Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Moja hoise
Khub bhaal Laga gaan.Ariyan r Gaan r sachai bahut ojan ase..Aagbahri jowa...
Best of luck ..sweet voice.. Bare bare khunisu tumar voicetu
সুন্দৰ
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
বহোত ভাল লাগিল
অশেষ ধন্যবাদ জনালোঁ ।
xundar kontho
ঈশ্বৰে দিছে এই কন্ঠ, শান্ত, গভীৰ, সুমধুৰ। মঙ্গল কামনা কৰিলো।
অতি সুন্দৰ
আন্তৰিক ধন্যবাদ জনালোঁ
Akhibad কৰিছোঁ 🙏, আগুৱাই যোৱা
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Bohu hundargeet aag bohaly huniu huniyi thakibo mon jai good boy
অতি সুন্দৰ কণ্ঠৰ লগতে গীতটিও অতি সুন্দৰ হৃদয় ছয় পৰি যোৱা
Bohut vl gaisa, khunie hepah nopolai oo....
বৰ সুন্দৰ হৈছে ভাইটি
Khub xundar Kantha 💯👏👏👏
Bhal lagese😊
Bor sundor
Khundar kantho🔔✔️ 👌👍
অশেষ ধন্যবাদ জনালোঁ 🙏
Baap nombori toh beta 10 nombori. Aariyan you really proved it. God bless you beta.
Thank you so much 🙏
বৰ সুন্দৰ ৷
অশেষ ধন্যবাদ জনালোঁ
Khub xundar paribexon 💯👌
বাপ চাই বেতা, বহুত সুন্দৰ
ধন্যবাদ জনালোঁ 🙏
বাবা আৰিয়ান তুমি হৃদয় উলিয়াই লৈ যোৱাকৈ গীত গাইছা। তুমি অদ্বিতীয় ❤️❤️। মোৰ নোটতো লগাৰ লগে লগেই মহেন্দ্ৰ হাজৰিকা দাদালৈ মনত পৰি গ'ল
অশেষ ধন্যবাদ জনালোঁ ❤🙏
খুব সুন্দৰ কণ্ঠ 👌👌👌👌 আশীৰ্বাদ সদায় থাকিব আৰিয়ানলৈ 🙏🏻🙏🏻🙏🏻🙏🏻👌
Hundor Kontho. Ontor Sui Gol.God Bless you.
বৰ মিঠা কন্ঠ শুনিলে শুনি থাকিব মন যায় ।সুন্দৰ
HRIDOI SUI GOL BOHUT BOHUT HUBHOKAMANA GOD BLESS YOU BETA❤️🙏
এই লৰাজনৰ কণ্ঠদান কৰা গীত যিখন থিয়েটাৰে ল'ব সেইখনে হিট হ'ব।
Uffff krishna.... Mjjjaaaa lgise
Xundor lagise.
শ্ৰদ্ধাৰ সূৰ্য্য দাস,পুলক বেনাৰ্জী,জীতেন ডেকা,লোকনাথ গোস্বামী,চাৰু গোঁসাই, আদি নমস্য গায়কৰ লগত ৰিজাব পৰা নতুন প্ৰজন্মৰ গায়ক এওঁ,ৰাইজে আৰ্শীবাদ কৰক এদিন অসমৰ সংগীত জগতৰ ভোটাতাৰা হৈ জিলিকিব,নতুন মাত্ৰা দিব পাৰিব অসমীয়া সংগীতক,,,উটি-ভাহি ফুৰিব নালাগে,অহংকাৰীও হব নালাগে,সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত ভাগ লব নালাগে,অখাদ্যৰ পৰা দূৰত থাকিব লাগে,সংগীত চৰ্চাক আগভাগ দি,সাধনা কৰিলে এওঁ সঁচাকৈয়ে যে আমাৰ সম্পদ হব,সেয়া প্ৰায় খাটাং।ভগবান সহায় হওঁক ।
আপোনাৰ বহুমূলীয়া উপদেশ, লগতে আশীৰ্বাদ পাই সঁচাকৈ ধন্য ইমান মৰম দিয়াৰ বাবে,,, আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক 🙏🙏🙏
বহুত বহুত সূন্দৰ ❤️🎼🎹👍👍👍
আন্তৰিক ধন্যবাদ জনালোঁ 🤙
Nice song
Thank you 🙏
মধুময় গানে মন প্ৰফুল্লিত কৰি তুলিছে। ধন্যবাদ থাকিল
সুন্দৰ আৰিয়ান গাণৰ ছন্দ সুৰৰ ছন্দ।হৃদয় চুই গ'ল ।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
কিমানবাৰ যে শুনিলোঁ হিচাপ নাই !অসমৰ অন্যতম সম্ভাবনাপূৰ্ণ কণ্ঠশিল্পী আৰিয়ান হাজৰিকা ।
Eman Sundar kantho vobishyot ujjol kamana korsilu AE gaan2 huni Moy hosakoi bhut abegik hoisu bhut vl lGise
Thnak you so much 🙏
Eman xundor hoise nhoi seme seme gaida
ধন্যবাদ জনালোঁ আপোনাক 🙏
Hadakoi nijar deotakar nisina bar bhal lagil.
