Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এটি নতুন নক্ষত্ৰৰ আবিৰ্ভাৱ ! অসমৰ লগতে ভাৰতৰো সংগীতৰ ক্ষেত্ৰখন উজ্জ্বলি উঠিব ! অপূৰ্ব ক্ণ্ঠ ...
আৰু আগুৱাই যোৱা কৌস্তুভ...বহুত ধুনীয়া হৈছে ....
এজন শিল্পী একোতা সম্পদ। এই সম্পদ সমূহ আমি যতনাই ৰখাতো সকলোৰে দায়িত্ব ।ইতিতিলেশ্বৰ শিবসাগৰ 🎉🎉🎉🎉।
সঁচাকৈ ক'ব নোৱাৰাকৈ এ মা শব্দটোৱেই চকু দুটা টিয়াই থলে 😭 মোৰ সনা, মোৰ কলিজা তুমি আগলৈ আগুৱাই যোৱা মই আশীৰ্বাদ কৰিছোঁ ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 👍
হিযা ভৰাই আশীৰ্বাদ যাচিছো কৌস্তভলৈ
Kailadh Deka good
So beautiful.... so sweet. বহুত সুন্দৰ হৈছে। ইমান সুমধুৰ কন্ঠ মৰমৰ কণমানি জনৰ। মই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ। Thanks so much.
কি সুকুমল তোমাৰ কণ্ঠস্বৰ!অব্যাহত থাকক তোমাৰ এই যাত্ৰা ।
বৰ সুন্দৰ বিয়া জোৰা নাম গাইছে শুনি বৰ ভাল লাগিল । আগুৱাই যোৱাৰ কামনা কৰিলোঁ ।ইমান সৰু লৰা জনী বিয়া নামৰ লগতে অন্য হিন্দী গীতো পৰিবেশন কৰিছে ভাল লাগিল ভৱিষ্যত জীৱন উজ্বল হওঁক ।মই অনিল হাজৰিকা।
অতি সুন্দৰ কণ্ঠ ।আপোনাৰ এই বোকা পদুম অনুস্থানটিৰ আৰু আগুৱাই যাওক।🙏
বৰ সুন্দৰ কণ্ঠস্বৰ , তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো আৰু আগুৱাই যোৱা
Vagawanr dan aru agbahi jua
Bhogobane akhirbad korok tumi jate aru aguai jabo para👍😘🌹
কৌস্তভ তোমালৈ.মোৰ.হিয়াভৰা.মৰম.যাচিলো.।তুমি.এদিন. হলেও. এজন.মহান.শিল্পী.হৈ.উঠিবা.বুলি.মোৰ.আশা.থাকিল।.
সুবেই সুন্দৰ কন্ঠ...বহুত ভাল লাগিল..👍👍👍
কি সুন্দৰ কণ্ঠ তোমাৰ, মোৰ হৃদয় চুই গৈছে | বহুদূৰ আগুৱাই যোৱা তুমি 🙏
কস্তুৱ। তোমাৰ। গানৰত। মুগ্ধ। হয়। মোৰ। চকুপানি। উলাই। গৈছৈ। কুমাৰ। উজ্বল। ভবিষ্যত। কামনা। কৰিলো। ৰমেন দত্ত
বহুত ভাল লাগিল, বহুত সুন্দৰ হৈছে ধুনীয়া লাগিছে
অতি সুন্দৰ লাগিছে.. অনুপম দাদা আপোনালৈও বহুত ধন্যবাদ. আপোনি এওঁলোকক যে উলিয়াই আনিছে. ভালকৈ লিখিব নাজানো কিবা ভূল হলে ক্ষমা কৰিব...
Hi kostab,I proud of you, congratulations, thank you very much
Really he is great. God bless him
বহুত ধুনীয়া হৈছে ভাইটি ,,❤ তোমাৰ উজ্ল ভবিষত কামনা কৰিলো 🙏🙏🥰
Bohut dhuniya
So suit lovly singar .বহুত ভাল লাগিল তুমাক। I love you .
