প্ৰাক্তন বিধায়ক ৺গোলাপ বৰুৱাৰ যৌথ পৰিয়ালৰ সৈতে বাৰ্তালাপ

Поділитися
Вставка
  • Опубліковано 23 чер 2024
  • ৬জন পুত্ৰ, ৬গৰাকী বোৱাৰী, ৬গৰাকী ছোৱালী
    অসমৰ যৌথ পৰিয়াল
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : chakrrapanni...
    ✅Main Channel : youtube.com/@Baartalaap?si=yF...
    👱‍♂️Vlog Channel : youtube.com/@chakrapaniparash...
    ...................................
    baartalaapme...
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    baartalaap
    baarta_laap
    Baartalaapdotin/
    baartalaap.in/
    #chakrapaniparashar #baartalaap

КОМЕНТАРІ • 450

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w 9 днів тому +302

    এনেকুৱা এটা সুখী পৰিয়ালক চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ । ভাল লাগিল ।🙏🙏

    • @duluhazarika5832
      @duluhazarika5832 8 днів тому +29

      Ene porial dekha puwa tu xovagyor kotha ek birol onuvob r xakhi hobo pai nijoke dhanya manilu chakrapani porakhorok dhanyabad jonalu

    • @sabitakalita8933
      @sabitakalita8933 8 днів тому +4

      বৰ ভাল লাগিল।
      আমাৰো ৩০ জনীয়া যৌথ পৰিয়াল আছিল।

    • @juberulhussain2539
      @juberulhussain2539 8 днів тому +4

      সঁচাই ভাল লাগিল ।

    • @niralasaikia2530
      @niralasaikia2530 8 днів тому

      এদিন যোৱাৰ আশা ৰাখিছোঁ

    • @GirinBaruah
      @GirinBaruah 6 днів тому

      ❤q
      ​@@duluhazarika5832

  • @janmonigogoi6271
    @janmonigogoi6271 6 днів тому +19

    এইখন সমাজৰ এক আদৰ্শ পৰিয়াল। সঁচাকৈ.. প্রকৃত অৰ্থত এই পৰিয়ালটি এক নিদৰ্শন। বৰ্তমানৰ আধুনিকতাৰ ধামখুমীয়াত কিমান তেনেকুৱা যৌথ পৰিয়াল খণ্ড খণ্ড হৈ একক পৰিয়ালত ভৰি দিছে। ভাবি চাওকচোন..! মই যৌথ পৰিয়ালৰ এগৰাকী ছোৱালী😊 খুব বেছি মৰম থাকে ইয়াত,, সেয়া একক পৰিয়ালত ডাঙৰ হোৱা সকলে হয়তো সিমান অনুভৱ কৰিব নোৱাৰে। চক্রপানি দাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এটা অতি সুন্দৰ বাৰ্তালাপ প্রস্তুত কৰাৰ বাবে 🙏

  • @hemantachangmai7754
    @hemantachangmai7754 8 днів тому +51

    ভাবিব নোৱাৰা সঁচাকৈ এটা অতি আনন্দ ৰ পৰিয়াল❤মই এওঁলোকৰ মৰম চেনেহ দেখি আপ্লুত হৈ পৰিলোঁ...... সদায়ে যেন পৰিয়ালটোৰ সকলো সদস্য ৰ লগতে স্বাৰ্গবাখি ককা আৰু আইটাও যেন শান্তি ত থাকে আৰু সকলোৰে জীৱন অতি সুকলমে পাৰ হৈ যায়,ভগবানৰ ওচৰত পাৰ্থনা জনাইছোঁ🧑‍🤝‍🧑👭👬👫🧑‍🤝‍🧑👭👯

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf 8 днів тому +16

    বৰ ভাল লাগিল। এতিয়া পাবলৈ নাইকিয়া হ'ল। বাৰ্তা লাপে এনে আদৰ্শৰ মহান পৰিয়ালটো দেখোৱাৰ বাবে বহুত বহুত ধন্যবাদ 🙏 জনালোঁ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 днів тому +35