এতিয়া লৈ ২০ বাৰ শুনিলো ..আজি ফেচবুকত পাাই ....কি ভাল লাগিচে নেযানো কিন্তু গীতটোৰ প্ৰেমত পৰি গলো ...ইমান মিঠা কণ্ঠ আচৰিত ....দাদাতকৈ ও বহু গুনে ওপৰত গাইচে... 🥰🥰🥰💞💞💞💞💘💘💘💘💘
মোৰু একেই
Bor hondor song
ধন্যবাদ জনালোঁ
মহেন্দ্ৰ দাৰ কন্ঠত কিমান যে শুনিলোঁ,,,আৰু এইবাৰ আৰিয়ানৰ কন্ঠত,,,বাহ কি সুন্দৰ😍
👌🏻👌🏻
আৰিয়ান তোমাৰ ভবিষ্যত উজ্জ্বল, আৰু কবলৈ মোৰ ভাষা নাই
Xubei xundar kontha tumar baba.... Gai jua aguai jua... Ashirbaad amar xadai thakibo... God bless❤❤❤
অফুৰন্ত ধন্যবাদ জনালোঁ 🙏🙏❤
Hridoi sui goise , eman dhuniya gaise.
বৰ সুন্দৰ কৈ গাইছে
Xundor kantha baba ..
Mur priyo hilpi jonar Geet apunar kontho t Valai lagil, thanks
Thank you
বৰ সুন্দৰ কণ্ঠ ।শুনি থাকিলেও হেপাহ নপলায়। কণ্ঠ যুগ যুগ জীয়াই ৰাখক ঈশ্বৰে ।
💐🎊🥰অপূৰ্ব
সুন্দৰ লাগিছে
Very good 9
ভাল -- লাগিল, অৰিয়ান 👍👌আশীৰ্বাদ কৰিছো তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক
Wow🙌👍🙏
বাপেক চাই পুতেক।সুন্দৰ ভাইটি।ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা।
Bhal gaisa. Aguai jua
_অতি শ্ৰুতিমধুৰ।।সুন্দৰ।।অনুপম।।। আগুৱাই যোৱা।।।_
অনিঃশেষ ধন্যবাদ জনালোঁ 🙏
Very nice 👍
আৰিয়ান ভাইটি , তোমাৰ দেউতাৰ মই এজন নেপথ্য অনুৰাগী । মহেন্দ্ৰ দাৰ আধুনিক তথা জাতিয় চেতনাবোধৰ গীত বিলাকৰ ক্ষেএত অসমীয়া সংগীত জগতত যি অৱদান আগবঢ়াইছে ঠিক সেইদৰে তুমিও এই অৱদানৰ অংশিদাৰ হিচাবে অগ্ৰস হবা বুলি আশা , শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল ।
আপোনাক কি বুলি ধন্যবাদ জনাম 🙏 ভাষাহীন মই
🌹🌹🌹🌹🌹 aguwai jua
শুনিয়েই থাকিব মন যায়❤❤
bht sweet song ,hodai abar hunu
কি কম, ইমান সুন্দৰকৈ গাইছে যে ফাদাৰতকৈ ভাল হৈছে বুলি ক'বলৈ মন গৈছে । আৰিয়ন, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
বহুত বহুত বেছি ভাল লাগিল।তুমি আৰু আগুৱাই যোৱা।🥰
Mojja
Bhakha bisari powa nai koboloi.Amar Puthibhoral r golden jubilee t dekhilu hosa kobole gole name to huna o nasilo agot.Hundor kontho.Aguwai jowa vaiti
Dada tumi aru aguai jua .
