Enekua Manuh ase karona asolote eai prithibikhon roi ase....moi truly koisu eai channel tu moi nasao aji thumbnail dekhi salu bahut val lagil...Thanks Porasor keep it up....👍 from Jorhat
Manisha bakeryr logot bohut agor pora sinaki. Assamiya manuh je kunu gune an bussinessmantke kom nohoi manisha tar example. Mur ghoror dujon kokai bhai manishat kormoroto. Manisha aru bohut dur agbahi jauk. Jai ai assam.
One of the best dining place in the heart of Jorhat, variety of sweets and pastries, snacks, started by a well_to do family, having 600+ employees.The best and beautiful winning yardstick obviously their amiable personality.
Moi eikhon teokr monishar pora cake biscuit mithai anie thaku, good bitet he humua nai, humabo lagibo logote monishar backgroundr bikhoye Jani khub val lagil, lovely family 🙏
Social media t murder,rape,accident,trading frauds aadi bur dekhi dekhi ami nijeu ketiya ba negative hoi poru..ajir duniya khon jee eman beya hoi goi..kintu ene dhoronor positive video bur sai Vaal lagil..aji dinotu Eman respect, morom bhal puwa ase..ata family r dore kam kore..
ইমান সুন্দৰ কথা-বতৰা ❤❤বৰ ভাল লাগিল। শুভকামনা জনালোঁ
এই বিলাকহে প্ৰকৃত জাতীয়তাবাদ । হাতেকামে কাম কৰি মহান অসমীয়াৰ পৰিচয় দিছে । । ধন্যবাদ । ।
সুন্দৰ। এনেকুৱা vdo বোৰ ভাল লাগে। বিভিন্ন ধৰনৰ astrologer আনি আমাৰ মন বোৰ খেলিমেলি কৰি😂থকাতকৈ বহুতো উপযোগী আজিৰ vdo
ককাই-ভাই দুয়োজনৰ কথা বাৰ্তাৰ পৰা গম পালোঁ ,,তেখেতসকলে নিষ্ঠাৰে ব্যৱসায় চলাইছে। সমাজৰ প্ৰতি দায়বদ্ধ হৈ কৰ্ম কৰা অসমীয়াই বিদেশী খেদিবলৈ আন্দোলন কৰিব নালাগে। এইবোৰে ই উদাহৰণ।
মজা video -- সকলোকেই সুখী -- কৰাৰো সম্ভৱ নহয় -- উদ্যোগী ব্যক্তি এওঁ লোকক কই।
সৌভাগ্য অনুভৱ কৰিছো তিতাবৰত থাকোতে মনীষা বেকাৰীৰ সুৱাদ ল'বলৈ পাই।
আপোনাৰ ভিদিও বিলাক সঁচাকৈয়ে বহুত ভাল লাগে । আমাৰ আসমত আপোনালোকৰ দৰে অসমীয়া মানুহৰ প্ৰয়োজন । ককাদেউহঁতে বহু ভাল কাম কৰিছে । ধন্যবাদ আপোনালোকলে
কথা খিনিয়ে মোৰ হৃদয় চুই গৈছে ।সমাজ সেয়া কৰিবই লাগিব ।সমাজ সেয়া বা মানৱ সেয়াই প্ৰকৃত ধম' ।
অসমীয়া গিৰি কথাৰে নহয়, কামেৰে দেখুৱাই দিছে। বহুত বহুত ধন্যবাদ জনাইছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ।
বহুত ভাল লাগিল, that's the অসমীয়া গিৰি.
