প্ৰতিদিনৰ ভূতে নেৰা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • প্ৰতিদিনৰ ভূতে নেৰা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক। সংবাদমেল পাতি প্ৰতিদিন গোষ্ঠীক ব্যক্তিগত আক্ৰমণ মুখ্যমন্ত্ৰীৰ। স্নাতকৰ নামভর্তিত মাচুল বৃদ্ধিৰ বাতৰিত অসন্তুষ্ট মুখ্যমন্ত্ৰী। প্ৰথমে প্ৰতিদিন টাইমৰ বাতৰিত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া। পৰৱর্তী সময়ত সংবাদমেলত মুখ্যমন্ত্ৰীৰ টার্গেট প্ৰতিদিন গোষ্ঠী। মুখ্যমন্ত্ৰীৰ মতে অসমত বিনামূলীয়া হেনো স্নাতক শিক্ষা।
    #PratidinTime #AssamNews #HimantaBiswaSarma #AsomiyaPratidin

КОМЕНТАРІ • 315

  • @bishalgogoi4161
    @bishalgogoi4161 2 місяці тому +78

    ৰেচন কাডত Free বুলি কৈ ১০০০ টকা লৈছে। বেক লাগিলে আকৌ free গুছি ৭১৪০ টকা দিব লাগে। আকৌ semester fre নামত ১৪০০ টকা আৰু পৰীক্ষা মাচুলৰ নামত ১২০০ টকা দিব লাগে।এয়াই বাস্তৱ সত্য। 🙏🙏🙏

    • @JURAASIKKSEEKHARSAIKIA
      @JURAASIKKSEEKHARSAIKIA 2 місяці тому +2

      Val ke poh .... Comment kora bad de .. fail koribi ae....

    • @mrrajdeep007
      @mrrajdeep007 2 місяці тому +1

      Moi tu retion card disu kin2 college accept kora nai 7180 dibo loga hoise

    • @mr.dhrubjyoti6355
      @mr.dhrubjyoti6355 2 місяці тому

      Sob lge nki free

    • @Warriror4789
      @Warriror4789 2 місяці тому

      Porha Huna kora bhaiti. Back nalagibo.

    • @mr.practicalexperiment1565
      @mr.practicalexperiment1565 2 місяці тому +1

      Back lagile bare bare tok kio free admission korai dibo😂

  • @RuhiniGohain
    @RuhiniGohain 2 місяці тому +45

    গছত গৰু উঠা কথা কলে মানুহে মুখ মেলি চাবৈ ন।মামা😅😅😅

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 місяці тому +51

    জাতি মাটি ভেঁটি নামত অসমীয়া ক ,সকলোৱেই বেঙেনা দিলে, 😢

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +80

    গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @anupdey1150
    @anupdey1150 2 місяці тому +15

    Thanks protidin time for telekast such type of news against govt. Keep it up.

  • @chhaygaonwushu5455
    @chhaygaonwushu5455 2 місяці тому +87

    আমাক বেলেগ এজন মুখ্য মন্ত্ৰী লাগে

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 2 місяці тому +81

    ৰাতি সপোনতো দেখে চাগে প্ৰতিদিনক 😂

  • @nipandas5010
    @nipandas5010 2 місяці тому +32

    ইয়াৰ মুখ খন দেখিয়েই দিনটো বেয়া হয়। ধুৰন্ধৰ

  • @pranjalboruah6747
    @pranjalboruah6747 2 місяці тому +11

    এইবিলাকটো চলিয়েই থাকিব। মুখ্যমন্ত্ৰীয়ে মাত্ৰ এটা হিচাপ দিব লাগে প্ৰতি মাহত চৰকাৰখনে সকলো শিতানত কিমান টকা উপাৰ্জন আৰু কিমান টকা খৰছ কৰে। বাকীখিনি আমি নিজেই বুজি লম। জধেমধে ফাইন কাটি, ধাৰ ঋণ লৈ খাটিখোৱা মানুহক মাধমাৰ শোধাই কেমেৰাৰ আগত বেবেৰিবাং গায় লাভ নাই।

  • @raza72519
    @raza72519 2 місяці тому +34

    বৰমা কলেজত আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হোৱা সত্বেও পইচা দি নামভৰ্তি কৰিব লগা হৈছে....গতিকে দূই লাখ এশ টকাৰ কথা আৰু কি...

