ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

Поділитися
Вставка
  • Опубліковано 4 лип 2024
  • মাজুলীৰ পহুমৰা মথাউৰি ছিগাক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাকযুদ্ধ সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে সমালোচনা কৰি নিজৰ স্বৰ্গগামী পিতৃকহে গালি পাৰিছে মন্তব্য কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
    #pratidintime #assam #assamflood #gouravgogoi

КОМЕНТАРІ • 165

  • @user-gv2qb2ir2r
    @user-gv2qb2ir2r 15 днів тому +66

    তাৰমানে BJP এ কংগ্ৰেছৰ দিনৰ পৰা এটাও মথাউৰি মেৰামতি কৰা‌ নাই ।

  • @PhilosopherAssam
    @PhilosopherAssam 15 днів тому +31

    মৃত ব্যক্তিকলৈ ৰাজনীতি 🤮
    মালটো বহু তললৈ নামিছে ।
    গৌৰৱ গগৈ ডাঙৰীয়াৰ ধৈর্য বৰ প্রশংসনীয় ❤️

  • @user-et5tq1em6o
    @user-et5tq1em6o 15 днів тому +54

    গৌৰৱক যে কৈছে দেউতাকক গালি পাৰিছে,
    হিমন্তইনো ১৬ ৰ আগত কি দলত আছিল

    • @prabhatchborah3751
      @prabhatchborah3751 15 днів тому +6

      সেই সময়ত তেৱেঁই আটাইতকৈ বিশ্বস্ত সেনাপতি আছিল তৰুণ গগৈ দেৱৰ।

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 15 днів тому +48

    মূখ্যমন্ত্রীৰ টোলোঙা মন্তব্যৰ সলনি বান পীড়িত সকলৰ বৰ্তমানৰ কথা চিন্তা কৰিলে বেছি ভাল হব।

    • @pranjal3406
      @pranjal3406 15 днів тому

      Bhahut vl lagil

    • @theeasternworld
      @theeasternworld 15 днів тому

      2003 me food rokne kaaccha technology bhi nahi tha. Ab to he, karke dikhao.

  • @debashiskhound2160
    @debashiskhound2160 15 днів тому +33

    ইমানদিনে মানে মথাউৰিৰ মেৰামতি নকৰাকৈ চৰকাৰ বহি আছিল? 🤔

  • @birenburagohain8132
    @birenburagohain8132 15 днів тому +28

    চৰকাৰে নিজৰ দায়িত্ব পালন কৰি যাব লাগে।কাৰো সমালোচনা নকৰি কাৰ্য্যৰ যোগেদি নিজৰ পৰিচয় দিব লাগে।

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 15 днів тому +42

    আপোনাৰ দিনত হাতীমুৰা মাঠাওৰী কি হ'ল। যোৰহাটত আমি আপোনাক শিক্ষা দিলো

    • @prabalnath4555
      @prabalnath4555 14 днів тому

      জাতি মাটি বিছাৰি মিয়াক ৰক্ষা কৰা কংগেছক ভোট দি মূৰ্খৰ পৰিচয় দিলা।এতিয়া জাতি মাটিৰ কথা কবলৈ লাজ নেলাগিবনে?

    • @user-zi9fh7ne2s
      @user-zi9fh7ne2s 14 днів тому +3

      @@prabalnath4555 মিঞা‌ মিঞা বুলি চিঞৰি থাকা কেন্দ্ৰীয় চৰকাৰ বিজেপি ৰাজ্য চৰকাৰ বিজেপি মিঞাক খেদিব লাগে। ২০১৬ চনত মোদীয়ে কি কৈছিল মনত পেলাব।

  • @golapborah12
    @golapborah12 14 днів тому +12

    হিমন্তয়টো গৌৰৱৰ পিতৃ পৰাই ৰাজনীতি কৰিছিল, মানে বুজিলো উপকাৰীক অজগৰে খাই।

  • @mainam8554
    @mainam8554 15 днів тому +15

    আপুনি মানে এতিয়া লোকে এটাও মথাউৰি বনোৱা নাই নি

  • @debajanibaruah3105
    @debajanibaruah3105 15 днів тому +37

    মাথাউৰি ভাঙিলে গৌৰৱৰ দেউতাই বনোৱা হয় নেকি ।আৰু নেভাঙিলে বিজেপি বনোৱা হয় ।গৌৰৱৰ কথাবোৰ সচা শুনি ধৈয্য ধৰিব পাৰি ।