অসমৰ নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ থাকক। মনীষা বেকাৰী এখন সুকীয়া, সুন্দৰ আৰু ব্যতিক্ৰমী অনুষ্ঠান। এই অনুষ্ঠানটো উন্নতি কামনা কৰিলো।
ভাল লাগিল, অসমীয়া হিচাপে মনীষা বেকাৰীক লৈ গৌৰৱান্বিত ❤❤
আমাৰ অসমীয়া মানুহৰ দোকান । আমি ইয়াৰ পৰাই কিনো । আজিও মিঠাই কিনিছো । দোকানৰ মানুহ কেইজনৰ ব্যৱহাৰ বহুত ভাল আৰু মৰমিয়াল । দোকান খনত সোমাই কিবা এতা গৌৰব অনুভব কৰো । সকলো অসমীয়া মানুহলৈ অনোৰোধ যে মিঠাই, বিস্কুত কিনক ইয়াৰ পৰাই অসমীয়াৰ পইছা অসমীয়াই পাওক । জয় আই অসম ।
Pankaj dadae nohoi staff sakali বৰ মৰমলগা। সকলো kastomarke বিশ্বাস আৰু মৰম কৰে
অসমৰ অসমীয়া গিৰীৰ অন্যতম উদাহৰণ মনীষা বেকাৰী। মনীষা বেকাৰী অসম আৰু অসমীয়াৰ কাৰণে স্বাভীমান হৈ জিলিকি থাকক। ফেচবুকত সমালোচনা কৰা সকলৰ কথা বাদ দিয়ক। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। ভগৱানে সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
Amar nijor manuh axomiya manuh ajon enedore aag barhi juwa dekhi bhal lage monisha all Owner bahut dhuniya bibohar janu haitu... ami khub proud anubhav karu jorhatian hoi
Iman je bhal lagil...bhaxare bujabo nuwaru👍👍...oxomiya manuhor enekuwa unnoti dekhi bohut bhal lagil 😊
সময়ৰ উপযোগী এটা বাতৰি । ভাল মানুহৰ ভাল কথা আৰু এটা উদ্যোগী পৰিয়াল , এটা আদৰ্শবান পৰিয়াল ❤
Asomiya manuh jorhat r highest tax payer , huni bohut bhal lagil......
সচাকে আমাৰ অসমীয়া মানুহবিলাকৰ ইমান উন্নত দেখিলে মনটো বহুত ভাল লাগি যায়।
উদ্যোগী পৰিয়ালটো তথা কৰ্মচাৰী সকললৈ অভিনন্দন জনালো।
বহুত ভাল লাগিল। অসমীয়া আদৰ্শৱান পৰিয়াল। ইয়াকে কয় অসমীয়াগিৰী
অসমীয়া মানুহৰ বহল ব্যৱসায় দেখি ভাল লাগিল, আৰু উন্নতি কৰক শুভেচ্ছা থাকিল।
Ahomiya Jorhat business a great encouragement...Jorhat Gole ...Aami iyaar pora kinu...Golaghat aru Dergaon please khulak...
I wish monisha bakery and its empolyees all the very best . May it grow biger and last long..diphu badly need such kind of shop
Very good businessman with honest personality ❤❤
এনে পৰিয়াল সঁচা য়ে ধন্যবাদ থাকিল।
Real Asomiagiri. Great. Congratulations to all.
Enekua Manuh ase karona asolote eai prithibikhon roi ase....moi truly koisu eai channel tu moi nasao aji thumbnail dekhi salu bahut val lagil...Thanks Porasor keep it up....👍 from Jorhat
এনেকুৱা উদ্যোগ যাতে সকলো জিলাতেই হয় তেতিয়াহে নিবনুৱা কিছু দুৰ হব
অসমীয়াগিৰীৰ উদাহৰণ ভাল লাগিল। শুভেচ্ছা জনালোঁ মণিষা বেকাৰচ ৰ সকলো লৈ।
মনীষা বেকাৰীৰ ইতিহাস সম্পৰ্কে জানিব পাৰি ভাল লাগিল 🎉।।
মই কথা পাতিচো মানুহ জনৰ কথা বাটা বহুত ভাল
অতিকে ভাল লাগিল ।ভাষা নাই আৰু আগবাঢ়ি যাৱক মনিষা বেকাৰি ।
মনিষা বেকাৰী আমাৰ উজনিৰ চিৰপৰিচিত নাম৷হাতে কামে কৰিলে সকলো কামতে সফলতা আছে৷আসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোএই তিনিজন সচাকৈয়ে সমাজৰ আদৰ্শ৷তেখেত লোকৰ আদৰ্শ উঠিঅহা প্ৰজন্মই গ্ৰহন কৰা উচিত৷
খুকো দা আৰু বৌ ৰ লগত বহুত সুন্দৰ সম্পৰ্ক মোৰ, বহুত বহুত সুন্দৰ হৃদয় ৰ গৰাকী দাদা আৰু বৌ ৰ......
