বম ডাঙৰ সাপ - Hatibondhu and Human 🐘🐘

Поділитися
Вставка
  • Опубліковано 30 чер 2021
  • gunjan channel
    / gunjusvlogs

КОМЕНТАРІ • 2,1 тис.

  • @crazymontai2647
    @crazymontai2647 3 роки тому +11

    ভাল লাগিলে চাই ...ইমান ভাল কাম কৰি আছে তেওঁ হাতীৰ বাবে...😍😍 সচাকৈ এনে প্ৰকৃতি প্ৰেমি মানুহৰ দৰকাৰ আমাক।

  • @Minakshi.25
    @Minakshi.25 3 роки тому +6

    বহুত ভাল লাগিল হাতীৰ কাৰনে ইমান যে কষ্ট কৰিছে দাদা আৰু বাইদেউ 🙏🙏🙏 দিম্পু দা কাৰনে ইমান ধুনীয়া ভিডিও চাৱ পালো❤❤❤

  • @jkbaruah2700
    @jkbaruah2700 3 роки тому +3

    দিম্পু তোমাৰ এই
    ভিডিঅ'টো চাই মোৰ ভয়েই লাগি গৈছে ভাই । ইমান অতব্য হাবিৰ মাজত সাহসী যুৱক গুঞ্জনে এয়া সঁচাই এক অতুলনীয় আৰু মহান কাম কৰিছে । হাতী-মানুহৰ সংঘাত ৰুধিবলৈ কৰা তেওঁৰ এই প্ৰচেষ্টা আন হেজাৰজনৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শ হৈ ৰ'ব বুলি মোৰ দৃঢ় বিশ্বাস । ঈশ্বৰে তেওঁক অধিক মনোবল দিয়ক । ভিডিঅ'টো প্ৰস্তুত কৰি সমূহ ৰাইজলৈ আগ বঢ়োৱাৰ বাবে দিম্পুক মোৰ আন্তৰিক ধন্যবাদ যাঁচিলো ।

  • @triggeredpurvi00
    @triggeredpurvi00 3 роки тому +9

    দিম্পু দা তোমাৰ ভিডিঅ চাই বহুত ভাল লাগে। 👍

  • @jintubaruah8713
    @jintubaruah8713 3 роки тому +82

    কমেন্ট পঢ়িৱ অহা সকলৰ যাতে মনৰ‌ বাঞ্ছা পূৰ্ণ হয় তাৰে কামনা ।।। আৰু তেওলকৰ মাক দেউতাকৰ ১০৫ বছৰ জীয়াই থাকে তাৰে কামনা।।।

  • @himankalita353
    @himankalita353 3 роки тому +44

    আমাৰ মনোৰঞ্জনৰ বাবে ডিম্পু দাৰ কষ্টক ধন্যবাদ ❤️❤️

  • @_rdcreation_9377
    @_rdcreation_9377 3 роки тому +81

    ভাল লাগিছে হাতীৰ কাৰণে ইমান ভাল কাম কৰাৰ বাবে বাকী ভিডিঅ'টো চাই ভাল লাগিছে ডিম্পু দা।

  • @madhurjyakalita4485
    @madhurjyakalita4485 3 роки тому +7

    🎊wow Dimpu da 2mar aito video TRANDING ot ase🤘

  • @abinashhandique6745
    @abinashhandique6745 3 роки тому +6

    দুলু বৰা দা আজি প্ৰায় বহু বছৰ ধৰি প্ৰকৃতি সুৰক্ষা তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰি আছে, তেওঁ নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা লগতে মেঘনা বৌ আপোনালৈকো ধন্যবাদ এনেধৰণে নিজকে প্ৰকৃতি তথা সাধাৰণ মানুহৰ ভালৰ বাবে সপি দিয়াৰ বাবে । দুলু দাৰ লগত এসময়ত কাম কৰাৰ সুবিধা পাইছিলো তেজপুৰ আৰু গুৱাহাটীত । সেউজীয়া মানুহ কেইজন সেউজীয়া হৈ থাকক, আকৌ লগ পাম। ধন্যবাদ দিম্পু এনেধৰণৰ Video বনোৱাৰ বাবে।

