বিজেপি এৰিব কোনে? ৪ প্ৰাক্তন বিজেপি বিধায়কে দল এৰাটো নিশ্চিত। চৰ্চাত আৰু কাৰ কাৰ নাম?

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • 📌বিজেপি এৰিব কোনে? ৪ প্ৰাক্তন বিজেপি বিধায়কে দল এৰাটো নিশ্চিত। চৰ্চাত আৰু কাৰ কাৰ নাম? চাওক সৱিশেষ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 97

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому +33

    Congress zindabad Assam CM Gaurav Gogoi zindabad 💯🙏💪💪💪

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v Місяць тому +11

    হিমন্ত হাটাও অসম বিজেপি বাচাও

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 Місяць тому +12

    নিউজ লাইভৰ মনত বৰ দুখ।

  • @asomorloramoimridul2712
    @asomorloramoimridul2712 Місяць тому +30

    আজি সাত ৰাজ্য উপনিবাচৰ বিষয়ে বাতৰি প্ৰকাশ কৰিব

  • @ParthaBharali-sn5so
    @ParthaBharali-sn5so Місяць тому +11

    লাজ পাইছে মামাই

  • @pompipatgiri
    @pompipatgiri Місяць тому +7

    এতিয়া।।বি।জে।পি।।ৰ।।চৰকাৰ।।নহয়।।এতিয়া। বেপাৰী ৰ।চৰকাৰ

  • @hemjeet2023
    @hemjeet2023 Місяць тому +25

    হিমন্ত হাটাও অসম বচাও অভিযান আমি শিক্ষিত নৱপ্ৰজন্মই বুকুত হাত দি সংকল্প লৈছো ,ৰাইজ আমি সকলোৱেই সজাগ হবৰ হল ৰাইজ। হিমন্তৰ চৰকাৰ থাকিলে অসমখনৰ ঐতিহ্য নাথাকিব আৰু অসম বিক্ৰী কৰি বিদেশীক গতাই দিব ৰাইজ

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k Місяць тому +1

      হিমন্ত চৰকাৰ জিন্দাবাদ জিন্দাবাদ ❤

    • @benudharmoran1970
      @benudharmoran1970 Місяць тому

      ​@@user-vj2kb1sb8k Kam ni bjp

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k Місяць тому +1

      @@benudharmoran1970
      এতিয়াও আৰু বহুত কাম কৰিব লগীয়া আছে বিজেপিয়ে । ইমানতেই উন্নয়নৰ কাম শেষ হল বুলি ভাবিছে নেকি আপোনালোকে ? এইখন চৰকাৰে আৰু বহু উন্নয়নৰ কাম কৰিবলৈ বাকি আছে । এতিয়ালৈকে আধাতকৈ বেছি উন্নয়ন হৈছে হলেওঁ আৰু বহু উন্নয়নৰ কাম বাকী আছে আৰু আমি আশাবাদী ...

  • @deadlydrax2711
    @deadlydrax2711 Місяць тому +2

    Gourav Gogoi is coming to power next 26 strongly.

  • @habibtanbir7003
    @habibtanbir7003 Місяць тому +8

    Assam t non BJP government hole ai dalali kora channel tur ki j hobo 😮

  • @NurulIslam-ry8zw
    @NurulIslam-ry8zw Місяць тому +1

    Congress zindabad zindabad

  • @ashrafurrahman8629
    @ashrafurrahman8629 Місяць тому +1

    Gourav Gogoi zindabad 🎉🎉🎉

  • @tapansaikia5798
    @tapansaikia5798 Місяць тому +3

    2026 T again BJP Government.Likhi Rakhowk.

  • @jatinkonwar883
    @jatinkonwar883 Місяць тому +8

    ২৬ৰ পিছত c m েয় মাখি মাৰি থাকিব লাগিব

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k Місяць тому +1

      ২০ বছৰত কৰিব লগিয়া কাম মামাই তিনি বছৰতেই কৰি শেষ কৰিলে ।

  • @tapansaikia5798
    @tapansaikia5798 Місяць тому +1

    Aibilak golehe BJP karone Val.

  • @MonikaKakoti-sb4jv
    @MonikaKakoti-sb4jv Місяць тому

  • @janjolali3378
    @janjolali3378 Місяць тому

    B,, J,, P,, BAD,, DIBO, MAMA,, KAM,, NOHOBO. AEBAR

  • @paporigogoi8980
    @paporigogoi8980 Місяць тому +8

    উজনি অসমত BJP শেষ হব 26ত

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Місяць тому +2

      অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
      এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
      ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
      আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
      অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
      এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
      যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধিৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Місяць тому

      ​@@thepoliticalawareness1021aku nhoi dyok gote axomiya jati sess hoi jaok...aree bjp beya hl buli congress k support jodi kribo paree ki kom auro 😂😂😂