মণীষা বেকাৰিৰ বস্তু বোৰ খাই ভাল লাগে ❤
মাজুলীত ও আছে মণীষা
Chakra, tumaloi bohut dhanyabad logote boruahdar porialok satakuti pronam.
ভাল লাগিল আৰু বেছি ভাল লাগিল হয় যদিহে ইয়াৰ কোনো এজন কৰ্মচাৰীৰ নামৰ পিছত......... বুজায় নিশ্চয় বুজি পাইছে চাগে।
কোনো সমাজ কৰ্মীৰ মনত এনে বিভেদ ভাল নালাগে 😢
Mane bujai kobo paribo Niki
Jay maa durga...Manisha bakery has established itself as a trustworthy brand and being an assamese proud of him👏👍🙏
উদ্যোগী পৰিয়াল টোলৈ মই টিয়কৰ এজন বাসিন্দা হিচাপে ধন্যবাদ জনাইছো
Bohut val lagile sai...Ankur da ru Pankaj da bht val manuh hoi bht val lage dui jonk a mur...
Manisha bakeryr logot bohut agor pora sinaki. Assamiya manuh je kunu gune an bussinessmantke kom nohoi manisha tar example. Mur ghoror dujon kokai bhai manishat kormoroto. Manisha aru bohut dur agbahi jauk. Jai ai assam.
ভাল লাগিল। ধন্যবাদ।
Khub bhal lagil,Emanje morom ceneh
এইয়া হে প্ৰকিত অসমীয়া গিৰি 🎉
Bohut bhal lagil. Akhomiya manuh enehuwa hb lage.
Birat proud feel koru mur nijor Bortar lora hote eman eta dhuniyake agg barhi goise...mitu daa , Kkuku da, Anku da...we are proud of u👍Jorhat gole manuhok jetiya kou Manisha bakery sini pai mur dada hotor hoi...koiye byal lage❤
Bohut hukhi holu.......Axomia manuh ye aru enekuwa kam koribo lage....Hokolu agbarhi ahok❤❤❤❤
ইমান ভাল লাগিল 🙏
আজিৰ বাৰ্তা লাপ বৰ ভাল লাগিল ❤❤
Ami asomiya sokol Akhet sokolor pora anuprerona lobo lage.Thanks.
সাহস পালো কিবা এটা 😌🙏 ভাল লাগিল
ভাল লাগিল বৰ মৰমিয়াল দাদা কেইজন, ওচৰতে হোৱা হলে লগতে কাম কৰিলো হয়
Bhal lagil poriyalar manuhar unnati dekhi.....
Val Lage Manisha bakery r bostu bur. Asomiya buli janiboloi pai Val lagil. Huvesha thakil
Khub vl lagil Charka da ajr unustn2 si aponr . love from Kuwait
One of the best dining place in the heart of Jorhat, variety of sweets and pastries, snacks, started by a well_to do family, having 600+ employees.The best and beautiful winning yardstick obviously their amiable personality.
আগুৱাই যাওক 👍👍👍🙏
Moi eikhon teokr monishar pora cake biscuit mithai anie thaku, good bitet he humua nai, humabo lagibo logote monishar backgroundr bikhoye Jani khub val lagil, lovely family 🙏
বহুত ভাল লাগিল, পাৰিলে তিনিচুকীয়া জিলাৰ মাকুমত এখন বনাব নোৱাৰিনে ?
