ৰাহুল গৌতম শৰ্মাৰ "এতিয়ালৈ ইমানেই..."
Вставка
- Опубліковано 1 січ 2023
- ৰাহুল গৌতম শৰ্মাৰ "এতিয়ালৈ ইমানেই..."
ৰাহুল গৌতমৰ কবিতাত আছে সততা, নিৰাশা, ক্ষোভ...
সাংবাদিকৰ পুত্ৰ হোৱাৰ বাবেই নিৰাশাই ঘেৰি ধৰিলে তেওঁক !
জুবিন গাৰ্গে কবিতাক লৈ কি কৈছিল ৰাহুল গৌতমক ?
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#assamesenewbook #rahulgautamsharma #Assamesepoet #poem #chakrapaniparashar #author #baartalaap
বহুত ধুনীয়া অনুষ্ঠান ❤
ৰাহুল গৌতম শৰ্মা আৰু জুবিনদাৰ কথা কোৱাৰ শৈলী প্ৰায় একেই। ভাল লাগিল
Down to earth দুয়ো ❤
ৰাহুল গৌতম প্ৰতিভা সম্পন্ন এজন যুৱক
উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
ৰাহুল অসমৰ সম্পদ। তেওঁৰ মংগল হওঁক
সুন্দৰ অনুষ্ঠান💐।
ভাল লাগে ৰাহুল দাদাৰ কথাবোৰ
সঁচাকৈ বহুত ভাল লাগিছে
সুন্দৰ অনুষ্ঠান ভাল লাগিল ❤️
কবিতা কেইটা সছাঁকৈ ভাল লাগিছে। সংগ্ৰহ কৰিম।
ভাল লাগিল _____🌷🌹💚
Bohut besi Val lagil aji...Teo likha git bor khuni mon jur Pori jai ❤️
আজিৰ এই দিনটোলৈ ৰৈ আছিলো কাৰণ আপুনি এতিয়ালৈকে লিখা প্ৰত্যকটো গীতেই প্ৰিয় কবি হিচাপেও প্ৰিয় হৈ পৰিব। সমাজত আপুনি এজন পবিত্ৰ ব্যক্তি হিচাপে স্বীকৃতি পাওঁক । "এই চহৰতে" মানুহৰ জীৱনৰ যি ব্যস্ততা বা যি আয়োজন সকলো মৃত্যুৰ বাবেই নহয় জানো।
ভাল লাগিল।
Val lagil ❤️❤️
নতুন প্ৰজন্মৰ এজন সফল লৰা
Bohut val lagil
নাজানো মোৰ ভাৱে == কাৰোবাৰ মন জয় কৰিব । হয় জানু কাৰোবাৰ মন জয় কৰিব । নিশ্চয় সকলোৱে পাহৰি পেলাৰৃ নহয় জানা। আমাৰ ক্ষমতা শেষ নহয় ইটো নহয় সিটো । কিয় জানো নজনাৰ ভাও লৈ অজ্ঞাত বাসখাতি ছন্ববেশতেই থাকিম ।
বন্ধুসকল মই এটা নতুন কমেডি চেনেল খুলিছো । আপোনালোকে অলপ সহাৰি জনাব বুলি আশা ৰাখিলোঁ । ভিডিঅ' বোৰ চাই কেনেকুৱা হৈছে জনাবচোন । অকমান সহাৰি দিয়ে যেন
Saboloi ishuk kiba notunn barta ❤
Aponr brtalp si vl lgil
❤️❤️
সীমা হীন আশা=. আমি আমি ৰই আছিলো সময় আমাৰ অনুপস্থি .-= আতঁৰি নাজাবা = তুমিয়ে তু দিছিৰা সামৰিক আৰু প্ৰশাসনীক জ্ঞান।
Val lagil
❤️❤️❤️
Hosake bohut bhaal lagil 🙏🙏🙏
Val lagil bohut dada
Val lagel dada ❤️
Hosa... bohout val lagil.....
Rahul❤️❤️
শশাংক সমীৰ ক আনিব লাগে।
Khubei vl lgil .. aakou likhi jauk kobita... Kobita bhutei vl pai.. moi vl pw... Moi likhu... Kobitai mok jiyai tole.. jiyaii rakhe❤️
Politics off food. One of the best episode of bartalap. Thanks chakrapani da.
মাংস টো বৰ ভাল লাগিল।। কিতাপখন কিনিৱ লাগিৱ
Kotha bur zubeen dar nisina.....
Aponr bartalap si vl lgil
Ustadi
Bor suka lora ai2... ... ... Rahul tumi bohut dangor manuh hua... .. Moi majulir pora koisu ( Anupam Borah) zubeen dar majuli kolaguru festival t ahiba.... God bless u... Rahul G... Jindabad..
Rahul gautam Sharma k matiye thakibo bht besi Val lage teur kotha xuni xuniye thakibo Mon jai
Ekdom xosa kotha koise apuni
Ekhetor name tu search korute bartalap r ai video tu palu……kotha bur dhuniyake koi pise deiiii
ডিগবৈ ত হিলাই দিলি।
Dada .sound tu bohut kom hoise
Soun system Val kori dibi dada
Sound tu alop thik krib ...huni val lga nai ..
Moi jetia class 8 t porhi asilu tetia Amar ghorot Android mobile nasile tetia Amar radio asil tetia moi Rahul Gautam dadar upoinakh path xunisilu manuh jonok dekha nasilu mor xubei priyo manuh jonok aji he dekhilu atia moi BA porhi asu😊
হাহা এইজনেই সেইজন নহয় জানো, মঞ্চত বাগৰি পৰাটো
Right...
যিমান ভাল মানুহৰ সংগ পাইছে সিমান কৰিব পৰা নাই ।
chakra da plz enekua guest t namatibo ji dinot blg ata rup loi ru rati pani tu porile blg ata rup loi, chakra da asom t eitu bahire bht vl mnuh ase tekhet hokolot matibo plz..
প্ৰথম কথা আপোনাৰ ভাৱধাৰাৰ ত মাত দিয়া বাবেই দুক্ষিত্ব!
কথা হ'ল ৰাহুল গৌতম শৰ্মা ( ভাইটী) এনে এজন (মাল্টী টেলেণ্ট) ল'ৰা তাক বুজিবলৈ জানিবলৈ কথা কথিত বহুত আহিব বহুত যাব!
সকলো বস্তুৱেই দুটা দিশ নিৰ্ণয় কৰে হয় ভাল নহ'লে বেয়া!
বেয়া বোৰ খুচৰি আগুৱাই যোৱাতকৈ যদি ভাল বোৰকে খুচৰি আগুৱাই যাই নিশ্চিত ভাবে এটা ভাল দিশৰ নিৰ্ণয় হ'ব!
Ai tue maal khai stageot pori juatue neki?
❤❤