কবৰস্থানত একদিন - This is a Beautiful cemetery 🪦🪦

Поділитися
Вставка
  • Опубліковано 31 тра 2023
  • last video from Australia
    juli baa channel
    / @vlogonwithjuli9700
    #assamese #dimpubaruah

КОМЕНТАРІ • 1 тис.

  • @assamfoodsvlog6825
    @assamfoodsvlog6825 Рік тому +60

    দিমপু দা ।কবৰস্থানত ভূত নাথাকে কবৰস্থানৰ পৰা চল্লিশ হাত দূৰত থাকিব পাৰে কিন্তু। চল্লিছ হাতৰ ভিতৰত না থাকে আৰু কোনো বয় নাই। কবৰস্থান এটা পবিত্ৰ স্থান

  • @ronofenang
    @ronofenang Рік тому +36

    I love the Assam community how they treat Dimpu😊😊

  • @ripunathjaradhara496
    @ripunathjaradhara496 Рік тому +5

    Dimpu, তোমাৰ Australia সকলো video চালো । প্ৰবাসী অসমীয়া মই সকলোকে ধন্যবাদ তেখেতলোক সকলোৱে নিজৰ মাতৃভাষাত মানে অসমীয়াত কথা কোৱা বাবে । অসমত থাকি আমি আজি নিজকে লাজ লাগিছে । নিজৰ ভাষাতো ক'বলে । চ্যেলুট প্ৰবাসী অসমীয়া ভাষি । এই Video টোত এটাই ভাল লাগিল এজন মানুহক কবৰ দিবলে ৫ কোটি , চ্যেলুট Australia Goverment . Aru Amr India dhui salla . দিম্পু আৰু ৫ কোটি বছৰ গ'লেও আমাৰ দেশৰ উন্নতি নহয় ।

  • @khaledchoudhury8811
    @khaledchoudhury8811 Рік тому +49

    Out of all the foreign tour, I think this tour of australia will be your most memorable tour ever.

  • @SirajUddinAhmed536
    @SirajUddinAhmed536 Рік тому +83

    অসমে আপোনাক লৈ গৌৰৱান্বিত ❤️❤️❤️

  • @rajsvlogs4577
    @rajsvlogs4577 Рік тому +45

    Proud to be an Assamese,,Jai dimpu da💪

  • @mehbubasrafulislam3100
    @mehbubasrafulislam3100 Рік тому +1

    এইবোৰ ঠাইত আমিতো চাগে যাব নোৱাৰিম, কিন্তু দিম্পু দাৰ জৰিয়তে ঠাইবোৰ চাই নথৈ আনন্দিত হৈছো। thank you so much dimpu da,,,,

  • @kaushikbatista4097
    @kaushikbatista4097 Рік тому +65

    This video feels like rain during a drought! So grateful for this episode. What an awesome ending to this journey. 🙏

  • @palashboruah1240
    @palashboruah1240 Рік тому +6

    বহুত ভাল লাগিল video টো চাই ❤ কিন্তু এটা কাৰণে দুখ লগে যে এই বোৰ ঠাইত যাব napam চাগে এইটো life ot 😢

  • @dipankardeka9019
    @dipankardeka9019 Рік тому +7

    চাই পিনে খুব ভাল লাগিল Dimpu. সদাই এনেকে Video বনাই যোৱা... নেদেখা বস্তু বৰ যাতে তোমাৰ তাতে পাও আমি। আমি সদায় আছোঁ তোমাৰ লগত । God Blessed You🙏

  • @hanchangkonyak110
    @hanchangkonyak110 Рік тому +2

    Dimpu da Ki kom aru apunak love you.

  • @hillsnplains
    @hillsnplains Рік тому +22

    Peace.

  • @HafizurRahman-ho8kw
    @HafizurRahman-ho8kw Рік тому +17

    প্ৰতিজন মানুহৰ উচিত মিত্ত্যুৰ পিছত মানুহক পুৰি নিদি মাটিৰ মাজত দাফণ কৰা। যা মুছলিম আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে কৰে। So সনাতন ভাই সকলে এই কাম কৰিব বুলি আশা ৰাখিলোঁ।এনেকুৱা কৰিলে মৃত মানু্হ জনৰ ঈশ্মৃতি আমাৰ মাজত থাকি যাব। আল্লাহ আপোনালোকক বুজাৰ তাৱফিক দান কৰুক। বহুত কথা মিল আছে খ্ৰীষ্টান আৰু ইছলামৰ মাজত ।

  • @gilborndoley8392
    @gilborndoley8392 Рік тому +31

    He is the only real vlogger in Assam. All others are non.. ❤❤

  • @archanarabha1881
    @archanarabha1881 Рік тому +2

    I always surprise bidekh t thoka manuh khinio tumak iman agrohere akowali loy with so much positivity, aituye amak aru besi apluto kore. I feel very positive from this kind vlog.

  • @IkbalHasan-rv2ji
    @IkbalHasan-rv2ji Рік тому +8

    I love you Dimphu Bourah brother. Because of your simplicity and your kindness

  • @Ringsar_Nrzy
    @Ringsar_Nrzy Рік тому +14

    This is power of dimpu da ..❤ love from

  • @suleimankhan7451
    @suleimankhan7451 Рік тому +5

    La ilaha illallah muhammadur rasulullah ❤❤❤

  • @rijaldas1472
    @rijaldas1472 Рік тому +1

    Dimpu da Congratulations 🤗🤗🤗🤗

  • @Rahulsvlogsnextlevel
    @Rahulsvlogsnextlevel Рік тому +73

    ‌ দুখ