Thikona Bihin Jibon Nator//ঠিকনা বিহীন//Mahendra Hazarika Song//Aryan Hazarika

Поділитися
Вставка
  • Опубліковано 16 лис 2021
  • Thikona Bihin Jibon Nator//Mahendra Hazarika Song//Aryan Hazarika

КОМЕНТАРІ • 456

  • @monjurikagogoi1406
    @monjurikagogoi1406 Рік тому +19

    মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠ ভূপেন হাজৰিকাৰ দৰে অৰীয়ান তোমাৰ সুৰ, শব্দ উচ্চাৰণ স্পষ্ট দেউতাৰ দৰে। তুমি আগ বাঢ়ি যোৱা আশীৰ্বাদ জনালোঁ।

  • @travelvlogs5093
    @travelvlogs5093 2 роки тому +36

    বয়সত কৈ কন্ঠ বহু উচ্ছ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @BalinKonwar
    @BalinKonwar 2 місяці тому +2

    ভাল লাগিল ৷ সুমধুৰ কণ্ঠ, বহু দিনৰ বিৰতিৰ পাছত গীতটো শুণিলো ৷ অন্তৰৰ গভীৰতাৰ পৰা গীতটি গাইছে ৷ অনাগত দিনত উজ্জ্বলি উঠাৰ কামনাৰে ৷ অৰ্থ পূৰ্ণ পুৰণি গীতবোৰৰ মাদকতাই বেলেগ ৷

  • @rhythmofheart6578
    @rhythmofheart6578 2 роки тому +61

    নিজস্বতাৰে পৰিপূৰ্ণ... বাৰে বাৰে শুনিছোঁ, মন চুই গল, গীতটোৰ কথা কি কম ইমান সুন্দৰ কথা সুৰ....।।🙏🙏🙏

  • @digitalindia7191
    @digitalindia7191 Рік тому +7

    শুনিবলৈ বৰ ধুনীয়া লাগিছে। মহেন্দ্ৰ হাজৰিকাৰ উত্তৰ সুৰীলৈ স্বাগতম। আগুৱাই যোৱা

  • @manojhazarika374
    @manojhazarika374 2 роки тому +25

    মোৰ জীৱনৰ প্রিয় গীতটো প্রিয় গায়ক জনৰ সুকণ্ঠৰ অধিকাৰী পুত্ৰৰ মুখত ।।। _অতি সুন্দৰ হৈছে বাবা।।। আগুৱাই যোৱা।।। ভগৱানে তোমাৰ আৰু ভাল কৰক।।।_💓💓💓💓💓❤️❤️ _With love and support from udalguri_

  • @simigaming2463
    @simigaming2463 2 роки тому +73

    মই মহেন্দ্র হাজৰিকাদেৱৰ গীতৰ অনুৰাগী। কিন্তু এওঁ অৰিজিনেল গানটোতকৈ ভাল গোৱা যেন লাগিল। 🥰

  • @pallabitakakotyshah1496
    @pallabitakakotyshah1496 2 роки тому +98

    আৰিয়ানৰ কন্ঠ আতি সুন্দৰ.প্ৰতিটো গানেই প্ৰানধালী গায় .তেওৰ উজ্জল ভৱিস্যত কামনা কৰিলো

  • @jibansaikia8870
    @jibansaikia8870 Рік тому +17

    এনে সুন্দৰ কণ্ঠ, অন্তৰ চু‌ই গৈছে .... বাৰে বাৰে শুনি‌ও হেঁপাহ পলোৱা নাই 🌺

  • @user-xc4xh3qf8e
    @user-xc4xh3qf8e Рік тому +6

    অতি সুন্দৰ আৰিয়ান ৷ মাটিৰ গোন্ধ থকা গান গাই যোৱা ৷ শুভকামনা থাকিল।

  • @annasaikia5722
    @annasaikia5722 2 роки тому +23

    হৃদয় স্পৰ্শ কৰা গান... আৰিয়ানৰ কন্ঠত 👌👌

  • @dharmeswarsonowal9774
    @dharmeswarsonowal9774 2 роки тому +53

    অতি সুন্দৰ সুৰীয়া কণ্ঠ ,গীতটো যেন তোমাৰ কণ্ঠত অনন্য এক সুকীয়া অনুভূতিয়ে প্ৰাণ পাই উঠিছে । নিজৰ স্বকীয়তাৰে জিলিকি উঠা ।