    অতি সুন্দৰ। এক সুন্দৰ আৰু আদৰ্শনীয় পৰিয়াল । তেওঁলোকৰ জীৱনগাঠা সঁচাকৈয়ে আদৰ্শনীয়। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤❤

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df 8 днів тому +11

    সঁচাই সুন্দৰ পৰিয়াল ভাল লাগিল আছলতে যৌথ পৰিয়ালৰ মজা অকলশৰীয়া পৰিয়ালত নাই দুখে সুখে সকলো লগত থাকে।

  • @jonalibaruah8601
    @jonalibaruah8601 17 годин тому

    সুন্দৰ অনুষ্ঠান এটি আগবঢ়োৱা বাবে ধন্যবাদ৷ এই পৰিয়ালৰ মিলা-প্ৰীতি দেখি বৰ ভাল লাগিল৷ তাতোকৈ ভাল লাগিল মাহী আইতাৰ শেষত কোৱা কথাখিনি৷
    বৰ্তমান যদিও বিভিন্ন এৰাব নোৱৰা কাৰণত একেলগে নাথাকে কিন্ত এই যে বছৰৰ বিহু তিনিওটিতে বা আন আন উৎসৱ-পাৰ্বনত সকলো একগোট হয়, ই কিন্ত শলাগিবলগীয়া৷
    য’তনেকি আজিকালি নানানটা সৰু অজুহাত দেখুৱাই নগৰবাসী সকলে মূল ঘৰখনলৈ যাবলৈ অনীহা কৰে বা উৎসৱ আদিত বন্ধ পালেই বাহিৰলৈ ফুৰিবলৈ ধাপলি মেলে৷ তেনেস্থলত এই পৰিয়ালটোৰপ্ৰতিজন সদস্য হয় গৃহাভিমুখী৷ আটাইলৈ সশ্ৰদ্ধ প্ৰণাম৷
    আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ পৰিয়ালৰ ছোৱালী (সৰু পেহীৰ ছোৱালী)এইখন সমৃদ্ধ ঘৰৰ বোৱাৰী৷

  • @pravachutia931
    @pravachutia931 8 днів тому +12

    বহুত বহুত ধন্যবাদ ,বত্তমান যুগত কিতাপৰ শিক্ষা লৈছে ,কিন্ত ঘৰখন আৰু পৰিয়ালটো চলাবলৈ শিক্ষাৰ অভাব , আত্মকেন্দ্ৰিক ,মনবোৰ ঠেক হৈ গৈছে ।

  • @jayashriborah9719
    @jayashriborah9719 7 днів тому +5

    এনেকুৱা যৌথ পৰিয়াল আজি কালি খুবেই ক'ম । নগাও কলিয়াবৰৰ এই আদৰ্শৱান পৰিয়ালটি উঠি অহা প্ৰজন্মৰ নিদৰ্শন হৈ ৰ‌ওক লগতে চক্ৰপানি তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এনেকুৱা আদৰ্শৱান পৰিয়াল এটি আমাক পৰিচয় কৰি দিয়া বাবে 🙏

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 8 днів тому +21

    Chakrapani পৰাশৰ সঁচাকৈয়ে ব্যতিক্ৰম । আমিও আই কওঁ। আই শব্দটো শুনি হৃদয়ত চুই গ'ল। আনন্দতে চকুলো ওলাল । এই পৰিয়াল সমাজৰ আদৰ্শ হওক।

  • @indranigogoi4233
    @indranigogoi4233 8 днів тому +12

    কমেন্ট নকৰাকৈ নোৱাৰিলো। ইমান ভাল লাগিল তেওঁলোকৰ মৰম চেনেহ দেখি❤❤ভগৱানে কুশলে ৰাখক 🙏🙏মৰম চেনেহ বোৰ সদায় এনেদৰেই থাকক

