৰ প্ৰীয় আৰু এজন অখিল গগৈ ডাঙৰীয়া 🎉🎉🎉

  • @surenboruah3241
    @surenboruah3241 3 місяці тому +113

    সুন্দৰ বক্তব্য, জ্ঞানী গুণী সাংসদ🙏🙏🙏

  • @ZenithEnigma-h4p
    @ZenithEnigma-h4p 3 місяці тому +16

    ইমান সুন্দৰ কৈ এটাও হিংসাত্মক মন্তব্য নিদিয়াকৈ কথাবোৰ যে কয় সেয়াই প্ৰমাণ কৰে যে তেওঁ leader হোৱা এজন বহুত যোগ্য মানুহ। সকলোৱে সমৰ্থন কৰাৰ উচ্চিত।
    বিজেপিৰ কোনোবা নেতা হ'ব লাগিছিল,,,, দুষাৰ মান কথা কৈয়ে নিজৰ একো অৰ্থ নাই বুলি প্ৰমাণ কৰি দিলেহেতেন।

    • @narayanthakuria3864
      @narayanthakuria3864 3 місяці тому

      A charismatic politician, Mr Gaurav Gogoi is assumed to be the most proficient and retrospective for the sake of future generations. His positive attitude and deliberative perception helps us. May God cherish his journey.

  • @runumonibora7269
    @runumonibora7269 3 місяці тому +33

    কথাখিনি শুনিলেই শুনি থাকিব মন যায়। সঁচাকৈ সুন্দৰ কথা।

  • @RebaGogoi-zr3ts
    @RebaGogoi-zr3ts 3 місяці тому +80

    বি জে পিৰ নেতাই ক'লেহেঁতেন এতিয়া পদত্যাগ কৰি দেখুৱাওক, কিন্তু গগৈ ডাঙৰীয়াই তেনে মানসিকতাৰ পৰিচয় নিদিলে। ❤❤

  • @hemantapegu1053
    @hemantapegu1053 3 місяці тому +50

    এতিয়া গাওঁৱে গাওঁৱে কংগ্ৰেছ দলক মজবুত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰক।

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 3 місяці тому +20

    গৌৰৱ গগৈ ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছৰ মূখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হব লাগে।

  • @bhaskarborah4254
    @bhaskarborah4254 3 місяці тому +90

    মহান ব্যক্তি, মহা ভাৰত কথা। Jai aai Assam

  • @dbhargab
    @dbhargab 3 місяці тому +267

    বয়স কম কিন্তু চিন্তাধাৰা বহুত ওপৰত ।

    • @SahaAlomBepariBepariSahaAlom
      @SahaAlomBepariBepariSahaAlom 3 місяці тому +24

      পিয়াজ হাজৰিকাৰ নিচিনা ওপৰৰ মাল নহয়।

    • @hrishikeshneog
      @hrishikeshneog 3 місяці тому +5

      43 years.

    • @pratimasarma1737
      @pratimasarma1737 3 місяці тому +8

      বেয়া দিনত আঁতৰি গৈ ভাল দিন আহিলে ঘূৰি আহিবলৈ লাজ পাব লাগে।

    • @pratimasarma1737
      @pratimasarma1737 3 місяці тому +7

      এই গতিত থাকিলে ভাল হ'ব অসমৰ এগৰাকী সাহসী আৰু সৎ নেতা হ'ব যেন বোধ হৈছে।

  • @nayanjyoti0zah230
    @nayanjyoti0zah230 3 місяці тому +29

    কি সুন্দৰ মন্তব্য কাকো ব্যক্তিগত ভাৱে বেয়াকৈ কোৱা নাই সুন্দৰভাৱে মনৰভাৱ প্ৰকাশ কৰি যুক্তিগত মন্তব্য দিলে ! এইয়াহে ৰাজনিতী এইয়াহে এজন প্ৰকৃত সাংসদ ❤🙏

