এয়া মাথোঁ এটি গীতেই নহয়, হাজৰিকাদেউৰ সমাজ ভাবনাৰ এখনি নিটোল প্ৰতিচ্ছবি তথা অসমৰ সংগীতপ্ৰেমী ৰাইজলৈ নিৱেদন কৰা জাতীয় জীৱনৰ ঐতিহ্যবাহী এক সাংস্কৃতিক বাৰ্তা।
I went to kalkata(calcutta) in 2014, two women singer requested me to sing B Hazarka's song, I felt proude n sung, so think Bhupendaa is God of assamese music,
মই লক্ষ কৰিছো ধ্ৰুবজ্যোতি ডেকাই বহুদিনৰ পৰা একক ভাবে ড°ভূপেন হাজৰিকা দেবৰগীত সমূহ আৰু কেতিয়াবা সুন্দৰ ভিডিও আপলোদ কৰি আমাক উপকৃত কৰিছে ,এই সুযোগতে তেওঁলৈ অশেষ ধন্যবাদ থাকিল৷ যদি সম্ভব হয় অসমীয়া চামেলী মেমচাহেব বোলছবি খন সম্পূৰ্ণ ৰপত আপলোদ কৰিব চোন ৷অসমীয়া খনতকৈ বাংলা ভাষা খনৰ প্ৰচাৰ বেছি কাৰণ সেইখন ইউ টিউবত পোৱা যায় ৷ই এক ষড়যন্ত্ৰও হব পাৰে ৷
স্বাগতম্ | মোৰ হাতত অসমীয়া চামেলী মেমচাহাব গীত আছে | মই upload কৰিম |
1111q11
ধ্ৰুৱ ডেকা আপোনাৰ প্ৰচেষ্টাত আজি ইমান আপুৰুগীয়া গীতৰ সংগ্ৰহ পালো তাৰ বাবে বহুত ধন্যবাদ থাকিল ।
স্বাগতম্
ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীক হয়তো ঈশ্বৰে নিজ হাতে প্ৰতিভা দান কৰিছিল! সেয়ে তেওঁৰ মুখৰ প্ৰতিটো শব্দ গীত হৈ নিগৰে।
&& ok
সচাকে অসমৰ সংগীতজগত খন চহকি কৰা অন্যতম পুৰুধা আপোনাক শত সহশ্ৰ প্ৰনাম ভূপেন মামা।
ভূপেনদাৰ প্ৰত্যেকটি গীততেই বুৰন্জী বিচাৰি পাওঁ , শতকৌতি প্ৰণাম ভূপেনদা .....ধন্যবাদ ডেকা .....
বুৰঞ্জী
মহান শিল্পী জনক সশ্ধ্ৰ নমস্কাৰ।
সশ্ৰদ্ধ
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
ভূপেন দাৰ বাবেহে সম্ভৱ এনেবোৰ চিন্তা, কথা আৰু গণসংযোগ। চ্যেলুট
এয়া মাথোঁ এটি গীতেই নহয়, হাজৰিকাদেউৰ সমাজ ভাবনাৰ এখনি নিটোল প্ৰতিচ্ছবি তথা অসমৰ সংগীতপ্ৰেমী ৰাইজলৈ নিৱেদন কৰা জাতীয় জীৱনৰ ঐতিহ্যবাহী এক সাংস্কৃতিক বাৰ্তা।
আপুনি মহান | আজি জাতিৰ সন্ধিক্ষনত আপুনাৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিছো | হে মহাত্মা এই জাতিতোক জাতে নিশকতীয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰো তাৰ বাবে সাহস দিয়ক | আপুনাৰ অসম আন্দোলনক লৈ সৃষ্টি কৰা গীতবোৰে এতিয়াও অসমীয়া যুৱকৰ সংগ্ৰামী সত্তাক জগাই তোলে |
অামি বাংলাদেশ থেকে বলছি অামি ভিষণ পছন্দ করি ভূপেন হাজারিকার গান৷
Thank you
@@h34852 শুকরিয়া৷
ধন্যবাদ বেহেন
Salute to you.... I love "Bimurta Eei Ratri", " Megh Thom Thom " from Simana Periye
ogo sonar Bangla namaskar
মোৰ ককাইদেউ এজনে শুনিব দিছিল এই গানটোৰ লিংক,,সচাকৈ খুব ভাল লাগিল,,বিৰাট অৰ্থপূৰ্ণ গান,,বহুত ভাল লাগিল,,আজি মিছ কৰিছোঁ ভূপেন দাক।।
বহুদিনৰ বিৰতিত শুনি খুৱ ভাল লাগিল ৷ আপোনাৰ সংগ্ৰহো অতুলনীয় ৷
এইখিনিতেই ঈশান বৰুৱাৰ লগত ভূপেনদাই কৰা আবৃত্তি বোৰো বিচাৰিবছোন ৷ লং প্লেইং ৰেকৰ্ড আছিলে ৷
Ok
ৱাহ, বৰ ভাল লাগিল, অতি সুন্দৰ 🙏🙏🙏গীতৰ কথাখিনি পাৰিলে দিবছোন | কিছুমান শব্দ বুজি পোৱা নাই...
The Great Person presented to us, thanks 🙏🙏
Excellent collection 🙏🙏
100% pronam. Nukhuna gaan eti khunale Bhupen Hazarika Debor. Apunaloiu pronam.
