" বৰদৈচিলা নে ?"( 2004, New recording )কথা/সুৰ/কন্ঠ ডঃভূপেন হাজৰিকা ,কেছেটৰ পৰা ডিজিটাইজ ধ্ৰুৱ ডেকাৰ

Поділитися
Вставка
  • Опубліковано 30 січ 2021

КОМЕНТАРІ • 61

  • @poetry_pulse2705
    @poetry_pulse2705 4 місяці тому +3

    সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏

  • @bikegames4313
    @bikegames4313 Рік тому +3

    সুন্দৰ

  • @bhadrakantadas6101
    @bhadrakantadas6101 Рік тому +6

    ভূপেন দাৰ গীত বোৰক লৈ গবেষণাৰ প্ৰয়োজন বুলি মোৰ ধাৰণা।দয়া কৰি ্্্্্।

  • @taradoi7957
    @taradoi7957 3 роки тому +8

    বহু অথ´ সমৃদ্ধ গান । ভূপেনদা আপুনিতো অজান দেশলৈ গলগৈ গতিকে আপুনি নেজানে ইফালে অসমীয়া জাতি ইতিমধ্যে মৃত্যু ঘটিল । জাতিটোৰ কথা ভাৱি বৰ দুখ লাগিছে ।

    • @antaripsexperiments836
      @antaripsexperiments836 Рік тому

      অসমীয়া জাতি ফিনিক্স পখীৰ দৰে পুনৰ জী উঠিছে। বিভিন্ন বিশ্ব ৰেকৰ্ড কৰিছে, অলিম্পিক পদক অৰ্জন কৰিছে, এভাৰেষ্ট আৰোহণ কৰিছে,বিদেশত বহু অসমীয়াই সুখ্যাতিৰে বিভিন্ন কাম কৰিছে। বহুত অসমীয়াই নীৰবে বহুত ভাল কাম কৰি আছে। জাতিটোক বিশ্ব দৰবাৰত সসন্মানেৰে প্ৰতিষ্ঠিত কৰিবলৈ সচেতন সকলো অসমীয়াই এই বহাগতে পণ লও আহক। হতাশা,কৰ্মবিমূখতা আতৰাই উলাহেৰে আগবাঢ়িব লাগিব।

  • @kushalkalita7299
    @kushalkalita7299 Рік тому +3

    Sachai aami prati asamiyai Hazarika deb k loi gourab kora uchit.,aami bar vagyaban ....Hazarika deb r dare bohumukhi prayivar garakik laav kora babe...

  • @debajitbora8189
    @debajitbora8189 3 роки тому +7

    আগৰটোতকৈয়ো শব্দৰ উচ্চাৰণবোৰ স্পষ্ট আৰু মনপৰশা ৷

  • @prafullachdas3897
    @prafullachdas3897 Рік тому +3

    ভূপেনদা আজি প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে ।

  • @narayanbabubharali9846
    @narayanbabubharali9846 3 роки тому +9

    💚❤👌🙏🙏

  • @letslearnwithsashin8648
    @letslearnwithsashin8648 2 роки тому +4

    কি অপূৰ্ব গীত,মন জুৰি পৰি যায়

  • @roktimk.6994
    @roktimk.6994 3 роки тому +6

    East or West Bhupen Hazarika is best.

  • @SMTcybo
    @SMTcybo 2 роки тому +4

    আপোনাৰ প্ৰত্যেকটো গানেই অসমৰ জাতীয় গান।

  • @gaganlaskar7086
    @gaganlaskar7086 8 місяців тому +1

    What a hearttouching song.!!!!

  • @khokansantra5799
    @khokansantra5799 3 роки тому +7

    🌺🙏🌺🙏🌺

  • @ManmathDas-wr9if
    @ManmathDas-wr9if 2 місяці тому +1

    অতি সুন্দৰ ❤❤

  • @sukurmahmud4971
    @sukurmahmud4971 19 днів тому +1

    ভুপেনদাৰ গীতৰ সুৰে মোক সপোনতো খেদি ফুৰে ৷

  • @binaborah5866
    @binaborah5866 3 роки тому +10

    বৰ ভাল লাগিল গীতটোৰ ২য়টো সংস্কৰণ পাই ।

  • @bhesojbaruah6265
    @bhesojbaruah6265 3 роки тому +12

    গীতটি শুনিবলৈ পোৱাত ভাল লাগিল।
    এই গীতটি ভূপেনদাই ১৯৬৮ চনৰ এপ্ৰিল মাহত শ্বিলঙৰ পাইনউড্ হোটেলত থকা সময়ত লেখা বুলি ছপামাধ্যমৰ পৰা জনা যায় !! পৰবৰ্তী সময়ত ভূপেনদাই ক'ৰবাত কোৱা কথা এষাৰ এই গীতৰ সম্পৰ্কে কৈছিল-
    " ১৯৭০ চনৰ ২ এপ্ৰিলৰ দিনা মেঘালয়ৰ জন্ম দেখি মূৰৰ ফুলাম গামোছা শেনে কাঢ়ি নিয়াৰ কথা মনত পৰিলে আমাৰ দোষ ক'ত ?....."
    এয়াই ভূপেনদাৰ গীতৰ কালিকা ....... !!