আন্তৰিক ধন্যবাদ জনালোঁ ভন্টি
.nice god bless you .
গীত তো সঁচা কৈ ভাল লাগিছে
অতি সুন্দৰ ভাল লাগিল♥️
Nice 👌👍
আজি প্ৰথম শুনিলোঁ তুমাৰ গীত ধুনীয়া লাগিল ..আৰু গাই যোবা আমি আছো তুমাৰ লগত
ধন্যবাদ । আশীৰ্ব্বাদ কৰিব
Bohhut val laggil
ইমান সুন্দৰ লাগিছে বহু বাৰ শুনি আছোঁ।
অতিকৈ উৎকৃষ্ট
Bohut dhunia gaise o lorator aro gun ase ne baro
Thnk god boy aguy joya
Sweet voice,Dhunia hoise
আন্তৰিক ধন্যবাদ জনালোঁ দাদা
বহুত ধুনীয়া গাইছে
বহুত ভাল ধুনীয়া
বঢ়িয়া গাইছা অন্ত ৰ চুই গৈছে
সুন্দৰ কন্ঠ তোমাৰ | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |
আন্তৰিক ধন্যবাদ জনালোঁ ।
Llll
বাপেক চাই পুতেক।। কি সুন্দৰ কন্ঠ।
আন্তৰিক ধন্যবাদ জনালোঁ ।🙏
Tumi aru agg bahi jua vogobane mongol korok
বহুবাৰ শুনিলোঁ বহুত ভাল লাগিল।
@@musicallibrary4149
আগ বাঢ়ি যোৱা
খুব সুন্দৰ আৰিয়ান ।আগবাঢ়ি যোৱা ।
সঁচা কৈ অন্তৰ্ চুয় যায় গানতো
সুন্দৰ পৰিবেশন আপ্লুত হলো
Wel, very nice----
Hundor ariyan 🥰❤️
Thank you ❤
Aag bahi juwa.provhase. Kripa koribo
Bohut dhonia arian tmar konthot best dhonia
Nice sodiya pora
সচাকৈ অতি সুন্দৰ
Xundor
ইমান সুন্দৰ কণ্ঠ!শুনি হেঁপাহ নপলাই
Aguyai jiya👌👌👌♥️♥️♥️😭😭😭😭🙏🙏🙏🙏🙏♥️
সঁচাকৈয়ে………হৃদয় চুই যায়!মহেন্দ্ৰ হাজৰিকাৰ কন্ঠত লাইভ আৰু কেচেটত বহু বাৰ শুনিছো।কিন্ত,এয়া অপূৰ্ব!উজ্জ্বল ভৱিষ্যত আছে ডেকা হাজৰিকাৰ।
আন্তৰিক ধন্যবাদ জনালোঁ আপোনালৈ 🙏
Popp
Bahut dhainyabad Bhaity, bahut mitha tumar mat,
Baap Sai beta nice
Song of mankind. Thanks.
Moja hoise
Khub bhaal Laga gaan.
Ariyan r Gaan r sachai bahut ojan ase..
Aagbahri jowa...
Best of luck ..sweet voice.. Bare bare khunisu tumar voicetu
সুন্দৰ
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
বহোত ভাল লাগিল
অশেষ ধন্যবাদ জনালোঁ ।
xundar kontho
ঈশ্বৰে দিছে এই কন্ঠ, শান্ত, গভীৰ, সুমধুৰ। মঙ্গল কামনা কৰিলো।
অতি সুন্দৰ
আন্তৰিক ধন্যবাদ জনালোঁ
Akhibad কৰিছোঁ 🙏, আগুৱাই যোৱা
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Bohu hundargeet aag bohaly huniu huniyi thakibo mon jai good boy
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
অতি সুন্দৰ কণ্ঠৰ লগতে গীতটিও অতি সুন্দৰ হৃদয় ছয় পৰি যোৱা
Bohut vl gaisa, khunie hepah nopolai oo....