  • @joshnaray3117
    @joshnaray3117 15 днів тому +13

    মামাৰ হাহিতু আচল হাহি নহয় গৌৰৱ গগৈক ইঞ্চেল মৰা হাহি মানুহে বুজি পায়

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 15 днів тому +8

    নিজৰ অকৰ্মণ্যতাৰ পৰিচয় কিয় দিছে মূখ্য মন্ত্ৰী মহাশয়...
    ১০ বছৰ আগতে বনোৱা মাথাউৰি এটাৰ মেৰামতি যদি কৰাই নাই... তেন্তে কৰিছে কি...
    আনৰ পৰা কিবা বস্তু ক্ৰয় কৰিলে কিনোতাই পিছত ভালদৰে মেৰামতি কৰি লয়...
    শাসন ভাৰ লোৱাৰ ৮ বছৰ কি নাক বজাই শুই আছিল নেকি...
    নে হিন্দু মুছলিম কৰি শুই থাকোঁতে গল...
    নিজৰ দোষ আনৰ ওপৰত দলিয়াই দিলেই কোনোয়ে মানি নলয়

  • @prabhatchborah3751
    @prabhatchborah3751 15 днів тому +6

    মথাউৰি নিৰ্মাণত আৰু মেৰামতিত ৰাজনীতি কৰাতকৈ সকলোৱে কামত অগ্ৰাধিকাৰ দি ৰাইজক উদ্ধাৰ কৰা চিন্তা কৰক !

  • @bakulboruah2026
    @bakulboruah2026 15 днів тому +8

    জননেতা গৌৰৱ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @assamvoice01
    @assamvoice01 15 днів тому +10

    2004 চনত হিমন্ত দা কংগ্ৰেছৰে মানুহ আছিল 😂

  • @hirokjyotiborah5966
    @hirokjyotiborah5966 15 днів тому +8

    কলিয়াবৰৰ মঠাউৰিনো কাৰ দিনত বনোৱা? কি কথা কয় হে মামা

  • @user-pe1pq9zk4x
    @user-pe1pq9zk4x 15 днів тому +18

    তৰুণ গগৈ দিনৰ মাথাউৰী এতিয়াৰ দম্ভালীমৰা ৰাজনৈতিক দালালীবোৰ কিয় বনোৱা নাই।

  • @bibekbhatta254
    @bibekbhatta254 15 днів тому +7

    কথাত কটা যায় আৰু কথাত বটা পাই

  • @DebojitkrboraBora
    @DebojitkrboraBora 14 днів тому +4

    সঁচা কথা কাৰণ কেশৱ মহন্তৰ পৰিয়ালত হাতমুৰা মথাউৰি ঠিকা নোপোৱা হ'লে নাভাগিলে হেঁতেন।।

  • @animecontent8296
    @animecontent8296 15 днів тому +23

    কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী জন সাধাৰণ ভোটাৰ আছিল নেকি।যদি কংগ্ৰেছৰ দিনত মঠাউৰি বেয়াকৈ বনোব়া হৈছিল, সেই সময়ত তেখেত কংগ্ৰেছ পৰিয়ালৰ দ্বিতীয় জন ব্যক্তি আছিল। গতিকে কথাই প্ৰতি কংগ্ৰেছক দোষাৰোপ কৰাতকৈ নিজে কৰি অহা ভুলৰ বাবে আত্ম সমালোচনা কৰক। কাৰণ ভোটাৰ সকলক এতিয়া ইমান বুৰ্বক বুলি না ভাবি ব। আপুনি যি কব সেইটোকে ভোটাৰে শুদ্ধ বুলি ধৰি লব।