  • @torabali5756
    @torabali5756 2 місяці тому +15

    মোৰ লৰাৰ এডমিচন ৭১৮০টকা ললে, মই এজন ফেৰিৱালা, এইজনে কয় এটা কৰে এটা

    • @nayankumarpawe2671
      @nayankumarpawe2671 2 місяці тому

      মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কি দেখা পাইছোঁ।

  • @gaurangasaikia2584
    @gaurangasaikia2584 2 місяці тому +24

    Great job Pratidin, keep it up🤝

  • @rakashdas9087
    @rakashdas9087 2 місяці тому +20

    উচিত কথাত লাগে বেজাৰ

  • @user-wv4fb6eb8z
    @user-wv4fb6eb8z 2 місяці тому +46

    এই টোৰ কথা বেছি কাম কম

  • @bijoysaikia1405
    @bijoysaikia1405 2 місяці тому +4

    প্রতিদিনক ধন্যবাদ সাহস দেখুওৱাৰ বাবে।

  • @KasturiHazarika-rl7zu
    @KasturiHazarika-rl7zu 2 місяці тому +6

    ইমানবোৰ টকা দি নামভৰ্তি কৰা পিছতো বিনামূলীয়া শব্দটো কেনেকৈ আহে।

  • @localstoryinassam8358
    @localstoryinassam8358 2 місяці тому +36

    প্ৰতিদিনে সদায় সছা খবৰ দি আহিচে বাবে খং তেওৰ.

  • @HibjurRahman-xy5cm
    @HibjurRahman-xy5cm 2 місяці тому +22

    মই B.A admission লৈছো কলেজত 650 টকা লৈছে।

    • @KBA481
      @KBA481 2 місяці тому +1

      Tor mobile recharge koribole poisa ase ,kintu porhibole nai😂

    • @hrishikeshbaruah7570
      @hrishikeshbaruah7570 2 місяці тому

      Vai 650, clg r namot dile ako nhy diyk.. Tmlkr Khongress sorkar thakote 3/4 hazar toka di sobe admission lob lagixil

    • @HibjurRahman-xy5cm
      @HibjurRahman-xy5cm 2 місяці тому

      @@hrishikeshbaruah7570 কংগ্ৰেছ চৰকাৰৰ দিনত বস্তুৰ দাম কম আছিল। 2000/3000 টকা ছমাহৰ মূৰত একো ডাঙৰ কথা নাছিল।

    • @HibjurRahman-xy5cm
      @HibjurRahman-xy5cm 2 місяці тому

      @@KBA481 এনে মই কেতিয়া তোক ক'লো মোৰ পইচা নাই। তোৰ ইমানেই যদি টকা আছে Admission লোৱা টকা পঠাই দিবি।

  • @palashphukan9545
    @palashphukan9545 2 місяці тому +14

    ২০২৬চনত অসমৰ মূখ্যমন্ত্ৰী গৌৰৱ গগৈ

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 місяці тому +2

    এহহহহ মজা কথা । বেপাৰ বঢ়িয়া ।

  • @nabajotyvlogs2385
    @nabajotyvlogs2385 2 місяці тому +1

    Himanta sar jindabad🙏🙏🙏

  • @subratlahon286
    @subratlahon286 2 місяці тому +5

    Good

  • @mineswardutta722
    @mineswardutta722 2 місяці тому +3

    Good news.

