কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

Поділитися
Вставка
  • Опубліковано 22 тра 2023
  • কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop
    Join this channel to get access to perks:
    / @timesguwahati
    follow us at intragram :- / timesguwahti
    Fb :- / timesguwahti
    for any news information please share 8011767104 (whatsapp)
    Website :- timesguwahati.com

КОМЕНТАРІ • 899

  • @dipunath7834
    @dipunath7834 Рік тому +21

    অতি সুন্দৰ আশাকৰোঁ পুৰণি গীতবোৰ এনেকৈ শুনিবলৈ পাম

  • @runusaika4715
    @runusaika4715 Рік тому +35

    এই গীত বোৰ শুনি বৰ ভাল লাগে , এই গীত বোৰে আমাক কিশোৰ অৱস্থালৈ লৈযায়

  • @kulasaikia740
    @kulasaikia740 4 місяці тому +12

    সুন্দৰ । পুৰণি গীতবোৰ শুনিলে নতুন গীতত কোনো সোৱাদেই পোৱা নাযায় ।🙏🙏

  • @swopnachangmai3838
    @swopnachangmai3838 Рік тому +16

    বর ভাল লাগিল দেই ।হৃদয় চুই গৈছে। আগলৈ আৰু আশা থাকিল।

  • @user-ib6zz7fz3y
    @user-ib6zz7fz3y 7 місяців тому +7

    সুন্দৰ 👌 আকৌ এবাৰ শৈশৱৰ হেৰুৱা দিনবোৰ চুই চোৱাৰ অনুভৱ হল এইবোৰৰ মাজেৰে।

  • @dilipdeka9734
    @dilipdeka9734 4 місяці тому +13

    এই অনুষ্ঠানৰ জৰিয়তে আমি আৰু পুৰনি গীত বোৰ শুনিবলৈ পাম । সুন্দৰ অনুষ্ঠান কল্পতৰু।

  • @kanakpranvachyas3588
    @kanakpranvachyas3588 Рік тому +11

    খুব ভাল লাগিল ধন্যবাদ দিলো আৰু আগলৈ পুনৰ আশা কৰিলোঁ

  • @user-jg1dc5lz2m
    @user-jg1dc5lz2m Рік тому +24

    অনুষ্ঠান টো খুব সুন্দৰ নতুনৰ হেচাত পুৰণি গীত বোৰ যেন কত হেৰাই গল । এতিয়া শুনিবলৈ পাই খুব ভাল লাগিছে। ডক্তৰ বেজবৰুৱা বোলছবি খন মই 7 বাৰ চালোঁ অকল ধুনীয়া গীত বোৰৰ বাবে ।

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +17

    ইমান ভাল লাগে সদায় শুনিব পাম বুলিবহুত আশা কৰিলোGodbless u

  • @anjanagogoibordoloi9500
    @anjanagogoibordoloi9500 7 місяців тому +7

    অতি সুন্দৰ অনুস্থান বহুত ভাল লাগিল

  • @nkd73
    @nkd73 Рік тому +19

    সুন্দৰ প্রয়াস, আগলৈও বিচাৰো.. 💗

  • @rintusaikia4376
    @rintusaikia4376 Рік тому +8

    Aji ha ukhaa paisu ai puroni geet bur eka raha hunibor pai bor val laga...... Puroni din bur loi monot pora ...... That's why
    Old is Gold ....😘😘😘😘😘

  • @bkgogoi8636
    @bkgogoi8636 Рік тому +9

    অতি সূন্দৰ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏

  • @amitabhsharma7360
    @amitabhsharma7360 Рік тому +21

    সেই মধুৰ দিনবোৰ লৈ মনত পৰি গল।

  • @jyotimonisaikia1195
    @jyotimonisaikia1195 Рік тому +9

    কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ...

  • @ranubarman857
    @ranubarman857 Рік тому +14

    কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ শুনিলে শুনি থাকিবৰ যন যাই ।

  • @gunaramdas131
    @gunaramdas131 Рік тому +22

    সচা কৈ বহুত ভাল লাগে! কিজে মধু
    অলং কৰন প্ৰাণ বৰ্ষা গীত! শুনি থাকিবলৈ মন জাই।

    • @user-ij9fu7ph8n
      @user-ij9fu7ph8n 6 місяців тому

      Every sunday want to hear the kolpotaru

  • @mrinalmedhi8346
    @mrinalmedhi8346 Рік тому +9

    🙏বৰ সুন্দৰ অনুষ্ঠান,নষ্টালজিক হৈ পৰিছো। সেই দিনবোৰ দুপৰীয়া আৰু নিশা কল্পতৰু অনুষ্ঠান শুনিবলৈ বৰ হেপাহেৰে বাট চাই আছিলোঁ।

  • @moniramdas4569
    @moniramdas4569 Рік тому +3

    Sarute anatar ba radiot kalpataro anusthantot assamiya aie suwala geetbor sunisilo,bahut bhal lage aie geetbor Soni .

