Bhupenda aru Anju Devi Gargaon Collegor field oloi ahisil--yr tu 1999 ei hobo neki--sakoluwe koisil--Bhupendar rajohuwa tour aeibarei last--Keiba copy bhal photo loisilu--dukopy man ase--dukhon man print koriboloi diute akebare film negative saho heruwai pelale--dukh lagil--
সুন্দৰ 👌✌️👍🙏💕💕
অপূৰ্ব
Very nice video,thank you
Rana da loi bohu shahasra pranam jasilu
জোনাকী পৰুৱা ৰাণা দাৰ গীত নহয়
🙏
God bless you
আগলৈও এনেকুৱা গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো। বহুত ভাল লাগিল
ধন্যবাদ্
এক আপুৰুগীয়া সম্পদ ।
Many Many thanks to Dhruba Da...
স্বাগতম্
গীতটি শুনি আবেগিক হৈ পৰিলোঁ। আপোনাৰ এই সুন্দৰ প্ৰচেষ্টাৰ বাবেই হয়তো আমি এনেবোৰ সুন্দৰ, চিৰসেউজ গীতবোৰ শুনিবলৈ পাইছোঁ।ডেকা ডাঙৰীয়া, আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ
স্বাগতম্
গীতটিৰ অন্তৰ্নিহিত কথা খিনি ও হৃদয় জোকাৰি যায় !! বেদনা বিধৌত সুৰৰ মায়াজাল ..........!!!
ভূপেন দা চিৰসেউজ।
Anju বাইদেউৰ ফটো এখন দেখা পোৱা হয় ভাল লাগিল হেঁতেন।
ধন্যবাদ ৷ৰেকৰ্ডটো দিয়াৰ বাবে ৷
Bhupen was a mahan singer of Assam as wel as india
আপোনাৰ প্ৰচেষ্টাৰ সলাগ লৈছোঁ। আগলৈও কৰি যাব।
Song of golden years.Pranam to Bhupenda.
অঞ্জুদেবীয়ে ভূপেনদাৰ লগত কেইটিমান বৰ Super Hit. গান গালে। পিচৰফালে তেওঁ ক'ত হেৰাই গ'ল? তেওঁৰ পৰা আমি আৰু আশা কৰো।
হয়
Bhut bhut dhanyabaad dhruba da
আপোনাৰ প্ৰচেষ্টা সফল হোৱা কামনা কৰিলো। এনেধৰণৰ গীত বোৰ শুনিলে আৱেগিক হৈ পৰো।
জয়ন্ত হাজৰিকা মোৰ সকলোতকৈ প্ৰিয় গায়ক 🤩🤩🤩🤩🤩🤩
I like❤👍 bhupen hazarika
Dhruba good work.
Keep it up.
Oh sir .I want to know many more .
মোৰ প্ৰিয় এই গীততো তেতিয়া১৯৭৬
ধন্যবাদ
'আমাৰ মৰা সুতিৰ বুকুত উঠে বান...'খগেন মহন্তৰ ৰেকৰ্ডৰ এই গীতটো আছে যদি দিবচোন
কৰিছো আজি
মোৰ লগতে খগেন মহন্তৰ 78 RPMৰ ৰেকৰ্ডৰ আটাইকেইটা গান আছে ৷ সময় পালে upload কৰিম ৷
সচাকৈ সুন্দৰ
Excellent work.... 👌👌
thanks
আপোনাৰ প্রচেষ্টাৰ শলাগ লৈছোঁ | ভিডিও থাকিলে আৰু বেছি আকৰ্ষণীয় হ'লহেঁতেন |
হয় | কিন্তু সেই সময়ত আজিৰ দৰে মবাইলত কেমেৰা নাচিল
সুন্দৰ।
Thanks to your kind effort
:;
Dhuba thanks
💚❤👌🙏🙏
Appreciate you...
Bor moromar git.
সুন্দৰ
Nayan staikia Thank you
gd job
Bhupenda aru Anju Devi Gargaon Collegor field oloi ahisil--yr tu 1999 ei hobo neki--sakoluwe koisil--Bhupendar rajohuwa tour aeibarei last--Keiba copy bhal photo loisilu--dukopy man ase--dukhon man print koriboloi diute akebare film negative saho heruwai pelale--dukh lagil--
আপুনি কি লিখিছে ,বুজি পোৱা নাই | ভালকৈ লিখক |
Dhruba good work.
Keep it up.
ধ্ৰুব ডেকাদেউ লৈ মোৰ অজস্ৰ প্ৰণাম ! দাদা , মই এটি যাযাবৰৰ পেৰদীটোও দিবচোন !