Ati xundor. GOD BLESS YOU
বহুত বহুত ধুনীয়া কৌস্তুভ , তুমি আৰু আগুৱাই যোৱা , ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই , 'মা' গীতটো বহুত ভাল পাওঁ মই, মোৰ প্রিয় গীত
Very nice 👌👍😍😍😍
mor sokupani olai goise tmr maa khuni love u khoutov ,mor karone aru abr gai diba, tmr mongol hok,khosakoi maa ward to heart touching , tumi ajon vl singer hoba
Jiyan
sk riki Reddy dy365
bohut bohut dhoinobad Dada.mur aji anekua lagise.apunaluk Jen dukhiar bondhu.amar dore dukhar karone apunaluke jikhini korise akolom nilikhi nuarilu.apunalukok punor bar dhonobad jonaisu dada
অন্তৰ চুই যোৱা কণ্ঠ । ভগবানৰ আশীৰ্বাদ অক্ষুণ্ণ থাকিলে , অনুশীলন কৰাৰ ইচ্ছা অটুট থাকিলে এদিন বিশ্বত প্ৰতিষ্ঠা হবা যেন অনুভৱ হয়।
Bohut dhuniya lagise Vaiti ❤❤👍👍
Mr.Anupam Chakraborty, namaste, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক, নেদেখাজনৰ ওচৰত তাকেই প্ৰাৰ্থনা জনালো, পাৰিলে সহায় সহযোগিতামূলক প্ৰতিশ্ৰুতৰে, ধন্যবাদ, ভৱিষ্যত প্ৰজন্মক এখন সুস্থিত সমাজৰ সন্ধান দিয়ক, আপোনাৰ লগত সদায় আছো।
U make me weeping bro....u remind me to my Maa
সুন্দৰ গাইছা
Kontho 2 hundor ......komani 2 aguai jauk....😘😘😘
Bohut dhuniya gaisa kostav __aru agloi anekoi gai thakiba __logte poha_xunau valkoi kori thakiba __all da best____
সচাকৈ সুমধুৰ কন্ঠ । সদায় এনেদৰে জীৱনত আগুৱাই যোৱা । God bless u beta..
Wonderful voice, fantastic singing, keep it up
Nice
@@mdashikulashikul7699 has a b.
@@mdashikulashikul7699 श्री
Eman dhuniya lagise..aguai jowa tomalok..
হে ভগৱান ল'ৰা টোক আশীৰ্বাদ কৰা 🙏
বহুত বহুত ধুনীয়া লাগিচে জীৱনত আৰু আগবাহি জাবৰ বাবে ভগবানৰ ওছৰত পাথনা জনাওঁ
Oh my god.so swt voice😘😘
বৰ মিহি কণ্ঠত সুন্দৰ গান। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আগলৈ আগুৱাই যোৱা।
Bhut bhal lgise,tumr gaan xuni,,,Tumi sadai anakai gaan gai jua,,ru aguai jua,,,
Dhuniya I love singing
খুব ভাল হৈছে i love you
বৰ সুন্দৰ লাগিছে দে ধন্যবাদ
Nice voice viti .tumar utjal vavitsat kamana karisu .tumi jan aru uparaloi uthiba para tara kamana karisu.🥰😘😘
অ মোৰ কলিজা মই যদি তোমাৰ দেউতা হলোহেতেন তেতিয়া পৃথিবীৰ আটাইতকৈ সুখী মানুহ জন মই য়ে হলোহেতেন। এনেকোৱা সু-মধুৰ সূ্ৰৰ্ কনমানি কলিজাটো উলিয়াই অনাৰ বাবেকোটি কোটি ধন্যবাদ মোৰ মৰমৰ দাদা অনুপম।অপুনি সছাকৈ মহান। মই কনমানি কলিজাটোক আশিৰবাদ কৰিছো তেওঁ এদিন এই ধৰিত্ৰীত সূয্য দৰে জিলিকি উঠক।মই শেষত আপোনাক অনুৰোধ কৰিছো আপুনি অাগোৱাইযাওক অাৰু অাগোৱাই গৈ থাক।
I
Northeast jungle safari mojs
Northeast jungle safari kau
কৌস্তৱ বৰ ধূনীয়া হৈছে আগবাঢ়ি যোৱা ।
Northeast jungle safari sSlnhlnlE
বহুত বহুত ভাল লাগিছে অ তোমাৰ মাতটো।
Ki j kom vakha nai mur. osrt pale bukut xabati dhari loi suma khalo hoi,love u babu god bless you..