  • @hemantaranjankagyung9782
    @hemantaranjankagyung9782 10 місяців тому +8

    বৰ সুন্দৰ। মোৰ অতিকৈ প্ৰিয়।

  • @RaniRaja-bs1rc
    @RaniRaja-bs1rc 10 місяців тому +4

    Purana gan collection bahut hundar bhal lagise 👌👌

  • @anjumoniphukan12
    @anjumoniphukan12 Рік тому +9

    পুৃৰণা গীতবোৰ প্ৰায়ে চিৰসেউজ l বহুত ভাল লাগিল l❤❤

  • @anukshadeka9424
    @anukshadeka9424 10 місяців тому +4

    ❤bht dhuniya geet kaiti xuni

  • @mondiragogoi3345
    @mondiragogoi3345 Рік тому +6

    বহুত ভাল লাগিল। অতি সুন্দৰ এই বিলাক গান।

  • @parameswardas-sk2uq
    @parameswardas-sk2uq Рік тому +5

    কি সুন্দৰ। মন কিবা ভাল লাগি গল। সৰুৰে black/white TVত চাইছিলো এইখন চিনেমা। বহুত বহুত ধন্যবাদ গীতটি শুনোৱা বাবে।

  • @anitaborgohain50
    @anitaborgohain50 2 місяці тому +3

    বহুত ভাল লাগিছে।জীয়াই ৰাখিব পুৰণা গানবোৰ

  • @user-yh6yd8eq7z
    @user-yh6yd8eq7z 9 місяців тому +2

    Bohut val lagil

  • @user-ms4lk1nu7u
    @user-ms4lk1nu7u 9 місяців тому +5

    বৰ ভাল লাগিল সৰুতে শুনিছিলো,শৈশৱ দিন বোৰ মনত পৰিল বহুতো

  • @user-bg1ry3jz1t
    @user-bg1ry3jz1t Рік тому +5

    সচাই ইমান ভাল লাগিছে ।

  • @UttaraDeka-lg3ms
    @UttaraDeka-lg3ms 3 місяці тому +2

    Bohut bhal lagil 🙏🙏♥️♥️♥️

  • @sumiduwarah
    @sumiduwarah Рік тому +5

    Old is gold thanks kolpotoru program

  • @dhontiraidehengiraidehengi5844
    @dhontiraidehengiraidehengi5844 8 місяців тому +2

    Bohut hundor lagil❤❤❤

  • @tilutomachetia4042
    @tilutomachetia4042 8 місяців тому +3

    Sundor puroni gite bur bor bhal lage

  • @Nupur5667
    @Nupur5667 Рік тому +3

    ভাল লাগিল

  • @jyotikadas4270
    @jyotikadas4270 Рік тому +2

    Bahut val lagil

  • @ndskitchennvlogs3165
    @ndskitchennvlogs3165 Рік тому +11

    বাঃ বঢ়িয়া, মন ভৰি গ'ল, সচাকৈয়ে বহুত ভাল লাগিল। তাহানিৰ সেই দিনবোৰলৈ উটি ভাহি গ'ল মনটো কব নোৱাৰাকৈয়ে।
    আপোনাসবক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ উপহাৰৰ বাবে। আগলৈ অপেক্ষা কৰিলো। 👌❤️🌹

  • @anjalisharm7307
    @anjalisharm7307 Рік тому +8

    Thanks for your approach to give us an opportunity to listen these melodious songs of 70s and 80s

  • @manomatideka7004
    @manomatideka7004 8 місяців тому +2

    Bhut val lagil

  • @jaichakraborty1179
    @jaichakraborty1179 Рік тому +2

    Nostalgia geet bor ..deutai bojuwa radio ot xunisilu.aaji aakou Jen lorali ghurai puwa Jen lagil❤❤❤❤

  • @dharitriroy1525
    @dharitriroy1525 Рік тому +23

    মোৰ মায়ে শুনি বৰ ভাল পালে। তেওঁৰ পুৰণি দিনলৈ বৰকৈ মনত পৰি গৈছিল। আপোনালোকে খুব ধুনীয়া প্ৰচেষ্টা আগবঢ়াইছে। আকৌ পৰবৰ্তী খণ্ডবোৰ দি থাকিব বুলি আশা কৰিলো ❤

