ভয়ানক আচৰিত সুৰংগ
Вставка
- Опубліковано 24 лип 2023
- সৰগৰ দুৱাৰ কোনোদিনেই আৰু ঘূৰি নহাৰ পথ যদিহে আপুনি ইয়াত সোমায় ৷ইয়াত সোমাবলৈ কেতিয়াও যাতে চেস্টা নকৰে ৷বৃহত্তৰ হাজোৰ ফকীৰতোলা গাওঁত অৱস্থিত এই সৰগৰ দুৱাৰ ৷
#assam
#guwahati
#guwahaticity
#assamese
#assameseyoutuber
#newslive
#guwahatiblogger
#rangia
#shortsvideo
#rangianews
#guwahatidiaries
#guwahatiplus
#guwahatirealestate
#guwahatiuniversity5thsemesterexamresult2020
#guwahatilive
#guwahati_university
#guwahativlogger
#hajo
#hajonews
#hajosworld
#dimpubaruah
#dimpus
#dimpus_vlogs
#hajo sarag duwar
#dimpu
#dimpuvlogs
#dimpubaruahnewstatusvideo
#dimpubaruahnewvideo
#morigaon
#morigaonor_lora
#morigaonyoutuber
#nagaon
#nagaonbeach
#nagaondigital
#shivasagar
#shivasagar
#assamnews
#assamesenews
#assamesenewstoday
#dimpubaruah
#dimpus
#madhusmitasarmah
#purbanchal
##bikash_chetry
সৰগৰ দুৱাৰ দেখি ভাল লাগিল , বহুত কথা জানিলো , পুখুৰী কথা সুন্দৰ কৈ কলে ,ঠাইখিনি বহুত ভয় লাগে , সুন্দৰ Share 🔥💯
আন্তৰিক ধন্যবাদ জনালোঁ ৷
Hb pare 😮
Waoo..vl lgil. ..dei swarag dwar...emn dangerous...music u khatarnak...stay connected dada❤
Thanku so much
ঠাইখন কিছু ভয়ানক যদিও তোমাৰ বৰ্ণনাৰ শৈলীত আৰু অধিক ভয়ানক যেন লাগিছে । সুন্দৰ বৰ্ণনা
আপোনাক আন্তৰিক ধন্যবাদ ৷ ঠাইখিনি সচাকৈয়ে ভয়ানক ৷অকলে তালৈ নোযোৱাই ভাল ৷
Swarg duwaredi khumale uvoti ru kio ahibo lage sidha swargo jai pabo,manuhe swargot jabo bisare tat goi khumale hol swago paboge,apuniu khumai jaok
Val lagil dada...nojona kotha janilu ru nedekha thai dekhilu aji...horog duwar ru pukhuritu 😊💕
আন্তৰিক ধন্যবাদ জনালোঁ ৷ অনুগ্ৰহ কৰি Share কৰিবা ৷
beautiful vlog ❤❤❤
thanku
Bhut bhut val lagil dei video tu sai.....goi powa nai....ketiyaba goleo voi nai...sokolu khini agote janilu....
আন্তৰিক ধন্যবাদ হিয়া
Sundor place ❤
আন্তৰিক ধন্যবাদ
Where is the place pl inform me
Hajo
সুন্দৰ শুভেচ্ছা থাকিল বন্ধু 🙏
আন্তৰিক ধন্যবাদ
Bhut সুন্দৰ❤❤❤❤❤❤
আন্তৰিক ধন্যবাদ
Video tu bahut bhal hoise.
Swargo duware di ami'o edin swargo jabo lagibo
'হা হা নিশ্চয় ৷আন্তৰিক ধন্যবাদ জনালোঁ
Very nice 👍🥰
ধন্যবাদ জনালোঁ
হোছা Entertaining Video 👍
thanks
Majaaa❤
ধন্যবাদ
Nice sharing 👍...val lagil
আন্তৰিক ধন্যবাদ
ঠাইখিনি বহুত জয়াল. সৰগৰ দুৱাৰ ৰ ৰহস্য . পুখুৰী ৰ পানী চুবুলৈ মানা কৰি ভাল কৰিলে.bhahut najana kotha janilo.আগুৱাই যাওক দাদা🙏🙏
আন্তৰিক ধন্যবাদ জনালোঁ ৷
Beautiful video sharing 🙏🙏
thanku so much
Nice sharing 😊
ধন্যবাদ
Wow nice sharing 😊😊😊
আন্তৰিক ধন্যবাদ
Pukhuritut sage kiba mulyaban bostu pelai thuwa ase hei karone manuhe jate uliyaboloi voi kore tarbabe kijani pukhuri gorakiye ai posar solai thoi gol.