  • @hemkantaborah7434
    @hemkantaborah7434 2 місяці тому

    এই জনৰ পৰকুটি লৰিল। বেলেগ এজন মূখ্যমন্ত্ৰী চাবৰ হ'ল।

  • @Anuragkashyab
    @Anuragkashyab Місяць тому

    প্ৰতিদিন নিৰপেক্ষ❤️

  • @Johntamuli1969
    @Johntamuli1969 2 місяці тому +2

    Realy assam great boss

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 2 місяці тому +10

    এইটো চৰকাৰী নে প্ৰাইভেটট সচোদুৰ্ভাই মামা পইচা দি এডমিচন দিছো কেলা

    • @rajeshhazarika1663
      @rajeshhazarika1663 2 місяці тому +1

      😂দিবই লাগিব বিজেপিৰ দিনত

  • @JayantaRajbonshi-fz3cm
    @JayantaRajbonshi-fz3cm 2 місяці тому

    Right words..

  • @beria842
    @beria842 2 місяці тому +5

    Cong

  • @pranjal1393
    @pranjal1393 2 місяці тому +1

    এজন মুখ্যমন্ত্ৰীৰ ভাষা

  • @tarunchandramorang7988
    @tarunchandramorang7988 2 місяці тому +8

    Michaliya aitu

  • @Ahmed-tq3wo
    @Ahmed-tq3wo Місяць тому

    Education price hike.. Bah bah CM Sir salute.

  • @user-cu6tp6ux7x
    @user-cu6tp6ux7x 2 місяці тому

    ঠিক

  • @rmfashion4457
    @rmfashion4457 2 місяці тому +1

    শুনিলে মজা লাগে। দেখিলে কষ্ট লাগে। কোনফালে যাৱ ছাত্ৰ-ছাত্ৰী সকল

  • @ashifvideos
    @ashifvideos 2 місяці тому +1

    Ami abeli admission free paisu thank you Mama ❤❤🎉.
    B A

  • @dibyanayanbhattacharya3905
    @dibyanayanbhattacharya3905 2 місяці тому +2

    যাৰ ঘৰত সাধাৰণতে চৰকাৰী চাকৰি নাই তেওঁলোকে বিনামূলীয়া নামভৰ্ত্তি পাই আহিছে। প্ৰতিদিনৰ বাতৰি ভিত্তিহীন । আমি GU -PG ত সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি পাইছো 2018 বর্ষতেই ।

    • @ChayanikaSaikia-kl8fs
      @ChayanikaSaikia-kl8fs 2 місяці тому +2

      চৰকাৰী আঁচনি ত অকল আপুনিয়ে নপৰে। আপোনাৰ দৰে আন ১০০০জনে paisene নাই নিজৰ টো কৈ অন্ধ ভক্তৰ পৰিচয় নিদিব।

  • @mintusaikia8443
    @mintusaikia8443 2 місяці тому +1

    B. Ed rw M. A. ত নামভৰ্তি আৱেদন ৰ নামত প্ৰতিখন বিশ্ববিদ্যালয় ত বছৰে বছৰে মাচুল বৃদ্ধি সেইবোৰো চাব ।

  • @Amir_Hussain12328
    @Amir_Hussain12328 2 місяці тому

    Remembering Porag Kumar Das

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 2 місяці тому

    এজনে কয় এটা কৰে এটা, প্ৰতিদিন Time 🙏, এজনৰ খেল বুজায় বুজে , অসমৰ পৰা ল'ৰা-ছোৱালীৰ বহি ৰাজ্যলৈ কৰ্মৰ বাবে ধাপলি মেলিছে , অসম চৰকাৰে এই বিষয়তো কিয় চকু নিদিয়ে,...... কেন্দ্ৰীয় চৰকাৰ পৰা ধাৰ লৈ লৈ , অৰুনোদৈ আৰু .... টকা বিলাইছে, অসমত কোম্পানী হ'লে অসম চৰকাৰে Tax পাব আৰু অসমীয়া খিলঞ্জীয়া কৰ্ম সংস্থাপন পাব , অসমৰ উন্নতি হ'ব ......🙏

  • @avlogs1674
    @avlogs1674 2 місяці тому +1

    Assam legand media network Pratidin time

  • @MerujitPatowary
    @MerujitPatowary 2 місяці тому +2

    Protidin jindabaad....