  • @PH-wh1qv
    @PH-wh1qv 8 днів тому +11

    বহুত ভাল লাগিল। আজিৰ সময়ত বিলৰ সংস্কাৰী পৰিয়াল।

  • @user-gd2im4id2l
    @user-gd2im4id2l 8 днів тому +6

    ভাবিলেই ভাল লাগি যায় মনটো...❤এনে পৰিয়াল দেখা পেৱাটো ভাগ্য লাগে..❤কিয়নো আজি সমাজত সম্পত্তি লুভত পৰি....আপোন-পৰ সকলো পাহৰি যায়..ককায়-ভায়টো দূৰৰ কথা..জন্ম দিয়া মাক দেউতাককো চিনি নাপায়...🙏😢😢😢

  • @prabinsutradhar5692
    @prabinsutradhar5692 8 днів тому +6

    ধন্যবাদ পৰাশৰ এনে যৌথ পৰিয়াল বৰ্তমান সময়ত পোৱা নাযায় পৰিয়াল বৰ্গৰ বাবে সকলোকে ধন্যবাদ জনালো j

  • @Dr.Rittikkatowal226
    @Dr.Rittikkatowal226 8 днів тому +6

    Sibani Baruah , a grandaughter of this family , is my childhood friend and classmate . So I have been in contact with this family since childhood . Such a welcoming and learned family they are . Also have heard about short anecdotes about Late Golap Baruah sir from my grandfather ( one such instance being him milking his cow in the early morning when the then CM Late Sarat Chandra Sir paid him a visit early morning signifying the down to earth nature of him . Moreover Ladus made by ma'am were very famous too as every guest was served with it ) . Really an inspirational and much respected family in our Kaliabor.

  • @digendraborah5631
    @digendraborah5631 8 днів тому +6

    বহুত বহুত ধন্যবাদ । এনেকুৱা পৰিয়াল দেখি বৰ ভাল লাগিল। সকলোৱে দীঘায়ু কামনা কৰিলো।

  • @BiswajitDas-qj8yr
    @BiswajitDas-qj8yr 2 дні тому

    সঁচাই সুন্দৰ পৰিয়াল বহুত ভাল লাগিল । ধন্যবাদ চক্ৰ দা এনে যৌথ পৰিয়াল বৰ্তমান সময়ত পোৱা নাযায় ।

  • @niharikagogoi4037
    @niharikagogoi4037 8 днів тому +4

    ধন্যবাদ চক্ৰপাণি দা ইমান ধুনীয়া এটা বাৰ্তা আজিৰ দিনত এনেকোৱা সমাজত দেখোৱাৰ বাবে যিখন সমাজত সৰু সুৰা কাম পাকঘৰৰ তেল নিমখৰ হিচাপৰ বাবে একেলগে থকাতকৈ বেলেগ বেলেগকৈ থাকিবলৈ বিচাৰে। এতিয়া সেই দিন নাইবোৰ নাইকীয়া হব ধৰিছে ককাক আইতাকৰ লগত বহি সাধু শুনা, কৰবাৰ পৰা আহিলে কিবা এটা টোপোলা নাতি নাতিনীয়ে খাব বুলি লৈ অহা এইবোৰ মাজত থকা নিভাজ মৰমবোৰ নাইকীয়া হবলৈ ধৰিছে মাত্ৰ অকলে থাকিবলৈ পাৰিম বুলি ভবাৰ বাবে

  • @birenkonwar9666
    @birenkonwar9666 8 днів тому +14

    যুটীয়া পৰিয়ালৰ একতা আৰু আনন্দৰ পৰিবেশ দেখি সঁচাই সুখ অনুভৱ কৰিলো । এই পৰিবেশ সদায় জীয়াই ৰাখক তাকেই কামনা কৰিলো।