ইমান মই নাজানো ডাঙৰীয়া ৷
Very nice
Thanks
Where is the place?
hajo
Bohut bhoyanok
আন্তৰিক ধন্যবাদ জনালোঁ ৷
Val lagil 😊
আন্তৰিক ধন্যবাদ জনালোঁ
বৰ ধুনীয়া কৈ সকলো দেখালে আৰু বুজাই কলে শুনি ভয়েই লাগিল 😅
আন্তৰিক ধন্যবাদ জনালোঁ তোমাক ৷
Kun jegat ase baru...dist..
কামৰূপ জিলাৰ হাজোত আছে
Sundor video 👌👌 notun bondhu holu muku back korile bhal lagibo 😊
আন্তৰিক ধন্যবাদ ৷নিশ্চয় কৰিম ৷
I can't believe
কৰা নকৰা তোমাৰ নিজৰ কথা ৷কেৱল এটা কথাই কম , বিশ্বাসে মিলয় হৰি ৷আন্তৰিক ধন্যবাদ জনালো ৷
Horrgr duar nhoi oo misa misi ktha koi tim los kri ase
সেইখিনি জেগা সৰগৰ দুৱাৰ বুলিয়েই বিখ্যাত ৷
Pukhuritu kun mistria poka kam krisil o,
নাজানো ৷পুখুৰীতো বহু দিনৰ পুৰনি
Kun jaga
Hajo
গুহা টো ব্যবহাৰ অনুপযোগী কাৰণ উপযুক্ত ভাৱে ব্যবহাৰ কৰা হোৱা নাই বা অন্যান্য গেছৰ ভাণ্ডাৰ থাকিব পাৰে বৈজ্ঞানিক গৱেষণা কৰিব তেতিয়া সকলো ধৰা পৰিব, পুখুৰী ক্ষেত্ৰত মিচা কথা মানুহ এবাৰেই জন্ম হয় আকৌ জন্ম নহয়,ভীম মহা ভাৰত এইবোৰ মিচা কথা,
মানুহে মই কোৱাবোৰেই কয় ৷
আৰু ভালকৈ বনাব লাগিছিল❤
umm
Vime brkhi bai mas napale sage so pukhuritu pani sule mukti napai
হবও পাৰে
Shok fas😂
ধন্যবাদ
বহুত ভয়ানক জাগা এইটো দিনতে যাৱ ভয় লাগে মই একবাৰ গৈছো কিন্তু তেতিয়া UA-cam কৰা নাছিলো এজনি মাইকি মানুহ আছিল আমি যাওতে বাদুলি আছিল বহুত মৌ ৰ বাহ আছিল ডাঙৰ ডাঙৰ ভাল লাগিল বহুত বছৰ মুৰত দেখিলো সৰগৰ দুৱাৰ
আন্তৰিক ধন্যবাদ জনালোঁ ৷
Vangi de kela pahar😂😂😂
Hosakoi voianok 😊 vl lagil vido2 👍 new frnd holu Akha koru apuniu mur vido sai frnd hbo 👍🙏❤ #Rashmimaina
আন্তৰিক ধন্যবাদ ৷নিশ্চয় হম ৷
New friend holu dei akha Koru apuniu hoi 😊
আন্তৰিক ধন্যবাদ ৷ নিশ্চয় হম ৷
চেতটো ঠাই খনৰ নাম কবি।
হাজো
Kun jega hoi
@@shibanath4741 hajo
সৰগৰ দুৱাৰ দেখি বোৰ ভাল লাগিল ❤❤ channel tu subscribe kori full video sai friend holu akha korisu mor o friend hoba buli
আন্তৰিক ধন্যবাদ ৷ নিশ্চয় হম
nice video ❤❤ new find back kore deba
আন্তৰিক ধন্যবাদ। নিশ্চয় কৰিম