  • @RezauL7R
    @RezauL7R 3 роки тому +202

    Dimpu da osm 🥰

  • @MehediHasan-zq4yz
    @MehediHasan-zq4yz 3 роки тому +6

    আমি বাংলাদেশী, আপনাদের আসামের ভাষা শুনতে খুবই ভালো লাগে।

    • @advantage8467
      @advantage8467 3 роки тому

      Jumna tv comment box follows hindu Muslim

    • @advantage8467
      @advantage8467 3 роки тому +1

      B.kayastha
      From
      Assam
      Cachar

  • @rakeshhazarika4604
    @rakeshhazarika4604 3 роки тому +5

    God bless hathibondhu.

  • @rantusvlog9301
    @rantusvlog9301 3 роки тому +215

    হাতীৰ বাবে খেতি কৰা দাদা-বাইডোৰ বাবে Like এটা কৰক ----

    • @rupaduarah8562
      @rupaduarah8562 3 роки тому

      Hello dimpu.
      Malaysia t kunu cinaki asomia manuh ase jodi contact no Tu diba neki..

    • @udhabbarman2557
      @udhabbarman2557 3 роки тому

      @@rupaduarah8562 😀👍🙄❤️😀🤔😀🙄😀😘😘😘😘😘✨

    • @kandarparay3423
      @kandarparay3423 3 роки тому

      😘😘😘

    • @dimpineog8495
      @dimpineog8495 Рік тому

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😅😅

  • @abhilashkumar5086
    @abhilashkumar5086 3 роки тому +7

    Hatibondhu: A beautiful initiative of Shri Pradip Bhuyan sir , Founder of Faculty Higher Secondary School Amingaon Guwahati

  • @anupkalita2539
    @anupkalita2539 3 роки тому +1

    Mazaa dhuniya val lagil sai

  • @ratulkalita3290
    @ratulkalita3290 3 роки тому

    ধন্যবাদ
    তেখেতসকলক যিসকলে প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষা কৰি আছে, মইও তেওঁলোকৰ দৰে কাম কৰিব খোজো কিন্তু তেনে কোনো সুযোগ পোৱা নাই বাবে কোম্পানী বা গুদামত কাম কৰি আছো. পৰমাত্মাই তেওঁলোকক জীৱনৰ প্ৰতিটো মুহূৰ্ত্ত সুখ,শান্তিৰ লগতে সুস্থবান কৰি ৰাখক

  • @dimpol3984
    @dimpol3984 3 роки тому +3

    Mojja dimpu da😍😍

  • @timungsanjay4317
    @timungsanjay4317 3 роки тому +14

    Dimpu da,log pai bhal lagil heidinakhon❤

  • @baksobarai
    @baksobarai 3 роки тому +2

    ডিম্পু দা আপোনাৰ ভিডিঅ চাই বহুত ভাল লাগে।

  • @manjulpathak4182
    @manjulpathak4182 3 роки тому +1

    এইটো এটা সুন্দৰ ভি ডি অ'।

  • @arshishborah6074
    @arshishborah6074 3 роки тому +14

    দিম্পু দা এবাৰ শিৱসাগৰলৈ আহিব চোন ।। ইয়াত বহুতো ৰজা দিনীয়া কীৰ্তি চিহ্ন আছে।। আহিলে বহুত ভাল পাম।।

  • @shikhamonihaloi-3516
    @shikhamonihaloi-3516 3 роки тому +51

    Dada jone xasake bht val korise 👍👍 it's called real nature lover ❤️

    • @kk01insights
      @kk01insights 3 роки тому

      _বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ যদিহে আপোনালোকে চেনেলটোলৈ গৈ ভিডিঅ'বোৰ চাই ভাল পাই নিশ্চয় সুখী হম_