  • @RadhaDevi-rn2ed
    @RadhaDevi-rn2ed Рік тому +11

    আৰিয়ান তোমাৰ কণ্ঠদানে মোক বহুতো সুখী কৰিছে । আশীৰ্বাদ কৰিছোঁ বহুত বহত আগোৱাই যোৱা।

  • @pratimboruah6865
    @pratimboruah6865 Рік тому +12

    সংগীতৰ পথত তোমাৰ যাত্ৰা অব্যাহত থাকক, বহুতো শুভেচ্ছা জনালোঁ ।

  • @ajaydeka6229
    @ajaydeka6229 Рік тому +5

    হিয়া ভৰা শুভেচ্ছা জনাইছো তোমাক । ভগৱান সহায় হওক। বহুতো গীতেৰে চহকী কৰিব পাৰিবা নিশ্চয় ।

  • @rijukonwar7883
    @rijukonwar7883 2 роки тому +28

    বাৰে বাৰে শুনিছোঁ । প্ৰান ধালি গাইছা ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @pallabkumar2201
    @pallabkumar2201 Рік тому +8

    অতি সুন্দৰ কণ্ঠ।আমনি নলগা প্ৰাণ ঢালি গোৱা এটি গীত

  • @jayantachetia4488
    @jayantachetia4488 6 місяців тому +2

    সুন্দৰ গলাৰ ভৱিষ্যতৰ মঙ্গল কামনাৰে ডাইতিহৈ ভগৱন্তৰ ওছৰত প্রথনা কৰিলো।

  • @nirusaikia7631
    @nirusaikia7631 2 роки тому +33

    মহেন্দ্ৰ হাজৰিকাৰ দেৱৰ কণ্ঠ যিদৰে সুমধুৰ আৰিয়ানৰ কণ্ঠও সুমধুৰ।

  • @mamonisharma3726
    @mamonisharma3726 Рік тому +5

    বৰ সুন্দৰ কৈ গাইছা বেটা,বৰ ভাল লাগিল। আৰু আগবাঢ়ি যোৱা এই অচিনাকী আইতাএজনীৰ আশীৰ্বাদ,মৰম আৰু শুভেচ্ছা থাকিল।

  • @rajlakshmibhuyan6346
    @rajlakshmibhuyan6346 Рік тому +10

    আগবাঢ়ি যোৱা🎉🎉🎉,সৰস্বতী আইৰ আশীৰ্বাদ সদায় থাকক

  • @hewaligohaindekabaruah3709
    @hewaligohaindekabaruah3709 Рік тому +6

    সঁচাকৈ বৰ সুন্দৰ কন্ঠ মই খুবঅনুপ্ৰাণিত এই গীত টিৰ প্ৰতি তোমাৰ সুদীৰ্ঘ কামনা কৰিলো আৰিআন

  • @rupaliborthakur2491
    @rupaliborthakur2491 9 місяців тому +10

    শুনি বৰ ভাল লাগিল ৷
    সুন্দৰ কণ্ঠ

  • @anandadas6174
    @anandadas6174 Рік тому +5

    ভয়ঙ্কৰ সুন্দৰ কণ্ঠ ! কণ্ঠ স্বয়ং গীততৰ গভীৰলৈ সোমাই গৈছে । এটা পৰিবেশ জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ থাকিব লগা সকলো খিনি লালিত্যই ভাইতিৰ কণ্ঠত আছে । আগলৈ নতুন নতুন গীতৰ আশাত বন্দী হৈ ৰ’লো

