I don't have words. Only I thing I can express my deep gratitude for creating this video. I do hope for the future that the inspiration will be carried over and the creativity of Assamese music and musicians, artists will carry on and delight us forever.
My ever favourite singer JAYANTA HAZARIKA. Very unfortunate to lost him in such a young age! Thank you for the valuable and very justified presentation.
An autograph from him I had also collected from late Jayanta da,at Bajali college cultural function premises,Pathsala,he was a legend singer belonging from N E India,I had been collected two autograph from his elder brother late Dr.Bhupen Hazarika also at this time...,
Ranadak aami jodi eatia loike pua hole aasomia sangit dhara2eai change hol heten . Bohut kaljoyai geet palu hoi sage . Nisthur niotiea ranadak eman hukale loi gol !!! Ranada bohut val pao tumar geet bur. Tumi aamar logotei aasa.
RUN RUN FOR RUN A DAY FOR SOOR BAHINI.MAHENDRA HAZARIKA,BIPIN CHOWDUNG ,VIDYA SAGAR ,T😮HE TRIO ON THE FOREFRONT OF SAMAR HAZARSIKHA IN THE FIELD OF LATASIL IN FRONT OF THE RESIDECE OF BORROWER SANGSAR.
এনে সুন্দৰ ভিদিও upload কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো!!ৰাণা দাৰ সুৰ আৰু কন্ঠই আজিও আমাৰ মন পুলকিত কৰে!!
এই মহান মানৱতাক সাৱটি ধৰিব লাগে বুলি বিশ্বাস আছে সেইটো ময়ো বিশেষ কথা ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিম ❤❤❤❤❤
দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিটো গীতেই মন পুলকিত কৰে, হ্দয় চুই যায় ।তেওঁৰ মহান স্ষ্টিসমূহ চিৰযুগমীয়া হৈ ৰ'ব অসমীয়াৰ জনমানসত । এনে সুন্দৰ Video আপলোড কৰাৰ বাবে আপোনাক বহু ধন্যবাদ ।।
তুমি জয়ৰ অনন্ত জয়ন্ত
"যদি কাহানিবা সুৰবোৰ শেষ হয়
এই সৃষ্টিৰ ৰূপৰ বেলাত
হে সুৰকাৰ কিহেৰে সজাবা
পৃথিৱীত সুৰৰ মেলা
যদি ম ই প্ৰশ্ন কৰো----জয়ন্তৰ শূণ্য স্হান কোনেও পূৰাব নোৱাৰে
হিয়াত হেন্দো লনি তোলা সঁচা শিল্পী । অসমৰ সংগীত জগতক ধন্য। কৰা এই শিল্পী সকলৰ সৃষ্টিশীল যাত্ৰাৰ সহযাত্ৰী নহলেও সেই সুৰ আৰু কথাত মোহাচন্ন জনতাই আজিও ৰানা দাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। তোমাৰ কণ্ঠ আৰু সুৰ আমাৰ সিৰাই সি ৰাই।🙏🙏
Thik koise sir.
ভগৱানে এনেকুৱা মানুহৰ জন্ম হওক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আপুৰুগীয়া ৷৷ আমিয়েই শেষ প্ৰজন্ম এই সকল মহান মনিষীৰ আশীষ পোৱা
হৃদয়ত এটি সীমাহীন আশা যাতে আমাৰ পিছৰ প্ৰজন্মৰো প্ৰিয় শিল্পী হওক.. জয়ন্ত হাজৰিকা
@@smvlogs3463❤❤❤ঊ❤😅
জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় কণ্ঠশিল্পী।তেখেতৰ প্ৰতি টো গীতেই মোৰ ভাল লাগে
Jayanta Hazarika Mor অতি Marmar.
Anusthantosai.khubval.lagil.
এই গীতবোৰ কি মে জানো শুনি আমনি নালাগে ।সচাকৈয়ে গানৰ শব্দ বোৰ হৃদয় ভেদি যোৱা একো একোটা বান ।👍👍👍
Bhal lagil
খুউব ভাল লাগিল। ৰাণাদাৰ প্ৰতিটো গীতেই মন চুই যায়।
ৰাণাদাৰ গীত মানেই মোৰ এটি উজাগৰি ৰাতি
পল অনুপল গঢ়ি উঠা যাযাবৰী জাতি . . .
Monisha Hazarika, baideu , God bless you. Mongole kamona karilu.
I don't have words. Only I thing I can express my deep gratitude for creating this video. I do hope for the future that the inspiration will be carried over and the creativity of Assamese music and musicians, artists will carry on and delight us forever.
Jayanta Hazarika my favourite singer
সচাকৈ জয়নত দাৰ গান বোৰ সুনিলে সুনি থাকিব মন য়ায়. তেখেত আজিও আমাৰ মাজত অসমৰ ৰাইজৰ অনতৰত জীয়াই আছে. তেও অমৰ . জয় আই অসম.🙏
Very very nice efforts for focusing rana da' s great evergreen songs
Never again 🙏🙏🙏 but always along with our soul
My ever favourite singer JAYANTA HAZARIKA. Very unfortunate to lost him in such a young age!
Thank you for the valuable and very justified presentation.
বহু নজনা কথা আজি গম পালোঁ, দাদা k dhanayabad
Man with golden voice with feelings of Assam.
সচাই অতুলনীয়, তোমাক সহস্ৰাধিক প্ৰণাম।🙏🙏🙏🙏🙏🙏🙏
Thank you Kamal da
Dada xasakoi khub bhal lagil.
