Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
2021 কোন কোন শুনি আছা like diok
গীত আহিব আৰু যাব কিন্তু কিছুমান সোণালী গীত চিৰস্থায়ী যেনে এই গীতটি😍
এইবোৰ গীতেই মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখে । গীতটিৰ কথা সুৰ কণ্ঠৰ কোনো তুলনা নাই ।
এইটো গান যোনে যোনে চাইছে like এটা মাৰি দিব plase 🙏🙏🙏
palki Deka যোনে যোনে বুলি অসমীয়াত কোনো শব্দ নাই-যিয়ে বা যি সকলে বুলি হে কোৱা হয় !!এই অপতৃণ বোৰে অসমীয়া ভাষাটো ছানি ধৰি শেষ কৰিব কোনোবা দিনা ..... !!
কি যে মজ্জা গীতআজি কালি কিয় নোলাই এনেকুৱা গীত
বাৰম্বাৰ শুনি থাকিবলৈ মন যোৱা হৃদয় পৰশা গীত
শুনি আমনি নলগা গীত সমূহৰ তালিকাত এইটোও চিৰস্থায়ী হৈ আছে ৷ধন্যবাদ আগবঢ়োৱাৰ বাবে ৷৷
এনে বোৰ ভাল গান আৰু শিল্গী অভাৱ আজি দিনত
মনপৰশা .....কালজয়ী..... সোণোৱালী শৈশৱ মনত পৰি গল.... এইবোৰ গীতত যে কিমান নাচিছিলোঁ
Hsakoi bohut nasisilu moiu ajiu pahorib nuaru
Hosakoi agor Geet bilak hunile antor sui jaii.......
হয় নে?
Rich assaame culture..
যি দিনাৰ পৰা শুনিছিলোঁ সদায় হৃদয় জুৰ পৰি যায় । অমৰ চিৰ সেউজ গীত ।
চিৰসেউজ গীতটি শুনি মন প্ৰাণ ভৰি পৰিল ❤️❤️❤️
সুন্দৰ, চিৰযুগমীয়া ! বহুত দিনৰ মোৰত গীতটি শুনি ভাল লাগিল...!
এই গীত টি বহুত বহুত ভাল পাওঁ,,, সন্ধ্যা মেনন মোৰ প্ৰিয় গায়িকা,,,বহু মঞ্চত তেখেতৰ গীত গাই প্ৰথম পুৰষ্কাৰ পাইছোঁ,,,❤❤❤
জয়মতী উৎসৱত এই গীতটো ধুনীয়াকৈ প্ৰকাশ পায়।যেতিয়া স্বৰ্গদেউ গদাধৰ সিংহই ডালিমীৰ প্ৰেমত পৰে।
এই গীতটী কোনোবায়ে 2021 চনত শুনিছে নেকি। মই 2021 চনত শুনিছোঁ।
ইমান সুন্দৰ, সৰুতে যে এই গীতটিত কিমান নাছিলোঁ।।
অত্যন্ত সুমধুৰ গীত । এবাৰ শুণিলে শুণি থাকিবৰ মন যায় ।
পাহাৰ - ভৈয়াম একে কৰা সমন্বয়ৰ গীত ৷ শুনি হেঁপাহ নপলায় ……
এই ভাষা এই সুৰ সকলো সেৰাই গল..আজিকালি একো নায় মৰাপাতৰ থাৰি গান
খুউব সুন্দৰ গীত শুনি ভাল লাগিল 👌👌👌
বহুত দিনৰ পৰা বিচাৰি থকা গানতো পালো বহুত বছৰ আগতে শুনিছিলো।thanks
Supper se vi bahut uppor gantu bahut val lage
সুন্দৰ গীত।আজি ৪ মাৰ্চ ২০২১ ত শুনিছো।
Akerahe 100 bar hunileu amoni nalage. Hosakoi khub bhal lage ai gaantu.
