বিজেপি ত্যাগ সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিলে নলবাৰীৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই...

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • অৱশেষত বিজেপি ত্যাগ সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিলে নলবাৰীৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই। আগষ্টৰ ৮ বা ৯ তাৰিখে বিজেপি ত্যাগ কৰিব প্রাক্তন বিধায়কগৰাকীয়ে। কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিও দুমাহে কোনো সমিধান লাভ নকৰি ক্ষোভিত অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষগৰাকী। সমান্তৰালভাৱে নিজৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলোৱা বুলিও ক’লে প্রাক্তন বিধায়কগৰাকীয়ে।
    #pratidintime #assam #assamnews

КОМЕНТАРІ • 53

  • @anirudhakalita4041
    @anirudhakalita4041 Місяць тому +22

    মই নলবাৰী সমষ্টিৰ হয় । যেতিয়া আমি সৰু আছিলো তেতিয়া নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হয় মদন কলিতা agp ৰ নগেন শৰ্মা বা তেখেতৰ পত্নী অলকা দেশাই শৰ্মা আৰু BJP প্ৰাৰ্থী অশোক শৰ্মা , অশোক শৰ্মা কিন্তু নিৰ্বাচনত জয়লাভ নকৰে সকলোৱে জানে ,তেখেতেও জানে,কিন্তু দলটো ধৰি ৰাখিছিল , তেতিয়া আমাৰ মা -দেউতাই agp ক ভোট দিছিল ‌।

  • @anonymous_assamese4838
    @anonymous_assamese4838 Місяць тому +13

    অশোক শৰ্মা এজন ভাল মানু্হ ❤

  • @sanjibdas3774
    @sanjibdas3774 Місяць тому +16

    একেবাৰে সছা কথা। মই নলবাৰী সমস্তিৰ হয়। মই অসোক শৰ্মা ডাঙৰীয়াৰ লগত আছো

  • @sarjibulchoudhury8853
    @sarjibulchoudhury8853 Місяць тому +5

    good decision

  • @dbhargab
    @dbhargab Місяць тому +1

    ভাৰতবৰ্ষৰ ৰাজনীতিত এখন আইনৰ প্ৰয়োজন আছে যে এবাৰ কোনোবা এটা যোগদান কৰিলে তেওঁ আৰু অন্য দলত যাব নোৱাৰে তেতিয়াহে আমি প্ৰকৃত গণতন্ত্ৰ দেখা পাম আৰু দুৰ্নীতি কৰিবলৈও নেতাই ভয় খাব ।

  • @Nearest-wo5co
    @Nearest-wo5co Місяць тому +3

    বহুত ভাল মানুহ অশোক শৰ্মা

  • @NG-cg3ip
    @NG-cg3ip Місяць тому

    Very true

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 Місяць тому +2

    Ashok sharma good disison

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys Місяць тому +6

    বি.জে.পি. বেয়া মানেই কংগ্ৰেছ ভাল হব পাৰে নেকি ?

  • @kulenchpathak
    @kulenchpathak Місяць тому +13

    অশোক শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্তক আদৰনি ৷

    • @gunajitsarma5579
      @gunajitsarma5579 Місяць тому

      Umm adori louk ,aponalokar dolar babe perfect hb 😂😂

    • @alokdutta5907
      @alokdutta5907 Місяць тому

      @@gunajitsarma5579 Nohoi neki bjpr 1500 tokiya andhbhakt

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru Місяць тому +2

    Good decesion

  • @hirakjyotiroy3362
    @hirakjyotiroy3362 Місяць тому +3

    Congress t o aku napai

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 Місяць тому +4

    Gourav Gogoi zindabad

  • @mukutnath1419
    @mukutnath1419 Місяць тому

    Mr Sarmah you are nobody.

  • @Nyapar424
    @Nyapar424 Місяць тому

    Good sir

  • @nikhilsworld7044
    @nikhilsworld7044 Місяць тому +1

    Apunar iterview sai sai birokti lagise... Kiman baat sabo , ako nidiye bjp a apunak... Ki kore xonkale korok he probhu

  • @rekiburzaman2909
    @rekiburzaman2909 Місяць тому

    Ashok da ❤❤❤

  • @abedurrahman457
    @abedurrahman457 Місяць тому

    😢😮

  • @Nishamanitalukdar-ql1hk
    @Nishamanitalukdar-ql1hk Місяць тому +3

    ইয়াৰ ভায়েক ফনি শমা ই পইছা লৈ বহুতক চাকৰি দিছে ৷

  • @hemantamahanta8384
    @hemantamahanta8384 Місяць тому +8

    ক্ষমতা নোপোৱা বাবে দল বাগৰিছে বিধায়ক হৈ এচি ৰুমত বহি বহি দৰমহা লবলৈ দল বাগৰিছে ।শুভেচ্ছা থাকিল