  • @nayankumarpawe2671
    @nayankumarpawe2671 15 днів тому +3

    বিৰোধ কৰিছোঁ বুলিয়ে ইমান তললৈ এজন মুখ্যমন্ত্ৰী যাব নালাগে বুলি ভাবোঁ। তৰুণ গগৈ ডাঙৰীয়াই শেষৰ কাৰ্যকালত এনেকুৱা তুলুঙা মন্তব্য দিছিল। তথাপিও তিনিটা কায্যৰ্কাল খালেই। আপুনিটো এটা কাৰ্যকালতে এনেকুৱা অহংকাৰী তুলুঙা কথাকৈ এটা কায্যৰ্কালতে গাদি যাব যেন অনুমান কৰিব পাৰি

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 13 днів тому +1

    এনেকুৱা কথা ৰাইজে মামা পৰা আশা নকৰে এইবোৰ তুলুঙা মন্তব্য

  • @dipanjalidutta2454
    @dipanjalidutta2454 15 днів тому +5

    Apunitu kongress asil mama

  • @PK.Travel
    @PK.Travel 15 днів тому +10

    হেমন্ত বাবু এতিয়া গা... কংগ্ৰেছ কংগ্ৰেছ 😂

  • @enjoyamazinglife
    @enjoyamazinglife 15 днів тому +1

    মুখ্যমন্ত্ৰীৰ মন্তব্য বহুত পাতল

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 14 днів тому +2

    Congress ছে বনোৱা মথাউৰিত , মুখ্যমন্ত্ৰী জনে খোজ দিব নালাগে ।

  • @mehek__borakhavlogs3534
    @mehek__borakhavlogs3534 15 днів тому +5

    কংগ্ৰেছ চৰকাৰ হৈ থাকোঁতে মামা আপুনি BJP ত আছিল নে কংগ্ৰেছ ত আছিল , নিজকে হোধি চাওক এবাৰ

  • @Csk.16233
    @Csk.16233 13 днів тому

    এজন‌ মুখ্যমন্ত্ৰী হৈ দিনক দিনে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাটো ৰাজ্যৰ বাবে শুভ সংকেত নহয় ।

  • @rumineog6736
    @rumineog6736 14 днів тому

    মুখ্যমন্ত্ৰী এজনে এনেকুৱা তুলুঙা মন্তব্য দিব নেলাগে

  • @aliciadawns8535
    @aliciadawns8535 15 днів тому +1

    CM r hanhitu bor dhunia dei.

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 9 днів тому

    তেতিয়াৰ চৰকাৰো আপোনালোকৰে আছিল, এতিয়াও আপোনাৰে চৰকাৰ ।ভাল কাম কৰক ভাল মান পাব।

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o 15 днів тому

    মুখ্যমন্ত্ৰীৰ মুখৰ হাহিটো‌ ভাল লাগিল দেখি।

  • @user-os1os6uk4d
    @user-os1os6uk4d 9 днів тому

    Cm সপোন দেকী লাভ নাই গগৈ দাদা😅😅😅

  • @MajemAli-rj8mv
    @MajemAli-rj8mv 14 днів тому

    দশ বছৰে আপু না লোকে কি কৰিলে পুৰানা মাধাউৰী মেৰামতি কৰিব লাগিছিল

  • @champaknath3239
    @champaknath3239 15 днів тому

    Val lage gourav da apunk❤

  • @nirmalhazarika
    @nirmalhazarika 14 днів тому

    মাথাউৰিবোৰ প্ৰতিবছৰে মেৰামতি কৰা নহয় তাৰমানে ?

  • @ptentertainment5744
    @ptentertainment5744 15 днів тому

    Good advice

  • @prasantaprasanta4503
    @prasantaprasanta4503 10 днів тому

    বুজিছো কংগ্ৰেছৰ দিনত বনোৱা মথাউৰি অতদিনে মেৰামতিও নকৰিলে ।

  • @Gjpchannel23
    @Gjpchannel23 10 днів тому +1

    ১০০%পাগল মুখ্যমন্ত্ৰী

  • @pranjalbaruah6225
    @pranjalbaruah6225 15 днів тому

    Cm must learn From Gaurav Gogoi..

