7 ঘণ্টাৰ পিছত - Vaishno Devi Mandir visit 2021 by Dimpu

Поділитися
Вставка
  • Опубліковано 11 лип 2021
  • this is a vlog video of a journey to vaishno Devi temple ...... katra , jammu

КОМЕНТАРІ • 4,2 тис.

  • @rumisaikia7411
    @rumisaikia7411 3 роки тому +237

    তোমাৰ ভিডিও যোগেদি মা বিষ্ণু দেৱীৰ চৰনত সেৱা জনাইছো। 🙏🙏 জয় মা বিষ্ণু দেৱী 🙏।

  • @I_am_Neel
    @I_am_Neel 3 роки тому +23

    কমেন্ট পঢ়া সকলোৰে মা - দেউতা যাতে 100 বছৰ জীয়াই থাকে তাৰেই কামনা 🙏

  • @TheThirdEYE07
    @TheThirdEYE07 3 роки тому +39

    CRPF দাদা সকলো লৈ জয় হিন্দ⚔️🇮🇳❤️

  • @xyz-rv7ql
    @xyz-rv7ql 3 роки тому +95

    Dimpu da kedarnath jabo kune sabo bisara like koriba

  • @shantanusharma408
    @shantanusharma408 3 роки тому +172

    তোমাৰ video যোগেদি মাতা বৈষ্ণ দেৱীক সেৱা জনাইছোঁ। জয় মাতা দি🙏🙏🙏

  • @nilotpalkakati4589
    @nilotpalkakati4589 3 роки тому +24

    Asomia CRPF juwan keijon dekhi kar kar val lagise ❤❤❤

  • @Santanath7098

    Sting khaii jaba lagbo

  • @hindiwebseries02
    @hindiwebseries02 3 роки тому +6

    Aibur careless mnur babe covid case bare ru lockdown diye aru dukhia mnu buror prblm hy...... Aibur a hol amr assam r youtuber, youtube r videot koi thake ghrt thakok save thakok aru nije emn lakh lakh mnur lgt mili ase.. Mne ki okol dukhia bur ghrt thakibo lge nki???... Vip bur a ji mn jay kribo paribo nki??? Kisu din agt ki obostha hoisil amr india r, assam r haibur pahori goise nki??... Atiyao j assam r kisu district t covid case komay nai jne na nai ??? Covid akebare hekh nki??? Tmar dore mnu jdi covid namane aru koy maro guli to tmr video sai mnu ki hikibo???... Tmi vale famous hoa tmk mnu val pay no doubt but aibur kam vl dekha najay... Atya j tmi goisa, assam t j tmi covid carry kori loi nahiba kiba surerity dibo paba nki?? Kisudin pist furibo gole nohol hoi nki??? Tmi j emn lakh lakh mnur lgt ghuri furi asa video drishsho bur sai voy lage.. Anekua soli thakile prithivi donkho hoat aru besi tym nai... Olp covid case komil mne ghura fura arambho..... Kotha bur vbi saba... Kiba vul kle sry but mor voy lagi ase videot jimn lakh lakh mnu salu...😞😞

  • @Paragjyotideka12
    @Paragjyotideka12 3 роки тому +272

    দিম্পু দাৰ চোলাটো ভাল লাগিছে, ভিডিওটোৰ কথাটো কবই নালাগে, একদম জুই

  • @jeettamuly7413
    @jeettamuly7413 3 роки тому +91

    অসমৰ CRPF Dada কেজনক ধন্যবাদ জনালো । লগতে দিম্পু দা আমাক জনাবলে নাপাহৰিব মন্দিৰ দৰ্শন কৰিবলে কিমান খৰচ হব ।জয় মতা দি ।

  • @dipankaroza531
    @dipankaroza531 3 роки тому +2

    কোনে কোনে দিম্পুৱে কেডাৰনাথ দেখুৱাটো বিচৰা hit the like bottom . জয় কেডাৰনাথ ❤️🙏

  • @bittu2052
    @bittu2052 3 роки тому +139

    এনেকুৱা পবিত্ৰ মন্দিৰ দেখুৱাৰ বাবে দিস্পু দা ধন্যবাদ জনাইছো জুবিন দাক জিমান ভাল লাগে আপোনাকৈ সিমানে ভাল লাগে জয় আই অসম ❣️❣️

  • @nikumonilaskar3146
    @nikumonilaskar3146 3 роки тому +2

    জয় মাতা Vaishno দেবি তোমাৰ চৰণত সেৱা নিবেদিলো,,,,,,, মাতাই দয়া কৰা।

  • @diptisarma7801
    @diptisarma7801 3 роки тому +1

    মোৰ ঘৰো নলবাৰীতে ।২০১৭ চনৰ জুলাইত বৈষ্ণো দেৱীলৈ গৈছিলো । দেৱীয়ে হেনো তাত ধ্যান কৰিছিল যাৰ বাবে ভক্তসকলে দেৱী দৰ্শন কৰি মনত শান্তি লাভ কৰে। তোমাৰ যাত্ৰাৰ জৰিয়তে মই আকৌ এবাৰ মাতাৰানীৰ চৰণ স্পৰ্শ কৰাৰ নিচিনা আনন্দ লাভ কৰিলো

  • @nonstopstudy7731
    @nonstopstudy7731 3 роки тому +30

    আমিও গৈছিলো দুবাৰ। ২০১৪ আৰু ২০১৯ ত। ভিডিও টো দেখি পুৰনি স্মৃতি বোৰ সজীৱ হৈ পৰিল। জয় মাতা দী

  • @ranjudeka
    @ranjudeka 3 роки тому +53

    ইয়াৰ পৰাই মা বিষ্ণু দেৱী ৰ চৰণত সেৱা আগবঢ়াই ছো সকলোৰে ভাল হক আৰু আইতা দেউতা মাও কুশলে থাকক আৰু মোৰ মনোবাঞ্ছা পূৰ্ণ কৰক মা বিষ্ণু দেৱীয়ে 🙏🙏🙏🙏

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t 3 роки тому +340

    এদিন মঙ্গল গ্ৰহৰ পৰা এই ল'ৰাটোৱে ভিডিঅ' বনাব চাই থাকক । আমাৰ গৌৰৱ দিম্পু । আৰু আগবাঢ়ি যোৱা তুমি 🙏🙏😍😍

  • @dhirajray9618
    @dhirajray9618 3 роки тому +202

    কেডাৰনাথ ৰ ভিডিঅ' কোনে কোনে বিচৰা লাইক মাৰি জা 🙏

  • @gayatrirajguru6854
    @gayatrirajguru6854 3 роки тому +16

    এনেদৰে ভিডিঅ'ৰ জৰিয়তে মা বৈষ্ণু দেৱীৰ মন্দিৰ দেখি বৰ ভাল লাগিল।জয় মা বৈষ্ণু দেৱী,জয় ভৈৰৱ বাবা🙏🏻🙏🏻🙏🏻

  • @parishmitaparashar2122
    @parishmitaparashar2122 3 роки тому +7

    তোমাৰ জৰিয়তে মা বিষ্ণু দেৱীৰ চৰণত সেৱা জনাইছো । 🙏🙏🙏 বহুত ধন্যবাদ জনাইছো ভগবানে তোমাৰ মংগল কৰক, আগুৱাই যোৱা। ❤❤❤🙏🙏🙏