বৰ সুন্দৰ হৈছে ভাইটি
Khub xundar Kantha 💯👏👏👏
Bhal lagese😊
Bor sundor
আন্তৰিক ধন্যবাদ জনালোঁ
Khundar kantho🔔✔️ 👌👍
অশেষ ধন্যবাদ জনালোঁ 🙏
Baap nombori toh beta 10 nombori. Aariyan you really proved it. God bless you beta.
Thank you so much 🙏
বৰ সুন্দৰ ৷
অশেষ ধন্যবাদ জনালোঁ
Khub xundar paribexon 💯👌
বাপ চাই বেতা, বহুত সুন্দৰ
ধন্যবাদ জনালোঁ 🙏
বাবা আৰিয়ান তুমি হৃদয় উলিয়াই লৈ যোৱাকৈ গীত গাইছা।
তুমি অদ্বিতীয় ❤️❤️। মোৰ নোটতো লগাৰ লগে লগেই মহেন্দ্ৰ হাজৰিকা দাদালৈ মনত পৰি গ'ল
অশেষ ধন্যবাদ জনালোঁ ❤🙏
খুব সুন্দৰ কণ্ঠ 👌👌👌👌 আশীৰ্বাদ সদায় থাকিব আৰিয়ানলৈ 🙏🏻🙏🏻🙏🏻🙏🏻👌
Hundor Kontho. Ontor Sui Gol.God Bless you.
ধন্যবাদ জনালোঁ 🙏
বৰ মিঠা কন্ঠ শুনিলে শুনি থাকিব মন যায় ।সুন্দৰ
HRIDOI SUI GOL BOHUT BOHUT HUBHOKAMANA GOD BLESS YOU BETA❤️🙏
Thank you so much 🙏
এই লৰাজনৰ কণ্ঠদান কৰা গীত যিখন থিয়েটাৰে ল'ব সেইখনে হিট হ'ব।
Uffff krishna.... Mjjjaaaa lgise
অশেষ ধন্যবাদ জনালোঁ 🙏
Xundor lagise.
আন্তৰিক ধন্যবাদ জনালোঁ
শ্ৰদ্ধাৰ সূৰ্য্য দাস,পুলক বেনাৰ্জী,জীতেন ডেকা,লোকনাথ গোস্বামী,চাৰু গোঁসাই, আদি নমস্য গায়কৰ লগত ৰিজাব পৰা নতুন প্ৰজন্মৰ গায়ক এওঁ,ৰাইজে আৰ্শীবাদ কৰক এদিন অসমৰ সংগীত জগতৰ ভোটাতাৰা হৈ জিলিকিব,নতুন মাত্ৰা দিব পাৰিব অসমীয়া সংগীতক,,,উটি-ভাহি ফুৰিব নালাগে,অহংকাৰীও হব নালাগে,সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত ভাগ লব নালাগে,অখাদ্যৰ পৰা দূৰত থাকিব লাগে,সংগীত চৰ্চাক আগভাগ দি,সাধনা কৰিলে এওঁ সঁচাকৈয়ে যে আমাৰ সম্পদ হব,সেয়া প্ৰায় খাটাং।
ভগবান সহায় হওঁক ।
আপোনাৰ বহুমূলীয়া উপদেশ, লগতে আশীৰ্বাদ পাই সঁচাকৈ ধন্য ইমান মৰম দিয়াৰ বাবে,,, আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক 🙏🙏🙏
বহুত বহুত সূন্দৰ ❤️🎼🎹👍👍👍
আন্তৰিক ধন্যবাদ জনালোঁ 🤙
Nice song
Thank you 🙏
মধুময় গানে মন প্ৰফুল্লিত কৰি তুলিছে। ধন্যবাদ থাকিল
অশেষ ধন্যবাদ জনালোঁ
সুন্দৰ আৰিয়ান গাণৰ ছন্দ সুৰৰ ছন্দ।
হৃদয় চুই গ'ল ।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
কিমানবাৰ যে শুনিলোঁ হিচাপ নাই !