  • @priyankabaruah2311
    @priyankabaruah2311 Рік тому +4

    দেউতাকৰ এই গীত আমি শুনিবলৈ পাইছিলো যৌৱনকালত। দেউতাকৰ এই গীতবোৰৰ শব্দগাথনিৰ লগতে তেখেতৰ অমিয়া কন্ঠই আমাক আকৰ্ষিত কৰিছিল। সেই তেতিয়াৰ পৰাই তেখেতৰ গীত শুনিয়েই আছোঁ আজিও। কেতিয়াও আমনি লগা নাই। তেখেতৰ পুত্ৰৰ কন্ঠই আকৌ আমাক এটা সুকীয়া সূখৰ খৱৰ দিছে। ভাল লাগিছে বহুত। দেউতাকৰ দৰেই কন্ঠ। অনাগত দিনত বহুত আশা কৰিলোঁ। এই কন্ঠইও জগত জিনি বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠিত কৰক -এই আশাৰে অপেক্ষাৰে বাট চালোঁ।

  • @parulmedhi5753
    @parulmedhi5753 Рік тому +4

    বৰ সুন্দৰ আৰু দৰদি কণ্ঠ ভগৱানে তোমাক গান গায় যাবলৈ আশীৰ্বাদ দিয়াক ❤️👍🙏

  • @prasantadas2828
    @prasantadas2828 3 місяці тому

    সুন্দৰ কণ্ঠ । স্পষ্ট উচ্চাৰণ,তনাল মেলোদীৰ সংযোগ,স্কেলৰ কন্ত্ৰল----- বঢ়িয়া ! উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @dipakborah4416
    @dipakborah4416 2 місяці тому

    সুন্দৰ লাগিছে অ ভাইটি আৰু গাই যোৱা,

  • @surendrasarma3471
    @surendrasarma3471 Місяць тому

    অতি সুন্দৰ কণ্ঠ , আগুৱাই যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @pranabchetia220
    @pranabchetia220 Рік тому

    Smoothie gentle Breeze,সুকুমল মধুৰ এচাটি বতাহৰ দৰে কন্ঠ।

  • @jaanbiswas5122
    @jaanbiswas5122 Рік тому +2

    হৃদয় চুই যায় গীত তোৱে,,,,," জীৱন সজালোঁ মিছাকৈ",, কি সুন্দৰ গীতৰ কলি

  • @ShakunChangmai
    @ShakunChangmai Місяць тому

    বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই- মন প্ৰান হৰি নিলা। ❤❤❤

  • @user-vm2zh1xy1u
    @user-vm2zh1xy1u 11 днів тому

    সুন্দৰ সুৰ শুনি থাকিবৰ মন যায়।

  • @JyotishKalitacreation
    @JyotishKalitacreation 7 місяців тому +5

    আগুৱাই যোৱা,শুভেচ্ছা থাকিল ।

  • @mridulmridulkonwar3207
    @mridulmridulkonwar3207 4 місяці тому

    তোমাৰ পৰা আৰু বিচাৰো....তোমাৰ নিজৰ সৃষ্টিৰে আগবাঢ়ি যোৱা ❤️❤️❤️

  • @panchamborah6298
    @panchamborah6298 Рік тому +2

    ভাইটি জীৱন আমাৰ
    নাট ঘৰ
    পৃথিৱী তুমাৰ লগৰী❤🎉
    আগুৱাই যাবা সুন্দৰতাৰ গীতাৰৰ সুৰতেই

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 7 місяців тому +1

    এওলোকেই অসমীয়া সংগীতৰ ভাবিষ্যত ' ৷ জাতিক পাহৰি নাযাবা ৷❤❤❤

  • @rabindasdas2002
    @rabindasdas2002 Рік тому

    সুন্দৰ হিদয় চুই গ'ল।

  • @haribaruah9280
    @haribaruah9280 Місяць тому +1

    আৰিয়ান তোমাৰ এই গীতটোত ভবিষ্যতৰ এক সুন্দৰ ৰেঙনি দেখা পোৱা গৈছে। সাধনা কৰা । আমাৰ আশীৰ্বাদ থাকিল ।