Bohut vll lagisay tumi agoloi aguwai juwa thomoki noroba tumaloi akhirbad thakil
he is a littel super star in assam
Sochake Kandi dilo bhagabane tomk mangal karok aguwai jowa tumi
Bohu hundor tumi jetiya ma ow ma aykhar mat hunar loge loge mur soku pani ulal ...bohut val lgil tmr vobitsot utjol houk
He will be strong singer in India in future. My full support to baby.
kaustav borgohain I like u keep it up my brother god bless u tmi sochai dhuniya aru tmr gaan bur
গাৰ নুম শিয়ঁৰি উঠা গীত, God bless you..
আপুনি বহু ভাল কৰিছে ধন্যবাদ
Tamam Maja oo kolija
May you live long......This is a wonderful kid
👌👌👌
কৌস্তভ তুমি আগুৱাই যোৱা আমাৰ আৰ্শীবাদ সদায় তোমাৰ লগত আছে।।
Anupam chakrBatkr manar anubhab akebare Val loga kousta bar gan xunile more saku pani olai zai teor gan akou xnabo Sorbhog. Lalita bayan.
অন্তর চুই যোৱা শব্দ। বহুত ভাল লাগিছে।
এই লৰা-ছোৱালী ৰ বাবে চৰকাৰে বিশেষ আঁচনি প্ৰস্তুত কৰিব লাগে।
Oww so sweet voice..
বৰ ধুনীয়া গাইছে।ভগৱানে মংগল কৰক।
Badabrot Handique বহুত ধুনীয়া হৈছে ।ভগবান তোমাৰ মঙ্গল কৰক
Bar xundor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami Anupom sokroatiloy xvokamona korisu
Xundor xondor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami anupom Loy xuveswa jasisu
So ciut lovely ❤❤ tair gan shuni mon bhalage
Tumi aru aaguwai juwa koustav vogobanor usarat takei kamona korisu
God Blessed you......
Waw nice voice .god blss you dr👍
কৌস্তভ'ক কাষত পোৱা নাই যদিও সি হিয়াৰ আমঠু, ভগবানে তাক শক্তি দিয়ক, তাৰ পতিতো গীত ভাল লাগে, সুৰৰ তুলনা নাই, তাৰ গান শুনিলে গাৰ নোম ঠিয় হৈ জায়, চকুৰে আনন্দৰ পানী নিগৰে। কৌস্তভৰ ভবিস্ব্যত উজ্জ্বল কামনা কৰিলো। অনুপম দা লৈ ধন্যবাদ। আগলৈ আৰু এনেকুৱা আশা কৰিলো।
সুন্দৰ কৌস্তুভ ,ভগৱানে তোমাক আৰু শক্তি দিয়ক
realy verry sweet voice
God bless you talented boy. Musicians looking very happy. Great environment
তুমি আৰু আগ বাঢ়ি যোৱা 🤗🤗🤗
ইমান সুন্দৰ কণ্ঠ তোমাৰ গীত শুনি লে শুনি থাকিব মন যাই আগুৱাই যোৱা তাৰেই কামনাৰে 🎉🎉
So sweet lovely singer
Emn dhuniya matt...bhaity tumi aguai jua
Dhuniya kastav very nice 💜💜
ইমান সুন্দৰ কণ্ঠ।
amazing brother...keep it up...god bless u....