  • @kunwalidutta7719
    @kunwalidutta7719 3 місяці тому +457

    আজিৰ দিনটোত তৰুণ গগৈ ডাঙৰীয়াক সুৱৰিলোঁ

  • @MonjumoniSaikia-y8z
    @MonjumoniSaikia-y8z 3 місяці тому +11

    গৌৰৱ গগৈৰ ডাঙৰিয়াললৈ অশেষ ধন্যবাদ থাকিল তেওঁ মধু বচন মধু এজন ব্যক্তি। তেখেত সদায় চিৰৰীনি হৈ থাকক অসমৰ বুকুত ..... 🙏🙏🙏

  • @NILAV329
    @NILAV329 3 місяці тому +17

    গগৈ দেউৰ কথাবোৰ শুনিলে গম পোৱা যায়,, তেওঁৰ‌ ব্যক্তিত্বৰ গভীৰতা। আজিলেকে তেওঁ আন কাৰোবাক এটা বেয়া বা কটু মন্তব্য দিয়া পৰিলক্ষিত হোৱা নাই,, সমালোচক সকলক কথাৰে নহয় নিজৰ কৰ্মৰে প্ৰত্যুত্তৰ দিয়ে।

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by 3 місяці тому +60

    গৌরব গগৈ ডাঙরীয়া সচাকৈয়ে এজন অতি ভদ্র
    ,নম্র ব্যক্তি। জিন্দাবাদ গগৈ ডাঙরীয়া

  • @trishnakalita4154
    @trishnakalita4154 3 місяці тому +21

    আপুনি থাকিলে সকলো সম্ভৱ হব দাদা ❤ জাৱৰ জোথৰ বোৰ চপাই নললেও আপুনি মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিব পাৰিব।আমি নিশ্চিত ❤

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 3 місяці тому +39

    আশা কৰো আপুনি অসমৰ ভৱিষ্যত মুখ্যমন্ত্ৰী ।গৌৰব গগৈ অসমৰ গৌৰব ।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 3 місяці тому +112

    এজন যোগ্য সংসদ যোৰহাট বাসীয়ে তথা অসমবাসীয়ে পাইছে । 🙏

    • @doyamoysingha2015
      @doyamoysingha2015 3 місяці тому +5

      ❤❤❤

    • @KamalKrishnanDeka
      @KamalKrishnanDeka 3 місяці тому +3

      Akdam khasa kotha koise

    • @jitusaikia331
      @jitusaikia331 3 місяці тому +1

      কলিয়াবৰত কি কি দি গৈছে মনত থাকি গ'ল কামত নহয় কথাত

    • @rizwanrahman5089
      @rizwanrahman5089 3 місяці тому

      Jorhat Axom or gourav Gogoi amar kopal a beya from Nalbari

    • @nirmalibora1205
      @nirmalibora1205 3 місяці тому

      Apuni bajane nki upot kar sorkar asil teu kenekoi ki dibo​@@jitusaikia331

  • @rlaskarkam3616
    @rlaskarkam3616 3 місяці тому +51

    ব্যক্তিত্ব থকা লোক , অসমৰ ভৱিষ্যত ।

  • @prabinsutradhar5692
    @prabinsutradhar5692 3 місяці тому +37

    মহান বক্তিয়ে মহত বক্তব্য দাঙি ধৰিব পাৰে

  • @carshorts7621
    @carshorts7621 3 місяці тому +10

    এওঁক ভোট দি নিজক নিজে গৌৰৱবোধ কৰিছোঁ।দল চাই নহয় এজন প্ৰাৰ্থী হিচাপে এখেতক ভোট দিলোঁ।নিজৰ লগতে আৰু ১০০জনক দিয়ালো।কথা বতৰাবোৰ ভাল লাগে।মানুহক মানুহৰ ব্যৱহাৰ কৰিব জানে।