  • @hirokjyotiray7149
    @hirokjyotiray7149 Рік тому +1

    ......এয়েটো জীৱন হায় মাথোঁ দুদিনৰ।... বৰকৈ চুই গৈছে।🙏🙏🙏🙏🙏

  • @user-vs8sc4rn5j
    @user-vs8sc4rn5j 5 місяців тому

    Very nice. উজ্জল ভৱিষ্যত কামণা কৰিলো।

  • @mrigendrakalita75
    @mrigendrakalita75 Рік тому +3

    সুন্দৰ কণ্ঠ----প্ৰাণ ঢালি গোৱা মানসিকতা --- দেখি খুবেই ভাল লাগিল। অসমৰ কলা-সংস্কৃতিক আগুৱাই নিয়াত অৰিহণা যোগোৱাৰ কামনা কৰি হিয়াভৰা আশীৰ্বাদ যাচিলো।

  • @jitendrajitdas3215
    @jitendrajitdas3215 2 місяці тому

    বাবা সুন্দৰ হৈছে।পুত্ৰ সম বুলি কথা এটা কব খুজিছো! কন্থ তোমাৰ অতি মিঠা আৰু স্পট খালি গাওতে মুখ,চকু পোন আৰু মেলি গাব চেষ্টা কৰিবা । শ্ৰোতাই তোমাৰ মুখ খন চায় থাকিব। মোৰ আশীৰ্বাদ থাকিল। ঠিক ভূ
    পেন দাৰ দৰে।😊

  • @anudevi6963
    @anudevi6963 23 години тому

    আৰিয়া সুন্দৰ ❤

  • @marchelkuli3514
    @marchelkuli3514 5 місяців тому

    সচাকৈ দিনত দহ বাৰকৈ শুনিবৰ মন যায়।

  • @dmanta5218
    @dmanta5218 8 місяців тому +1

    আৰিয়ান লৈ বহুত বহুত ধন্যবাদ।♥️♥️♥️♥️♥️♥️♥️

  • @tapannath6338
    @tapannath6338 8 місяців тому +1

    এয়া হল নবপজনৰ গান এয়া গান এজন মহান গীতি কাৰৰে গাই গৈইছেআৰু তেওঁ গানৰ খোৰত কব বিছাৰিছিল যে মানুহৰ জীবনতু কেনেকুৱা ৷তাৰ উপৰিও মই নিজ ফালৰ পৰা কব বিছাৰিছো আৰিঅন হাজৰিকই ইমান সোনদৰকৈ গানতু গাইছে মোৰ মন সাত পৰা নাই কাৰন গানতু সোনিলে সোনি থাকিবৰ মন যাই ৷❤❤❤❤❤❤❤

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 Рік тому +3

    আৰিয়ান তুমি দেউতাৰ দৰেই একাগ্ৰতাৰে আগুৱাই যোৱা।তোমাৰ কন্ঠ বৰ সুৰিয়া👍👍👍

  • @namitaojah5510
    @namitaojah5510 Рік тому +3

    অতি সুমধুৰ গীত, আৰিয়ানৰ সুমধুৰ গীতৰ সুৰে সমস্ত পাহৰাই দিয়ে জীৱনৰ দূখ,

  • @malabikadeka9187
    @malabikadeka9187 28 днів тому +1

    বাৰে বাৰে শুনিলেও মন নভৰে তোমাৰ গীত ৷আগুৱাই যোৱা শুভকামনা সদায়েই আছে

  • @barnalideka2260
    @barnalideka2260 10 місяців тому

    বহত বহত সুন্দৰ ও ভাল লাগিছে আপোনাৰ প্ৰতি টো কথা শুনি বিশ্বাস ধন্যবাদ আপোনালৈ

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Місяць тому +1

    বহুত সুন্দৰ হৈছে 🙏🙏 ধন্যবাদ আগলৈ আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ

  • @debashissinhacvphsschooldu168
    @debashissinhacvphsschooldu168 Рік тому +1

    মনপৰশা কথাখিনিত আৰিয়ানৰ মোহময় কণ্ঠই এক অনবদ্য আবেদনৰ চাদৰেৰে শ্ৰোতা দৰ্শকক সম্মোহিত কৰিব। হৃদয় চুই গ'ল আৰিয়ানৰ কণ্ঠই।