    • @KitchenSewali
      @KitchenSewali 3 роки тому +1

      ua-cam.com/video/ZnFTbYeE7Kw/v-deo.html

  • @Protyush860
    @Protyush860 3 роки тому +2

    Moja lagise dimpu da 😊😊

  • @pankhikajolshivam1681
    @pankhikajolshivam1681 3 роки тому +2

    Mozzaaa Dimpu da ❤️❤️💓💓👍

  • @sunilbordoloi8920
    @sunilbordoloi8920 3 роки тому +35

    সুন্দৰ ভিডিঅ’ 👍👍Proud of you brother well done❤❤👍

  • @mmofidulislam1809
    @mmofidulislam1809 3 роки тому +52

    এই বিলাক ভিডিও দিয়ার কারণে আপনাক অনেক অনেক ধন্যবাদ ডিমপু ভাই

  • @gvideosbangla9111
    @gvideosbangla9111 3 роки тому +2

    Bor val lagil Dimpu da 👌❤️

  • @mohammednurulislam6267
    @mohammednurulislam6267 3 роки тому +2

    Dimpu daa total natural video 🤗🤗

  • @mindarterang2431
    @mindarterang2431 3 роки тому +5

    LOVE form karbi anglong never give up Dimpu da ❤❤

  • @kshkvlogs195
    @kshkvlogs195 3 роки тому +8

    Amazing 🔥🔥❤️ that place wow

  • @bhubanrabha2277
    @bhubanrabha2277 2 роки тому +1

    বহুত ভাল লাগিল, আৰু বহুত দুনীয়া কাম কৰিছে

    • @MC.SAURAV
      @MC.SAURAV 3 місяці тому +1

      Thank you 😊

  • @Sadiiiik
    @Sadiiiik 3 роки тому

    কি কম আৰু
    এনেকুৱা পদক্ষেপৰ প্ৰসংশা কৰাৰ কোনো ভাষা নাই

  • @zgdebashishkonwar9928
    @zgdebashishkonwar9928 3 роки тому +19

    Great Work♥️♥️♥️#dimpu boruah love you 🔥🔥this is Nature 🌴🌴🌴

  • @shikharajkhowa444
    @shikharajkhowa444 3 роки тому +10

    This Man is really a Great man.We proud of the man.

  • @tusharjyoti3474
    @tusharjyoti3474 3 роки тому +2

    Dimpu dar video trending t ahisee...keep support him ❤️❤️

  • @bhanitadas6303
    @bhanitadas6303 3 роки тому

    Xosai bhut vl lgilll video Tu, dekhia kiba fresh fresh feel hoise, moiu jdi jbo plu hoi,,, 😊😊😊😊😊😊😊😌😌moi prakritir majot thki vl pau💚💚💚

  • @badmunda878
    @badmunda878 3 роки тому +21

    দুলু দাঙৰীয়াক Salute জনালো ।

    • @op8044
      @op8044 3 роки тому +1

      ডাঙৰীয়া

    • @badmunda878
      @badmunda878 3 роки тому +1

      @@op8044 ok.

    • @badmunda878
      @badmunda878 3 роки тому +1

      @@op8044 শুধৰাই দিয়া বাবে ধন্যবাদ ।

    • @op8044
      @op8044 3 роки тому

      @@badmunda878 welcome

    • @op8044
      @op8044 3 роки тому

      দাদা মই কিছুমান ভিডিওৰ কমেণ্টত দেখো যে কিছুমানে বানান বোৰ ভুল কৰিলে বহুত বেয়া বেয়া কৰি গালি দিয়ে বা ঠাট্টা কৰে ।কিন্তু তেওঁলোকে সেইটো নকৰি বানান বোৰ শুদ্ধ কৰি দিব লাগে ।আৰু আপোনাক যিদৰে আজি বানান শুদ্ধ কৰি দিছো ঠিক সেইদৰে মোৰ ও বহুত বানান ভুল হয় ।