  • @jaychankarboro4439
    @jaychankarboro4439 15 днів тому

    What type of CM he is.

  • @brahmanandadutta7357
    @brahmanandadutta7357 13 днів тому

    কংগ্ৰেছৰ ৬০ বছৰীয়া শাসন কালত লুটি পুটি নেখাই ৫০%খাই ৫০% কাম কৰা হলেও আজিৰ অসম এনেদৰে নাথাকিলেহেঁতেন। কথাৰ ফুলজাৰিত কাম নহয়।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 15 днів тому

    Gaurav Gogoi zindabad 💯🙏💪

  • @rupdutta3305
    @rupdutta3305 14 днів тому

    Apuni u tetiya congress t asil nki mama?

  • @FaridaBegum-f6e
    @FaridaBegum-f6e 15 днів тому

    Good❤

  • @mridulbora409
    @mridulbora409 15 днів тому

    Xeyal hoi mama

  • @abulhussaintapadar6739
    @abulhussaintapadar6739 15 днів тому

    Apunaluke 10 years complete hoboloi goi asa

  • @durlovgogoi5965
    @durlovgogoi5965 15 днів тому

    ঠেলা ঠেলি ৰাজনীতি কৰি জনপ্ৰতিনিধিৰ পৰিশ্ৰয় দিয়াতো এৰক। আনৰাজ্যত গৈ নিজকে এজন বহুত দক্ষ্য দেখুৱাই,নোহোৱা কামবিলাক এতিয়া দক্ষতাৰে কৰি জনসাধাৰণৰ কল্যাণৰ হেতু দক্ষ্যতাৰ পৰিশ্ৰয় দিয়ক।

  • @BiswaJit-uk9ww
    @BiswaJit-uk9ww 12 днів тому

    No mama

  • @user-pn5zs2hn3v
    @user-pn5zs2hn3v 14 днів тому

    Gaurav gogoi jindabad

  • @padmesharshenapati6895
    @padmesharshenapati6895 13 днів тому

    Worldat pani hoise

  • @theeasternworld
    @theeasternworld 15 днів тому +1

    PWD department me commission % paisa Minister ko jyada milta he jara samjha karo. Jisme jyada commission milega wahi dept. lega na. Jal sampad bibhag me paisa thoda kam milta hai na

  • @SADAGARMILI
    @SADAGARMILI 13 днів тому

    ✔️✔️✔️

  • @gunakantabaruah6243
    @gunakantabaruah6243 14 днів тому

    মাটিৰ মঠাওৰিৰ কিবা gourantee থাকেনে। আমি কম বিভাগ এটা আছে যেতিয়া ইয়াৰ নিয়মীয়াকৈ পৰ্যবেক্ষণ ও সামান্য মেৰামতিৰ maintenance শিতানত কিমান টকা ধাৰ্য হয়। ইয়াৰ এক প্ৰতিবেদন লাগে। চৰকাৰ চলালে এই সকলো কথা দৰকাৰ। কোনে কেনেকৈ বনালে ইমান প্ৰয়োজন নাই। সেয়ে সকলো কথাত এতিয়া কঠোৰ নহ'লে বিপদ হ'ব।

  • @manabkalita2660
    @manabkalita2660 14 днів тому

    great gourav😅

  • @hemantamahanta5578
    @hemantamahanta5578 13 днів тому

    কংগ্ৰেছৰ দিনত বনোৱা মথাউৰিবোৰ ভাল কৰাৰ দায়িত্ব বি জে‌‌‌‌‌‌ পি‌‌ চৰকাৰৰ নাই নেকি । দেউতাকে বনোৱা ঘৰ পুতেকে ভাল কৰিব নোৱাৰিলে তাক কুপুত্ৰ বা কুলাঙ্গাৰ পুত্ৰ বুলি সকলোৱে লেই লেই চেই চেই বুলি দুৰতে বিদুৰ হোন্ত তাৰ ।

  • @karabibaruah2135
    @karabibaruah2135 14 днів тому

    Hokuni mama 😂😂

  • @papuborgohain8156
    @papuborgohain8156 15 днів тому +4

    পৰিদৰ্শন কৰিলে কি হব কাম কৰিব লাগিব

    • @thedevogramstory7483
      @thedevogramstory7483 15 днів тому

      Hoi da akal himanata, piyaz aru maluak property bonaba di baki bur kam korila hba na?