  • @user-xi4np4ii5k
    @user-xi4np4ii5k 8 місяців тому +1

    বৰ সুন্দৰ কন্ঠ আৰিয়ানৰ ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @taxsolution9301
    @taxsolution9301 2 роки тому +4

    অতি সুন্দৰ মন চুই গ'ল

  • @probandradohutia4666
    @probandradohutia4666 11 місяців тому

    আচলতে তুমি অসমৰ এগৰাকী কণ্ঠশিল্পী একমাত্ৰ

  • @anandadas6174
    @anandadas6174 Рік тому

    বৰ সুন্দৰকৈ গাইছে ।

  • @bishnubaruah9983
    @bishnubaruah9983 Рік тому +2

    এই গীতটো শুনিলে অন্তৰখন হাহাকাৰ কৰি উঠে🌸

  • @mithunpegu5935
    @mithunpegu5935 7 місяців тому

    ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ

  • @junudeka9143
    @junudeka9143 Рік тому

    moja lagise tumar gaan xuni. tumar dewtar gaan bilak o bor val laga.

  • @RaniAhmed-dt6hm
    @RaniAhmed-dt6hm 2 місяці тому

    ৰাতিপুৱা ৮টা গীতটো শুনিলো বন্ধু এজনে whatup ত পঠাইছে lমনৰ বহু বেদনাৰ অন্ত পৰিল lশুভেচ্ছা ৰল বাবা আগবাঢ়ি যোৱা

  • @user-sy3gr8zp5q
    @user-sy3gr8zp5q 9 місяців тому

    কণ্ঠচ ইমান সুন্দৰ বাপেক নে পুতেক চিনিব ই নোৱাৰি, সুন্দৰ

  • @enjoylifenj5186
    @enjoylifenj5186 Рік тому +2

    প্ৰান ধালি কন্ঠ নিগৰাইছে ❤

  • @digantadeka7201
    @digantadeka7201 6 місяців тому +1

    মজা❤❤❤পুৰা প্ৰাণ ধালী দিলা❤

  • @latumonisaikia6852
    @latumonisaikia6852 Рік тому

    অতি সুন্দৰ । আগবাঢ়ি যোৱা ।

  • @tilottamashyam6196
    @tilottamashyam6196 Рік тому

    Eman hundor kontha kotha huni amani nalage homoyar upajugi .

  • @pratibhaborkataki2636
    @pratibhaborkataki2636 Рік тому

    Bohut val lagise. Kiman bar sinisu thik nai .deutak r dore bkhut val gaise

  • @mb5803
    @mb5803 Місяць тому

    बाप का बेटा, लड़ाई का घोड़ा। लाजवाब। बधाई हो बेटा 🌹

  • @horendranathsarmah
    @horendranathsarmah 9 місяців тому

    পিতৃকৈও বেছি পাৰ্গত যেন লাগিছে।ভাল অতি উত্তম।

  • @meghalithakuria5322
    @meghalithakuria5322 Рік тому

    বৰ ধুনীয়া ।👌

  • @pranjaldoley1519
    @pranjaldoley1519 3 місяці тому

    Oti opurbo kontha ❤❤❤ bohut bar huni asu youtube ot search kori kori

  • @user-gn1pn4du3x
    @user-gn1pn4du3x 5 місяців тому +2

    Ki sundor kontho❤❤❤❤

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +4

    ইমান সুন্দৰ গায়কী।.....মন প্ৰাণ চুই যোৱা।

  • @Jinnat-bt3fs
    @Jinnat-bt3fs 7 місяців тому

    গীতটি ইমান সুনিছো তথাপি হেপাহ পলুৱায় নাই।সঁচাই হৃদয়স্পৰ্শী গান

  • @anupaxomiya1258
    @anupaxomiya1258 Рік тому +1

    সুন্দৰ আৰিয়ান

  • @hemaborgohain556
    @hemaborgohain556 2 роки тому +4

    আৰিয়ানৰ কণ্ঠ সচাঁই বৰ সুন্দৰ। আশীর্বাদ থাকিল।

  • @parthajitnath6107
    @parthajitnath6107 10 місяців тому +1

    অতি সুন্দৰ হৈছে ❤❤❤

  • @mantudas3746
    @mantudas3746 Рік тому +6

    মই সন্মানিয় মহেন্দ্ৰ হাজৰিকা দেবৰ প্ৰায় বোৰ গীত শুনিছো তেখতক অন্তৰেৰে ভাল পাওঁ শ্ৰদ্ধা কৰো আশা কৰো তোমাৰ প্ৰতি মোৰ তেনেকুবা ভাব জাগক তুযি আগুাই যোৱা