  • @dwipenbarman1313
    @dwipenbarman1313 2 місяці тому +1

    বাকী ৰাজ্য সমুহে ভাবে 5:16 মদ বিক্ৰী কৰি ইমান উন্নতি কৰিব পাৰি আৰু য'ত শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ সলনি মদৰ কথা কয় । আপুনি আৰু আপোনাৰ চৰকাৰ থাকিলে অসমৰ উন্নতি হ'ব হ'বই ?

  • @bitukonwar2116
    @bitukonwar2116 2 місяці тому +1

    ৰাতি হ'লে সাতহাল বায়, পুৱা হ'লে এহালো নাই

  • @trishnagogoiphukan5529
    @trishnagogoiphukan5529 2 місяці тому +3

    ইয়াকে কয় হাতীৰ দাঁত দেখুওৱা এটা খোৱা এটা ☝️🤪

  • @NehoruRamday
    @NehoruRamday 2 місяці тому +1

    ইমান মিছলিয়া কব নেপায় শিক্ষাৰ্থী সকলক।কয় কিবা কৰে পিছফাদি কৰে কিবা। হায় হায়,,,,,,

  • @bantidas2403
    @bantidas2403 2 місяці тому

    হয় হয় কথাটোও কিন্তু সচা কথা হয় কিন্তু এটা কথা ক ও মই মোৰ ক্ষেত্ৰত মোৰ মন প্ৰাণ হৃদয় বহুত পবিত্ৰ হয় কিন্তু মোৰো একেই গতি জি ভয় কৰো তাকেই মোৰ ওচৰ পাই এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সঁচা কথা কৱ গ'লে মাইকি বা জি কোনো প্ৰাণি হৈই জন্ম লোৱাই ভূল হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @santudas1202
    @santudas1202 Місяць тому

    Ghenta আমাৰ দৰে দৰিদ্ৰ মানুহে লৰাক ডিব্ৰুগড় কানৈ কলেজত পহাই আছোঁ আজিলৈকে আকু এডাল নেপালো আৰু ghenta ভাষণ শুনিবলৈ থকা নাই

  • @madllybangali
    @madllybangali 2 місяці тому +1

    সরকারি স্কলে নেই পর্যাপ্ত শিক্ষক। একটা বিদ্যালয় পরিচালনা করতে হলে 6 টি শ্রেণী কক্ষ এবং প্রত্যেক বিষয়ের জন্য একজন করে শিক্ষক প্রয়োজন

  • @hairprasaddeori2325
    @hairprasaddeori2325 2 місяці тому +7

    Baki jagat tu apunak nidib, Assam r manuhe vote dib....😂😅

  • @rahulaxom2603
    @rahulaxom2603 2 місяці тому

    Hmm... Pise Protidein aru Mama r major manu malinya khini natok noholei hol aru.. Aru jodi he Protidein Time hosakoi e Raij r logot.. Tetiahole hazar hazar pronam... 🙏🙏🙏

  • @KBA481
    @KBA481 2 місяці тому +6

    হাই অসমীয়া জাতি, ম'বাইল ৰিচাৰ্ছ কৰিবলৈ পইছা আছে , পঢ়িবলৈ পইচা নাই। মদ খাবলৈ পইচা আছে, পঢ়িবলৈ পইচা নাই। সকলো বস্তু ফ্ৰীতে কিয় লাগে?
    মদ খাবলৈ এৰক , জ্ঞান আহৰণ কৰিবলৈ পইচা উপাৰ্জন কৰক। সেই জ্ঞানে আৰু দুগুণ পইচা উপাৰ্জনৰ পথ দিব। সকলো কথাতে চৰকাৰৰ ওপৰত কিয় নিৰ্ভৰশীল হয়? অসমীয়া মানুহ ইমান ৰসাতলে গ'ল নে যে আজিৰ দিনত পঢ়া খৰচটো নিজে উলিয়াই লব নোৱাৰা হ'ল!
    আজি নিজ স্বীকাৰ্য দুখীয়া সমাজৰ বাবে দেশ ৰসাতলে গৈছে। এই সমাজ দেশৰ শত্ৰু।