এই গানটি 2019 ত কোনে কোনে শুনি আছে; লাইক এটা মাৰি দিব।
moi atiyau huni thaku
Moi atiyau huni thaku... Bhut bhut vl lge mur
গীতটি শুনিবলৈ পায় বৰ ভাল লাগিল ।এনেকুৱা ধৰণৰ আৰু এটি গীত আছে- য'ত সুধাকণ্ঠৰ কণ্ঠৰে আৰু গীতৰ কথা নগেন বৰাৰ ..... আই অ' আই আমি সাতজনী জী লুইতৰ বালিতে উমলি আছিলোৰ'দ কাচলিত বহি ........... " গীতটিও সমন্বয়ৰ গীত !! আনুভূতিক সমন্বয়ৰে সংযুক্ত কৰাৰ প্ৰচেষ্টা এই গীতসমূহ ... !!
এই গানটো শুনিলে শৈশৱৰ স্মৃতি মনত পৰে । কালজয়ী গীত
অপূৰ্ব....চিৰ যুগমীয়া গীত...
সচাকৈ বহুত ভাল লগা গীত
সুন্দৰ হৈছে গীতটি
My favorite song ❤️❤️
সদায়েই মৰমৰ গীত কিছুমান ☄️
মধুৰ গান বা 🌻🌻🌷🌷🌺প্রণামো তোমাক 🙏🙏🙏🙏
এই গীতটো ২০২২ ত শুনি থকা বিলাকে এটা like কৰি দিয়ক।
পঞ্চম মান শ্ৰেণীত থাকোতে এই গীতটি গাই প্ৰথম স্থান পাইছিলো। কিন্তু গীতটি কাৰ অাছিল জনাই নাছিলো। এতিয়া গীতটি পুনৰ শুনিবলৈ পাই ভাল লাগিল।ধন্যবাদ গীতিমালা।
thank you
Emotional hoi jau gaan2 sunile...xdai siroseuj hoi thakibo ei geetu
😍😍
Good and beautiful song
Nice song 🙏🇮🇳😄😍
2020 চনটো মই শুনি আছো
Moiu
Nice song
Moyu
মই
বহুত ভাল লাগিল। ধন্যবাদ।
Bahut val lagil gaanto huni.
bohut dhunia song huni amonieiiii nelage ...puroni gaanbur bor val pau
শুনি ভাল লাগিল দেই ।
Beautiful Assam Beautiful songs. Land of beauty. Unity is power.
Huni huni amoni nologa geet bur ❤❤❤❤❤
Anekuwa gaan bur mozzaai beleg ,huni amoni nalage
Love from Assam ❤
Emman dhuniya Gaan. Dukh lagi gol huni.
Bohu dinor murot gan2 hunisu bohut bohut vall lagill tq so mash
How Melodious songI m feeling happy.
A tu gan kar kar Val lage ..lake kora👍👍
সুন্দৰ সদায় বাজি ৰোৱা এটি গান
Bahut Val Laga Geet
Xosakoi oti xondor geet !Xomonyor anajori !
Iman j hundor git. Mon jur pora git.
Bohut dhuniya likhise gantu dei. Aiahe artist buli koi.দুখৰ কথা গীত। কান্দি কান্দি গোৱা গীত । অ.....অ....অ.... কান্দোনৰ সুৰ। আগতে গীত বিলাক গীতিকাৰে বহুত চিন্তা কৰি লিখিছিল । সেইকাৰণেই আগৰ গানবোৰ শুনি ভাল লাগিছিল। আজিকালি গানবোৰ ভাল নালাগে।
1111111111ল্দ্ফ্দ্ল্দ্ল্ব্য_/ত
Sunile suni thakibar man joa sundar geet
এই গীতটী ২০২০ কোনে শুনি আচা।
মোৰ ছোৱালী এ শুনি আছে বৰ্তমান
@@rupalirajbongshi6900 অ''''হয় নে।
Umm
মই ছোৱা নাই
আমাৰ ঘৰত কাম কৰা মানুহ এটাই শুনি আছে
Xosake bhoiam paharir xomoinoyak mur bor val lage.
bahut vl lage aibor gan xunile xuni thakibo a mn jai
মহেন্দ্ৰ হাজৰিকা দেৱক মই বহুত ভাল পাওঁ, তেখেতৰ গান বিলাক শুনিলে শুনি থাকিবৰ মন যায় । আমনি নালাগে
Bohut val loga puroni geet bur....