  • @taralibarman7160
    @taralibarman7160 3 роки тому +19

    Real human 🍃❣️ dada jonk great salute 🙏 bht xikibologia ase 😍🍃

  • @jayantakumarbhar9204
    @jayantakumarbhar9204 3 роки тому +1

    Ajir vedio eta bises vedio tar babe hkoloke mur salute aru Nomaskar 🙏🙏🙏🙏🙏🙏🙏🙏

  • @jktechnologygyan4431
    @jktechnologygyan4431 3 роки тому +1

    Mozza mojja

  • @debojitnarah4290
    @debojitnarah4290 3 роки тому +3

    চাংঘৰ দুনীয়া কেনেকৈ বগাম জখলা dimpu da বহুত ভাল লাগিল চাই 👍

  • @rakhirajbongshi6611
    @rakhirajbongshi6611 3 роки тому +5

    Great salute to him💚

  • @mintobhadra
    @mintobhadra 3 роки тому +2

    Mojja dimpu da

  • @pinkisarma1736
    @pinkisarma1736 3 роки тому

    আমাক মনোৰঞ্জন দিবৰ বাবে বহুত কষ্ট কৰিছে । ভাল লাগিল । এবাৰ লগ পালে ভাল লাগিল হয়

  • @dishabora6956
    @dishabora6956 3 роки тому +3

    Love from Nagaon ❤️

  • @hanjangdili1631
    @hanjangdili1631 3 роки тому +4

    Love from karbi anglong- karbi traditional food wow Dimpu💗💗💗💗

  • @arunboro975
    @arunboro975 3 роки тому +1

    Mojaa ♥️♥️♥️♥️

  • @subhonanirmolia1069
    @subhonanirmolia1069 3 роки тому

    বহুত ভাল কাম কৰিছে। আমি সকলোৱে শুভেচ্ছা জনালো। ধন্যবাদ জ্ঞাপন কৰিব খোজা সকলে Like কৰিব।

  • @akash_xyz6420
    @akash_xyz6420 3 роки тому +31

    কমেণ্ট পঢ়া সকলৰ মা দেউতা ১০০ বছৰ জীয়াই থাকে তাৰেই কামনাৰে ।

  • @thevlogerofindia6056
    @thevlogerofindia6056 3 роки тому +34

    Dimpu Da আপোনাৰ ভিডিয় মই সদাই ছাও আৰু বহোত ভাল লাগে🙏❤❤❤❤🙏🙏🙏

  • @jyotimoytalukdar08
    @jyotimoytalukdar08 3 роки тому +1

    Videoটো চাই ভাল লাগিল । 🤗😊 Love Assam & তোমাৰ video ❤️🤍💛

  • @abrahamofficial5553
    @abrahamofficial5553 3 роки тому +1

    Bohut val lagil Dimpu da

  • @jutishbora1285
    @jutishbora1285 3 роки тому +7

    Keep it up👍

  • @swapnanilkashyap6374
    @swapnanilkashyap6374 3 роки тому +26

    Dimpu দা কেৱল অসমৰ এ নহয় ভাৰতৰ ও এজন বিখ্যাত UA-camr 🌟

  • @pranjaldeoghriya3115
    @pranjaldeoghriya3115 3 роки тому +1

    Val lagil dimpu da jui 🔥🔥🔥🔥

  • @foridulislam6336
    @foridulislam6336 3 роки тому +1

    বহুত ভাল লাগিল

  • @assamgang-1425
    @assamgang-1425 3 роки тому +6

    Love from Assam 🥰🥰😍

  • @scientistrinkyboruah1329
    @scientistrinkyboruah1329 3 роки тому +33

    Dimpu da tumi🔥🔥

    • @mrinalbarman9718
      @mrinalbarman9718 3 роки тому

      X 😂🤣🤣🤣

    • @kk01insights
      @kk01insights 3 роки тому

      _বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ যদিহে আপোনালোকে চেনেলটোলৈ গৈ ভিডিঅ'বোৰ চাই ভাল পাই নিশ্চয় সুখী হম_

  • @meghadevi6491
    @meghadevi6491 3 роки тому

    ৰীতা চৌধুৰী বাইদেউৰ " মায়াবৃত্ত" কিতাপ খনৰ পুতি আৰু সুবৰ্ণৰ চাংঘৰ টোৰ দৰে লাগিল। সম্পূৰ্ণ একেই। উপন্যাস খন পঢ়া সকলে ভিদিও চাই বুজিছে হয়তো। দাদা জনৰ তেনেকুৱা সপোন আছিল হয়তো।

  • @juridas1331
    @juridas1331 3 роки тому +1

    ধুনীয়া লাগিল চাই 💜

  • @rkcreation.9018
    @rkcreation.9018 3 роки тому +3

    Dimpu da mojjaaaaaa ...