ধন্যবাদ্
ধ্ৰুৱ দা, পাৰিলে ভূপেন দাৰ 'মহিলা মহিলা কলৈনো আহিলা, মহিলা মহিলা কিযে ভুল কৰিলা...' গানটো দিবচোন, যদি আছে... লগতে আপোনাক ধন্যবাদ জনালো।
স্বাগতম |
এই গীতটোৰ কন্ঠ জয়ন্ত হাজৰিকাৰ |
@@h34852 অ হয়নেকি মই নাজানো তেনেহ'লে। কিন্তু ভাল লাগে মোৰ, পাৰিলে দিবচোন। ধন্যবাদ আপোনাক
অসমীয়া জাতিৰ মেৰুদণ্ড , সুধাকণ্ঠ আমাৰ হৃদয়ত সদায় গুঞ্জন ।
bahut bahut hundar bahut bhal lagise
মই সাধৰন মানুহ শুনি খুবেই ভাল
শুনি থাকিবৰ মন
মহান ব্যক্তিজন
কি যে সুন্দৰ গীত । সংগীতসূৰ্যৰ এই গীতটি প্ৰথম শুনিলো । ধন্যবাদ আপোনালৈ ।
সুন্দৰ অসমৰ সাংস্কৃতিক জগতৰ প্ৰতিনিধিত্ব কৰা বিশিষ্ট জনক শ্ৰদ্ধা যাচিলো। গান টো শুনি বহু অতীত ত গুছি গৈছিল৷। ধন্যবাদ। ১৪/০৪/২০২২
বহুত বহুত ধন্যবাদ গীতটো শুনোৱাৰ বাবে
অসমীয়া ৰাই জে চিনি আৰু বুজি কেতিয়া পাব ভাবিলে দুখ লাগে ........
ধুনীয়া সংণ্ৰহ।ধন্যবাদ।
অতিশয় সুন্দৰ সংগ্ৰহ।ভূপেন দা আমাৰ মাজত সদায় এনেদৰেই জীয়াই থাকিব-তেখেতৰ অনন্য সৃষ্টিৰাজীৰ মাজেৰে। কথা আৰু গীতৰ অনুষ্ঠানটিয়ে হীয়া চুই গ'ল। এনে বিৰল সংগ্ৰহৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ 🙏.
ধন্যবাদ্
Bohot dhuniya.
Kinto Axomor manuhe Axomor xilpik dam dibo nukhuje.
সংগীত সূৰ্যই নহয় ৷ ভগৱানৰ অৱতাৰ আছিল সুধাকণ্ঠ ৷ প্ৰতিটো শব্দই গান হৈ নিগৰে ৷
একেবাৰে সচা।
Bhupen Da is god
শত শত প্ৰণাম
দারুণ শেয়ারিং 👍❤️❤️
বৰ ভাল লাগিল। আপোনাৰ এই কামৰ অশেষ ধন্যবাদ।
So nice to hear our great Bhupenda in original form thanks
সুন্দৰ গীত । বহুত বহুত ধন্যবাদ ।
ধ্ৰুৱজ্যোতি ডেকা অশেষ ধন্যবাদ জনালো।এই গানটি মই কিমান যে বিছাৰি আছিলো ।গ্ৰামোফোন ৰেকৰ্ড ৰ লং প্লেয়িংখন মোৰ আছিলেই ।আপোনাৰ চেনেল মই SUBSCRIBED কৰিলো ।ভূপেনদাৰ অন্তিম গীতটি ও বিছাৰি পোৱা নাই ক'তো --পাৰিলে দিবচোন ।
Kio janu bhupendar gan khunile mur chokulu khori thske........bessi khunibo. ..
Nuato....
ডেকা ডাঙৰীয়া আপোনালৈ অশেষ ধন্যবাদ জনালো ।। এই মহান ব্যক্তি জনৰ মহান গীত বোৰ সংগ্ৰহ কৰি ইমান সুন্দৰ কৈ পৰিবেশন কৰাৰ বাবে ।।।।
Moi bisora gan ata palu. Dhrubajyoti dekaloi dhanyabad thakil.
Bohut dinor pora bhupen dar gan kisuman hunibor mon goi asil aji huniboloy pay bohut hukhi hoisu
Thanks.
অতুলনীয়
Great Man of the world !
কি বুলি ধন্যবাদ দিম দাদা আপোনাক,subscribe কৰি দিলোঁ
Woh🙏🙏🙏.....oti xundur........💐💐💐💐
Thanks Dhruba Jyoti...
Very nice dada
Ilu ilu...mozah lagil huni
Exilent
অতুলনীয়।
বহুত বহুত ধুনীয়া ।
Really, he was a genius.....
অপূৰ্ব
A pure genius.
95e020
ধন্যবাদ
So good.
অমৰ শিল্পী
Khoda kontha like God
THANKS TO MR DEKA
Great great song...
Mojja lagise gan2....
Sundar
সুন্দৰ,ডেকা দা
Oh sir !What kind of appreciation it has ?
very nice song
Hundor gaan
অতি সুন্দৰ
Dhuniya
Live বোৰ আৰু দিবচোন আমাৰ Generation ৰ বাবে।
Angshuman Hazarika দিম এটা এটাকৈ
অশেষ ধন্যবাদ
Nice
সুন্দৰ
I went to kalkata(calcutta) in 2014, two women singer requested me to sing B Hazarka's song, I felt proude n sung, so think Bhupendaa is God of assamese music,
গীতটিয়ে আমোদ দিলে।
সুন্দৰ🙏
Moja....
অলপ জমনি আছে
THANK U DADA
Awesome.
Nice song
🙏🙏👌👌
এই গান টি বাংলা চাই।
এইটা তো বাংলা গান
Great
Lyrics to pam naki?
Bhupen hazarika
কি বুলি ধন্যবাদ দিম ভাবি পোৱা নাই।
Bor duniya aru dibasun
tamam
bhot bal lage
A to z 26 alf.... But i have not make a sentence. Because he is dr° bhupeN hazarika.
Is it possible to write fo him.
Nice
Great
Good