  • @riyamoniray8212
    @riyamoniray8212 9 днів тому +13

    আমাৰ সাত জন ককাই ভাই সাত জনী বোৱাৰী আৰু লগত শা হু মা আৰু আমাৰ লৰা ছোৱালী বাৰ জন

  • @r.hazarika9231
    @r.hazarika9231 8 днів тому +7

    বৰ্তমান সময়ত এনে সুন্দৰ এটা যৌথ পৰিয়াল সকলোৰে লগত চিনাকি কৰাই দিয়াৰ বাবে চক্ৰপাণি তোমালৈ অশেষ ধন্যবাদ থাকিল। লগতে এই আদৰ্শ পৰিয়াল আজিৰ দিনত দেখা পোৱাটো সঁচাকৈয়ে বিৰল। পৰিয়ালটোক ভগৱন্তই কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ 🙏🙏🙏

  • @joduborah3235
    @joduborah3235 День тому

    অতি সুন্দৰ ❤ আগলৈকেও এনেকৈ একে পৰিয়াল হৈ থাকে যেন তাৰেই আশা ৰাখিলোঁ ❤❤

  • @dulbormanta4407
    @dulbormanta4407 8 днів тому +2

    এনেকুৱা আনন্দ সুন্দৰ পৰিবেশ দিখিবলৈ পোৱা নাযায় । আপোনালোকৰ এই পৰিবেশ টো আগলৈও জীয়াই থাকে যেন ।❤❤❤❤❤❤❤❤❤❤❤

  • @mamonibailung8807
    @mamonibailung8807 8 днів тому +4

    এনে এটা পৰিয়াল চিনাকি কৰি দিলে বহুত ভাল লাগিল। বিশেষকৈ চক্ৰপাণি দাদা ই আঠু কাঢ়ি কথা বিলাক সুধি থাকুতে হাঁহি উঠিছিল। আজি দিনত একক পৰিয়াল থাকি ভাল পায় মানুহবিলাকে।

  • @Ikashyap
    @Ikashyap 8 днів тому +4

    Indeed exemplary & it is always so warming to visit their place too. ❤

  • @dipamonichutia5791
    @dipamonichutia5791 8 днів тому +7

    ভাল লাগিল বুলি ক'লে আচলতে অলপ কৃপণালি কৰাৰ দৰে হ'ব,সচাঁকৈ কৈছোঁ বহুত বেছি ভাল লাগিল ।মৰম আন্তৰিকতাৰে ভৰা এটি অতি আদশবান পৰিয়াল ।সকলো সদায় এনেদৰেই থাকক।চক্ৰপাণি দাদালৈ অশেষ ধন্যবাদ জনালোঁ।

  • @dipanbitamazumder3831
    @dipanbitamazumder3831 8 днів тому +2

    ধন্যবাদ, পৰিয়ালটো দেখুৱাৰ বাবে ।‌বহুত‌ শিকিব লগা আছে।‌
    এনেকুৱা ২৫জনীয়া যৌথ পৰিয়াল বিজনী ত আছে । খবৰ কৰিলে পাব । তাতে গৈ ইমান ভাল লাগে আপুনি বিশ্বাস কৰিব নোৱাৰিব

  • @aratidevi2387
    @aratidevi2387 3 дні тому

    অতি আদৰ্শবান পৰিয়াল৷চক্ৰপাণি পৰাশৰলৈ ধন্যবাদ জনালোঁ সমাজলৈ সুন্দৰ বাৰ্তাবহন কৰা vdoটোৰ বাবে৷

  • @parismitagohain2068
    @parismitagohain2068 2 дні тому

    আজিৰ অনুষ্ঠান 2 চাই ভাল লাগিল
    প্ৰথম কথা আজিৰ দিনত এনেকোৱা ইমান ডাঙৰ পৰিয়াল দেখি আপ্লুত হলো 2 নংতে দেউতাহতৰ মুখত এটা ডাঙৰ শব্দ শুনিবলৈ পালো আই এই শব্দ শুনি ভাল লাগিল ।❤ এইয়ে আই ,বৌতি আজিৰ যুগত শুনিবলৈ পায় ভাল লাগিল । শেষত ভগৱান ৰ ওচৰতচৰত সকলোৰে সুস্বাস্থ্য কামনা কৰিলো 🙏🙏🙏🙏

