Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ৰাণাদাৰ অকাল বিয়োগে অসমীয়া সংগীত জগতখনত যি শূন্যতাৰ সৃষ্টি কৰিলে,সি কাললৈ পূৰ নহয় ।
Homoy হমই নহয়, সময় xamay
সময়ৰ গতি কোনেওঁ নাজানে দাদা তোমাৰ গানশৈশৱৰ পৰা আজিওঁ শুনুশাহস আহে🎉🙏🙏
Jayanti Hazarikar goteibor ganei mor khubei bhal lage. Voice to khub sundar.
মই যে নাজানো তুমি কোন!তেনে বাৰু কিয় মই তোমাৰ সত্তাৰ প্ৰেমত বাৰে বাৰে পৰি যাওঁ!এইয়াই চাগৈ তোমাৰ অতদিনৰ তপস্যা আৰু সাধনা❤
প্ৰয়াত জয়ন্ত হাজৰিকা অসমৰ সবব'কালৰ১ নম্বৰ কন্ঠশিল্পী । তেওৰ কন্ঠ গায়কীশৈলিসুকিয়া ।
❤❤😢❤❤❤🎉 ee2❤❤❤❤❤❤😢 XD e www❤❤
মোৰ নাম তোমাৰ মুখত শুনিলেবুকুত বাজি উঠে সুৰ সৰগৰতুমিটো নাজানাইতোমাক পোৱাৰকিমান হেঁপাহ মোৰ..
বহুত ভাল লাগে তেওঁৰ গান বিলাক। ধন্যবাদ
হেমেন হাজৰিকাৰ কথা ৰাণা দাৰ সুৰ কণ্ঠৰ এটা বৰ মনোৰম গীত ।
বহুত বহুত ধন্যবাদ জনালোঁ, চাৰ ।
কি যে অপূৰ্ব চিৰসেউজ গীত ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤আজি-কালিনো আৰু ক'ত শুনিবলৈ পাবা এনে তত্ব গধুৰ সুমধুৰ গীত ???😰😰
সঁচাই । তাহানিৰ দিনবোৰলে বৰ মনত পৰে কেতিয়াবা ।😢😢
অপূৰ্ব সৃষ্টি পাবলৈ কঠিন
One of my best of Ranada ❤
অতি সুন্দৰ, মন মুগ্ধকৰ গীত 🙏
ইমান সুন্দৰ ,সুমধুৰ ; মন-প্ৰাণ চুই গ'ল গীতটিয়ে .........সচাঁকৈ ভাষা নাই ,গীতটি মাদকতাপূৰ্ণ❤
Away from home miles apart...these songs keep me rooted to my soil...
গীতৰ সুৰ,কথা আৰু কণ্ঠ ইমানেই মিঠা যে গীতটি শুনলে প্ৰাণ ভৰি যায়। আচলতে জয়ন্ত হাজৰিকা দেৱৰ সুৰ আৰু কন্ঠ ই আছিল অনন্য সুন্দৰ।
আপোনাৰ মতামতৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ ভাল লগা গীত ।
শিৰ জুগিমিযা গীত
বাঃ কি অপূৰ্ব সৃষ্টি। ইমান তত্ত্ব গধূৰ গান শুনা অসমীয়া মানুহে আজিকালি গানৰ নামত কি কি যে বাহুল্য শুনিব লগা অৱস্থা হৈছে। আজি লাজ লগা হৈছে যে আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা দেৱৰ গান শুনা অসমীয়া স্ৰোতা।
What a creation, my most favourite
ইমান সুন্দৰ মন চুই যায়।❤❤
বহু দিনৰ পিছত গীত টি শুনিলো | সৰুতে ৰেডিঅত শুনিছিলো | কিমান যে মধুৰ এই বোৰ গীত |
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@@probinagogoi3805 সুপ্ৰভাত
Very very good
Bohiya lagil
Excellent❤
very nice
পূৰণা গীত সমূহ বৰ ভাল লাগে। শুনি হেপাহ নপলাই।
Veri. Nice
Evergreen
Katia xunisilo manatee napare
Great job 👌👍
অতি শুৱলা গীত
Oti sundor
My favourite song.
হয় অতি বিতুপন
😊
Thanks probina 🙏🏼
❣️❣️
Anyone listening in 2024 ?
Bohut val lage gantu
কালজয়ী গীত
Akhet. Aru. Dah. Basar. Jiya. Thakile sanagit. Bahu paribrtan halheten
এইজন এজন বলিষ্ঠ কণ্ঠশিল্পী আছিল অকালতে আমি হেৰুৱালো।
Jaoanta hazarika devak sradhre suwarilo
এই গীতটিৰ লিখক হেমেন হাজবীকা ? ?
হয় ।
Daradi kanthar hilpi garakir geete manpran hari niea.
Natun projanmoi geet bur Huna uchit
Geettu likhoni diyak
Hiyar gan
ua-cam.com/video/QZ6QhtdgW8U/v-deo.html Eyatu nohoi cover song
চিৰসেউজ গীত
মতামতৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ।
Moja sub korilu muku kora
তোমাকো sub. কৰি দিলোঁ দেই। অশেষ ধন্যবাদ থাকিল।
@@probinagogoi3805 tq agoloi aguai jua tare kamona korilu
@@probinagogoi3805 b
Thank you so much.
ৰাণাদাৰ অকাল বিয়োগে অসমীয়া সংগীত জগতখনত যি শূন্যতাৰ সৃষ্টি কৰিলে,সি কাললৈ পূৰ নহয় ।
Homoy হমই নহয়, সময় xamay
সময়ৰ গতি
কোনেওঁ নাজানে
দাদা তোমাৰ গান
শৈশৱৰ পৰা আজিওঁ শুনু
শাহস আহে🎉🙏🙏
Jayanti Hazarikar goteibor ganei mor khubei bhal lage. Voice to khub sundar.
মই যে নাজানো তুমি কোন!
তেনে বাৰু কিয় মই তোমাৰ সত্তাৰ প্ৰেমত বাৰে বাৰে পৰি যাওঁ!
এইয়াই চাগৈ তোমাৰ অতদিনৰ তপস্যা আৰু সাধনা❤
প্ৰয়াত জয়ন্ত হাজৰিকা অসমৰ সবব'কালৰ
১ নম্বৰ কন্ঠশিল্পী । তেওৰ কন্ঠ গায়কীশৈলি
সুকিয়া ।
❤❤😢❤❤❤🎉 ee2❤❤❤❤❤❤😢 XD e www❤❤
মোৰ নাম তোমাৰ মুখত শুনিলে
বুকুত বাজি উঠে সুৰ সৰগৰ
তুমিটো নাজানাই
তোমাক পোৱাৰ
কিমান হেঁপাহ মোৰ..