উ সু সু ইমান সুনদৰ গাইচে মই মৰি য়াও Thanks anupm da
Dhuniya
Good sokrowoti da apunar podokhap abyhoto rakhat bhogobanor asis thakibo logota ami bukar podum Phul phulai rakhibole sustainable korim. Thanks.
Hundar voice❤❤❤
Very sweet voice.
muk vl lagise''''
Eman duniya kantha vagawane Mangal karak❤❤❤
Hosakoi bor dhuniya. aru aag nahi juwa vogabane mangal korok.
God bless u my dear
Bahhh!!!! Ki hundur kontho
👍👍👍👍👍👍👍👍👍👍👍👍
Bohut Hundor gaisa maina aru agbarhi jua.
বহুত ভাল লাগিছে
Moja lgse
Hosai
Waw nice Kaustov...
Reema Goswami mojaaaa.....
mojjjjaa
Sundor voice
So cute
ৱা ৱা কি যে ফুলৰ গোন
Hinbisixx
42
Josika The same thing as well and the other side effects 288555
Bohut val lagil
Wmmm bohut bohut
Oti xundor my dear Kaustav
Bhut vl lgise
god bless you
God bless you
Dhuniya lagise koustob
অতি,শুন্দকণ্ঠ,বহ্নত,ব্হ্নতধণ্যবাদ,দ্যয়াপন,কৰিলো,,বোৱাই,তুমি,জীৱনত, আগবাহিজোৱা,আমাৰ,আশিবাদ,সদায়েই,তোমাৰলগত,আছে
এটি নতুন নক্ষত্ৰৰ আবিৰ্ভাৱ ! অসমৰ লগতে ভাৰতৰো সংগীতৰ ক্ষেত্ৰখন উজ্জ্বলি উঠিব ! অপূৰ্ব ক্ণ্ঠ ...
আৰু আগুৱাই যোৱা কৌস্তুভ...বহুত ধুনীয়া হৈছে ....
এজন শিল্পী একোতা সম্পদ। এই সম্পদ সমূহ আমি যতনাই ৰখাতো সকলোৰে দায়িত্ব ।
ইতি
তিলেশ্বৰ
শিবসাগৰ 🎉🎉🎉🎉।
সঁচাকৈ ক'ব নোৱাৰাকৈ এ মা শব্দটোৱেই চকু দুটা টিয়াই থলে 😭 মোৰ সনা, মোৰ কলিজা তুমি আগলৈ আগুৱাই যোৱা মই আশীৰ্বাদ কৰিছোঁ ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 👍
হিযা ভৰাই আশীৰ্বাদ যাচিছো কৌস্তভলৈ
Kailadh Deka
good
So beautiful.... so sweet. বহুত সুন্দৰ হৈছে। ইমান সুমধুৰ কন্ঠ মৰমৰ কণমানি জনৰ। মই তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ। Thanks so much.
কি সুকুমল তোমাৰ কণ্ঠস্বৰ!
অব্যাহত থাকক তোমাৰ এই যাত্ৰা ।
বৰ সুন্দৰ বিয়া জোৰা নাম গাইছে শুনি বৰ ভাল লাগিল । আগুৱাই যোৱাৰ কামনা কৰিলোঁ ।ইমান সৰু লৰা জনী বিয়া নামৰ লগতে অন্য হিন্দী গীতো পৰিবেশন কৰিছে ভাল লাগিল ভৱিষ্যত জীৱন উজ্বল হওঁক ।মই অনিল হাজৰিকা।
অতি সুন্দৰ কণ্ঠ ।আপোনাৰ এই বোকা পদুম অনুস্থানটিৰ আৰু আগুৱাই যাওক।🙏
বৰ সুন্দৰ কণ্ঠস্বৰ , তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো আৰু আগুৱাই যোৱা
Vagawanr dan aru agbahi jua
Bhogobane akhirbad korok tumi jate aru aguai jabo para👍😘🌹
কৌস্তভ তোমালৈ.মোৰ.হিয়াভৰা.মৰম.যাচিলো.।তুমি.এদিন. হলেও. এজন.মহান.শিল্পী.হৈ.উঠিবা.বুলি.মোৰ.আশা.থাকিল।.