    • @pranjal1393
      @pranjal1393 2 місяці тому +1

      কোনোবাই খুজিছিল নেকি কলেজৰ এডমিছন ফ্ৰি কৰক বুলি? দেউতাৰে নিজেই উস্তাদ মাৰি ফ্ৰী কৰিছোঁ বুলি বাঃ বাঃ লৈছে। কোনোবাই খুজিছিল নেকি কলেজৰ ছোৱালীক স্কুটি দিবলৈ? কোনোবাই খুজিছিল নেকি কলেজৰ ছোৱালীক মাহিলী টকা বিলাবলৈ? কোনোবাই খুজিছিল নেকি মাহিলী ১২৫০ টকাকৈ দিবলৈ? ৰাইজৰ মাথাত কিয় ভাঙিছে?

  • @stp100
    @stp100 2 місяці тому +1

    ...... GooaaaL

  • @akalobyasaikia3949
    @akalobyasaikia3949 2 місяці тому +1

    এই জনৰ কথানো আৰু কি কবা ....

  • @ddas4452
    @ddas4452 2 місяці тому +1

    ফীৰ বুলি এনে কৈ দিব নেলাগে।

  • @pinkimajuli8143
    @pinkimajuli8143 2 місяці тому

    ৰেচন কাৰ্ড থাকিলে মুখ্য মন্ত্ৰী মহোদয়ে বিনামূলীয়া নামভৰ্তি হব বুলি কলে ঠিকেই । কিন্তু কলেজত ৬৫০ টকাকৈ লৈছে নাম ভৰ্তিৰ নামত । তেন্তে বিনামূলীয়া বুলি কিবা কথা থাকিল জানো ?

    • @OVMIXER
      @OVMIXER 2 місяці тому

      Kua mote khokoku hua heten thike asilee......

  • @ali_goria8149
    @ali_goria8149 2 місяці тому +3

    ফকটিয়া লেকচাৰ দিয়াত নাম্বাৰ ১

  • @RajeshPegu-oo5fh
    @RajeshPegu-oo5fh 2 місяці тому +2

    ৰাতিত দহটা হাল বাই । দিনত এহালো নাভাই

  • @shukllabikash5354
    @shukllabikash5354 2 місяці тому

    🎉🎉🎉 Atia ami mukh mali Sai asu kolejot amar lora sualik admition diboloi going fij dim ne reason kard khon dim 🎉🎉tur ai fuljari Mora kothabur dipawolir homoyat kabi tetia amar lora sualik burak fooljari kini nidileu hobo. 🎉🎉🎉

  • @ajitbhowmick490
    @ajitbhowmick490 2 місяці тому

    We are culprit because we choose them so now time to change

  • @user-dz5qu2gt7u
    @user-dz5qu2gt7u 2 місяці тому

    👍👍

  • @saddamhussainkhono
    @saddamhussainkhono 2 місяці тому

    প্ৰতিদিন জুইইইইইইইই

  • @kirongogoi2562
    @kirongogoi2562 2 місяці тому +3

    ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰোঁতে ৰেচন কাৰ্ড থকা নথকা সকলোৰে পৰা ল'ৰাৰ ৫৯৬০ আৰু ছোৱালীৰ ৫২৬০ নে ৫২২০ টকা লৈছিল। আচৰিত কথাটো হৈছে যে তেতিয়াও মাননীয় মুখ্যমন্ত্ৰীয়ে নামভৰ্তি বিনামূলীয়া হৈছে বুলি কৈ ফুৰিছিল।

    • @user-jd3cm1qm6t
      @user-jd3cm1qm6t 2 місяці тому

      Dostumot micha kotha,opoprochar aei bur chob free di dichu ami,lora burok Royal Mfiel dim aei bar,chuali burk care dia kotha vabi asu,logote tel vorabole 4000 per month BJP