  • @nababharatisaikia1843
    @nababharatisaikia1843 Рік тому +29

    বৰ ভাল লাগিছে। সৰুতে শুনিছিলো, শৈশৱ ৰ দিনবোৰলৈ মনত পৰি গ'ল।

  • @jyotshnarani799
    @jyotshnarani799 Рік тому +20

    বহুত ভাল লাগি গল মনটো ৷যেন তাহানিৰ দিনৰ সময়টোক বান্ধী ৰাখিম ❤❤❤❤❤❤❤আগলৈ পুৰনি গীতবোৰ উদ্ধাৰ কৰি জনসমাজত প্ৰচাৰ কৰে যেন ৷

  • @SushilRay-fk5ps
    @SushilRay-fk5ps 8 місяців тому +7

    হ্যায় কল্পতৰু অনুষ্ঠান, ----------আজি ৫৫ বছৰীয়া জীৱনকালত হাইস্কুলীয়া ছাত্ৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ ।

  • @anjanabania5496
    @anjanabania5496 Рік тому +31

    বহুত ভাল লাগিল । আগতে কল্পতৰু শুনিবলৈ বহুত ৰৈ আছিলোঁ ।আজি সেই পুৰণা গীত শুনি সেই দিনবোৰ লৈ মনত পৰিল । সুন্দৰ সেই পুৰণি গীত বো ৰ । ধন্যবাদ 🙏

    • @momatajbegom4512
      @momatajbegom4512 Рік тому

      Q

    • @SushilRay-fk5ps
      @SushilRay-fk5ps 8 місяців тому +3

      গান বোৰ শুনি কিশোৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ।

    • @SiboGogoi-jz6id
      @SiboGogoi-jz6id 6 місяців тому

      @@SushilRay-fk5ps siba gogoi thankfl

  • @kesabdutta7984
    @kesabdutta7984 Рік тому +2

    Bor Hundar. Thanks

  • @cgoswami2265
    @cgoswami2265 Місяць тому +2

    বহুত ভাল লাগিছে। পুৰণি দিনবোৰ লৈ মনত পেলাইছে।

  • @user-kg9ef6tl8f
    @user-kg9ef6tl8f Рік тому +3

    বঢ়িয়া

  • @binaynath1248
    @binaynath1248 2 місяці тому +2

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো

  • @manjukardong8270
    @manjukardong8270 Рік тому +1

    Bohut bhal lagil.

  • @dipalisaharia7296
    @dipalisaharia7296 11 місяців тому +6

    সুমধুৰ গীত সমূহ শুনিবলৈ পাই সুখী হৈছোঁ । ' শকুন্তলা আৰু শংকৰ যোচেফ আলি ' বোলছবিৰ দীপেন বৰুৱাৰ কণ্ঠত ' যায় শকুন্তলা পতি গৃহে যায়,,,,, গীতটি শুনিবলৈ পালে সুখী হ'ম ।

  • @dhananjaydebnath9195
    @dhananjaydebnath9195 9 місяців тому +3

    Where has gone those golden days...

  • @user-wv6gd7tl2w
    @user-wv6gd7tl2w 6 місяців тому +4

    কল্পতৰু অনুষ্ঠান শূনি ভাল লাগে।

  • @madhabdas3039
    @madhabdas3039 Рік тому +18

    চিৰসেউজ গীতবোৰ মোৰ সদায়েই প্ৰিয় ❤❤❤❤❤

  • @deepdeka2853
    @deepdeka2853 Рік тому +3

    Agalai aru akha thakile... bhut vl lgile xuni

  • @JUMON488
    @JUMON488 5 місяців тому +2

    Puroni Assamese song bur huni bor bhal lagise,sadai huni thakiboloi pam buli aaxa korilu.👍👍👌👌♥️♥️

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +50

    মোৰ বয়স ৫ বছৰৰ পৰা ৰেদিঅ শুনিছো বহুত দাদাহতৰ পৰা বহুত গালি খাইছো এতিয়াও ৬৪ Years তো শুনি আছো ৰিদঅ মোৰ প্ৰানৰ প্ৰান

    • @AkaniMedhi-td9nt
      @AkaniMedhi-td9nt Рік тому

      সুন্দৰ লাগিছে বহুত পুৰণা গান শুনিব পাই মই বৰ শুনি হৈছো ❤❤❤ হেপি

    • @akshaykumardas4929
      @akshaykumardas4929 11 місяців тому

      Iam verry verry lnterested hearing the song of kalpataru anusthan from school life and till now.