সুবেই সুন্দৰ কন্ঠ...বহুত ভাল লাগিল..👍👍👍
কি সুন্দৰ কণ্ঠ তোমাৰ, মোৰ হৃদয় চুই গৈছে | বহুদূৰ আগুৱাই যোৱা তুমি 🙏
কস্তুৱ। তোমাৰ। গানৰত। মুগ্ধ। হয়। মোৰ। চকুপানি। উলাই। গৈছৈ। কুমাৰ। উজ্বল। ভবিষ্যত। কামনা। কৰিলো। ৰমেন দত্ত
বহুত ভাল লাগিল, বহুত সুন্দৰ হৈছে ধুনীয়া লাগিছে
অতি সুন্দৰ লাগিছে.. অনুপম দাদা আপোনালৈও বহুত ধন্যবাদ. আপোনি এওঁলোকক যে উলিয়াই আনিছে. ভালকৈ লিখিব নাজানো কিবা ভূল হলে ক্ষমা কৰিব...
Hi kostab,I proud of you, congratulations, thank you very much
Really he is great. God bless him
বহুত ধুনীয়া হৈছে ভাইটি ,,❤ তোমাৰ উজ্ল ভবিষত কামনা কৰিলো 🙏🙏🥰
Bohut dhuniya
So suit lovly singar .বহুত ভাল লাগিল তুমাক। I love you .
Ati xundor. GOD BLESS YOU
বহুত বহুত ধুনীয়া কৌস্তুভ , তুমি আৰু আগুৱাই যোৱা , ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই , 'মা' গীতটো বহুত ভাল পাওঁ মই, মোৰ প্রিয় গীত
Very nice 👌👍😍😍😍
mor sokupani olai goise tmr maa khuni love u khoutov ,mor karone aru abr gai diba, tmr mongol hok,khosakoi maa ward to heart touching , tumi ajon vl singer hoba
Jiyan
sk riki Reddy dy365
bohut bohut dhoinobad Dada.mur aji anekua lagise.apunaluk Jen dukhiar bondhu.amar dore dukhar karone apunaluke jikhini korise akolom nilikhi nuarilu.apunalukok punor bar dhonobad jonaisu dada
অন্তৰ চুই যোৱা কণ্ঠ । ভগবানৰ আশীৰ্বাদ অক্ষুণ্ণ থাকিলে , অনুশীলন কৰাৰ ইচ্ছা অটুট থাকিলে এদিন বিশ্বত প্ৰতিষ্ঠা হবা যেন অনুভৱ হয়।
Bohut dhuniya lagise Vaiti ❤❤👍👍
Mr.Anupam Chakraborty, namaste, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক, নেদেখাজনৰ ওচৰত তাকেই প্ৰাৰ্থনা জনালো, পাৰিলে সহায় সহযোগিতামূলক প্ৰতিশ্ৰুতৰে, ধন্যবাদ, ভৱিষ্যত প্ৰজন্মক এখন সুস্থিত সমাজৰ সন্ধান দিয়ক, আপোনাৰ লগত সদায় আছো।
U make me weeping bro....u remind me to my Maa
সুন্দৰ গাইছা
Kontho 2 hundor ......komani 2 aguai jauk....😘😘😘
Bohut dhuniya gaisa kostav __aru agloi anekoi gai thakiba __logte poha_xunau valkoi kori thakiba __all da best____
সচাকৈ সুমধুৰ কন্ঠ । সদায় এনেদৰে জীৱনত আগুৱাই যোৱা । God bless u beta..
Wonderful voice, fantastic singing, keep it up
Nice
@@mdashikulashikul7699 has a b.
@@mdashikulashikul7699 श्री
Eman dhuniya lagise..aguai jowa tomalok..
