গুৱাহাটীতেই ঘৰ ,অথচ গুৱাহাটীতেই ভাড়াঘৰ কিয় উদয় শংকৰৰ?

Поділитися
Вставка
  • Опубліковано 13 чер 2022
  • গুৱাহাটীৰে ল'ৰা হৈ আকৌ গুৱাহাটীতে ভাড়াঘৰ কিয় ল'বলগীয়া হৈছিল উদয় শংকৰে ?
    এযোৰ কাঁহী-বাতি আৰু হাতত ১৫ টকা লৈ আৰম্ভ কৰিছিল জীৱনৰ সংগ্ৰাম।
    নিজে কৰিঅ'গ্ৰাফ কৰা প্ৰথমটো গীততেই কিয় পানীৰ তলত সোমাই আছিল তেওঁ ?
    চুৰ কৰিবলৈ যাওঁতে কি অৱস্থা হৈছিল জোনটিৰ ?
    বৰষাৰাণী বিষয়াৰ প্ৰিয়বন্ধু কেনেকৈ হৈছিল উদয় শংকৰ ?
    ................................................................................
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/ #baartalaap #chakrapaniparashar #udaysankar #choriographer

КОМЕНТАРІ • 590

  • @user-vh9xb3tt2o
    @user-vh9xb3tt2o Місяць тому +5

    উদয় ক বহুত ভাল লাগে।

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h 2 роки тому +30

    উদয় শংকৰ দাৰ বহল অন্তৰৰ কথা বোৰ শুনি খুৱে ভাল লাগিল।। আশা ৰাখিলো আপোনাৰ ধাৰণা বোৰ যেন সকলোৱে অৱলম্বন কৰে।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +19

    অতিশয় সুন্দৰ। নৃত্য পৰিচালক উদয় শংকৰ দাৰ সাক্ষাৎকাৰ অনুষ্ঠানটো চাই সুখী হলোঁ। বহুতো নজনা কথাৰ সম্ভেদ পালোঁ।খোলা মনৰ মানুহজনৰ কথাবোৰে যথেষ্ট অনুপ্ৰেৰণা যোগালে।বাৰ্তালাপ লৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @rinkigogoi989
    @rinkigogoi989 2 роки тому +51

    উচ্চাৰণ বিলাক ইমান ধুনীয়া❤️কথা বোৰ শুনি বহুত ভাল লাগিল,মানুহ জন সাংঘাটিক ধৰণেৰে খোলা

  • @bhadreswarsaikia8791
    @bhadreswarsaikia8791 2 роки тому +9

    অনুষ্ঠানতো নিয়মীয়াকৈ চাও।
    ভাল লাগে।
    বেয়া নাপাব আদৰণি গামোচা অসমৰ শিপিনীয়ে বোৱা হ'লে ভাল হয়।
    কথাটো গুৰুত্ব আৰোপ কৰিলে ভাল হ'ব। ধন্যবাদ।

  • @amiyadeka6530
    @amiyadeka6530 3 місяці тому +1

    উদয় শংকৰক প্ৰথমতে মই এজন তিৰোতা মানুহ বুলি ভাৱিছিলোঁ৷ তথাপিও ভাল পাইছিলোঁ৷ অভিনয় সুন্দৰ৷ কিন্তু এতিয়া বাৰ্তালাপত কথাবিলাক এজন প্ৰকৃত শিল্পীৰ দৰে স্পষ্ট আৰু সাহসিকতাৰ সুন্দৰ নিদৰ্শন৷ যুৱ প্ৰজন্মই এনেকুৱা এটা বৃত্তি লৈ নিজক সু প্ৰতিষ্ঠিত কৰাৰ সোপান ৰচনা কৰিব পাৰিব৷ এইয়া এক সাহসিকতাৰ নিদৰ্শন৷ আপোনাৰ জীৱন দৰ্শন " বাৰ্তালাপ" ৰ জৰিয়তে জানিব পাৰি অতি সুখ অনুভৱ কৰিছোঁ৷

  • @kimarupohi5210
    @kimarupohi5210 2 роки тому +6

    উদয় শংকৰ দা আপুনি সঁ চাকৈয়ে এখন দাপোন ৰ দৰে। যি দৰে দাপোনৰ আগত ঠিয় হলে আমি নিজৰ প্ৰতিচ্ছবি খোলা কৈ নীখুত ভাবে দেখা পাওঁ ঠীক তেনেকৈ আপোনাৰ অন্তৰখন বৰ খোলা । সকলো কথা খোলাকৈ কোৱা ৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক এবাৰ লগ পাবলৈ বহুত আশা আছে ।

  • @swadhinsaikia6947
    @swadhinsaikia6947 2 роки тому +21

    সুন্দৰ কথোপকথন ৷ভগৱানে সহায় কৰক ৷দীঘায়ু কামনা কৰিলোঁ ৷ধন্যবাদ ৷

    • @arundhatideka3950
      @arundhatideka3950 Рік тому

      Tekhetor kothupo kothon khini xuni ajir pora aru besi shrodha upojibo. Bornomoi jibonr proti Mur oxex pronam thakil.