  • @bishaldas3964
    @bishaldas3964 2 місяці тому +2

    Mamar kiba eta hoise... manuhjone kiba etat bhugi ase

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 2 місяці тому

    প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱা ক টিকট দিম বুলি টোপ দি থৈছে ৷ এদিন ৰাজনাথ সিংক লৈ গৈছিল বৰুৱা ৰ ঘৰত ৷ এতিয়াচোন হিমন্তৰ দিন গ’লেই ২০২৬ ত গৌৰৱ গগৈ আহি আছে ৷ জয়ন্ত বৰুৱা Succes নহ’ল ৷ মাজতে হিমন্তৰ Against t নিউজ বজোৱা বন্ধ কৰিছিল ৷ বিধান সভা ইলেকছন আহাৰ লগে লগে আকৌ সাৰ পাইছে জয়ন্ত বৰুৱা ৷ বৰুৱা ও সুবিধাবাদি ৷

  • @searchtech3912
    @searchtech3912 2 місяці тому

    change

  • @tapangurung2055
    @tapangurung2055 2 місяці тому

    👍👍👍👍🥰🥰🥰

  • @ashiqahmed1375
    @ashiqahmed1375 Місяць тому

    WE HAVE GIVEN RS. 8620 FOR ADMISSION AT S.B.DEORAH COLLEGE, GHY-7, INSPITE OF BEING RATION CARD AND INCOME CERTIFICATE AT COMMERCE STREAM..... THE RECEIPT IS WITH US ..... WHAT SORT OF ACTION WILL YOU TAKE NOW ?...... .....

  • @bebidewri787
    @bebidewri787 2 місяці тому +7

    মামাই অসমত একো অসুবিধা নোহোৱা কৰি দিলে । পিছে পিছে আমাৰ গাঁৱৰ এলাগী কৰি ৰাখিব পাৰিলে পীযুজ হাজৰিকা ঘৰৰ পৰা 3 কিঃ মিঃ মান দূৰ হব আমাৰ গাঁৱৰ ।

  • @salparajayanta5127
    @salparajayanta5127 2 місяці тому

    😮

  • @jintuassam2535
    @jintuassam2535 29 днів тому

    আপোনাৰ কথা বন্ধ পদত্যাগ কৰক

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Місяць тому

    😂😂😂.. মূখ্য মন্ত্ৰী মহাশয়... আপুনাৰ মুখত ফুল তুলসী পৰক....
    মহাবিদ্যালয়ৰ নামভৰ্তিৰ শিতান সমূহ দেখি তাহানিৰ হাইস্কুলৰ এডমিছন ফৰ্ম খনলৈ মনত পৰিছে... 😂😂😂😂

  • @dipty__ray
    @dipty__ray 2 місяці тому +1

    Entrance patibo lge schoolership aru free admission or karne... Amar dore lower middile class or manuh bure he Besi bhugibo lge 85% pai o na schoolership paisu na free admission,degree ye complete hl🙂.... Tar karne entrance patibo lge....

  • @pikusaikia5953
    @pikusaikia5953 Місяць тому

    প্ৰতিদিন টাইম বিজেপি বিৰোধী সকলোৱে জানে

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 2 місяці тому +1

    Basari 2 lakh taka uparjanaloike college't admission free . val kotha , pise basari 4 lukh taka loike " ARUNODAI ASANI " free kiya janibo man jai .

  • @mrigenbarman2641
    @mrigenbarman2641 Місяць тому

    মিছা কথা মোৰ ছোৱালীৰ admisson ৩৬০০ টকা লৈ ললে b borua kollegot

  • @motiburrahman3344
    @motiburrahman3344 2 місяці тому

    Well done pratidin 👍👍

  • @romiodas508
    @romiodas508 2 місяці тому

    Kam nuhua sarkar....

  • @pankajsarmah4523
    @pankajsarmah4523 2 місяці тому

    In Hyderabad it's call Faku sultan..... Hinmanta is big faku sultan.... Bhat about banpani at Assam ... Any planning

  • @user-up9pu6bp5h
    @user-up9pu6bp5h 2 місяці тому +1

    2026 gorov gogoi

  • @arunsaikia3774
    @arunsaikia3774 Місяць тому

    ইমান মিছা কথা কেনেকৈ কব পাৰে।

  • @shaakhash4277
    @shaakhash4277 28 днів тому

    2026 ত উত্তৰ পাই যাব।

  • @mr.practicalexperiment1565
    @mr.practicalexperiment1565 2 місяці тому

    Amr bpl asse aru ami free admission laisu... Prattek semester yeart ... Exam ahile 2 pora 3 hazar tokaloi... Dibo Lage.

