Somoy gotishil. ( সময় গতিশীল )
Вставка
- Опубліковано 6 вер 2024
- Somoy gotishil.
সময় গতিশীল ।
Radio Version.
ৰেডিঅ' সংস্কৰণ ।
An Assamese modern song by Jayanta Hazarika. This is a recorded and broadcasted version of AIR Dibrugarh.
কণ্ঠশিল্পী - জয়ন্ত হাজৰিকা ।
গীতিকাৰ - হেমন্ত দত্ত ।
( Credited to AIR Dibrugarh )
Old is gold . Evergreen song.
Old is gold
কি কম। old is gold বুলি কৈ থলো।
শুনি বৰ ভাল লাগিল। ৰেডিঅ' সংস্কৰণটিত এই গীতটিৰ সুৰ অলপমান বেলেগকৈ গাইছিল। সাধাৰণ বাদ্যযন্ত্ৰৰ লগত পৰিবেশন কৰোঁতেই ইমান সুন্দৰ হৈছে। সেয়াই জয়ন্ত হাজৰিকা। তেখেতৰ তুলনা নাই। গীতটি upload কৰা বাবে আপোনালৈ ধন্যবাদ।
হয়, ৰেডিঅ'ৰ সংস্কৰণ বিলাকত সুৰ আৰু সংগীতৰ কিছু পাৰ্থক্য থাকে । ভূপেনদাৰ গীত সমূহতো এই পাৰ্থক্য দেখা যায় । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Thke aase old is gold
শৈশৱৰ পৰাই শুনি অহা গীত অতি প্ৰিয় গীত, কেনেকৈ বাৰু নুশুনা কৈ থাকো
❤🌹
ভাল লাগিল । আপোনালৈ ধন্যবাদ থাকিল ।
Great Ranada
এয়াই যেন আমাৰ প্ৰকৃতি সম্পদ । অসমীয়া বুলি ক'লে প্ৰথমে শুনা পাওঁ এই গীতবোৰ ।
নতুন প্ৰজন্মই অসমীয়া হিচাপে এইবোৰ গীত শুনা উচিত । যাতে তেওঁলোকেও অসমীয়া হিচাপে মুৰ তুলি সমাজত জীয়াই থাকিব পাৰে।
অমৰ কণ্ঠ৷
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Great
Beautiful so
Evergreen song
Aei bur gan xunile beleg gan xunibo
Mur bor posonda
Zubeen dar Dore hobo nuware
Zubeen or bapek hoi..zubeen e gai thuwa nai nohoi gaan tu aagote..
@@niyorhazarika8728 1992r pora Zubeen dai bapek hoi ahise (Sobore.. Zubeen dar bapek nhoi.. agote Teu nasile karone .. heibilake Kam solai sil.. pisot Bapere Assamese music industry beleg rup Kori Tuli ahise 90s pora.. Bujai buje.. tur Dore bokasuda eku BL najana
Teu Puroni Hilpi jar ji gan gabo loi Hei2e magical hoi jai.. teur Xurot.. Teur logot fer maribo pora kunu Maika Lal jonmo hua nai
@@niyorhazarika8728 Zubeen dak napale enekoi kobo pare.. tur kela Ma bapere Zubeen dar geet khunie dangor hoi tuk jonmo dise bokka
@@AnupZg-io2pc tumi kar kotha koisa..olop clearly koba..zubeen ir ne Jayanta Hazarika r
Zubeen or bapek hoi...zubeen e gaan tu aagote gai thuwa nai tu...