  • @ritusvlog2942
    @ritusvlog2942 5 днів тому +1

    বৰ ভাল লাগিল। এনেকুৱা সুখ সকলোৱে নাপায় ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 8 днів тому +2

    প্ৰতিজন ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণাম।আৰ্দশবান এক মহান পৰিয়াল। সকলো পৰি য়ালৰ চানেকি হওক।

  • @ilakshibhuyan912
    @ilakshibhuyan912 8 днів тому +3

    29:24 সৰু গৰাকী বোৱাৰী মোৰ ডাঙৰ বা। এটা সুন্দৰ যৌথ পৰিয়ালৰ উদাহৰণ।

  • @anilbora2237
    @anilbora2237 8 днів тому +4

    বৰ ভাল লাগিল চিনাকি হৈ। মিলা প্ৰীতিৰে, সুখেৰে থাকক যৌথ পৰিবাৰৰ সকলো সদস্য 💐💐💐!

  • @diptitalukdar8882
    @diptitalukdar8882 5 днів тому +2

    BHAL LAGIL.

  • @anjumonitamuli9118
    @anjumonitamuli9118 8 днів тому +1

    খুউৱ সুন্দৰ এটা বাতা সমাজৰ কাৰণে দিলে। ইয়াৰ পৰা সকলোৱে যাতে অনুপ্রেৰণা পায়❤❤❤

  • @aporajita8792
    @aporajita8792 8 днів тому +1

    এনেকুৱা আদৰ্শ পৰিয়ালৰ বাৰ্তা ৰাইজৰ মাজত প্ৰচাৰ হ'ব লাগে আপোনাক ধন্যবাদ চক্রপাণি দাদা❤❤🙏🙏

  • @shikhamonihazarika2956
    @shikhamonihazarika2956 8 днів тому +2

    আপোনালোক সকলোকে একেলগে দেখা পাই সুখী হ'লো । জোনটি বাইদেৱে মোক পঢ়া আছিল ।

  • @AnjanaBarthakur-zk9pj
    @AnjanaBarthakur-zk9pj 8 днів тому +3

    যৌথ পৰিয়াল দেখি বৰ ভাল লাগিছে৷ আমিও তেজপুৰত যৌথ পৰিয়ালতেই ডাঙৰ হৈছিলো ৷ আমাৰ পৰিয়ালটো অসমৰ প্ৰায় সকলোৱেই জানিছিল৷ কলিবাৰীত আমাৰ ঘৰ৷ ককা নাম ৺কালী চৰণ ভট্টাচাৰ্য আছিল৷ মোৰ দেউতাক সকলোৱে মইনা উকিল বুলিয়েই জানিছিল৷

  • @AEI__CO_SagarikaBuragohain
    @AEI__CO_SagarikaBuragohain 8 днів тому

    Bahut bahut besi Val lagil progemtu Sai . Thank you sakrapani parakhor da....

  • @nirupamasaharia7876
    @nirupamasaharia7876 8 днів тому +1

    Eman bhal lagile ai family tu ,milapitri bor dekhi ..ataiye kusale thakok ❤

  • @kamalsaikia7179
    @kamalsaikia7179 6 днів тому

    এটা আদৰ্শ পৰিয়াল। দেখি, শুনি, চাই বহুত হৃদয়াংগম কৰিব পাৰিলো।আচলতে যৌথ পৰিয়ালত খুব মজা আছে। পৰিয়ালটি এক হৈ থাকিব পাৰিলে নৱ প্রজন্মও বিপথে পৰিচালিত হ'ব নোৱাৰে। চক্রপানি তোমাকো ধন্যবাদ জনাইছে, এনেকুৱা এটা আদৰ্শ বাৰ্তালাপ মানুহৰ মাজত বিলাই দিয়াৰ বাবে। মই আশা কৰিছো, এনেকুৱা আদৰ্শৰ চিন্তা ধাৰাৰ মাজেৰে ঘৰখন, সমাজখন আৰু জাতিটো আগুৱাই যাওঁক।

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum7822 8 днів тому

    So model family so happy they are so united so blessful _ really delighted.🙏🙏

  • @kaverigogoi7726
    @kaverigogoi7726 3 дні тому

    Such a wonderful family and post.....hope new generations learn something from this family.....This is called a happy family.