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 2 місяці тому +6

    তেজ খোৱা ৰাজনীতি

    • @menteljem4553
      @menteljem4553 2 місяці тому

      Azmol ba rakibulk cm bonai lo gedi

  • @budheswarnath6516
    @budheswarnath6516 2 місяці тому +3

    এইটোৰ মিঠা- মিঠা লগা কথাবোৰ শুনিবলৈ ইচ্ছা নোযোৱা হল... কেৱল মিছা কথাৰে আৰু কিমান দিন... ২০২৬ চনলৈ আৰু কিমান দিন ..??

  • @RekhaKalita-dv7lt
    @RekhaKalita-dv7lt 2 місяці тому

    Cm sir a diya bur pai Kune moi vabi napao. Amar ghorar obosta sabo ahile val asil.

  • @sagarsaikia6727
    @sagarsaikia6727 2 місяці тому

    চাব টো,,,ইমান গাজা দিব পাৰে বুলি,,,

  • @pankajhazarika287
    @pankajhazarika287 2 місяці тому +1

    Ahi ase 2026 ... himanta 🤚khotom

  • @Ahmed-tq3wo
    @Ahmed-tq3wo Місяць тому

    Anokua sai dia photo ba Vedio upload dibo sir..

  • @nawanitapator3572
    @nawanitapator3572 2 місяці тому

    2লাখ 100 টকা বাদ দিয়ক যদি 1 টকা বেছি হব নোৱাৰিব... নিম্নতম আৰু উচ্চতম কিয় ধাৰ্য্য কৰে সেই সম্পৰ্কে জ্ঞাত নহয় নেকি আপুনি...

  • @RekhaKalita-dv7lt
    @RekhaKalita-dv7lt 2 місяці тому

    Kathabur xunile val val lage cm sir r kintu bastab jetiya sao fupola

  • @bhargabdeka733
    @bhargabdeka733 2 місяці тому

    Mojja dise ak dom right koise... Moi nize paid admission loisu...

  • @taradoi7957
    @taradoi7957 2 місяці тому

    কত বিনামূলীয়া মিচা মাতিবলৈ আৰু ঠাই নাপালে । আমাৰ ছোৱালীক দেখুন পইচা দি এদমিচন দিচো

  • @digantadas1883
    @digantadas1883 2 місяці тому

    Pratidinoko HBS r bhute dhorise

  • @Mahesh_Assam
    @Mahesh_Assam Місяць тому

    5 bosos hoi gol Aaji loike Aadhar dibo pora nai.. Rason card pora naam katile. NRC naam aahise kintu aadhar lock kori rakhise.. ki j hobo 😌
    Aaru moi aaji loike sob bar BJP Vote 🗳️ dilu 😢🤦🏻‍♂️🤦🏻
    Aami jikiwa sorkar aamar problem solve koribo pora nai.😢🙆🤦🏻

  • @MaoBourah
    @MaoBourah 2 місяці тому +4

    Moi koiaasu cm nohoi dalal

  • @MBora-ry6ud
    @MBora-ry6ud 2 місяці тому +1

    Desh birodhi khabar banned hona chahiye. Manish

  • @digantahazarika3728
    @digantahazarika3728 2 місяці тому

    Literacy rate kimn hoi ase?

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 2 місяці тому

    পেপাৰ খনৰ ওপৰত মান হানি কেচ কৰিবলৈ ভয় কৰিছে।

  • @AssamNE_india
    @AssamNE_india 2 місяці тому

    kiman hosa misa najanu but a bosor 2024 bhati atai admision loise so he kuwa mote spot admission ot Dibrugarh DHSK college ot 6000+ ne 7000+ a loise kintu DIbru college 250 ne 270 rs only loise Sc. student or karone so CM kotha pura misa buli kobo nuwari khali baki apunalik NEws chnl hoi so apuna luke hosa to gom pai a ki hosa misa

  • @junu......9790
    @junu......9790 2 місяці тому

    Bolia hoise