" প্ৰেম প্ৰেম বুলি জগতে ঘুৰিলো "( LIVE AT DIPAK SANGHA IN 1987)বাণীবদ্ধ ধ্ৰুৱ জ্যোতি ডেকা

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 58

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +4

    অতি সুন্দৰ অনুষ্ঠান, অতি সুন্দৰ সংগ্ৰহ।

  • @paragkumardeka
    @paragkumardeka 4 роки тому +10

    প্ৰেম প্রেম বুলি জগতে ঘুৰিলোঁ
    ঘৰতে আছিলে প্রেম
    ধনে ধনে কৰি ঢাপলি মেলিলোঁ
    হিয়াতে পৰমে ধনেহে
    গুৰু শংকৰ
    গংগা-যমুনা স্নানিলোঁ [স্নান কৰিলোঁ] যতনে
    গয়া-কাশী তীর্থ কৈলোঁ [কৰিলোঁ]
    হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে
    ক’ৰবাত বিচাৰি মৈলোঁহে [মৰিলোঁ]
    গুৰু শংকৰ
    প্রকৃত ধৰম বিচাৰি-খোঁচাৰি
    বিদেশে বগালোঁ দুখে,
    নিজৰ দেশৰ নির্মল ধৰম
    নামঘৰ দুৱাৰমুখেহে
    গুৰু শংকৰ
    “মোক গুৰু লাগে মঞি শিক্ষিত শিষ্য”-
    জগতক জাননী দিলোঁ,
    জগতৰে গুৰু শ্রীশংকৰ ঘৰতে
    অন্ধলাই নেদেখিলোঁহে
    গুৰু শংকৰ

  • @amritbarooah342
    @amritbarooah342 4 місяці тому +1

    Hosakoi dhoynobad deka dangoria

  • @gogoisuman3870
    @gogoisuman3870 Рік тому +2

    দাদা এনে সঙ্গীত ৰাইজৰ বাবে উপহাৰ দিয়াৰ বাবে ধন্যবাদ

  • @manasdeka6801
    @manasdeka6801 Рік тому +1

    Thanks Dhruv Deka hai 🙏🙏🙏

  • @20pranjaldutta99
    @20pranjaldutta99 4 роки тому +3

    Mind blowing... Superb... Please carry on

  • @prasantagoswami1477
    @prasantagoswami1477 4 роки тому +7

    সেই সময়টো এটা ষ্মৰণীয় বয়স আছিল। অতিতলৈ বৰকে মনত পৰে।দীপক সংঘ মানে ৰিদীপ দত্ত ।আৰু বহুত।আপুনি মোৰ কাৰণে ও ৰাইজৰ কাৰণে সযতনে সাচি ৰখা এটা ডাঙৰ উপহাৰ দিলে ।যিটো পইচা দিলেও পোৱা নাযায়। এনে ক্ষেত্ৰত ক'ব লাগিব যে- "মানুহ আপোন টকা পৰ ; যিমান পাৰ' মানুহ ধৰ"।শ্ৰীশ্ৰী ঠাকুৰৰ বাণী। আপুনি পৃথিবীক যি যি দি গৈছে সেইয়া চিৰদিন চিৰকালৰ বাবে। আৰু আগলৈকো ভাল ভাল উপহাৰ পাই থকাৰ আশাৰে আপোনালৈ বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা ।

    • @h34852
      @h34852  4 роки тому +1

      ধন্যবাদ্

    • @digantaboruah809
      @digantaboruah809 Рік тому +1

      বন্ধু ধ্ৰুৱ ডেকাৰ সংগ্ৰহ অকপতে স্বীকাৰ কৰিবই লাগিব ।তেখেতৰ সংগ্ৰহে আমাক সদায় জীপাল কৰি ৰাখিছে ও আগলৈও ৰাখিব বুলি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।

    • @digantaboruah809
      @digantaboruah809 Рік тому

      ​@@h34852 ❤

    • @h34852
      @h34852  Рік тому

      ধন্যবাদ্

  • @manasdeka6801
    @manasdeka6801 Рік тому +1

    Joy guru Shanker 🙏🙏🙏

  • @mamonsaikia6802
    @mamonsaikia6802 4 роки тому +3

    thanks shreman Dhruba Deka.....the great legend

  • @khaninbayan7196
    @khaninbayan7196 3 роки тому +4

    সুন্দৰ সংগ্ৰহ

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 роки тому +3

    গীতটি শুনি শুনি ভাবি থাকো ৰসৰাজৰ কি যে অভিনৱ শব্দ প্ৰক্ষেপ -
    "স্নানিলো".....
    " অন্ধলা "
    "মৈলো "
    আদি আলংকৰিক শব্দৰে লেখা কবিতাটি ভূপেনদাই আপোনাৰ গীতৰ পঞ্চাশ বছৰৰ স্বাক্ষৰ বহনকাৰী হিচাপে সুৰ কৰি গীত গাই শুনালে......
    ৰসৰাজ আৰু সংগীতসূৰ্য্যৰ গীতি সাহিত্যৰ ভঁৰাললৈ এই সমূহ গীত যাউতিযুগীয়া অৱদান ।

    • @dhirendeka2690
      @dhirendeka2690 3 роки тому

      ভূপেন দাৰ অতি সুন্দৰ লাইভ প্ৰগ্ৰেম ।

    • @uttamkumarroy2583
      @uttamkumarroy2583 2 роки тому

      উচিত কথাই কৈছে আপুনি।

  • @jayantadowarah9116
    @jayantadowarah9116 2 роки тому +2

    Nice very nice

  • @omsairamproduction5781
    @omsairamproduction5781 5 років тому +5

    Khub val lagil. Thank you for your valuable upload and recording.