    • @kumudbaruah2001
      @kumudbaruah2001 Місяць тому

      ​@@thepoliticalawareness1021অত্যন্ত উদ্বেগ জনক বিষয়ৰ ওপৰত মন্তব্য কৰিছে। আপুনাৰ উল্লেখিত বিষয় সমুহে টোপনিৰ ভেশচন ধৰিথকা অসমীয়াক কিঞ্চিত হলেও চিন্তিত কৰিব বুলি আশা কৰিছো। চেকুলাৰ শব্দ টো ১৯৭৫ চনত সংবিধানত গজ হজিয়াকৈ সোমাই পৰি অসম আৰু অসমীয়াৰ বাবে কালৰূপ ধাৰণ কৰিলে। ভোটৰ লালসাত বাংলাদেশী মিঞা মুছলমানেৰে নিজেই নিজৰ জাতিটোক চিৰদিনৰ কাৰনে নিঃশেষ কৰি পেলালে। এয়া কোন? জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰি গনতন্ত্র আৰু সংবিধান হত্যা কৰি চেকুলাৰ নামৰ পোচাক যোৰ পিন্ধোৱা কংগ্রেস নহয়নে? আ মাৰ দৃষ্টিক কংগ্রেস অসমীয়াৰ চিৰ শত্রু।

    • @nayan.j
      @nayan.j Місяць тому +2

      ​@@thepoliticalawareness1021তুমি তোমাৰ মালিকক সোধা ১৬মে’ৰ পাছত টালি টোপোলা বান্ধিব লাগিব বুলি কৈ এতিয়ালৈকেও কিয় বাংলাদেশী ঘূৰি ফুৰিছে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে বেয়া পাব নেকি

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Місяць тому

      @@nayan.j আপুনি নপঢ়াকৈ কিয় reply দিছে। একে কথা আপোনাকো সুধিব ৰাইজে কিয় আপোনাৰ মালিকৰ বাংলাদেশী মূলৰ মানুহৰ প্ৰতি প্ৰেম?

  • @arzedhussain387
    @arzedhussain387 Місяць тому +1

    আপোনাক ও আমনি পোৱা হৈছে ৰাইজে চাৰ

  • @basisthaacharya6590
    @basisthaacharya6590 Місяць тому +5

    আমাৰো ইয়াত পাচলি বেপাৰী কেইজনমানেও এটা নতুন দল খোলাৰ সিদ্ধান্ত লৈছে। 😂😂😂

  • @nripenborgohain201
    @nripenborgohain201 Місяць тому +1

    ধন্যবাদ আপোনালোকক

  • @mofijali4108
    @mofijali4108 Місяць тому

    কংগেছ খালি নহয়

  • @shyamalbiswas1449
    @shyamalbiswas1449 Місяць тому +3

    Congress hatau

  • @PranayBasumatary-cx5gq
    @PranayBasumatary-cx5gq Місяць тому

    Mama katia ahibo Congress t

  • @asaduddinowaisi_gharwapsi
    @asaduddinowaisi_gharwapsi Місяць тому +1

    Swarthopor bure dol erile bhal hobo.
    Good job

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    মোক কোটি টকা দি কোনেও কলৈকো নিব'নোৱাৰে!!

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw Місяць тому +1

    Mani laisane atia

  • @taidtriluchan
    @taidtriluchan Місяць тому

    Very good Diciason

  • @karunarabha6474
    @karunarabha6474 Місяць тому +3

    Arile arok bjp konu apoti nai

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g Місяць тому

    Hosa kotha

  • @BhaskarjyotiHazarika-qm3te
    @BhaskarjyotiHazarika-qm3te Місяць тому

    Start

  • @nanareshpegu588
    @nanareshpegu588 Місяць тому

    Good 👍👍👍👍👍very good

  • @nituali1449
    @nituali1449 Місяць тому

    Wel come

  • @birendranathsaikia2350
    @birendranathsaikia2350 Місяць тому

    Don't join in Congress , request to unite regional parties otherwise we the indigenous communities will be ruled by Bangladeshis Muslim . Please note in lots.