  • @supriyaff690-
    @supriyaff690- 3 роки тому +315

    মোৰ Comment পঢ়া সকলৰ মা দেউতাই যাতে হাজাৰ বছৰ আয়ুস লাভ কৰে কৃষ্ণ।,🙏🙏

  • @BornaliDutta-gn7yy
    @BornaliDutta-gn7yy Рік тому

    Salute to those volunteers service towards animals

  • @pujapathak3808
    @pujapathak3808 3 роки тому

    Xsa ki kom vakha ni ❤️dada jon bou joni emn dhuniya k kam krise gour manu bure akdom salute..ro hati emn gyani

  • @Somnath__borah
    @Somnath__borah 3 роки тому +9

    fabulous dimpu da ...😀😀nxt level ........its amazing 🤗🤗

  • @pankhidevi6221
    @pankhidevi6221 3 роки тому +1

    Dimpu da bhut Val lagil sai

  • @mondirachutia5925
    @mondirachutia5925 3 роки тому

    দিম্পু তোমাৰ ভিডিঅ বোৰ চাই বহুত ভাল লাগে। তোমাৰ লৈ বহুত ধন্যবাদ থাকিল ।

  • @pomysmixdancevlog8868
    @pomysmixdancevlog8868 3 роки тому +3

    Natural moment dimpu daa,💐

  • @user-tc3pd2wv9l
    @user-tc3pd2wv9l 3 роки тому +12

    দিম্পু দা সুন্দৰ লাগিছে ❤️❤️❤️ love you deha

  • @debasishbharati1265
    @debasishbharati1265 3 роки тому +1

    Hatir gestrik 😂😂😂mjjah video, salute dadajonok❤️❤️❤️

  • @jayvoicestories
    @jayvoicestories 3 роки тому +1

    বহুত ভাল লাগিছে 🤗

  • @rahullovefailler8684
    @rahullovefailler8684 3 роки тому +7

    Vl lagil sai.jontur proti morom 😍😍

    • @KitchenSewali
      @KitchenSewali 3 роки тому +1

      ua-cam.com/video/ZnFTbYeE7Kw/v-deo.html

  • @ddany9971
    @ddany9971 3 роки тому +8

    Love you dimpu daa❤You are inspiration😍

  • @rinkualiazara7275
    @rinkualiazara7275 3 роки тому

    Bohut dhuniya lagisa video to

  • @lallablogs8656
    @lallablogs8656 3 роки тому +1

    Mojàaaaaaaa lagil video tu saii Dada mojàaaaaaaa 😍😍😍😍❤️😍❤️😍❤️😍❤️

  • @mixertube4257
    @mixertube4257 3 роки тому +4

    First viewse and first comment Dimpu da 🥰🥰

  • @mehedihassan5624
    @mehedihassan5624 3 роки тому +6

    Dimpu da your voice so sweet

  • @BobiPhukan
    @BobiPhukan 3 роки тому +1

    Wow so beautiful place . Thank you dimpu

  • @familystylekitchen1431
    @familystylekitchen1431 2 роки тому

    ভাল লাগিল । তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @DigantaZG
    @DigantaZG 3 роки тому +10

    Love fromপছৰীয়া💖💖💖

    • @mhmixvlogs6635
      @mhmixvlogs6635 3 роки тому

      ua-cam.com/video/3BM4l7quABY/v-deo.html

  • @yoboyrubul8560
    @yoboyrubul8560 3 роки тому +5

    The place is just wow😍😍

    • @newsall1533
      @newsall1533 3 роки тому

      ua-cam.com/video/PdajE8C55EIu/v-deo.html

  • @promilagogoi8106
    @promilagogoi8106 2 роки тому

    ডিমপোৰ বি ডি অ বোৰ বৰ আমোদজনক আৰু বৰ ৰসালকে কৈ থাকে কাৰণে চাই মজা লাগে । দীৰ্ঘ আয়ু হোৱা ডিমপো।