  • @rajendrarajbongsi6865
    @rajendrarajbongsi6865 3 місяці тому +1

    অতি সুন্দৰ

  • @sangitabujarbaruah3410
    @sangitabujarbaruah3410 3 роки тому +8

    সঁচাকৈয়ে ভূপেন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব।💐💐🙏🙏

    • @cbhag
      @cbhag 2 роки тому

      No

  • @pritamsingh3417
    @pritamsingh3417 2 роки тому +2

    Most outstanding bihu song thanks bhupenda

  • @chumidas5200
    @chumidas5200 2 роки тому +3

    My all time favourite singer.very good collection deka sir.

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 роки тому +3

    All songs of bhupenda is in my heart .

  • @JintuSarma
    @JintuSarma 2 роки тому +4

    Bhupen da❤️

  • @basisthaacharya6590
    @basisthaacharya6590 2 роки тому +5

    গীতটিৰ সংগ্ৰহকাৰী শ্ৰী ধ্ৰুব ডেকালৈ অশেষ ধন্যবাদ। আগলৈকে আৰু এই মহান শিল্পী গৰাকীৰ গীতৰ শৰাই শুনিবলৈ পাম বুলি আশা কৰিলো।

    • @h34852
      @h34852  2 роки тому

      নিশ্ৱয়

  • @ratulbora2871
    @ratulbora2871 3 місяці тому +1

    ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত যথেষ্ট পৰিমাণে গৱেষণা কৰাৰ প্ৰয়োজন আছে

  • @ExploreNEIndia
    @ExploreNEIndia 2 роки тому +2

    Excellent👍👍👍 great work

  • @dhirendeka2690
    @dhirendeka2690 3 роки тому +8

    অতি সুন্দৰ । ভূপেন দাৰ এইটো গীত মহঙা হৈ পৰিছিল । আপুনি Yt ৰ জৰিয়তে গীতটো পোহৰলৈ অনাৰ বাবে আপোনাক বহুত ধন্যবাদ ।

    • @h34852
      @h34852  3 роки тому +1

      স্বাগতম্

  • @dhan__13
    @dhan__13 3 роки тому +13

    দাদা, বহুতো পুৰণি অসমীয়া গীত কেৱল ৰেডিঅত হে শুনিবলৈ পোৱা যায়, পাৰিলে সেই আপুৰুগীয়া গীত বোৰো ডিজিটাইজ কৰিব চোন🙏

  • @sadanandapegu6241
    @sadanandapegu6241 2 роки тому +2

    Good collection

  • @parulkalita2581
    @parulkalita2581 3 роки тому +4

    👌👌👌. N ii CE

  • @manikahmed5079
    @manikahmed5079 2 роки тому +3

    My favourite songs

  • @globalbhaskar
    @globalbhaskar 7 місяців тому +1

    Regular listner

  • @pallabikagohain5720
    @pallabikagohain5720 Рік тому +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @RamenTalukdar-wx8ky
    @RamenTalukdar-wx8ky Рік тому +2

    মই অসমীয়া
    ভূপেনদা ভয় লাগে
    মই জীয়াই থাকিম
    অসমবাসীৰ মাজত

  • @rashmiborah1103
    @rashmiborah1103 2 роки тому +3

    অ আমাৰ হিয়াআমথু ভূপেনদা 🙏🙏🙏🙏

  • @medinitalukdar4873
    @medinitalukdar4873 2 роки тому +2

    This songs my heart ❤💙💜

  • @dipokbaruah1566
    @dipokbaruah1566 Місяць тому +1

    বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত কিবা এটা কৰিব বুলি আশা কৰিলো

  • @ankitpritam1752
    @ankitpritam1752 2 роки тому +2

    🙏🙏🙏

  • @factquots8109
    @factquots8109 2 роки тому +1

    Bhupen hajarikar gane hridoy dhuai niye sobore

  • @chandrapravamazumdar9839
    @chandrapravamazumdar9839 Рік тому +1

    Asomiya k ganor joriote bahu kothai koisile.bt dhodor posola asomiya bure eko buji napale 😭😭😭

  • @medinitalukdar4873
    @medinitalukdar4873 2 роки тому +3

    Sirodin aru sirojugomia geet

  • @mahendradas1610
    @mahendradas1610 4 місяці тому +1

    অৱতাৰী পুৰুষ ‌‍ ।

  • @pranaydeka3512
    @pranaydeka3512 Рік тому +1

    Arnab Deka

  • @karunakantachaudhury6901
    @karunakantachaudhury6901 2 роки тому +1

    Bhupen Hazarika songs are late be new blood new jeneration.

  • @rajaelectricals4312
    @rajaelectricals4312 2 роки тому +2

    aei geet bilakor protitu bakyar, sabdar gobekhonar proujon ase.sarkare prodokhyap lobolage. karon ane dorkhon thoka geet world te nai.aibilak jatik jiai rokha manobotar gan.

  • @amritdas1477
    @amritdas1477 2 роки тому +4

    Dislike kora keijon vu pondit

  • @ruplekhadutta2307
    @ruplekhadutta2307 2 роки тому +2

    ভিউজ বঢ়া বলৈ আমি সকলোৱে হাতেকামে লাগিব লাগিব

  • @tafikurrahman5765
    @tafikurrahman5765 3 роки тому +16

    সছাই ভুপেন মামা আপুণি সদাই অমৰ হৈ থাকিৱ আৰু এইবিলাক ইমান অৰ্থপুৰ্ণ গাণৰ ভিউজ কিয় নহয়

  • @subodhtalukdar4233
    @subodhtalukdar4233 2 роки тому +2

    00p