কলকাতাৰ বিশেষ ষ্টুডিঅ'ৰ পৰা চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ
Вставка
- Опубліковано 17 жов 2024
- 3 idiotsৰ দৰে হব নয়ন নীলিমৰ 'বন্ধু '
কলকাতাৰ বিশেষ ষ্টুডিঅ'ৰ পৰা চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ
tps:// baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#nayannilim #bondhu #kolkata #assamesecinema #assamesemovie #assamesecinema2022 #assamesemovie2022 #baartalaap #chakrapaniparashar #assamesenewmovie2022
আজি কিন্তু নয়ন ভাই বৰ ধুনীয়া লাগিছে । অভিনেতাৰ লুকটো প্ৰকাশ পাইছে । যিকি নহওক, নয়ন ভাই যদি চেষ্টা কৰা অভিনয় আৰু গান দুয়োটা বিষয়ৰ ওপৰত ৰ্চচা
অব্যাহত ৰাখিবা । বন্ধু চবি খন ব্যৱসায়ীক দিশত সফল হওক । বাৰ্তালাপৰ interviewer sweet conversation.
নয়ন দালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালো । বন্ধু চবি খন চুপাৰ দুপাৰ হিট হক তাৰে কামনা কৰিলো ।
Nayan da aro nomratar babe ata like
নয়ন্ দা লৈ বহুত বেছি মৰম আৰু শুভকামনা । ছবিখনৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো মুক্তি দিয়াৰ ব্যৱস্থা কৰে যেন। যতিন দা আৰু জুবিন দা ৰ ছবিয়ে অসমৰ পৰা আহি দক্ষিণ ভাৰততো সমাদৰ লাভ কৰিছে, আৰু আমি সেই একেই উত্সাহেৰে নয়ন দাৰ ছবিখনৰ বাবেও অপেক্ষা কৰি আছো।
Nayan da❤️ডেমফুল❤️
Bohut bohut dhoinbad barta lapor sokra pani sir.
নয়ন দা (ডেমফুল) ❤❤❤
Nayan Nilim da, my favorite Hero, love you, Nayan da, from: Hyderabad ch Rabha
আকৌ এবাৰ ডেমফুল 🤟❤️
Noyan da ajon bhut val manuh bondhu sabo jam
নয়ন দাক বহুত ভাল লাগে।
Nayan da 🔥❤️
Noyan daa k horur porai val paw...
Namrata ba
মোৰো এজন অভিনেতা হোৱাৰ সপোন আছিল কিন্তু কিছুমান সমস্যাৰ বাবে সপোনবোৰ সপোন হৈয়ে ৰল...
Same 🙂
Nayan love from lakhimpur
Noyon nilim gakhir dekhu
sobigharat mur 1st movie suwa hobo bandhu
Love from Sivasagar
Moja val lagil
Nayan dak log pabe bohut apah ase
ভাল লাগিল।ডেমফুল
নিশ্চয় চাম 👍✌️🙏
Nayan Da ❤️
Excited
very best episode
Nayan da ❤👀
❤️❤️❤️
নয়ন দা❤️
আমি চামেই
AXA korisu jate Jollywood Industry tu Aguwai jai aru Val Val Cinema 🎥 Upohar Diye
👍👍
👍👍👍