  • @subhachekanidhara9241
    @subhachekanidhara9241 8 днів тому +2

    বহুত ভাল লগা এটা সুন্দৰ পৰিয়াল আজিৰ দিনট নাই বহুত ভাল চিনাকী কৰাই দিয়াৰ বাবে । 🎉🎉🎉

  • @manashojah5162
    @manashojah5162 9 днів тому +2

    ধন্যবাদ । বহুত ভাল লাগিল ।🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 днів тому +5

    পৰিয়ালৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ ভক্তিভৰা সেৱা আগবঢ়ালো।❤❤❤❤❤

  • @pranobjyotikachari4252
    @pranobjyotikachari4252 8 днів тому +1

    সুন্দৰ অনুষ্ঠান চাই বহুত ভাল লাগিল ❤

  • @pabitraozah3815
    @pabitraozah3815 8 днів тому

    বৰ ভাল লাগিল। সুন্দৰ উপস্থাপন। পৰিয়ালটিৰ সকলোৰে মঙ্গল কামনা কৰিলো।

  • @jachingfaphukon3469
    @jachingfaphukon3469 8 днів тому +1

    Bht vl lgile de poriyal tu dekhi..ajikli enekuwa Mila priti khub Kom a thke.❤❤❤

  • @binoysaikia5363
    @binoysaikia5363 8 днів тому +1

    Thanku so much 👌
    Aetu xube dorkar asil aenekua aeta most precious episode.
    Aji dinot family value korobat herai jua dore hoise.
    Bahuttttttttt Bahut best Wishes ✨ thakile.

  • @ajalibhuyan7088
    @ajalibhuyan7088 8 днів тому +2

    মোৰ ঘৰো কলিয়াবৰত, ভালকৈ চিনি পাওঁ, তেখেত সকলৰ ঘৰলৈ
    গৈছিলো দেউতাৰ লগত বহু বছৰৰ আগতে, দেউতাই মিছাত শিক্ষকতা কৰিছিল, ভাল লাগিল
    তেখেত সকলক দেখা পাই।

  • @RakeshSarania1
    @RakeshSarania1 9 днів тому +6

    দাদা জয় আই অসম✊

  • @bipindeka560
    @bipindeka560 8 днів тому

    এটি সুন্দৰ আৰু আদৰ্শ পৰিয়ালৰ সৎ জীৱন ধাৰনৰ বিৱৰ্তন শুনি অভিভূত হলো।❤❤❤❤❤❤

  • @bijoydeka9134
    @bijoydeka9134 8 днів тому

    Iman dhuniya ata concept dikha palu. Khub val lagil. Dada aponaloi Bahu bahut Dhanyawad.

  • @BikramKumarDey
    @BikramKumarDey День тому

    Ideal Family, Salute

  • @punyagogoi7792
    @punyagogoi7792 8 днів тому +2

    বহুত ভাল লাগিল পৰিয়ালটো।

  • @ranjitnath2000
    @ranjitnath2000 8 днів тому

    Unbelivable .very good .god bless al of these fameli with love and hope every day joi to live . Bahut bahut adarshaban porial .

  • @rupdhannath6894
    @rupdhannath6894 6 днів тому +1

    বৰ্তমান অসমীয়া সমাজত এনেকুৱা যৌথ পৰিয়াল থকা ঘৰ এখন পোৱাটো বৰ বিৰল,ভাল লাগিল অনুষ্ঠান টো,সমাজৰ বাবে এখন আদৰ্শ

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 2 дні тому

    সুন্দৰ বহুত বহুত ভাল লাগিল.