হে ভগৱান ল'ৰা টোক আশীৰ্বাদ কৰা 🙏
বহুত বহুত ধুনীয়া লাগিচে জীৱনত আৰু আগবাহি জাবৰ বাবে ভগবানৰ ওছৰত পাথনা জনাওঁ
Oh my god.so swt voice😘😘
বৰ মিহি কণ্ঠত সুন্দৰ গান। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আগলৈ আগুৱাই যোৱা।
Bhut bhal lgise,tumr gaan xuni,,,Tumi sadai anakai gaan gai jua,,ru aguai jua,,,
Dhuniya I love singing
খুব ভাল হৈছে i love you
বৰ সুন্দৰ লাগিছে দে ধন্যবাদ
Nice voice viti .tumar utjal vavitsat kamana karisu .tumi jan aru uparaloi uthiba para tara kamana karisu.🥰😘😘
অ মোৰ কলিজা মই যদি তোমাৰ দেউতা হলোহেতেন তেতিয়া পৃথিবীৰ আটাইতকৈ সুখী মানুহ জন মই য়ে হলোহেতেন। এনেকোৱা সু-মধুৰ সূ্ৰৰ্ কনমানি কলিজাটো উলিয়াই অনাৰ বাবে
কোটি কোটি ধন্যবাদ মোৰ মৰমৰ দাদা অনুপম।অপুনি সছাকৈ মহান। মই কনমানি কলিজাটোক আশিৰবাদ কৰিছো তেওঁ এদিন এই ধৰিত্ৰীত সূয্য দৰে জিলিকি উঠক।
মই শেষত আপোনাক অনুৰোধ কৰিছো আপুনি অাগোৱাইযাওক অাৰু অাগোৱাই গৈ থাক।
I
Northeast jungle safari mojs
Northeast jungle safari kau
কৌস্তৱ বৰ ধূনীয়া হৈছে আগবাঢ়ি যোৱা ।
Northeast jungle safari s
Slnhlnl
E
বহুত বহুত ভাল লাগিছে অ তোমাৰ মাতটো।
Ki j kom vakha nai mur. osrt pale bukut xabati dhari loi suma khalo hoi,love u babu god bless you..
Bohut vll lagisay tumi agoloi aguwai juwa thomoki noroba tumaloi akhirbad thakil
he is a littel super star in assam
Sochake Kandi dilo bhagabane tomk mangal karok aguwai jowa tumi
Bohu hundor tumi jetiya ma ow ma aykhar mat hunar loge loge mur soku pani ulal ...bohut val lgil tmr vobitsot utjol houk
He will be strong singer in India in future. My full support to baby.
kaustav borgohain I like u keep it up my brother god bless u tmi sochai dhuniya aru tmr gaan bur
গাৰ নুম শিয়ঁৰি উঠা গীত, God bless you..
আপুনি বহু ভাল কৰিছে ধন্যবাদ
Tamam Maja oo kolija
May you live long......This is a wonderful kid
👌👌👌
কৌস্তভ তুমি আগুৱাই যোৱা আমাৰ আৰ্শীবাদ সদায় তোমাৰ লগত আছে।।
Anupam chakrBatkr manar anubhab akebare Val loga kousta bar gan xunile more saku pani olai zai teor gan akou xnabo
Sorbhog. Lalita bayan.
অন্তর চুই যোৱা শব্দ। বহুত ভাল লাগিছে।
এই লৰা-ছোৱালী ৰ বাবে চৰকাৰে বিশেষ আঁচনি প্ৰস্তুত কৰিব লাগে।
Oww so sweet voice..
বৰ ধুনীয়া গাইছে।ভগৱানে মংগল কৰক।
Badabrot Handique বহুত ধুনীয়া হৈছে ।ভগবান তোমাৰ মঙ্গল কৰক
Bar xundor xondor kontho ami Krishna gurur osorot Parthona korisu xphol koraok ami
Anupom sokroatiloy xvokamona korisu