  • @atulgogoiassam3765
    @atulgogoiassam3765 11 місяців тому

    So sweet voice ....hunile huni thakibo mn jy😊

  • @durlovhazarika7978
    @durlovhazarika7978 3 місяці тому

    Khubei Xunnddorr 👌👌👌👌👌💯

  • @Gayatrideka6641
    @Gayatrideka6641 7 місяців тому +1

    অতি সুন্দৰ কন্ঠ ❤

  • @ROY-rt6hg
    @ROY-rt6hg Рік тому

    Bah ki hundar kantha ariyan tumi aru akhos aaguyai joya Amar akhrabad haday tumali

  • @sarbanandasingh269
    @sarbanandasingh269 Рік тому +1

    মোৰ দৃষ্টিত অসমৰ প্ৰথম শ্ৰেণী গায়কৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠ শিল্পীৰ অন্যতম দাবিদাৰ।

  • @khanindrabora423
    @khanindrabora423 Рік тому +1

    প্ৰণাম,, সুন্দৰৰ পূজাৰী,,তুমি তোমাৰ সুন্দৰ প্ৰতিভা ৰে আগুৱাই যোৱা

  • @munbosumotari1522
    @munbosumotari1522 Рік тому +1

    সুন্দৰ❤

  • @puspaborah4779
    @puspaborah4779 8 місяців тому

    মন প্ৰাণ চুই যোৱা গীত আৰিয়ান ।

  • @padmagohain8572
    @padmagohain8572 Рік тому

    সুন্দৰকৈ গাইছে

  • @nitulofficial9584
    @nitulofficial9584 5 місяців тому

    Kaljoyi gaan protitu hbdhoi hridoi sui jai ❤❤❤

  • @debajitbordoloi9152
    @debajitbordoloi9152 2 роки тому +4

    বহুত সুন্দৰ, সহজে আৰ্কষিত কৰিব পৰা কন্ঠ।

  • @anudevi6963
    @anudevi6963 11 днів тому

    বহুত ভাল লাগিল বাবু❤

  • @user-ny2uw2wp7k
    @user-ny2uw2wp7k 10 місяців тому

    বৰ সুন্দৰ❤

  • @user-yu5ht9sx6z
    @user-yu5ht9sx6z 8 місяців тому

    Bohoot..Bohoot...Vall..lugesai

  • @Baruahbb
    @Baruahbb Рік тому

    সা‌ংঘাটিক দেই।ইমান মনপৰশা কন্ঠ।

  • @probindihingia8082
    @probindihingia8082 12 днів тому

    সুন্দৰ

  • @smritibora8876
    @smritibora8876 2 роки тому +4

    বহুত ভাল লাগিল শুনি।

  • @swaranasonowal3507
    @swaranasonowal3507 Рік тому +2

    মোৰ প্ৰিয় গীত আৰিয়ানৰ কন্ঠত বৰ সুন্দৰ লাগিছে, শুনি হেঁপাহ নপলাই।

  • @pragyarsadhana4028
    @pragyarsadhana4028 Рік тому

    Bohut sundar. Baba ,agbarhi yoya.

  • @dibyajyotibarman6261
    @dibyajyotibarman6261 Місяць тому

    Great aguwai jowa

  • @pulenbezbaruah9021
    @pulenbezbaruah9021 Рік тому +2

    বহুত ভাললাগি

  • @BikashBrendem-pn7jk
    @BikashBrendem-pn7jk 5 місяців тому

    কি সুন্দৰ ❤❤❤🎉🎉🎉