  • @nirmaldeka5091
    @nirmaldeka5091 3 місяці тому +13

    বহুত বহুত ধন্যবাদ দাদা Congress এৰি য়োৱা বৰক আকোঁৱালি লব নালাগে কোনো পধোয়

  • @Dchetia77
    @Dchetia77 3 місяці тому +173

    অতি সুন্দৰ বক্তব্য

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 місяці тому +8

      এটা কথা কংগ্ৰেছ বুলি যিমান ভোট পাইছে গৌৰৱ গগৈ বুলি বেছি পাইছে ।

  • @bububorah
    @bububorah 3 місяці тому +13

    কি সুন্দৰ আৰু positive কথা, northeast য়ে এটুকুৰা হীৰা পাইছে, নামেই যাৰ গৌৰৱ,

    • @Nanu-ow5mc
      @Nanu-ow5mc 3 місяці тому

      Teliya. 😂😂😂😂😂😂😂😂😂

  • @aminulislam2286
    @aminulislam2286 3 місяці тому +25

    মোৰ প্ৰিয় ৰাজনীবিদ, গগৈ ডাঙৰীয়াৰ চিন্তা সদায় প্ৰসংশনীয়

  • @AdMBandLeader
    @AdMBandLeader 3 місяці тому +33

    What mature philosophy and correct attitude! This man not only deserves to be the future Chief minister of Oxom, but also to be a future Prime minister of the nation.

  • @rajumonibaruah8389
    @rajumonibaruah8389 3 місяці тому +25

    যোগ্য জন আমাৰ সন্মানীয় সদায়ে

  • @srimantadutta1018
    @srimantadutta1018 3 місяці тому +58

    সুন্দৰ বক্তব্য 👌

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 3 місяці тому +42

    ইমান সৰু কিন্তু জ্ঞান বহুত, কিছুমান মন্ত্ৰীয়ে এওঁৰ পৰা শিকক ৰাজনৈতিক কেনেকৈ কৰিব লাগে। আচলতে কথাত কয় ন সিংহৰ পোৱালি সিংহ হে হয় ঘুং নহয়।

  • @RashmiSaikia-l8w
    @RashmiSaikia-l8w 3 місяці тому +10

    ভাল মানুহৰ ভাল কথা। আকৌ আহিলেও নলব।আমি আছোঁ আপুনালোকৰ লগত❤❤

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 місяці тому +52

    যি সকলে কংগ্ৰেছ এৰিলে সেই সকলৰ কথা নোকোৱাই ভাল।সেই সকল আছিল আবৰ্জনা।সিহতে আহিলে আকৌ শেষ কৰিব।

    • @Progresh123
      @Progresh123 3 місяці тому

      আৰু বি জে পিৰ পৰা কংগ্ৰেছলৈ যোৱাবোৰ নিশ্চয় সোণৰ টোপোলা ছাগে।

  • @asifhussain6811
    @asifhussain6811 3 місяці тому +9

    ভালক ভাল এনেই ৰাইজে নকয় এনে ধৰণৰ উচ্চ চিন্তাৰ কথা বতৰা বোৰেই কয়। জিকি দপ দপাই থকা নাই। গৌৰব .....গৌৰবেই সেইবাবে।

  • @homemade_food.
    @homemade_food. 3 місяці тому +16

    সঁচাকৈ তেওঁলোকক চৰিত্ৰ বহিস্কাৰ কৰক মূৰ্খ বিলাকৰ,👍❤

  • @Parikshitborah-s6r
    @Parikshitborah-s6r 3 місяці тому +45

    Verry good sir, apunar dicition

  • @RupaBori-dm4xf
    @RupaBori-dm4xf 3 місяці тому +19

    He is same like his father so,we all respect him.he is really a good and well mannered man.we all support you.

  • @pratapkalita8894
    @pratapkalita8894 3 місяці тому +84

    বাকীবোৰৰ কথা নাজানো, মূখ্যমন্ত্ৰী হয় আকৌ কংগ্ৰেছলৈ ঘুৰি আহিব, নহ'লে অন্য দল গঠন কৰিৱ

  • @anjugogoi6222
    @anjugogoi6222 3 місяці тому +45

    সুন্দৰ কন্ঠ বক্তব্য সচাকৈ ভাল লাগে আশীৰ্বাদ থাকিল

  • @upamanyukakoti9171
    @upamanyukakoti9171 3 місяці тому +31

    Speech of an educated youth leader ❤

  • @janardanbora2803
    @janardanbora2803 3 місяці тому +12

    হিমন্তক মলোৱা আৰু পিয়াঁজে সকলো শেষ কৰি দিব বুলি আশা থাকিল 2026 চনত

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 місяці тому +5

    ❤❤❤ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগুৱাই যাওক। অসম আৰু অসমীয়াৰ জলন্ত সমস্যা সমাধানৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিলো। আমাৰ শুভ কামনা সদায় থাকিব।