  • @zackmucha1196
    @zackmucha1196 3 роки тому

    বহুত ভাল লাগিল চাই। কিছুমান নজনা কথা গম পালো।

  • @knowledgebook353
    @knowledgebook353 3 роки тому +4

    Dimpu da 🔥 lv from Lakhimpur ❤️

  • @I_am_Neel
    @I_am_Neel 3 роки тому +49

    কমেন্ট পঢ়া সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 🙏

    • @raky
      @raky 3 роки тому

      Kam nai tor

  • @pratibharay02
    @pratibharay02 3 роки тому

    Hosai bohut vl lgil dada jonr km dekhi....ami hokoloye ane kora usit jodihe bonoriya jntur vy thke

  • @nabaudaygolaghatvlogs7210
    @nabaudaygolaghatvlogs7210 Рік тому

    Dhunia lagile##NABAUDAY GOLAGHAT VLOGs##

  • @nijanvlogs1907
    @nijanvlogs1907 3 роки тому +6

    Dimpu da main vai amar ❤️🔥🔥🔥🔥

  • @rangiardiganta9030
    @rangiardiganta9030 3 роки тому +6

    Love from Rangia ❣️❣️❣️💓

  • @pkdutta7953
    @pkdutta7953 3 роки тому

    Khub Val lagil hathi mere sathi

  • @পিংকুৰয়০৯
    @পিংকুৰয়০৯ 3 роки тому +1

    Dhuniya ❤️😍🙂

  • @priyansusarmah4826
    @priyansusarmah4826 3 роки тому +3

    Bike ride video lage dimpu da...we all are waiting....and love from Gohpur ♥️

  • @debojitchangmai1350
    @debojitchangmai1350 3 роки тому +3

    Borhia দিম্পু দা আপোনাৰ through দি ভাল ভাল মানুহ চিনি পোৱা যাই। মানুহ জন্মৰ পদক্ষেপ প্ৰখনখনীয়। আৰু ফল মূলৰ গছ ৰোপণ কৰিলে আৰু ভাল হব, জীৱ জন্তুয়ে খাব পাৰিব

  • @basudevdas4177
    @basudevdas4177 3 роки тому +1

    Dimpu da..you are just awesome👏😊

  • @mr.bairagi9342
    @mr.bairagi9342 3 роки тому

    এটা ব্যতিক্রম vdo, নতুন সোৱাদ পালো 😍😍 আৰু এনেকুৱা vdo লাগে।।

  • @akash_xyz6420
    @akash_xyz6420 3 роки тому +71

    ""DIMPU BRO YOU ARE GREAT""💛🔥

    • @technicaldhon9866
      @technicaldhon9866 3 роки тому +4

      ua-cam.com/video/jVKm8awwss4/v-deo.html 🙏😭

    • @sanjibnt3646
      @sanjibnt3646 3 роки тому +2

      Hi

    • @mousumiassam
      @mousumiassam 3 роки тому +1

      @@technicaldhon9866 muru video bur Saba sun and Val pala frnds hoba

    • @KitchenSewali
      @KitchenSewali 3 роки тому +2

      @@sanjibnt3646 হাতী বন্ধু

  • @manashdeka978
    @manashdeka978 3 роки тому +4

    Dimpu Da Nagaon ahi kenekua pale jonabo ❤️❤️❤️ love from NAGAON

  • @afjolalom9560
    @afjolalom9560 3 роки тому +1

    Diiimpu daaa saluttttt ♥️♥️♥️♥️♥️♥️

  • @rotonkumar1104
    @rotonkumar1104 3 роки тому +1

    Keep on going.... What a place lovely

  • @Himannnn0
    @Himannnn0 3 роки тому +19

    Love from Rangia tiniali 🔥

    • @KitchenSewali
      @KitchenSewali 3 роки тому +1

      ua-cam.com/video/ZnFTbYeE7Kw/v-deo.html

    • @KitchenSewali
      @KitchenSewali 3 роки тому +1

      UA-cam চেনেলৰ নাম 👇
      Kitchen Sewali.