মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’| Part 1

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • ’২৬ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও ডেৰ বছৰ বাকী
    এতিয়াই ৰাজ্যৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিল ‘হিন্দু-মুছলিম’ৰ প্রসংগ
    ঝাৰখণ্ডত অসমৰ ভৱিষ্যতৰ কথা কৈ শংকিত মুখ্যমন্ত্রী!
    মুখ্যমন্ত্রীৰ মতে ২০৪১ চনত মুছলমান প্রধান ৰাজ্য হ’ব অসম
    সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণো দিলে মুখ্যমন্ত্রীয়ে
    সাংসদ গৌৰৱ গগৈৰ মতে এয়া মুখ্যমন্ত্রীৰ ‘পুৰণি ৰাজনৈতিক পাশা’
    হিন্দু-মুছলমানৰ ৰাজনীতিৰে ’২৬ৰ বৈতৰণী পাৰ হ’ব বিচাৰিছে CM-এ
    অখিল গগৈৰ মতে ’২৬ৰ বাবে আগতীয়াকৈ হিন্দু-মুছলমানৰ এজেণ্ডা CMৰ
    প্রকৃততে এয়া ৰাজনৈতিক হাথিয়াৰ নে অসমৰ ভৱিষ্যৎ‍?
    পৰিসংখ্যাই কি কয়, বাস্তৱে কি কয়?
    সঁচাকৈয়ে ’৪১ বা ’৫১ত অসমত শাসন কৰিব নেকি মুছলমানে?
    অসম মুছলমান প্রধান ৰাজ্য হ’লে শংকিত হ’বলগীয়াকৈ এনে কি হ’ব?
    ধৰ্ম নিৰেপক্ষ ৰাষ্ট্রত ধৰ্মৰ ভিত্তিত বিভাজনৰ ৰাজনীতি কিয়?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’| Part 1 #PratidinTimeLIVE
    #pratidintime #nitumonisaikia

КОМЕНТАРІ • 16

  • @TCF573
    @TCF573 Місяць тому +8

    Vote r homoyot tel mariboloi bhal. Nohoine???

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Місяць тому +1

    কঙৰজত থাকেতে কিদাল কৰি আছিল,ৰাইজক মূৰ্খ সজাইছে ।

  • @gh12138.
    @gh12138. Місяць тому +1

    Bjp a voi khaise kintu😂😂😂😂

  • @TCF573
    @TCF573 Місяць тому +1

    Election r agot moosolman r nasisilgoi soon 😅😅😅

  • @gakulsonowal6019
    @gakulsonowal6019 Місяць тому +1

    Phaltu

  • @rahulamin659
    @rahulamin659 Місяць тому

    যুগী বিয়া হোৱা নাই মোদী বিয়া হোৱা নাই।
    বেলেগৰ লৰা ছোৱালী দেখি জ্বলন হৈছে।
    সম্পৰ্কীৰ সৈতে লাইন মাৰি বিয়াৰ কথা পাহৰি জনসংখ্যাৰ কথা কয়।

  • @debenhandique9958
    @debenhandique9958 Місяць тому

    ফালটো কাম নাই।

  • @TCF573
    @TCF573 Місяць тому +1

    Tetia cinta huwa nasil ni. Vote vikhya korute????

  • @SumkiDeka
    @SumkiDeka Місяць тому

    Ei akk nambar badmas

  • @juleassijargames5281
    @juleassijargames5281 Місяць тому

    Mama misoliea

  • @TCF573
    @TCF573 Місяць тому

    So low standard Hindi 😅😅😅