  • @ahamidtarapdar1980
    @ahamidtarapdar1980 8 днів тому +1

    Dhunia, Bhal lagil

  • @msaikia8709
    @msaikia8709 4 дні тому

    For the first time I have the chance to see such type of Assamese joint family motivational video....thanks Dada.

  • @madhukantakhakhlari1476
    @madhukantakhakhlari1476 5 днів тому

    চক্ৰপাণি পৰাশৰ দেৱৰ আজিৰ অনুষ্ঠান টি অতি সুন্দৰ লাগিল আৰু এই অনুষ্ঠানৰ জৰিয়তে এটা ভাল শিক্ষা প্ৰদান কৰা হৈছে।

  • @pushkarmahanta5737
    @pushkarmahanta5737 8 днів тому +4

    শ্ৰদ্ধেয় গোলাপ বৰুৱাদেৱৰ পত্নী শ্ৰদ্ধেয়া নুমলী বৰুৱা বৰ সাদৰী মহিলা আছিল।

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 6 днів тому

    অশেষ ধন্যবাদ।
    বহুত ভাল লাগিলে

  • @abdulrofique8348
    @abdulrofique8348 8 днів тому +1

    God bless this family ❤

  • @user-my3rc3fn2m
    @user-my3rc3fn2m 8 днів тому +1

    Bohut val lagil very nice ❤❤❤

  • @kamannarah5067
    @kamannarah5067 9 днів тому +2

    বহুত ভাল লাগিল

  • @user-do1bb3pi5y
    @user-do1bb3pi5y 8 днів тому +2

    Bhut Val lagil

  • @DipaliPhukon-sy1ly
    @DipaliPhukon-sy1ly 8 днів тому +1

    Bohut val lagil very nice

  • @ashadeoriranideori2864
    @ashadeoriranideori2864 9 днів тому +1

    বহুত ভাল লাগিল ।

  • @rupanjalidas407
    @rupanjalidas407 8 днів тому

    অতি সুন্দৰ অনুষ্ঠান। বৰ ভাল লাগিল।

  • @AshikLaskar-bh6jl
    @AshikLaskar-bh6jl 6 днів тому +23

    আমি শিলচর থেকে দেখছি,, আমি একজন মুসলমান মানুষ,, কিন্তু আপনাদের এই পারিবারিক ঐক্যবদ্ধ দেখে বেশ ভালো লাগছে,, ধন্যবাদ সবাইকে,, বৃদ্ধ মায়ের কথা গুলো বেশ মিষ্টি,, ধন্যবাদ ধন্যবাদ ধন্যবাদ

  • @alakeshchakraborty738
    @alakeshchakraborty738 5 днів тому

    বৰ সুন্দৰ ৷ ক'বলৈ ভাষা নাই চক্ৰপাণিলৈ ধন্যবাদ

  • @dipalidevi6979
    @dipalidevi6979 8 днів тому

    বাৰ্তালাপ অনুষ্ঠানটোৰ জৰিয়তে এনে সুখী আৰু সুন্দৰ পৰিয়ালৰ বিষয়ে জানিব পাৰি বৰ ভাল লাগিল ।

  • @MBorah-sg5nn
    @MBorah-sg5nn 8 днів тому +1

    Bhout Val lagil ❤❤❤❤

  • @DeepaDutta-bb3sk
    @DeepaDutta-bb3sk 5 днів тому +1

    Bohut vall Lagil.