বিশিষ্ট সঙ্গীত শিল্পী জনাৰ আশীবছৰীয়া জন্মদিন ত সভক্তিৰে শ্ৰদ্ধাঞ্জলি যাচিলো।
জয়ন্ত দা মহান।
Bar xundar lagil
Hundor
ধন্য হ'লো আমি
স্বৰ্গীয়া জয়ন্ত হাজৰিকা,, আপুনি অতি সোনকালে আমাৰ সকলোৰে ওচৰৰ পৰা গুছি গৈছে,,কিন্তু আপোনাৰ মধুৰ মাত আৰু প্ৰতিতো গান যিবোৰ গৈছে,, সেইবোৰ গান জেন আজি কালিৰ দৰে।
মোৰ অন্যতম প্ৰিয় কণ্ঠশিল্পী।এটি মিঠা কণ্ঠ ৰ অধিকাৰী
Excellent.
Greatsingerofassam
7:04😌 magical
A great tribute to Ranada (Jayanta Hazarika) .Evergreen melody soldier of ASOM and Asomia .
ৰানাদা তুমি অবিস্মৰণীয়৷
Bor bhal lagik dei🙏
Jate aase bhagabane bhale rakhak .aakou ahib dei aamar majarloi ranada.🎉🎉🎉
Man with golden voice.
Hunile huni thakiboloi mon jua.... ❤️❤️❤️Rana da.... We miss you..
He fits in every generation and that is his magic ❤
Old is gold.
An autograph from him I had also collected from late Jayanta da,at Bajali college cultural function premises,Pathsala,he was a legend singer belonging from N E India,I had been collected two autograph from his elder brother late Dr.Bhupen Hazarika also at this
time...,
হে নহান তোমাক শতকৌতি 🙏
আপুৰুগীয়া অনুষ্ঠান। আজি ২০/৯/২০২২ইং তাৰিখে তেখেতৰ জন্ম দিৱসৰ শুভক্ষণত তেখেতৰ এনে এটি চিৰসেউজ অনুস্থান উপভোগ কৰি তেখেতক সোঁৱৰিছো।তেখেতলৈ জনালোঁ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি। এনে এটি চিৰসেউজ উপহাৰৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏🙏.
মোৰ প্ৰিয় শিল্পী আছিল।
হিয়া চুই গ'ল
❤️❤️❤️
❤
💐🙏🙏🙏
এই অমৰ গীত সমূহ কেতিয়াও হেৰাই নাযায়।
Ranadak aami jodi eatia loike pua hole aasomia sangit dhara2eai change hol heten . Bohut kaljoyai geet palu hoi sage . Nisthur niotiea ranadak eman hukale loi gol !!! Ranada bohut val pao tumar geet bur. Tumi aamar logotei aasa.
❤️❤️❤️❤️❤️
Bhakha naai koboloi . Mor atikoi priy jayanta hajorikar devar geet sanuh
দৰদী কণ্ঠৰ ৰাণাদাক মোৰ লগ পোৱাৰ সৌভাগ্য ঘটিছিল ----১ম বাৰ ১৯৮২ চনত-----নিজৰাপাৰৰ নিজা ঘৰত-----অতি ষ্মৰনীয় আছিল সেই লগ পোৱা---কি মধুৰ ব্যৱহাৰ----আমাৰ ভাগ্যই বেয়া--এনে শিল্গীক অকালতে হেৰুৱালোঁ--
82 ne 72?
🙏🙏🙏
পাহৰিব নোৱাৰা অনুস্থান এটা দেখা পালো৷
Juge juge smaraniya hoi thakib shilpi jana
🙏
RUN RUN FOR RUN A DAY FOR SOOR BAHINI.MAHENDRA HAZARIKA,BIPIN CHOWDUNG ,VIDYA SAGAR ,T😮HE TRIO ON THE FOREFRONT OF SAMAR HAZARSIKHA IN THE FIELD OF LATASIL IN FRONT OF
THE RESIDECE OF BORROWER
SANGSAR.
পুনৰ জন্ম হওঁক অসমত
Moi je kor palu goi gamei napalu.Rana Da ase buli ayi buli bhabilu .Rana Da shibo.
Mur dada nohoi asolote khurai hobo karon Deutar boyakhorei hobo sage. Ji nohouk tekhetor protitu geetei Val pau Aru khodai khunu aru gaboloi sesta koru. Tekhetor geet burot iman chords khumai ase. Bahut tan gaboloi. Tekhetor geet khodai sirokheuj hoi thakok. Aru Apunak bahut bahut dhanyavad jonalu. Kionu apuni prochar kora babe Tekhetor jibonor bahutu nojona kotha janibo parilu. Likhat bhul hobo pare khyoma koribo. Akou ebar dhanyavad jonalu.
তেখেতৰ সকলোবোৰ গীত এতিয়া উপলব্ধ নহয়। যদিহ এই গীতসমূহ আপলোড দিব পৰা যায় তেন্তে আপলোড কৰাৰ ব্যৱস্থা লব লাগে। নহলে নতুন প্ৰজন্মই এইবোৰ কেতিয়াও নাপাব আৰু কালৰ সোঁতত এই যুগজয়ী গীতবোৰ কৰবাত হেৰাই যাব!
Rana dar logote apunaloi huvkamona jonalu thathavitik ei....
Siyahottor mane?
Wow! Great! এপাচি শাকৰ মাজৰ পৰা এটা জালুক বিচাৰি উলিয়াব পৰা মানুহ বৰ দুৰ্লভ। আপুনি সঁচাকৈয়ে প্ৰসংশাৰ পাত্ৰ। congratulations 🙏
Rànadaamarhuk
0.
❤
❤❤❤