  • @mousumlason13
    @mousumlason13 13 днів тому

    Public r flood r Solution uliabo lage ne political juddho koribo lage. First priority homadhan korok tar pasot politics khelibo. Shame

  • @ptentertainment5744
    @ptentertainment5744 15 днів тому

    HBS sir apuni kun swargat asil?

  • @purnanath-oh9ts
    @purnanath-oh9ts 14 днів тому

    মূখ্যমন্ত্ৰী দাঙৰিয়া আপোনাৰ মূখত হাঁহি বিৰিঙাইচে বানপানী উপঙা ৰাইজে চকুলো তুকিচে বিৰুদ্ধিৰ কথা শুনিব লাগে তেতিয়া ৰাজ্যৰ উন্নতি হ'ব অকল উপলোঙা কৰিলে নহ'ব হাঁহি উত্তৰ ৰাইজে দিব অপেক্ষা মাথো ।

  • @malinemaline-nu7ym
    @malinemaline-nu7ym 15 днів тому

    Gurob gogoi jindabad

  • @utpaldas4016
    @utpaldas4016 13 днів тому

    2004 sanar pisat eyar maintenance o haba lage..

  • @champaknath3239
    @champaknath3239 15 днів тому

    Sarma sir gol aru Buji a napay ki Kay family man sarma sir

  • @naganokbee4589
    @naganokbee4589 14 днів тому

    Apuni tu ata montri
    MP jikile apuni you sorkar apuni k leura tu korise ...

  • @user-eg1we3sx1w
    @user-eg1we3sx1w 8 днів тому

    😢😢

  • @user-ej8mm1de2l
    @user-ej8mm1de2l 15 днів тому

    Cm ha asil tarun gogoi baki hangu pangu aigijona nacil janu

  • @krishnabarman5395
    @krishnabarman5395 13 днів тому

    Rajniti bad desh ka bhola Karo all are same

  • @amritdas1477
    @amritdas1477 13 днів тому

    Tulunga montoibo

  • @Ridip498
    @Ridip498 15 днів тому

    Himanatr mathat okl paisar tnsn ase .blg aro ako mal ni tar mathat

  • @sahidulIslam-ev8kz
    @sahidulIslam-ev8kz 15 днів тому

    Ok

  • @socialmediaworld432
    @socialmediaworld432 15 днів тому

    Tarun gogoi dinnot apuni tu sge montri asile assam.
    Sobe jne mohakhoy history, apunar fotua kotha bad diyok.
    #Boycott himanta.
    # boycott himanta

  • @bhairabbora677
    @bhairabbora677 15 днів тому +2

    মামা মাথাউৰি সমস্যাত আচনি এইবোৰ হব কিন্তু আমাৰ কি হব নিবনুবাবোৰৰ চিন্তা কৰক সময় বহুত পাৰ হল ২৬ পাব আহি সোনকাল কৰক

  • @girinkalita8995
    @girinkalita8995 15 днів тому

    Kiman din Sarkar Karile cm

  • @rmtookjiminsjamsandgivesit1068
    @rmtookjiminsjamsandgivesit1068 15 днів тому

    😮

  • @bestudy8004
    @bestudy8004 14 днів тому

    Joy Gaurav Gogoi

  • @birenkachari5220
    @birenkachari5220 15 днів тому

    Cm himanta mama nijoke gali parise karon he hmoit teo congrest asile ,hokolu manuhe jane ,tetia teo uthi roja bahi roja asile. Teneke koble laaj lagib lagisil