  • @nabamallika23
    @nabamallika23 Рік тому +6

    অতীত সোঁৱৰণীয়ে মনটো জীপাল কৰি তুলিলে🙏

  • @simabaruah426
    @simabaruah426 6 місяців тому +2

    পুৰণি দিনলৈ মনত পৰি গ'ল। ভাল লাগিল। ধন্যবাদ

  • @makeupobsessed5910
    @makeupobsessed5910 11 місяців тому +9

    জানু..কিয় পুৰণি দিনবোৰত উভতি যাব মন কৰিছে..গানবোৰ শুনি ❤
    সৰু থাকোঁতে মায়ে ৰেডিওত বহুতো গীত -নাটক বজাইছিল ☺️☺️
    এইবোৰ যেন আকৌ চকুৰ আগত জীয়াই গ'ল🙃

  • @prodeepgogoi5327
    @prodeepgogoi5327 8 місяців тому +2

    Hune thakok jibon hundor hob.

  • @jibanilahari2877
    @jibanilahari2877 10 місяців тому +4

    বিৰাট ভাল লাগিছে পুৰনি গীতশুনিব সাইমনত শান্তি লাগিছে❤❤❤❤

  • @AkbarAli-qb1oz
    @AkbarAli-qb1oz Рік тому +2

    Ai bor gan hunibar babe duparia radio toa bukat tuliloi huichilo ,tq

  • @parsunirola6860
    @parsunirola6860 Рік тому +6

    বহুত ভাল লাগিল শৈশৱত চিত্ৰ গীত অনুষ্ঠানত শুনা গীত বোৰ শুনি । প্রজোজক মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।

  • @deepakkumardas6892
    @deepakkumardas6892 Рік тому +4

    Excellent step.
    Many Many thanks

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 11 місяців тому +6

    Very good, অনুস্থান বহুত সুন্দৰ হৈছে, " ৰেডিঅ' " সুন্দৰ মাধ্যম টো আজি প্ৰায় নোহোৱা হৈ গ'ল। ভিডিঅত দেখি মনত পৰিছে । এই চেনেলত তাহানিৰ গীতবোৰ যেন শুনিবলৈ পাম । Thanks very much.

  • @user-js3hb4ul6i
    @user-js3hb4ul6i 2 місяці тому +1

    Moza agoloi o de thakibo

  • @bhupendeka290
    @bhupendeka290 Рік тому +5

    আকৌ মন যায় সেই দিনবোৰ ঘূৰাই পাবলৈ।মনত কৰকছোন সেই বিদ্যাৰ্থীৰ অনুষ্ঠান আৰম্ভনিৰ মধুৰ মিউজিকটো।আৰু ৰাতিপুৱাৰ চিত্ৰ গীত আৰম্ভ হল মানেই স্কুল যাবৰ হলেই।আৰু যে কত সোণালী শৈশৱৰ সপোন জৰিত হৈ আছে আমাৰ এই আকাশ বাণীৰ সৈতে।

    • @ashishchakrabortty3395
      @ashishchakrabortty3395 Рік тому

      Aai samastha ganbur 0rtha Purna gan katiao madokota Kom hoi nejai ,Hale Jale oi.gantu sunar loge loge 20 years age t ghuri oha jen lage really this moment I listening that song I just dream appology

  • @bknarmada126
    @bknarmada126 10 місяців тому +2

    Bahut badhiya bahut bahut dhanyvad❤❤

  • @ajijurrahman7145
    @ajijurrahman7145 2 місяці тому +2

    অতি সুন্দৰ এইবিলাক গীত সুনিলে দেহ মন জুৰ পৰি যায়। এনেকুৱা গীত সদায়য়ে শুনিবলৈ পাম বুলি আশা ৰাখিলো ধন্যবাদ।

  • @bhabanikakati8899
    @bhabanikakati8899 Рік тому +1

    Bohut val lagil 👍👍👍

  • @gajendraswargiary
    @gajendraswargiary 10 місяців тому +7

    I am love old songs of Assamese

  • @tilakkalita9523
    @tilakkalita9523 Місяць тому +3

    সময়ে সেই পুৰনি গানবোৰ হেৰাই পেলালেও আমাৰ বুকুত আজিও সজিব হৈ আছে।

  • @meenakshihazarika205
    @meenakshihazarika205 8 місяців тому +2

    আস! কি সুন্দৰ গীত৷

  • @rabiramnarzary4769
    @rabiramnarzary4769 Рік тому +1

    Bohut bohut dhunia program, Thanks.