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j Місяць тому

    Good news ❤

  • @JayantaDas-qt3mq
    @JayantaDas-qt3mq Місяць тому

    Kam aru ki asai aji Jodi A G P Kali B J P😅

  • @binitadeka4370
    @binitadeka4370 Місяць тому

    কামত নাহা কেইটা বি,জে, পি এৰি গলেও কথা নাই। স্বাথলোভি সিহত।

    • @pulakkonwar5082
      @pulakkonwar5082 Місяць тому

      কংগ্ৰেছ এৰি যোৱা বোৰ নিস্বাৰ্থ

  • @jayantachoudhury260
    @jayantachoudhury260 Місяць тому

    CM Sir congress khali kori BJP tu Barbat nokoribo

  • @AbubkkrAli-hd9eb
    @AbubkkrAli-hd9eb Місяць тому

    চার,আপনি,বলেছি,কলে,নেকি

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому

    BJP Sarkar very 000000000 Assam CM BJP 😂😂😂😂😂😂😂😂

  • @gunjalkalita7187
    @gunjalkalita7187 Місяць тому

    Good

  • @user-ml8ww9sg7p
    @user-ml8ww9sg7p Місяць тому +1

    गेल तर मन गिलिले हिमन्त। तर आरु दाम कमिसे।

  • @bharatbaruah5702
    @bharatbaruah5702 Місяць тому

    নিউজ লাইভ বাচি থাকিব নে

  • @mrinmoychakraborty8426
    @mrinmoychakraborty8426 Місяць тому

    Mamai eta signal dile ji oha juwa soli a thake 26 t mane mama aru Congress t a jabo

  • @dipentalukdar5626
    @dipentalukdar5626 Місяць тому

    গাদি হৰুবা ভয় আহিল নেকি

  • @jatinkonwar883
    @jatinkonwar883 Місяць тому

    ধুনিয়া😅

  • @saamsammy9406
    @saamsammy9406 Місяць тому

    Eya news live e ne

  • @champaknath3239
    @champaknath3239 Місяць тому

    Ata ktha thik 😂

  • @majedulislam3332
    @majedulislam3332 Місяць тому

    Hamontobiso sarma akha kori thakok bjor murat chaca pani dalivo 2026Electsonat

  • @KishorDeka-ig1ty
    @KishorDeka-ig1ty Місяць тому

    Aibilak bidhayak or name hona nasilo ajihe hunilo jaok de valei hol adha batuwa bilak thaki lav nai BJP jindabad

  • @user-hk2kr2zf2h
    @user-hk2kr2zf2h Місяць тому

    Godi.media

  • @kakoligayan2065
    @kakoligayan2065 Місяць тому

    ঐ বিজেপি
    কংগ্ৰেছত
    আহি আনৰ অনিষ্ট নকৰিবি
    .

  • @user-cd6iu7xb4o
    @user-cd6iu7xb4o Місяць тому

    বি জে পি ক ভাল নোপোৱা হৈছে...তহতৰ চেনেলটোৰ বাবে আৰু তহতৰ মালিক হিমন্তৰ বাবে ।

  • @upendrakalita9054
    @upendrakalita9054 Місяць тому

    Baba jatitok tupi pindhai asade aru....ha ..ha..ha....

  • @dipankarnath4652
    @dipankarnath4652 Місяць тому

    News live r br dukh...

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f Місяць тому

    Himantar kathar kunu velu nai

  • @user-id7fr7qg1g
    @user-id7fr7qg1g Місяць тому

    Ajp Bjp tata by by

  • @ramemdas4194
    @ramemdas4194 Місяць тому

    Aponar ses ar

  • @hdbbjail2003
    @hdbbjail2003 Місяць тому

    Faltu. Kota

  • @ayangentertainer9975
    @ayangentertainer9975 Місяць тому

    bjp 26t ses tohot news liver kam ki hobo

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Місяць тому +2

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধিৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।

  • @parthodas493
    @parthodas493 Місяць тому

    Apuni katea cang hbo gom pua tu ha imprtnt asil

  • @mrinmoychakraborty8426
    @mrinmoychakraborty8426 Місяць тому

    26 t tohote kar selekibi decide koriso ne ??

  • @ramemdas4194
    @ramemdas4194 Місяць тому

    Hinduo loi ki karisay apuni

  • @Akd617
    @Akd617 Місяць тому

    BJP jindabad..... Jai Shree Ram

  • @ANISURRAHMAN-jg2xk
    @ANISURRAHMAN-jg2xk Місяць тому

    Publish today's by election result.
    BJP jikile to aji headline korili hoy news tu.
    BJP k aru kiman bosabi news live😂

  • @habibtanbir7003
    @habibtanbir7003 Місяць тому

    Joya kali dekhon nilaz Dalal r nisinakoi BJP t sob thik ase buli defend kori news publish korisil aji ki hol😂😂😂 himmat ase jodi aji declare hoya by election r result r kotha kook 😂

  • @monjit2617
    @monjit2617 Місяць тому

    Fokotia mukhymontri....tatke fokotia apunaluk...😅

  • @Bobbi235
    @Bobbi235 Місяць тому

    Ai Bilak Batari Assamar Raije pasa Bilahi Pasa Alu Pasa Mas Ghrina Laga Batari Assamar Raije Thu Thu Thu Thu Thu Dib

  • @inamulhoque1232
    @inamulhoque1232 Місяць тому

    😂😂😂😂 আৰু বেছি নকলো

  • @parthaprotimbora368
    @parthaprotimbora368 Місяць тому +1

    Congress zindabad