  • @chandankumarsarma9409
    @chandankumarsarma9409 15 днів тому

    Congress pandit

  • @thedevogramstory7483
    @thedevogramstory7483 15 днів тому

    Haha mama emn salu mora mnuhk ari ndiila atia lacture dia sisi

  • @tapandutta7449
    @tapandutta7449 15 днів тому

    CM sir bor nilaj,,,,tekhet tetiya ki congress t nasil,,,sih sih,,,

  • @PikuMainaOfficial
    @PikuMainaOfficial 15 днів тому

    Apuniu cngr dint hei2 party te asil na .. apunlkei bonaesl sge😂

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 15 днів тому +2

    গৌৰৱ গগৈ এ ভালকৈ এজাউৰি দিব লাগে cm অ ক। মগজুত নধৰা কথা কয়। আমাৰ দিনৰ মথাউৰি নহয় মানে আগতে সি bapekor ঘৰত চাহ ভাত বনাই আছিল মানে। ৰাজনীতি কৰা সময় নহয় বুলি কৈ নিজেই ৰাজনীতি কৰে

  • @NitumoniBorah123
    @NitumoniBorah123 15 днів тому +2

    Nilaj CM aapuni eman dine kot asil

  • @user-gh5pr6py1z
    @user-gh5pr6py1z 14 днів тому

    Apuni to kor pora ahisile nu

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 15 днів тому

    C M or montyaba tu val nalagol
    Purona burot repaing koribo napainaki

  • @PobitoroBhumij
    @PobitoroBhumij 8 днів тому

    BJP ❤❤❤❤

  • @lokengogoi5007
    @lokengogoi5007 9 днів тому

    CONGRESSOT 20Yr. Kun HIMANTA SARMAH HEALTH N EDUCATION MINISTRYT AACHIL ,ALL PEOPLE OF ASSAM KNOW IT WILL.. NOW THE TIME TO HELP PEOPLE WHO IS SUFFERING BUT WHO IS NOW ABSENT IN THIS WORLD YOU BLAME HIM ,SO SAD ,THE MAN WHO HELP YOU TOO BUT YOU HAVE NO ANY GOOD INTENTIONS. WHY? MAN IS MORTAL, THEN WHY YOU ? MAN LOVE YOU BUT YOU HATE US , WHY ?❤❤❤

  • @Hostinapurmisingko
    @Hostinapurmisingko 2 дні тому

    Like

  • @babusrk371
    @babusrk371 15 днів тому

    Abdul khalek same Kam korise

  • @hun380
    @hun380 14 днів тому

    Himanta biswa Sarmah laaz lagibo lge......Mora manuhjonok taani ane....nijae kaam vl koribo pora nai.....2026 election t ami congress jika2 bsru ttya hei raije hokah pabo

  • @iballap90
    @iballap90 14 днів тому

    😂😂😂😂 bjp ye 10 years ki bonale

  • @JJB-uc5ev
    @JJB-uc5ev 15 днів тому

    Government BJP r kintu kam koribo nuwari toka khai atia banpani huwa dekhi 10 bosoror agor congress sorkarok jogoriya kore😂

  • @rmtookjiminsjamsandgivesit1068
    @rmtookjiminsjamsandgivesit1068 15 днів тому

    Mama. Aapunar aasol ghorkhon congressei maatro aapunl bjp t ghorjowai goise.

  • @rurallifene4766
    @rurallifene4766 14 днів тому

    Congress dinor mothauri hole tetia apuni asile CM dangoria.Apuni atia he BJP.

  • @digambarkonwar686
    @digambarkonwar686 15 днів тому

    Apuni rajniti korise himonta sar

  • @harrisnarahcreation3355
    @harrisnarahcreation3355 15 днів тому

    Eman opoman dibo bisarise banpiritok

  • @hemontaborah5606
    @hemontaborah5606 14 днів тому

    Nabo nimit hati mura mathauri niman kora thikader jank action luwatu bisarisu.

  • @baharzanbibi1297
    @baharzanbibi1297 15 днів тому

    Bekar cm,like a toy

  • @user-fp3kz3tv4k
    @user-fp3kz3tv4k 15 днів тому

    😂😂😂

  • @pulakkonwar5082
    @pulakkonwar5082 15 днів тому +1

    ইহতে মানুহৰ নিৰাপত্তাৰ কথা নভাবে
    সেইবাবে কংগ্ৰেছৰ দিনৰ মাথাউৰিকেইটাৰ ওপৰত ভৰষা কৰি আছিল