  • @hiraktalukdar8864
    @hiraktalukdar8864 2 роки тому +13

    বহুত ভাল লাগিল, উদয় শংকৰ দাৰ কথাবোৰ যেন এখন খুলা কিতাপৰ দৰে সচাকৈ, বাৰ্তা লাপ অনুষ্ঠান টো যাতে আগবাঢ়ি গৈ থাকে তাৰে কামনাৰে।।

  • @manibankalitanath3648
    @manibankalitanath3648 2 роки тому +1

    উদয় শংকৰ যাৰ নামেই চিনাকি ।ভাল লগা শিল্পী জনাৰ বিষয়ে বহু কথা জানিব পাৰি খুবেই ভাল লাগিল। তেখেতৰ কথা কোৱাৰ শৈলী ইমান সুন্দৰ ।সচাকৈ বাৰ্তালাপ অনুষ্ঠান টোক ধন্যবাদ জনাইছোঁ এনে শিল্পী সকলোৰ বিষয়ে জনাৰ সুযোগ কণ দিয়াৰ বাবে । আটাইলৈ বহুত বহুত শুভকামনা ।🙏💐

  • @ProtimadasProtimadas-bc2ec
    @ProtimadasProtimadas-bc2ec Рік тому +1

    Bartalapor ajiloik best episode... Emn dhuniya kotha koi huni amoni nalagile olp u ketiya nu episode 2 adai hol gomoke napalu

  • @bhairabideka2569
    @bhairabideka2569 2 роки тому +33

    প্ৰিয় মানুহজনৰ জীৱনটো যে কিমান ৰহস্যময় ,ভাল লাগে প্ৰতিটো কথা ।

  • @alakanandasarmah3291
    @alakanandasarmah3291 2 роки тому +2

    ইমান ধুনীয়াকৈ গোটেই কথাখিনি কৈ গৈছে সচাই মনটো ভাল লাগি গʼল শুনি।❤️❤️❤️❤️💐উদয় দা তোমাক ভগৱানে সকলো ক্ষেত্ৰতে সহায় কৰক তাকে প্ৰাৰ্থনা কৰিছোঁ।

  • @mridulakalita2487
    @mridulakalita2487 2 роки тому +2

    কথাখিনি বহুত ভাল লাগিছে। মানুহৰ মাজত কথা পতাৰ প্ৰবনতাটো নোহোৱা হৈ যাব‌ ধৰিছে।

  • @adivasikhichdi4262
    @adivasikhichdi4262 17 днів тому

    Dhunia ktha koi #UdayShankar Da❤️ , val lagil ktha bur huni aaru hosa ktha #Terence choreographer nd #UdayShankar Da❤️ kiba same same lage ..

  • @nayanmonidutta7369
    @nayanmonidutta7369 2 роки тому +21

    বৰ সুন্দৰ অনুষ্ঠান❤️ বহুত ভাল লাগিল❤️ উদয় শংকৰ দা ইমান সৰল আৰু খোলা মনৰ অধিকাৰী আজি ভালকৈ গম পালোঁ🤗

    • @jitenkalita8689
      @jitenkalita8689 2 роки тому

      Uday dada bohut val lage aaponak moyoovinay korib bisaru mor ag 8yars

  • @kalpanakalita2749
    @kalpanakalita2749 2 роки тому +4

    বাৰ্তালাপৰ জৰিয়তে উদয় শংকৰৰ জীৱনৰ বায়োগ্ৰাফি,কথোপকথন বোৰ শুনি বহুতেই ভাল লাগিল। শ্ৰদ্ধাৰ উদয় শংকৰে আগন্তুক দিনবোৰত আকৌ ভাল ভাল কামবোৰ কৰি নৱপ্ৰজন্মক সাংস্কৃতিক দিশত আগুৱাই লৈ যা‌ওক। তাকেই কামনা কৰিলোঁ আৰু বাৰ্তালাপ অনুস্থানৰ গুৰু , জীৱনৰ পথ প্ৰদৰ্শক শ্ৰদ্ধাৰ চক্ৰপাণি পৰাশৰ দেৱলৈ ও আন্তৰিক শুভেচ্ছা জনালোঁ।

  • @ditimonigogoi461
    @ditimonigogoi461 2 роки тому +4

    মানুহজনৰ কথাবোৰ খুবেই ভাল লগা। ভালে থাকক সদায়❤️❤️❤️

  • @niradadas3379
    @niradadas3379 12 днів тому

    বৰ সুন্দৰ বাৰ্তালাপ

  • @swadhinchutia___4771
    @swadhinchutia___4771 2 роки тому +16

    বহল অন্তৰৰ মানুহজন❤️💖❤️💖❤️

  • @shimarekhabora6423
    @shimarekhabora6423 2 роки тому +15

    সুন্দৰ যুণ্টি❤

  • @kamalchetry561
    @kamalchetry561 2 роки тому +30

    উদয় দাৰ কথাবোৰ শুনি খুব ভাল লাগিল । তেওঁৰ সুদীৰ্ঘ জীৱন কামনা কৰিলো ।

  • @nirusaikia7631
    @nirusaikia7631 2 роки тому +4

    খোলা মনৰ খোলা মানুহ। তেওঁৰ বয়স কিমান বাৰু। সুন্দৰ মনৰ সুন্দৰ মানুহ।

  • @muktianurag7878
    @muktianurag7878 2 роки тому +33

    উদয় দালৈ বহুত মৰম, শ্ৰদ্ধা জনালোঁ। সদায় প্ৰিয় মানুহজন। ❤

    • @rajupaul6196
      @rajupaul6196 2 роки тому +1

      Junti, Bartalap ...chai bhal lagil.. tumar Raju Da.. Joypur..