  • @tridipgogoichannel7268
    @tridipgogoichannel7268 3 місяці тому +83

    কিছুদিন পাছতে যোৰহাটত ৰূপজ্যোতি কুৰ্মী আৰু ৰানা গোস্বামীৰ ৰাজনৈতিক carrear শেষ হৈ যাব

    • @ajoyhandique9872
      @ajoyhandique9872 3 місяці тому +2

      মৰিয়নিত মুঠ ভোট ২০২১ ৰ বিধানসভাত বিজেপিয়ে ৫৫০০০ পাইছিল আৰু ৪০০০০ ত লীড লৈছিল।( INC ১৫০০০ আৰু ৰাইজৰ দল ১৫০০০ পাইছিল।)
      এইবাৰ লীড লোৱাতো দূৰৰে কথা, গৌৰৱৰ হাতত ১৭০০০ ভোটত বিজেপি পিছ পৰিল। ৰাইজৰ দল আৰু কংগ্ৰেছ মিলি ৩০০০০ হে ভোট হয়গৈ। গতিকে, গম পোৱা যায় বিজেপিৰ পৰা পুনৰ কংগ্ৰেছলৈ ৰাইজ উভতি আহিল।।ইয়াৰ পৰাই ৰূপজ্যোতিৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব গম পোৱা গৈছে।

    • @AnamikaRamchiary-en7gp
      @AnamikaRamchiary-en7gp 3 місяці тому +1

      ​@@ajoyhandique9872dariolai bule bjp tyag kora kotha asil 😂😂

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 3 місяці тому +11

    Gaurav gogoi is a true leader❤❤❤

  • @pobontamuli4168
    @pobontamuli4168 3 місяці тому +4

    আপুনি সদায় মহান , আপোনাৰ চিন্তা চৰ্চা ক সন্মান জনাইছো

  • @InnocentBilliards-kv1jl
    @InnocentBilliards-kv1jl 3 місяці тому +53

    GOURAV GOGOI BEST IN INDIA

  • @bplvdoley8243
    @bplvdoley8243 3 місяці тому +28

    So matured statement❤

  • @RSB1649
    @RSB1649 3 місяці тому +10

    I am BJP supporter but alwayas with gourav gogoi. Hi is realy a good person and bravly told in Parliament. So i wish him very politely

  • @DrMDoley-mg7oe
    @DrMDoley-mg7oe 3 місяці тому +19

    Gentlemen 👏

  • @kunalkakati7974
    @kunalkakati7974 3 місяці тому +10

    Gaurav gogoi r cool mind aru kotha botorar babe 2026 t Bidhan sabha election t Congress bohut uprt jabo...

  • @bhupensonowal-en9lo
    @bhupensonowal-en9lo 3 місяці тому

    গৌৰৱ গগৈয়ে জি কঠা ক'লে মই বহোট বহোট ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @binoyrobidas8925
    @binoyrobidas8925 3 місяці тому +22

    Aru ata kothta gogoi sir jikita congres ari goise tahotk prile nolbo hihot main sur hy😢

  • @rgplayyt
    @rgplayyt 3 місяці тому +11

    যিসকল লোকে কংগ্ৰেছৰ নীতি আদৰ্শ মানি চলিব নোৱাৰে তেওঁলোকক পোনাৰ আমাৰ দখলত চৰকাৰ গঠন হলে কোনো কাৰণতে উভতি আহিবলৈ দিব নালাগে ।

  • @anjanborah-5069
    @anjanborah-5069 3 місяці тому +26

    এজন সাংবাদিক বৰ টকটকাই আছে । বাকী সকলক কথা ক'বলৈ দিয়াই নাই । বস্তু হয় চাগৈ 😂😂

  • @bg-tq9be
    @bg-tq9be 3 місяці тому +37

    Future CM..BEST WISHES

  • @jbactivity
    @jbactivity 3 місяці тому +3

    বহুত সুন্দৰ কথা কৈছে । বহুত ধৈর্য আছে ভাল লাগিল শুনি ❤❤

  • @deepdineshgogoi5601
    @deepdineshgogoi5601 3 місяці тому +2

    আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায় চাৰ।❣️❣️আমি যোৰহাট বাসী হিচাপে বিশেষ একো নিবিচাৰোঁ মাথোঁ আপুনি ৰাইজৰ লগত থাকিলেই হব আৰু লগতে যোৰহাটৰ সমস্যা সমূহ যিমান পাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব।👍