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 роки тому +3

    Universal truth

  • @pritambhargav0301
    @pritambhargav0301 4 роки тому +4

    History revealing, what a moment. Love you oh! always.

  • @hemprasadgogoi5081
    @hemprasadgogoi5081 6 років тому +9

    many many thanks for turnout such hidden valuables to the public forever and highly appreciable & we want more.

  • @rollno37udayanphukan25
    @rollno37udayanphukan25 6 років тому +4

    Appreciate you Dear Dhruba
    Good work.

  • @rollno37udayanphukan25
    @rollno37udayanphukan25 6 років тому +5

    Appreciate you Dear Dhruba.
    Good collection.

  • @kirandas1506
    @kirandas1506 3 роки тому +2

    Mor priya geet

  • @puspadharkutum7325
    @puspadharkutum7325 6 років тому +7

    We are too much grateful for yr excellent collections of golden songs

  • @nikunjkalita5239
    @nikunjkalita5239 3 роки тому +1

    Guitarist 🙏🙏❤❤

  • @nityanandasahariah6718
    @nityanandasahariah6718 6 років тому +6

    Dhanyabad Dhruba, a rare song in ur valuable effort.

  • @medinitalukdar4873
    @medinitalukdar4873 2 роки тому +2

    ♥️♥️♥️

  • @বৃষভ
    @বৃষভ 3 роки тому +2

    আপোনাক ধন্যবাদ আগতে নজনা কথা বহ
    জানিলো শুনিলোঁ

    • @h34852
      @h34852  3 роки тому

      স্বাগতম্

  • @amalroy9629
    @amalroy9629 3 роки тому +2

    Nice songs

  • @assamkingdom3842
    @assamkingdom3842 2 роки тому +2

    জন্মৰ আগৰ অনুস্থান চাব সুবিধা কৰি দিয়া বাবে ধন্যবাদ

  • @parbatimisra3057
    @parbatimisra3057 Рік тому +1

    Nice

  • @chandandeka1981
    @chandandeka1981 6 років тому +4

    Excellent collection.

  • @anildeka1200
    @anildeka1200 6 років тому +3

    Val lagil monto .

  • @simantabaruah3082
    @simantabaruah3082 6 років тому +3

    মনটো ভাল লাগি যায়।

  • @jugamohan5466
    @jugamohan5466 2 роки тому +1

    সম্পূৰ্ণ গীতটো লক্ষ্মী নাথ বেজবৰুৱাদেৱৰ নেকি ?

    • @h34852
      @h34852  2 роки тому

      গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱা
      সুৰ ভূপেন হাজৰিকা

  • @jahnugogoi02
    @jahnugogoi02 5 років тому +2

    Miss u bhupen daa

  • @arunsaikia6869
    @arunsaikia6869 6 років тому +2

    Very nice

  • @aminulhogue4268
    @aminulhogue4268 5 років тому +2

    Bhupen the apni Amar

  • @pratapborthakur8015
    @pratapborthakur8015 6 років тому +2

    nice song

  • @tofikali3985
    @tofikali3985 3 роки тому +2

    দাদা এই গীত টোৰ মিউজিক টো দিব‌ ‌বুলি আশা কৰিলো

    • @h34852
      @h34852  3 роки тому

      বুজি পোৱা নাই | Instrumental বজাব লাগে নেকি ?

  • @gopeshdas1540
    @gopeshdas1540 4 роки тому +2

    প্ৰিয় ডেকা ডাঙৰীয়া,বহুদিনৰ মূৰত আপোনালৈ লিখিছোঁ এটি গীতৰ বাবে।গীতটি হ'ল গ্ৰামোফোন ৰেকৰ্ডত প্ৰথম বাণীবদ্ধ 'আমি অসমৰে জীয়ৰী অ',আমি অসমীৰে বোৱাৰী অ'...,'আপুনি গীতটি আগতে দিছিল,পিছে হেৰাই থাকিল। আশাকৰোঁ আমাৰ অনুৰোধ ৰক্ষা কৰিব।

    • @h34852
      @h34852  4 роки тому

      ua-cam.com/video/ScH5Cw3EjMI/v-deo.html

    • @h34852
      @h34852  4 роки тому

      গীতটো দিলো

  • @NoOne-cw3wf
    @NoOne-cw3wf 5 років тому +2

    Aji kemeng shimanto dekhilu ....gantu dibo sun

    • @h34852
      @h34852  5 років тому +1

      দিছো আগতে

    • @NoOne-cw3wf
      @NoOne-cw3wf 5 років тому

      Ok .. thanks