ধুনীয়া গীত
Love you zubeen da ❣️
অতি সুন্দৰ-ধুনীয়া-চিৰসেউজ-চিৰযুগমীয়া গীত।ভাষাৰে বুজাব নোৱাৰোঁ গীতৰ কথা-সুৰ-কন্ঠ।অসমীয়া ভাষা-সংস্কৃতি এওঁলোকে জীয়াই ৰাখিছে।
Oti hundar
Thankyou
@@jitupanboruah9850 bhi
I love Assamese old song 🤗🤗🤗✌✌✌
মজা গান (সচাকে)
Everytime I like this song.
সমন্বয়ৰ গীত, শুনি আমনি নলগা ।
Nice song, sweet melody, thanks.🍀🌸☘️🌸☘️🌸☘️
a mojjjjaaaaa 👉💘💘💘
Hi
Bht dhuniya lage gan2 huni
Superb, evergreen, amazing, marvelous, superhit, beautiful, awesome, excellent song
Mur bht vl lge ai gan2....old is gold
Aji 8years manar pora maje maje bisari thaku gantu....aji Palu xuni bor Val lagil.gantur logat bohut purani memory ASE Thank you so much gaan tur babe
Hundar uti hundar,asomiyar Jibon ayai,aru aku nalage.....
Mur Bohut VaL Lageh ai Gaan to huni.. Mur Bohut Bohut Priyo ai Gaan to
Anybody listing and hearing 2020 july ..
2022 15Aug .huni asu Evergreen
@@bedobratbharali1455 ও বঢ়িহা
Bahut bahut Val Lage .huni amoni Nalage👌
Agor gan bur huni hosai bohut val laga mur atia ai bur gan nulai a
মন পৰখা গান
PEACE AND HARMONY ALL OVER THE WORLD ...
Mahendra Hazarika: Ek Anubhob Kakapather ot Jonmo Grahaon korar pisot Singer Souravjyoti Borar (Ekaalor 3 times Inter College best Singer aru 'Kakapatheror Usuponi' Gitor Srostaa) hoite ji gaan hunisilu tar vitorot asil -- 'Swadeshar Baatori'. Dibrugarh ot an an Jonopriyo Cassette buru hunaar pisot Mugdho hoisilu. Prokritaarthot Ejon Duradorkhi gaayok Mahendra Hajarika. Guwahatir Zoo Road Tinialir Usha Court or Honmukhot Sourav dar hoite Byosto Hazarika dak hekhbaar log paisilu. Ekhon horu Repairing Dukaanor ukho kaathor sokit bohi ami ganor-Samasyaar kotha paatisilu. Mahendra da Ejon otib durodorkhi Gayak, Byatikrami Silpi. Teur Asomiya Bhasar Huddha Ucchaaronu Monot Raakhibo logia. Moi bhaabu-- Mahendra Haajorikar Gaanot-- bhobisyote jonmo lobo bisaare. Aru edin hosa hobo khuje...Srutaa raaijeu dekhe he hosaakoi adin asoritdhorone huddha hoise...Bhobisyot dorkhi Sintaa koribo Jonaatuu Jen Silpir aan ek 'Silpotta'....Jitu teur ganot dekhaa jaai...Bihugitor Khetrotkoi teu Adhunik git Srojon-Monthonor Khetrothe besi Hofol...Edin Teur Gaanu Itihaas Hoi Robo...(Dr. Jalin Prakash Chetia, Assam:: INDIA::).
Kakopthar usupni gan bisari ni pua j kia
Emn dhuniya lgise
Ai gantu 2021 t kune xuni ase like comment koribo
ইমান ধুনীয়া গান
Evergreen song they will never get old no matter what comes n goes...
এই বোৰ গীত শুনিলে শুনি থাকিব মন যাইয়েই আমনি নালাগে অৰ্থ পূৰ্ণ গান যিমানহলেও শুনিব পাৰি 👌👌👌👌👌
মনপৰশা গীত 🥰😍
গীতটো শুনি বহুত ভাল লাগে
No words to express my emotion !!!!