মোৰ দৃষ্টিৰে--;--------------
আদ'শ পিতৃ মাতৃৰ আদ'শ সন্তান । তেওলোক অসমীয়াৰ বাবে গৌৰৱ । হয় অসমীয়াগিৰি কথাৰে নহয় কামেৰে পৰিচয় দিব লাগে । এওলোকেই উদাহৰন ।ধন্যবাদ বহুত বহুত ধন্যবাদ ।
সুন্দৰ 🙏🙏🙏🙏
Social media t murder,rape,accident,trading frauds aadi bur dekhi dekhi ami nijeu ketiya ba negative hoi poru..ajir duniya khon jee eman beya hoi goi..kintu ene dhoronor positive video bur sai Vaal lagil..aji dinotu Eman respect, morom bhal puwa ase..ata family r dore kam
kore..
Great job
Bhut val krxe apuni khura hodai enekoi hokoluke hohai hohjug kri jawok ❤
Wow awesome. Bhal lagise Chakrra tumi mur Gharr kakhole ahi eta review dila . Khubei bhal lagise tumak kakhote dekhi ❤❤❤logote Manisha Bakery bikhoye bahute gom pale❤❤. Thank you so much 😊😊
টিয়কৰ এনে এটা উদ্যোগী পৰিয়াল য়ি নাৰীক সুৰক্ষা দিব পাৰিছে তাতকৈ আৰু কিবা আছে বুলি নাভাবো। আপোনালোক আৰু আগবাঢ়ি যাওক লগতে মোৰ সহপাঠী বন্ধু পুলিনক দেখি ভাল লাগিল ।
Val lagil bht..ktha khini xuni.
Pankaj sir bohut val byokti..
মনীষা বেকাৰীৰ মিঠাইবোৰ বৰ সুস্বাদু
Manisha long live.
Bahut val lagel dada ❤❤❤❤❤❤
বহুত ভাল মোৰ ঘৰ ওচৰতে আছে বেকাৰিটো মালক গিজন বহুত ভাল ponkaj sar মোৰ School Sar
Sinaki naam.. Sinaki thai, sinaki swad.. ❤
Video tu Sai thakilu,time tu keneke gol gomie napalu,Val lagil
Khub bhal lagil sai
Bor xundor aru agbarhi jowa Amar xubheisa xodai ase🎉
I love when i see Assamese businessman
ভাল লাগিল
শুভেচ্ছা জনালোঁ। কিন্তু এটা কথা ব্যৱসায়িক কাম কাজত বস্তুৰ মানদণ্ড উন্নত ব্যৱহাৰ ভাল অমায়িক কথা বতৰা হব লাগে বুলি মত ই ভাবো। আৰম্ভনিতেই অসমীয়া গিৰি ধৰণৰ নহ'লে ভাল হ'ব নেকি।প্ৰতিস্হত হৈ যোৱাৰ পিছত চিনাকি এনেয়ে ওলাব কাৰ ব্যৱসায় কোনে কৰিছে ইত্যাদি।
Bokakhatot nobow hotoru hotel bakary ase moi tat kam koresu .dada nobow bohut val manuh😊
Eman hundor kotha bur ❤
Hoityo arot thake jidore pator arot phol eman bhal woodyugi hokolok pekhapototo derikoi holeo anise val lagil
Sopnolil Das r podcast lage . Lage Mane lagei....
অসমীয়া মানুহৰ কৰ্ম আদৰ্শৰ বাবে গৌৰৱ অনুভৱ কৰোঁ l
Good job
মোৰ ঘৰ শিৱসাগৰৰ ডিমৌত বঢ়স ৪৯ বছৰ মইয়ো সুবিধা পাম নেকি
বহুত ভাল লাগিল।
Bhal lagil dada
Many many thanks to manisha bakery
Always Favorite Manisha Bakary
সুন্দৰ
generation is creat to revolution, it's called perfect people💅
Oti xundor
🎉❤❤❤❤❤ Good.👍👍👍👍👍👍😁
Vl lgel gorr ussr dada kaijonk anykoi daka pai. .class v porai dada hotor bakari biskut priyo .. suvissa takil aapunaluk aataloi .
Very good sir
Manisha bakery amar ati moromor hoi.
Aru agbarhi jauk.....❤❤❤