  • @jitendratiwari5215
    @jitendratiwari5215 3 місяці тому +19

    Very good statement

  • @KalpanaBora-i7t
    @KalpanaBora-i7t 3 місяці тому +14

    Moi jetiya vote diboloi paisilu tetiya poyet Torun Gogoi devek vote disilu ajio congresak disu di jam

  • @sanjibbora1789
    @sanjibbora1789 3 місяці тому +6

    ইমান সহজ সৰল ভাবে বুজাই দিছে ভাল লাগিছে

  • @SavagemodeON973
    @SavagemodeON973 3 місяці тому +6

    ২০২৬ ত অসমৰ জনসাধাৰনে হিমন্ত আৰু চামচাবোৰক ৰাজহুৱা ভাৱে বিসৰ্জন দিবৰ হল । বদৰুদ্দিন গল মেইন গাই গৰু হিমন্তক অসমীয়া খেদিবৰ হল । মোদী যাবৰ হল ,হিমন্তৰ পাল এতিয়া। ২০২৬ ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ।

  • @saborpather
    @saborpather 3 місяці тому +9

    humble and honest and highly eligible leader we have ever find in the form of gourav gogoi❤

  • @Amiyasarmah
    @Amiyasarmah 3 місяці тому +15

    God bless you.

  • @digantaborah2844
    @digantaborah2844 3 місяці тому +9

    ভাল কথা ।

  • @debashishkaushik8010
    @debashishkaushik8010 3 місяці тому +13

    What a gentle man he is, let's see.

  • @rgplayyt
    @rgplayyt 3 місяці тому +11

    যিসকল লোকে BJP ত যোগদান কৰিছিল তেওঁলোকক পোনাৰ আমাৰ দলত উভতি আহিবলৈ দিব নালাগে ।

  • @PurnimaSwargiary-t9z
    @PurnimaSwargiary-t9z 3 місяці тому +7

    অভিনন্দন জনালোঁ।

  • @jokhongsingpho5806
    @jokhongsingpho5806 3 місяці тому +41

    Next cm apuni 100% sir

  • @abhijitphukon7322
    @abhijitphukon7322 3 місяці тому +24

    শান্ত সমাহিত এজন যোগ্য ব্যক্তি

  • @sirajuddin3721
    @sirajuddin3721 3 місяці тому +3

    দয়া কৰি আপুনি যি সকলে বিপদত পেলাই গৈছে, সেই বোৰক আৰু নলব। নহ'লে কংগ্ৰেছ একেবাৰে ধ্বংস হৈ যাব।

  • @TanmoyAxomEntertainment291
    @TanmoyAxomEntertainment291 3 місяці тому +17

    সুন্দৰ বক্তব্য ডাঙৰীয়া

  • @eyebeesvlogs4544
    @eyebeesvlogs4544 3 місяці тому +8

    🙏🙏🙏 pronaam aapunaloi..Gogoi da❤❤

  • @RanjitDas-cq9bu
    @RanjitDas-cq9bu 3 місяці тому +25

    Tarun Gogoi dangoriyar dore kotha bor

  • @BijoyPatiri-uh6yn
    @BijoyPatiri-uh6yn 3 місяці тому +19

    Right

  • @pranabpatgiri1180
    @pranabpatgiri1180 3 місяці тому

    এইয়া প্ৰকৃত নেতাৰ কথা ,অহংকাৰ নাই ঘৃণা নাই ,নাই তুচ্ছ তাচ্ছিল্য, যোগ্য ব্যক্তিক সন্মান বা শুভেচ্ছা জনোৱাটো অপৰাধ হব নোৱাৰে, নেতা হ'লে নহ'ব সংস্কাৰ থাকিব লাগিব, গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাম বুলি আশা কৰিলো ,এনে নেতাৰ বৰ প্ৰয়োজন আছে সমাজৰ বাবে