  • @indrabordoloi9472
    @indrabordoloi9472 Рік тому +4

    বহুত ভাল লাগিল । ৰেডিও শুনা দৰে লাগিল

  • @labonyakoch3125
    @labonyakoch3125 Місяць тому +1

    Very nice suni thakibor mon

  • @rajibkumarbarua2337
    @rajibkumarbarua2337 Місяць тому

    অনন্য, অনৱদ্য, অতুলনীয়, অসাধাৰণ, গীতবোৰ মন আপ্লুত কৰিলে।

  • @soilensorma1452
    @soilensorma1452 Рік тому +5

    Old Song Nostalgic Fantastic ❤❤❤

  • @hussainali8138
    @hussainali8138 9 місяців тому +2

    ""অতি সুন্দৰ--❤❤❤

  • @niranjandas2602
    @niranjandas2602 Рік тому +2

    DekaKalor Geet Kalporu Shuni Bhal Lagil

  • @bandanakalita1942
    @bandanakalita1942 11 місяців тому +2

    বহুত ভাল লাগে এইগানবোৰ। বহুত বহুত ধন্যবাদ🙏

  • @nomitadutta9340
    @nomitadutta9340 10 місяців тому +4

    আগৰ সেই দিন বোৰৰ লৈ মনত পৰি গল কেতিয়াবা অকলে থকিলে শুনি ভাল লাগে ।

  • @madhumitaborah5645
    @madhumitaborah5645 9 місяців тому

    বহুত বহুত ধন্যবাদ। God bless you

  • @lalitpegu7518
    @lalitpegu7518 Рік тому +11

    বহুত ভাল লাগিল। কল্পতৰু অনুষ্ঠান খন সামাজিক মাধ্যমেৰে শুনিবলৈ পাই নথৈ আনন্দিত। ভবিষ্যতে শুনিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ।

  • @bijoyhandique3835
    @bijoyhandique3835 10 місяців тому +2

    অতি সুন্দৰ অনুষ্ঠান ।🙏

  • @sunandanath5635
    @sunandanath5635 Рік тому +6

    😀😀⚘️⚘️✌🏻✌🏻✌🏻for ancient songs , feeling heart heartedly.

  • @juriphukon3187
    @juriphukon3187 Рік тому +1

    বৰ সুন্দৰ। খুউব ভাল লাগিল।

  • @subhashchandraroy1928
    @subhashchandraroy1928 9 місяців тому +2

    বৰ ভাল লাগিল শুনি পুৰনি গীত আগৰ জীৱন কথা বৰ মনত পৰে ❤❤❤❤❤

  • @laboinyaborah191
    @laboinyaborah191 Рік тому +1

    ইমান ভাল লাগে 🌹

  • @sabitakalita7065
    @sabitakalita7065 Рік тому +14

    কল্পতৰু অনুষ্ঠান টি এনেদৰে প্ৰচাৰ হৈ থাকক। তেতিয়াহে আমি সুন্দৰ সুন্দৰ গীতবোৰ উপভোগ কৰিব পাৰিম। 🙏🏻🙏🏻🙏🏻❤️🙏🏻🙏🏻

  • @pradiphaflongbar5001
    @pradiphaflongbar5001 Рік тому +3

    Very marvellous collection

  • @user-tc1xs7nq1p
    @user-tc1xs7nq1p Місяць тому +1

    Moza

  • @user-ru1cw9or1h
    @user-ru1cw9or1h 10 місяців тому +1

    Mojja

  • @shashinnath1001
    @shashinnath1001 8 місяців тому +2

    গীতবোৰ শুনি বৰ ভাল লাগিল

  • @user-rp5qs6ht2r
    @user-rp5qs6ht2r 3 місяці тому +2

    Old is gold go ahead next kalpatru

  • @khirodkalita5442
    @khirodkalita5442 11 місяців тому +2

    অতি সুন্দর অনুষ্ঠান ।

  • @ritalekharu6673
    @ritalekharu6673 Рік тому +1

    বহুত ভাল লাগিল ।❤

  • @bhupengohain8714
    @bhupengohain8714 9 місяців тому +3

    মনটো বহুত ভাল লাগি গল❤❤❤❤

  • @dipikadevi4923
    @dipikadevi4923 10 місяців тому +2

    মনতো ভাল লাগি গল,পুৰণি গীতবোৰ শুনি।

  • @geetanath9869
    @geetanath9869 Рік тому +2

    ❤❤❤ viir god