Like this song
চিৰ যুগমীয়া গীত 💓💓
2021 ত কোনে শুনি আছে ।
মৰম
sandhya Menon always choose good songs to sing,she never sings Ulta pulta songs to increase her numbers.
Moi a huni asu.bahut val lage gan tu huni.
Hei Gaan Tu huni mur hridoi je mur lorali kalor Kotha bur huwori dile...
Homonoyor anajori. ......
Beautiful😍💓
💝💝💝💝💝💝💝
Me.... and really beautiful😍😍😍..
2021 কোন কোন শুনি আছা like diok
গীত আহিব আৰু যাব কিন্তু কিছুমান সোণালী গীত চিৰস্থায়ী যেনে এই গীতটি😍
এইবোৰ গীতেই মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখে । গীতটিৰ কথা সুৰ কণ্ঠৰ কোনো তুলনা নাই ।
এইটো গান যোনে যোনে চাইছে like এটা মাৰি দিব plase 🙏🙏🙏
palki Deka যোনে যোনে বুলি অসমীয়াত কোনো শব্দ নাই-যিয়ে বা যি সকলে বুলি হে কোৱা হয় !!এই অপতৃণ বোৰে অসমীয়া ভাষাটো ছানি ধৰি শেষ কৰিব কোনোবা দিনা ..... !!
কি যে মজ্জা গীত
আজি কালি কিয় নোলাই এনেকুৱা গীত
বাৰম্বাৰ শুনি থাকিবলৈ মন যোৱা হৃদয় পৰশা গীত
শুনি আমনি নলগা গীত সমূহৰ তালিকাত এইটোও চিৰস্থায়ী হৈ আছে ৷
ধন্যবাদ আগবঢ়োৱাৰ বাবে ৷৷
এনে বোৰ ভাল গান আৰু শিল্গী অভাৱ আজি দিনত
মনপৰশা .....কালজয়ী..... সোণোৱালী শৈশৱ মনত পৰি গল.... এইবোৰ গীতত যে কিমান নাচিছিলোঁ
Hsakoi bohut nasisilu moiu ajiu pahorib nuaru
Hosakoi agor Geet bilak hunile antor sui jaii.......
হয় নে?
Rich assaame culture..
যি দিনাৰ পৰা শুনিছিলোঁ সদায় হৃদয় জুৰ পৰি যায় । অমৰ চিৰ সেউজ গীত ।
চিৰসেউজ গীতটি শুনি মন প্ৰাণ ভৰি পৰিল ❤️❤️❤️
সুন্দৰ, চিৰযুগমীয়া ! বহুত দিনৰ মোৰত গীতটি শুনি ভাল লাগিল...!
এই গীত টি বহুত বহুত ভাল পাওঁ,,, সন্ধ্যা মেনন মোৰ প্ৰিয় গায়িকা,,,বহু মঞ্চত তেখেতৰ গীত গাই প্ৰথম পুৰষ্কাৰ পাইছোঁ,,,❤❤❤
জয়মতী উৎসৱত এই গীতটো ধুনীয়াকৈ প্ৰকাশ পায়।যেতিয়া স্বৰ্গদেউ গদাধৰ সিংহই ডালিমীৰ প্ৰেমত পৰে।
এই গীতটী কোনোবায়ে 2021 চনত শুনিছে নেকি। মই 2021 চনত শুনিছোঁ।
ইমান সুন্দৰ, সৰুতে যে এই গীতটিত কিমান নাছিলোঁ।।
অত্যন্ত সুমধুৰ গীত । এবাৰ শুণিলে শুণি থাকিবৰ মন যায় ।
পাহাৰ - ভৈয়াম একে কৰা সমন্বয়ৰ গীত ৷ শুনি হেঁপাহ নপলায় ……
এই ভাষা এই সুৰ সকলো সেৰাই গল..আজিকালি একো নায় মৰাপাতৰ থাৰি গান
খুউব সুন্দৰ গীত শুনি ভাল লাগিল 👌👌👌
বহুত দিনৰ পৰা বিচাৰি থকা গানতো পালো বহুত বছৰ আগতে শুনিছিলো।thanks
Supper se vi bahut uppor gantu bahut val lage
সুন্দৰ গীত।আজি ৪ মাৰ্চ ২০২১ ত শুনিছো।
Akerahe 100 bar hunileu amoni nalage. Hosakoi khub bhal lage ai gaantu.