অসমৰ অন্যতম সম্ভাবনাপূৰ্ণ কণ্ঠশিল্পী আৰিয়ান হাজৰিকা ।
অশেষ ধন্যবাদ জনালোঁ 🙏
Eman Sundar kantho vobishyot ujjol kamana korsilu AE gaan2 huni Moy hosakoi bhut abegik hoisu bhut vl lGise
Thnak you so much 🙏
Eman xundor hoise nhoi seme seme gaida
ধন্যবাদ জনালোঁ আপোনাক 🙏
Hadakoi nijar deotakar nisina bar bhal lagil.
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
এতিয়া লৈ ২০ বাৰ শুনিলো ..আজি ফেচবুকত পাাই ....কি ভাল লাগিচে নেযানো কিন্তু গীতটোৰ প্ৰেমত পৰি গলো ...ইমান মিঠা কণ্ঠ আচৰিত ....দাদাতকৈ ও বহু গুনে ওপৰত গাইচে... 🥰🥰🥰💞💞💞💞💘💘💘💘💘
মোৰু একেই
Bor hondor song
ধন্যবাদ জনালোঁ
মহেন্দ্ৰ দাৰ কন্ঠত কিমান যে শুনিলোঁ,,,আৰু এইবাৰ আৰিয়ানৰ কন্ঠত,,,বাহ কি সুন্দৰ😍
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
👌🏻👌🏻
আৰিয়ান তোমাৰ ভবিষ্যত উজ্জ্বল, আৰু কবলৈ মোৰ ভাষা নাই
Xubei xundar kontha tumar baba.... Gai jua aguai jua... Ashirbaad amar xadai thakibo... God bless❤❤❤
অফুৰন্ত ধন্যবাদ জনালোঁ 🙏🙏❤
Hridoi sui goise , eman dhuniya gaise.
বৰ সুন্দৰ কৈ গাইছে
আন্তৰিক ধন্যবাদ জনালোঁ
Xundor kantha baba ..
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Mur priyo hilpi jonar Geet apunar kontho t Valai lagil, thanks
Thank you
বৰ সুন্দৰ কণ্ঠ ।শুনি থাকিলেও হেপাহ নপলায়। কণ্ঠ যুগ যুগ জীয়াই ৰাখক ঈশ্বৰে ।
অশেষ ধন্যবাদ জনালোঁ 🙏
💐🎊🥰অপূৰ্ব
সুন্দৰ লাগিছে
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Very good 9
ভাল -- লাগিল, অৰিয়ান 👍👌আশীৰ্বাদ কৰিছো তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Wow🙌👍🙏
বাপেক চাই পুতেক।সুন্দৰ ভাইটি।ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা।
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Bhal gaisa. Aguai jua
অশেষ ধন্যবাদ জনালোঁ 🙏
_অতি শ্ৰুতিমধুৰ।।সুন্দৰ।।অনুপম।।। আগুৱাই যোৱা।।।_
অনিঃশেষ ধন্যবাদ জনালোঁ 🙏
Very nice 👍
Thank you
আৰিয়ান ভাইটি , তোমাৰ দেউতাৰ মই এজন নেপথ্য অনুৰাগী । মহেন্দ্ৰ দাৰ আধুনিক তথা জাতিয় চেতনাবোধৰ গীত বিলাকৰ ক্ষেএত অসমীয়া সংগীত জগতত যি অৱদান আগবঢ়াইছে ঠিক সেইদৰে তুমিও এই অৱদানৰ অংশিদাৰ হিচাবে অগ্ৰস হবা বুলি আশা , শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল ।
আপোনাক কি বুলি ধন্যবাদ জনাম 🙏 ভাষাহীন মই
🌹🌹🌹🌹🌹 aguwai jua
Thank you
শুনিয়েই থাকিব মন যায়❤❤
bht sweet song ,hodai abar hunu
কি কম, ইমান সুন্দৰকৈ গাইছে যে ফাদাৰতকৈ ভাল হৈছে বুলি ক'বলৈ মন গৈছে । আৰিয়ন, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
বহুত বহুত বেছি ভাল লাগিল।তুমি আৰু আগুৱাই যোৱা।🥰
অশেষ ধন্যবাদ জনালোঁ
Mojja
Bhakha bisari powa nai koboloi.
Amar Puthibhoral r golden jubilee t dekhilu hosa kobole gole name to huna o nasilo agot.
Hundor kontho.
Aguwai jowa vaiti