ভাৰত পাকিস্তান border line - Going to India-PAK border

Поділитися
Вставка
  • Опубліковано 14 лип 2021
  • follow james vai r Instagram ...
    jjames_kashyap?...
    Xi mane youtube t video nedia .....but moja video diye Instagram t .
    also follow assam r ripun
    / @assamorripun

КОМЕНТАРІ • 3 тис.

  • @surjyasaikia1478
    @surjyasaikia1478 3 роки тому +9

    Amer ফালৰ পৰা Indian army লৈ like এটা দিৱ

  • @foujilifestyle3545
    @foujilifestyle3545 3 роки тому +535

    মই এজন BSF জোৱান কাশ্মীৰ কম দিনত যাব পাম... চাই ভাল লাগিল

  • @Minakshi.25
    @Minakshi.25 3 роки тому +194

    আমাৰ ভাৰতৰ সৈনিক সকলৰ বাবে মোৰ ফালৰ পৰা like এটা দিম্পু দা ধন্যবাদ ইমান কষ্ট কৰি দেখোৱাৰ বাবে🙏🙏🙏

  • @bharotbhumij3536
    @bharotbhumij3536 3 роки тому +106

    কমেন্ত পঢ়া সকলৰ মা দেউতাক ভগৱানে সুস্থ ৰাখক 👏👏👏

  • @dimbeswargarh2716
    @dimbeswargarh2716 2 роки тому

    হেনানি সকললৈ এটা like জনাব দিম্পো দা🇨🇮🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @sumisaikia459
    @sumisaikia459 3 роки тому +228

    Proud of a Indian Army wife( Foujan) ❤❤Joi hind আমাৰ ভাৰতীয় সৈনিক সকলৰ বাবে এটা like মাৰি দিয়ক|🇮🇳🇮🇳🇮🇳🇮🇳

  • @kalpajyotimahanta7236
    @kalpajyotimahanta7236 3 роки тому +42

    মোৰ ভিনদেউ হয় পুলকেশ ডেকা.. ভাল লাগিল তোমাৰ লগত ভিনদেউ ক্ দেখি.. ধন্যবাদ..

  • @jibontorigogoi8645
    @jibontorigogoi8645 Рік тому +5

    জয় আই অসম 🇮🇳🇮🇳❤️ my love india ❤️❤️

  • @fromassamvillage
    @fromassamvillage 3 роки тому +23

    মা বৈষ্ণ দেৱীৰ মন্দিৰলৈ যোৱা ভিডিঅ'টো চাই বহুত ভাল লাগিছে। আপোনালোকক ডিম্পু দাৰ মা বৈষ্ণ দেৱীৰ মন্দিৰলৈ যোৱা ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ।

  • @babulsarmah1194
    @babulsarmah1194 3 роки тому +42

    পুলকেশ মোৰ class friend... পুলকেশৰ কাৰণে এটা like 👍

  • @pksvlogsmemories5581
    @pksvlogsmemories5581 3 роки тому +2

    আমাৰ ভাৰতৰ সৈনিক সকলৰ বাবে এটা like kori দিয়ক 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @gymfitness7762
    @gymfitness7762 3 роки тому +66

    ডিম্পু দাই অদ্ভূত অদ্ভূত ঠাই বোৰ দেখোৱাই বাবে ভাল লাগে । আৰু ডিম্পু দাই আমাক ভাৰতৰ সীমা দেখুৱাই দিছে।🇮🇳🇮🇳🇮🇳

  • @sankardevroy3683
    @sankardevroy3683 3 роки тому +419

    Dimpu ভাইটি মই এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিক । আৰু তুমি যে দাদ জনক সুধিছিলা অভিনন্দন বধমানৰ কথা, মই তাৰ লগত একেলগে চাকৰি কৰি আহিছু, ৰাজস্থান ৰ সুৰতগড় নামৰ ঠাইৰ পৰা। ভাল লাগিছে ভিডিও টো চাই। ধন্যবাদ।

  • @parthibvlogs2306
    @parthibvlogs2306 3 роки тому +307

    ভাৰতীয় জোৱান সকলৰ কাৰনে এটা 👍 কৰক।

  • @santanujaishreeram7582
    @santanujaishreeram7582 3 роки тому +5

    সীমান্তত দেশ মাতৃৰ হকে সেৱা আগবঢ়াই থকা ভাৰতীয় সৈনিক সকলক কৌটি কৌটি প্ৰণাম🙏🙏 ভাৰত মাতা কি জয় 🇨🇮🇨🇮🇨🇮🇨🇮 লগতে ভাৰত পাক সীমান্তত শ্বহীদ হোৱা প্ৰতি গৰাকী বীৰ শ্বহীদক প্ৰণাম জনাইছো🙏🙏🙏 লগতে আমাৰ গৌৰৱ অসমৰ জনপ্ৰিয় তথা শীৰ্ষ youtuber দিম্পু দালৈ শলাগৰ শৰাই আগবঢ়াইছো

  • @kolpochitra3869
    @kolpochitra3869 2 роки тому +1

    ভাল লাগিল ডিম্পু। তুমি গৈ গৈ নেদেখা ঠাই আমাক দেখোৱাৰ বাবে ধন্যবাদ দিবলৈ ভাষা নাই।

  • @sewaligohain5043
    @sewaligohain5043 3 роки тому +180

    আপোনাৰ জৰিয়তে ভাৰত পাকিস্তান বৰদাৰ পালো চাবলৈ ☺️☺️ভাল লাগিল 👌👌

  • @nayanjyotinath2786
    @nayanjyotinath2786 3 роки тому +112

    অসমৰ গৌৰৱ দিম্পু ❤️

  • @KSJONXAIKIA
    @KSJONXAIKIA 3 роки тому +51

    জয় আই অসম ❤️❤️🇮🇳🇮🇳🇮🇳🇮🇳 my love India

  • @apurbadas4194
    @apurbadas4194 3 роки тому +60

    জয় জোৱান,, 🇮🇳 🇮🇳 🇮🇳..... Salute..