KHAGEN MAHANTA SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 60
Вставка
- Опубліковано 23 бер 2022
- Tracklist♫
♫ EJAR PHULA DEKHI
♫ PAHAROR JURITI
♫ HALIKI O
♫ XUNERE GORHAALU
♫ MON POTHAROR
► Thank you for listening the Audio jukebox do not forget to Like, Comment, Share and Subscribe to Our UA-cam Channel
Anyone 2024 ❤
কালজয়ী অমৰ গীত।
Yes
@@BinodKumarSarma-wk7fwhu t
Kkk
Anyone in 2024❤
Yes
২০২৪ ত শুনি আছোঁ। সদায় প্ৰিয়
Moi😊😊😊
Very nice
আই...ঐ কি ধুনীয়া!🌈❤️
অসমৰ লোক সঙ্গীতৰ সম্ৰাট খগেন মহন্ত দেৱ আমাৰ মাজত সদায় থাকিব । তেওঁৰ গীত বোৰত কেঁচা মাটিৰ গোন্ধ সদায় চিৰ প্ৰবাহিত হৈ থাকে ।
পুৰণি গীত বোৰ শুনিয়েই ভাল লাগে । যথেষ্ট অৰ্থপূৰ্ণ । খগেন মহন্ত, ডঃ ভূপেন হাজৰিকা দেৱৰ গীত সমূহ সঁচাই কালজয়ী গীত ।
চিৰসেউজ ❤
বহু দিন পিছত শুনিলোঁ 🎶🎧ভাল লাগিল 👏
Legendary singer ❤
বিহু সম্ৰাট ❤❤❤
Anyone 2024
Jai Khagen Mahanta ata❤️
Kirshna Kirshna Kirshna Kirshna Kirshna Kirshna 🙏🙏🙏🙏🙏🙏. Bapjana ha aymatiri geraki kirshna kirshna kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏
যিমানেই পুৰণি হৈ নাযাওক কিয় !
সদায় প্ৰিয় হৈ থাকিব এইবোৰ গান ।❤❤
দেহ সূত পৰি যায় 🎉
Superb .khub bhal lagil 🎉🎉🎉
Bohut dhunia gan,eibur gan ajikali huna manuh kom .
Always Favourite ❤️
নিশ্চয়।বৰঘৰ গঢ়ি উঠাৰ বাবে সংগ্ৰাম কৰিবই লাগিব
অতি সুন্দৰ গীত। সেৱা জনালোঁ আপোনালোকক।
Great song..🙏🙏🙏🌼🌼🌼Old is gold..Xuni bhal lagil ..
বৰ ভাল লাগিল। পুনৰ এনে গীত পাবলৈ আশা কৰিলো।
অতি মৰমৰ শিল্পী আছিল
পুৰণি সুৱদী গীত। শুনিলে শুনি থাকিবৰ মন।
বহুত ভাল এইবিলাক গীতত কেঁচা মাটিৰ গোন্ধ থকা গীত বহুত ভাল লাগে
সুন্দৰ
2023 কোনে কোনে শুনিলা like ata Diya।।
Aibor gan sunile porani katha bor khub manat pare nice song
Xosai ay ganbur xodai jiai thakibo.
Bahut val lagil.agaloiu di thakib anaekua gitar lahor.