  • @MainaChutia-lh4hf
    @MainaChutia-lh4hf 7 днів тому

    Val lagil bohut .hodai enekoiye thakok......👍👍👍👍👍

  • @hemalatahandique96
    @hemalatahandique96 12 годин тому

    ১৯৭৬ চনৰ ডিচেম্বৰ মাহত অ ' বি চি ৰ এটা ভ্ৰমণ সূচীত ( বিদ্যালয়ত পঢ়ি থাকোঁতে ) গোটেই অসম ভ্ৰমণত যাওঁতে গুৱাহাটীৰ খানাপাৰাত প্ৰয়াত গোলাপ বৰুৱা দেৱে আমাৰ দলটিক লগ দিছিল ।
    আজিৰ অনুষ্ঠানটি বৰ ভাল লাগিল । আজিৰ দিনত এনে পৰিয়াল বৰ আদৰ্শ নীয় ।

  • @binitadas7717
    @binitadas7717 3 дні тому

    এনেকুৱা জয়ীন ফেমিলি দেখি ভাল লাগিল ধন্যবাদ

  • @runuchetia1658
    @runuchetia1658 8 днів тому

    আপুত হ'লো!ইমান সুন্দৰ পৰিৱেশ!!

  • @baruahmamu
    @baruahmamu 8 днів тому +1

    Khub bhal lagise….

  • @KanakSonowal
    @KanakSonowal 8 днів тому +2

    Moja lagile kokai❤❤❤

  • @mdsanaullah9055
    @mdsanaullah9055 3 дні тому

    Very very congratulations your joint family, blessings for long lasting

  • @Rebikasdesire
    @Rebikasdesire 9 днів тому +2

    Hundor video.. hundor poriyal👍🏻

  • @najirabegum1537
    @najirabegum1537 8 днів тому

    বহুত বহুত ভাল লাগিল ❤❤❤

  • @Cr7friends945
    @Cr7friends945 8 днів тому +1

    Bahut val lagile ❤❤🎉

  • @pinkuboruah2245
    @pinkuboruah2245 8 днів тому +1

    Ek dom moja,bohut val lagil aji kali anekoi thaka poriyal pabloi nai,moi aei news to sai bohut xukhi hoisu assamr bahiyt aru aeikoi thaka to moiu bisaru,

  • @himangshu.protim.dutta133
    @himangshu.protim.dutta133 8 днів тому

    Oti hundor.

  • @user-bd2nh4xv5w
    @user-bd2nh4xv5w 3 дні тому

    Bohut dhuniya video Val lagil sai

  • @mukundasarma-vl6dm
    @mukundasarma-vl6dm 8 днів тому

    Bhut val lagil ..Happy Family 🥰

  • @michaelvlogs4811
    @michaelvlogs4811 День тому

    Khub dhunia lagil dei anekuwa family sabole pai

  • @user-vd3zv7mt8m
    @user-vd3zv7mt8m 2 дні тому

    Bhut Val lagil ❤

  • @boikunthanathsaikia654
    @boikunthanathsaikia654 8 днів тому +1

    Bhal lagil.

  • @tulshigogoi7019
    @tulshigogoi7019 6 днів тому

    Happy family's great congratulations.

  • @pinkugogoi9342
    @pinkugogoi9342 8 днів тому

    Bohut val lagil enekua ata poriyal dekhibole pai.. aji kali nijor kokai bhai, bai vonii majot enekua moromor bandhun bohut kom dekhibole pua jai...... ai poriyaltuk dekhi hokolure majot anuperona jugabo buli akha rakhilu......

  • @SusmitaChowdhury-yo1np
    @SusmitaChowdhury-yo1np 8 днів тому

    বহুত ভাল লাগিল ❤️🙏

  • @MrinaliDutta-oe1mk
    @MrinaliDutta-oe1mk 8 днів тому

    Khub val lgil sai. Bortaman samajor babe ata hundor barta

  • @seemakarmakar72
    @seemakarmakar72 9 днів тому +2

    Khub bhal lagil

  • @user-uo2cd4xw9c
    @user-uo2cd4xw9c 5 днів тому

    বহুত ভাল লাগিল ❤

  • @krishnachowdhury6176
    @krishnachowdhury6176 8 днів тому +1

    Mahi aita khura khuri xokoluke dekhi bor bhal lagil.Jawahar khura r kotha khini ekdom ekai ase.❤