  • @karabibaruah2135
    @karabibaruah2135 3 місяці тому +10

    So well said gaurav gogoi👏❤

  • @dipankarkalita6515
    @dipankarkalita6515 3 місяці тому +22

    Piyaj aru malla ghuri ahibo nidibo

  • @moonmusic6784
    @moonmusic6784 3 місяці тому +4

    2026t আপোনাক মুখ্য মন্ত্ৰীৰ ৰ্প্ৰাথী হিচাপত বিচাৰো।

  • @lakhikrchintey5693
    @lakhikrchintey5693 2 місяці тому

    গৌৰৱ গগৈৰ ওপৰত যে মানুহৰ বেয়া চকু নপৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইচু

  • @ckdas4912
    @ckdas4912 3 місяці тому +13

    Same ex CM sir

  • @aslamhussain891
    @aslamhussain891 3 місяці тому +13

    Congratulations 🎉

  • @zihanChoudhury
    @zihanChoudhury 3 місяці тому +4

    I always support to gourav gogoi and gourav gogoi zindabad 👊💪🤙

  • @RajuDas-ei9du
    @RajuDas-ei9du 3 місяці тому +1

    কথা শুণি বহুত ভাল লাগিল আৰু শুণি থাকিবলৈ মন গৈছিলে।।

  • @SunuVlog-12
    @SunuVlog-12 3 місяці тому

    আপুনি জয়ী হবই। আপোনাৰ কথাত সাহস আছে....আপোনাক ৰাজনীতিৰ লগত বুলিয়ে নহয় বহু মানুহে ব্যক্তিগত ভাৱেও ভাল পায় ❤ সৰুৰে পৰাই কংগ্ৰেছ চৰকাৰৰ মিটিং বোৰলৈ মাৰ লগত যাওঁ ❤

  • @dr.tapantalukdar5327
    @dr.tapantalukdar5327 3 місяці тому +12

    সছাকৈ ভাল লাগিছে কথাখিনি।

  • @Sivasagar04
    @Sivasagar04 3 місяці тому

    মামা আৰু মল্ল আৰু পিয়াঁজক কেতিয়াও যাতে কংগ্ৰেছত নলয় তাৰ কাৰণে আপোনাক বিনম্ৰ অনুৰুধ জনালো 🙏🏻, মইও কংগ্ৰেছত যোগদান কৰাৰ ইচ্ছা আছে, কেনেকে সোমাব পাৰি গম পোৱা হলে ভাল ভাল আছিল

  • @kirandekaentertainmentshow2466
    @kirandekaentertainmentshow2466 3 місяці тому +1

    Moi agoteo koisilo atiyai kow.. Gourav Gogoi future CM of Assam 🎉

  • @Hitsstatus143
    @Hitsstatus143 3 місяці тому +2

    Last r Kota har bhal lagil ❤❤🎉🎉😊

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 3 місяці тому +2

    আমাৰ হিয়া আমঠু,,🙏🙏🙏🙏🙏🙏👍👍

  • @kamakhyatraders8914
    @kamakhyatraders8914 3 місяці тому +4

    Good to see his maturity....he can be a suitable CM material in future for Assam

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 3 місяці тому +2

    মোৰ বৌ মৃত্যু 5 দিনৰ পিছত গৌৰব গগৈ আমাৰ ঘৰত খবৰ কৰিব আহিছিল মোৰ ঘৰ ছকলা ঘাট

  • @dhruvajyoti6954
    @dhruvajyoti6954 3 місяці тому +7

    Matured politician

  • @Officers-ChoiceYT
    @Officers-ChoiceYT 3 місяці тому +14

    Kotha hudhi thoka Reporter2 dhojya bula bostu2 ni neki..

  • @jyotishgogoi8634
    @jyotishgogoi8634 3 місяці тому +1

    Gentleman Personaliti ❤️🌊

  • @letseat4617
    @letseat4617 3 місяці тому +1

    আপুনাৰ স্পষ্ট কথা বোৰ শুনি ভাল লাগে