এই গানটি 2019 ত কোনে কোনে শুনি আছে; লাইক এটা মাৰি দিব।
moi atiyau huni thaku
Moi atiyau huni thaku... Bhut bhut vl lge mur
গীতটি শুনিবলৈ পায় বৰ ভাল লাগিল ।
এনেকুৱা ধৰণৰ আৰু এটি গীত আছে- য'ত সুধাকণ্ঠৰ কণ্ঠৰে আৰু গীতৰ কথা নগেন বৰাৰ .....
আই অ' আই
আমি সাতজনী জী
লুইতৰ বালিতে উমলি আছিলো
ৰ'দ কাচলিত বহি ........... " গীতটিও সমন্বয়ৰ গীত !! আনুভূতিক সমন্বয়ৰে সংযুক্ত কৰাৰ প্ৰচেষ্টা এই গীতসমূহ ... !!
এই গানটো শুনিলে শৈশৱৰ স্মৃতি মনত পৰে । কালজয়ী গীত
অপূৰ্ব....চিৰ যুগমীয়া গীত...
সচাকৈ বহুত ভাল লগা গীত
সুন্দৰ হৈছে গীতটি
My favorite song ❤️❤️
সদায়েই মৰমৰ গীত কিছুমান ☄️
মধুৰ গান বা 🌻🌻🌷🌷🌺প্রণামো তোমাক 🙏🙏🙏🙏
এই গীতটো ২০২২ ত শুনি থকা বিলাকে এটা like কৰি দিয়ক।
পঞ্চম মান শ্ৰেণীত থাকোতে এই গীতটি গাই প্ৰথম স্থান পাইছিলো। কিন্তু গীতটি কাৰ অাছিল জনাই নাছিলো। এতিয়া গীতটি পুনৰ শুনিবলৈ পাই ভাল লাগিল।ধন্যবাদ গীতিমালা।
thank you
Emotional hoi jau gaan2 sunile...xdai siroseuj hoi thakibo ei geetu
😍😍
Good and beautiful song
Nice song 🙏🇮🇳😄😍
2020 চনটো মই শুনি আছো
Moiu
Nice song
Moyu
মই
Moiu
বহুত ভাল লাগিল। ধন্যবাদ।
Bahut val lagil gaanto huni.
bohut dhunia song huni amonieiiii nelage ...puroni gaanbur bor val pau
শুনি ভাল লাগিল দেই ।
Beautiful Assam Beautiful songs. Land of beauty. Unity is power.
Huni huni amoni nologa geet bur ❤❤❤❤❤
Anekuwa gaan bur mozzaai beleg ,huni amoni nalage
Love from Assam ❤
Emman dhuniya Gaan. Dukh lagi gol huni.
Bohu dinor murot gan2 hunisu bohut bohut vall lagill tq so mash
How Melodious song
I m feeling happy.
A tu gan kar kar Val lage ..lake kora👍👍
সুন্দৰ সদায় বাজি ৰোৱা এটি গান
Bahut Val Laga Geet
Xosakoi oti xondor geet !Xomonyor anajori !
Iman j hundor git. Mon jur pora git.
Bohut dhuniya likhise gantu dei. Aiahe artist buli koi.দুখৰ কথা গীত। কান্দি কান্দি গোৱা গীত । অ.....অ....অ.... কান্দোনৰ সুৰ। আগতে গীত বিলাক গীতিকাৰে বহুত চিন্তা কৰি লিখিছিল । সেইকাৰণেই আগৰ গানবোৰ শুনি ভাল লাগিছিল। আজিকালি গানবোৰ ভাল নালাগে।
1111111111ল্দ্ফ্দ্ল্দ্ল্ব্য_/ত
Sunile suni thakibar man joa sundar geet
এই গীতটী ২০২০ কোনে শুনি আচা।
মোৰ ছোৱালী এ শুনি আছে বৰ্তমান
@@rupalirajbongshi6900 অ''''হয় নে।
Umm
মই ছোৱা নাই
আমাৰ ঘৰত কাম কৰা মানুহ এটাই শুনি আছে
Xosake bhoiam paharir xomoinoyak mur bor val lage.
