তেজপুৰৰ এখন বিশেষ ঘৰত এটি বিশেষ বাৰ্তালাপ...

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • "অনুৰ"ৰ বাবে তেজপুৰত লগ হৈছে গৰিমা গাৰ্গ তৰালী শৰ্মা আৰু বহু জনপ্ৰিয় ব্যক্তি...
    প্ৰতিজন সন্তান, প্ৰতিজন অভিভাৱকৰ হৃদয়ত স্থান ল'ব "অনুৰ"য়ে...
    ১৫ নৱেম্বৰত মুকলি হ'ল অনুৰৰ ট্ৰেইলাৰ ...
    ২৭ জানুৱাৰী, ২০২৩ ত আপোনালোকৰ মাজলৈ আহিব "অনুৰ"...

КОМЕНТАРІ • 19

  • @sovravgayan8440
    @sovravgayan8440 Рік тому

    বৰ সুন্দৰ মন্তুব্য আগবঢ়াই বাইদেউৱে❤

  • @JagatChMudoi
    @JagatChMudoi Рік тому

    Wonderfull heritage ofassam. Thanks.

  • @hahichompa2860
    @hahichompa2860 Рік тому

    @bidya ❤️ val lagil dekhi

  • @punyashreedas1617
    @punyashreedas1617 Рік тому

    Apunalukor show tu sai eman bhal lagise..ai tu sure je moi film khan hoitu.sam..sokolu manuhai sauk..mur anakuwa anubhab hoise.jan apunalukor majot bohi asu..god bless tu all

  • @babuneelvlogs7352
    @babuneelvlogs7352 Рік тому

    Fantastic 😊❤️💥

  • @nikumaninath4268
    @nikumaninath4268 Рік тому

    Begom baideu goraki e iman dhunya kotha koise ...sosakoi iman val mon aru sinta dhara ...sokolure majot jodi thakil hoi...🙏🥰

  • @Channdrimaa
    @Channdrimaa Рік тому

    ভাল লাগিল।
    ৰাজশ্ৰী বাক দেখি ভাল লাগিল

  • @dhanjitkalita70
    @dhanjitkalita70 Рік тому +1

    Osm Ponkhy Ba 😁😂👌

  • @prasunjoyplabita
    @prasunjoyplabita Рік тому

    Wow, great to see my khura and khuri's place

  • @pbcreation2578
    @pbcreation2578 Рік тому

    Best

  • @assamn8850
    @assamn8850 Рік тому

    ❤️❤️

  • @jayakalita2538
    @jayakalita2538 Рік тому

    ♥️

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +2

    বহুতো হেপাহেৰে ,এখন ছবি , নিৰ্মাণ কৰি , তাতে সমাদৃত ,ছবি কাহিনী উপহাৰে , দৰ্শকৰ সন্মূখলৈ, আগ বঢ়ায় আহিছো, নাই নাই আমাৰ অসমীয়া ছবিৰ প্ৰাসঙ্গীতা নাই , কিয় জানো ,ভাৱ হয়, এটি সুভ ক্ষন সমাগত ,এনে অনুভৱে কেতিয়াবা‌ , আশাৰ সঞ্চাৰ আনে ----------++++-- ---_------__--------------------------.্। নকওঁ নকওঁ,, মোৰ সচা পৰিচয়, মই যে এজন, অসমীয়াৰ ছবি নিৰ্মাতা । ছবি জগতলৈ আন্তৰিক শ্ৰদ্ধা মৰম প্ৰিতিৰে শুভেচ্ছা জনালোঁ । উজনি নামনি ত, বহু ছবি চাই আহিলো, আমাৰ ছবি কাহিনীৰ "উপলব্ধি,, কোনো ছবিতে পোৱা নাই । সচা কথা কলে,,,সমাদৰ নাথাকে ,সকলোৱে উপুলুঙা কৰে । ছবি খনে ৰাইজৰ সমাদৰ পাওক, তাৰে কামনা কৰিলো । ধন্যবাদ পৰাশৰ দা , ভাই ।

  • @dipen1995
    @dipen1995 Рік тому

    Sir...my home town is Tezpur....tezpur kot shotting korese apuni ?

  • @shyamoliscreation297
    @shyamoliscreation297 Рік тому

    Amar kasor ghor khonot ase

  • @rekhatalukdar6681
    @rekhatalukdar6681 Рік тому

    Miya buli bhasa nai bengoli bhasa he miyai loy

  • @bitupontamuli1878
    @bitupontamuli1878 Рік тому

    Vl loga Manuhbur ❤️