খগেন মহন্ত ❤
বহু বছৰৰ মূৰত শূনি ভাল লাগিছে 😊🎉❤
গানতো শুনি ডেকাকালৰ কাথা মনত পৰিছে
2024 মই নৱপ্ৰজন্ম তথাপিও এইবোৰ গীত শুনো। এইবোৰ গীতৰ কথাই বেলেগ।
Old is always gold
My favorite singer jayanta hazarika khogen Mahatma bhuben hazarika all are legend
মাটিৰ গান সদায় জীয়াই থাকিব অসমবাসীৰ মাজত।
Hi
@@rinatayung691 😄😄😄😄😄😄😯😃😄😄
ধন্যবাদ জনালো।
ভাল পাওঁ এই সু-মধূৰ গীত শুনি ভাল পোৱা সকলক । বহুত বহুত ধন্যবাদ ।
বৰ সুন্দৰ গীত 😍
মন পৰশা গীত শুনিবলৈকে যেন নোপোৱা হৈ পৰিলো !🙏🙏🙏🙏🙏
Bht dhunia ❤️❤️❤️moi ajon keyboardist hisape besi bhag gaan janibo lge kintu atia xuni xuni bare bare xuni asu imn dhunia
Bahut val lagil.mon parasa veet
অতি প্ৰিয় মোৰ গায়ক🙏🏻
Bahut dhuniya dhuniya gan 👌👌
মন পৰশা
Old is gold mis u khagen da
ধুনীয়া গীত
👌
বৰ ভাল লাগিল
জুন/২০২৪ ত শুনি আছোঁ।খগেন মহন্তদেৱক সশ্ৰদ্ধ প্ৰণাম।
Eman dinor pasot hunilu val lagil
সুন্দৰ মহন্ত দা!
এই চিৰসেউজ গীত সমূহ আমাৰ অমূল্য সম্পদ ৷ শুনি থাকিলেও হেপাহ নপলাই ৷
😊very nice song Evergreen song❤
নষ্টালজিক হৈ পৰিছোঁ আৰু পৰিছে
আন বহু বহু লোক।ধন্যবাদ।
ATI.khundar.song
বহুত ভাল লাগিল গান বোৰ শুনি, অপৰিসীম আপোনাৰ কন্ঠ
Hhi by Dr
T
Old is gold. So soothing. Why such people die? Nature cannot give answer!
Purana. Gitsonival. Lagil
I fully agreement with fr your agy
I fully agree with Ranjit K Fi
Heartful 🎶
জয় খগেন মহন্ত
Anyone listening this masterpiece in 2024 ❤
2022 ot Kune Kune khunisa
সৰুতে শুনা গীত কেইটামান শুনি বৰ ভাল লাগিল৷
কাচোনমতী’ নামৰ এটা অডিয়কেচেট আছিল খগেন মহন্তৰ৷শুনিবলৈ পোৱা যাব নেকি?
Very nice voice
এইবোৰ গান শুনি সঁচাই বহুত ভাল লাগে🥰
🎉🎉🎉🎉
Hodai ei gaan bure asomiyak sohokti diboh....🌾🙏 Joi aai assom
Good
Anyone from 1926😉
ধূণীয়া
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগে।এই পুৰণা গান বোৰ।👌👌
Dada,nice
Old is gold ❤
গীতৰ কথা আৰু সুৰ ভাল হ'ব লাগে।উচ্চ ধ্বনিৰ বাদ্য হ'ব নালাগে। তেতিয়া সকলো গীতেই শুনি ভাল লাগে।
Sundar get. Bar. Bhal lagil
ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখ হাত ধৈ হাতত চাহ কাপ লৈ, হম থিয়েটাৰ টো অপেন কৰি ☺ উফ: কি যে শান্তি লাগে এইবোৰ গীত শুনি 😇😘
বাদ্ব যন্ত্ৰ কম থকা গীত বোৰ সদায়, শান্তি শৃংখলা বযায় ৰাখে,,,,,,,,
ঠিক কৈছে।
Right now listening 🎧
Old is gold
So soothing, so enthralling so melodious and so unique, will be difficult for the upcoming singers to fill-up his boots.
Khagen mahanta is my idol ...☺️☺️😌😌😌
Legend in Assam 😎🫀
Heya jur pare jai o
Nice song❤❤❤
Ki kam emam dhunia gaan
খগেন মহন্ত আতা ❤️
Ei geet bur xuni val lage xosakoi
❤️❤️❤️❤️❤️💯
❤Old is gold
Elu elu
বৰ বঢ়িয়া।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Great 🙏🙏🙏🙏🙏🌼🌼🌼🌼RIP.🌼🌼🌼🌼🌼🌼🌼🌼
Horute kokai ai geet ti hunai kulat tuli huwaisile . I like this song 🎵 ❤
Anyone 2022??✨🤩
Excellent performance
Old Is gold
Huni bohut val lgil, old is gold, ❤from Arunachal
❤❤❤
Dada
Mahanta.nice