    • @digantahazarika3728
      @digantahazarika3728 Місяць тому

      Tumr ghor mnuhe kimn anke koribo parisil
      Ghar sob mnuh saake apolitical aru kunu sakori nai
      Laz okn rakhi comment diba ajon val mnuhor krne...
      Mnuh jonok personally sini napale kotha nokobae...
      Kaile tumr detak loi moi comment korile tumi knkua paba...
      Moi tu sini napau teuk
      Tnkei laz okn rakhi comment diba nilaz nohoba

    • @bijoydeka9134
      @bijoydeka9134 Місяць тому

      Aponi ajon andho bhokto

    • @digantahazarika3728
      @digantahazarika3728 Місяць тому

      @@bijoydeka9134 hoi diok amie andho bhakt

  • @bitunath7342
    @bitunath7342 Місяць тому +1

    Bhalei karise

  • @bijukumarmali8786
    @bijukumarmali8786 Місяць тому +8

    ভৱিষ্যতে টিকট পোৱাৰ আশা নেদেখি দল বাগৰিবলৈ ওলাইছে 😂

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc Місяць тому +3

    কাম নাই এইতোৰ । টিকেটৰ লোভত আহিচে

  • @guneswarnath7332
    @guneswarnath7332 Місяць тому +2

    এই কাম নথকা চামছা সকল যোৱা ভাল এবাৰ MLA হৈ কি দাল কৰিছে দেখা পাইছো

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому +4

    Congress zindabad 💯

  • @Kamaljj7xz
    @Kamaljj7xz Місяць тому +1

    তাৰিখ দি থাকিব দৰকাৰ নাই বিজেপিৰ ধুলি-মাকতিবোৰ য’ত যায় সোনকালে যাব লাগে... শুনি শুনি আমনি লাগিছে আৰু..

  • @kumudbaruah2001
    @kumudbaruah2001 Місяць тому +6

    অশোক শৰ্মা ৰ বিজেপি দলৰ নীতি আদৰ্শৰ পতি কোনো আস্থা নাই। কেৱল তেওক খ্যমতা লাগে।

  • @nayankaibarta3206
    @nayankaibarta3206 Місяць тому +1

    Ako kam nai Ashok sarmar ,bekar boki thake,faltu korobar,matro khomota lage..

  • @user-dp1xp7pj6h
    @user-dp1xp7pj6h Місяць тому +1

    কোগ্ৰেছেও আপোনাক মাজ সাগৰত পেলাই দিব।

  • @user-sp5sy3cy5o
    @user-sp5sy3cy5o Місяць тому +4

    একটকাৰদামনাই

  • @upenhaloi3018
    @upenhaloi3018 Місяць тому

    Apuni 40000 hajar badei 400 karmi loi congres jogdan Kari dekhuwak

  • @tulshihazarika-ru4ji
    @tulshihazarika-ru4ji Місяць тому

    Congratulations for your courage

  • @gunajitsarma5579
    @gunajitsarma5579 Місяць тому +2

    Jabo de kamot nohuwa manuh

  • @hirakjyotiroy3362
    @hirakjyotiroy3362 Місяць тому

    Matter nokore

  • @Hgdfgvdddvv
    @Hgdfgvdddvv Місяць тому +1

    Ashok sharma kun

    • @SalmanAhmed-ex8vv
      @SalmanAhmed-ex8vv Місяць тому +1

      ex MLA BJP k solai niya pre puroni bjp r manuh asil

    • @SanjayKumar-td9um
      @SanjayKumar-td9um Місяць тому +1

      Ashok sarma is an honest person.

    • @sunildutta3640
      @sunildutta3640 Місяць тому

      নিকা মানুহক ভোট দিব লাগিব।

  • @utpalborthakur8604
    @utpalborthakur8604 Місяць тому

    Sini napalu. Ex MP ne Ex MLA

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому +1

    BJP Sarkar very mama Kam nai go back

  • @manashhira7222
    @manashhira7222 Місяць тому +5

    থ থ টুৰ নিচিনা দালাৰ নিচিনা মানুহ বিজেপিত কাম নাই কেল্লা 😂😂