bahut vl lage aibor gan xunile xuni thakibo a mn jai
মহেন্দ্ৰ হাজৰিকা দেৱক মই বহুত ভাল পাওঁ, তেখেতৰ গান বিলাক শুনিলে শুনি থাকিবৰ মন যায় । আমনি নালাগে
Bohut val loga puroni geet bur....
ধুনীয়া গীত
Love you zubeen da ❣️
অতি সুন্দৰ-ধুনীয়া-চিৰসেউজ-চিৰযুগমীয়া গীত।ভাষাৰে বুজাব নোৱাৰোঁ গীতৰ কথা-সুৰ-কন্ঠ।অসমীয়া ভাষা-সংস্কৃতি এওঁলোকে জীয়াই ৰাখিছে।
Oti hundar
Thankyou
@@jitupanboruah9850 bhi
I love Assamese old song 🤗🤗🤗✌✌✌
মজা গান (সচাকে)
Everytime I like this song.
সমন্বয়ৰ গীত, শুনি আমনি নলগা ।
Nice song, sweet melody, thanks.🍀🌸☘️🌸☘️🌸☘️
a mojjjjaaaaa 👉💘💘💘
Hi
Bht dhuniya lage gan2 huni
Superb, evergreen, amazing, marvelous, superhit, beautiful, awesome, excellent song
Mur bht vl lge ai gan2....old is gold
Aji 8years manar pora maje maje bisari thaku gantu....aji Palu xuni bor Val lagil.gantur logat bohut purani memory ASE
Thank you so much gaan tur babe
Hundar uti hundar,asomiyar Jibon ayai,aru aku nalage.....
Mur Bohut VaL Lageh ai Gaan to huni.. Mur Bohut Bohut Priyo ai Gaan to
Anybody listing and hearing 2020 july ..
2022 15Aug .huni asu
Evergreen
@@bedobratbharali1455 ও বঢ়িহা
Bahut bahut Val Lage .huni amoni Nalage👌
Agor gan bur huni hosai bohut val laga mur atia ai bur gan nulai a
মন পৰখা গান
PEACE AND HARMONY ALL OVER THE WORLD ...
Mahendra Hazarika: Ek Anubhob
Kakapather ot Jonmo Grahaon korar pisot Singer Souravjyoti Borar (Ekaalor 3 times Inter College best Singer aru 'Kakapatheror Usuponi' Gitor Srostaa) hoite ji gaan hunisilu tar vitorot asil -- 'Swadeshar Baatori'. Dibrugarh ot an an Jonopriyo Cassette buru hunaar pisot Mugdho hoisilu. Prokritaarthot Ejon Duradorkhi gaayok Mahendra Hajarika. Guwahatir Zoo Road Tinialir Usha Court or Honmukhot Sourav dar hoite Byosto Hazarika dak hekhbaar log paisilu. Ekhon horu Repairing Dukaanor ukho kaathor sokit bohi ami ganor-Samasyaar kotha paatisilu. Mahendra da Ejon otib durodorkhi Gayak, Byatikrami Silpi. Teur Asomiya Bhasar Huddha Ucchaaronu Monot Raakhibo logia. Moi bhaabu-- Mahendra Haajorikar Gaanot-- bhobisyote jonmo lobo bisaare. Aru edin hosa hobo khuje...Srutaa raaijeu dekhe he hosaakoi adin asoritdhorone huddha hoise...Bhobisyot dorkhi Sintaa koribo Jonaatuu Jen Silpir aan ek 'Silpotta'....Jitu teur ganot dekhaa jaai...Bihugitor Khetrotkoi teu Adhunik git Srojon-Monthonor Khetrothe besi Hofol...Edin Teur Gaanu Itihaas Hoi Robo...(Dr. Jalin Prakash Chetia, Assam:: INDIA::).