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 роки тому

      Hello Tumi muru frd hba ni moiu back krim tumk de

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc Рік тому +1

    উদয় শংকৰে খুউব বাস্তৱ সত্য কথা কৈছে কিন্তু মানুহৰ বেয়াও লাগিল পাৰে । সহজ ভাবেই লব লাগে ।সচৰাচৰ O group মানুহৰ লক্ষণ তেখেতৰ কথাত কামত বিদ্যমান।

  • @hirannyagoswami3394
    @hirannyagoswami3394 2 роки тому +1

    বহুত সুন্দৰ কথা কৈছে আপুনি বহুত ভাল লাগিল আপোনালৈ অশেষ ধন্যবাদ ।

  • @dibakorphukonentertainment7304
    @dibakorphukonentertainment7304 2 роки тому +2

    প্রিয় মানুহজন , সদায় হাঁহি থাকক আৰু ভালে থাকক । ভাল লাগিল অনুষ্ঠান টো চাই ।

  • @banashreemahanta2995
    @banashreemahanta2995 2 роки тому +9

    এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী তেওঁ লগতে তেওঁৰ নৃত্য খুব প্ৰিয় ।

  • @himanisarkar2601
    @himanisarkar2601 2 роки тому +6

    উদয়দা আপোনাৰ কথাবোৰ বৰ ভাল লাগিল ,মোৰ ছোৱালীজনী নাচি খুউব ভাল পায় ,আপোনাৰ কথা এদিন কৈছিলো তাইৰ আগত ,আৰ্শীব্বাদ কৰিব

  • @dastrishna293
    @dastrishna293 2 роки тому +2

    সঁচাকৈ খুব সুন্দৰ বক্তব্য আপোনাৰ। ভাল লাগিল। ❤

  • @ujjaldas2749
    @ujjaldas2749 2 роки тому +1

    উদয় দালৈ বহুত বহুত হিয়া ভৰা মৰম জাছিলো 💓💓💓..............

  • @GeetaDevi-sg4ol
    @GeetaDevi-sg4ol 7 днів тому

    বহুত ভাল লাগিল।

  • @pallaviborah1012
    @pallaviborah1012 Рік тому

    বহুত দেৰিকৈ পালোঁ,,, ইমান ধুনীয়া সাক্ষাৎকাৰটো,উদয় দা'ৰ কথাবোৰ খুব ভাল লাগিল।

  • @moushumidas8461
    @moushumidas8461 2 роки тому +4

    Heart touching words... Khub bhal lagil 👍

  • @niyorbakhor4097
    @niyorbakhor4097 Рік тому

    সচাকৈয়ে বৰ ভাল লাগিল উদয়শংকৰ দাৰ সাক্ষাৎকাৰ শুনি। বাৰ্তালাপৰ কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ জনালোঁ।

  • @gakulgoswami2163
    @gakulgoswami2163 5 днів тому

    ভাল লাগিল.....

  • @Neonxmith
    @Neonxmith 2 роки тому +11

    Ktha bur huni .. mon fresh hoi gol .. uday da love you..

  • @gobinchandrakonwar6268
    @gobinchandrakonwar6268 11 місяців тому

    উদয় শংকৰ ছাৰ সৈতে আজি হোৱাৰ বাতালাপৰ অনুস্থানটি চাই খুবেই ভাল লাগিল ! বিশেষকৈ উদয় শংকৰ ছাৰৰ কথাখিনি শুনি বহুত ভাল পালো !

  • @bhupendas9350
    @bhupendas9350 2 роки тому +3

    উদয়ৰ কথাবোৰ শুনিবলৈ ইম্ মান ভাল লাগে যে শুনিয়েই থাকিবলৈ মন যায়।

  • @user-qt2xn7eu6k
    @user-qt2xn7eu6k 9 місяців тому +2

    Udai,,da,,apunar,,kotha,,huni,,bhut,,val,,lagise,,huni,,thakibloi,,mon,,jai,,❤

  • @sangitakalita4654
    @sangitakalita4654 2 роки тому +18

    পানীদৈয়া জাপি মোৰ বহুত বহুত প্ৰিয়।গানতোৰ লগতে নৃত্য একেবাৰে অসমীয়া আৱেগ।

  • @jayantachangmai2563
    @jayantachangmai2563 2 роки тому +1

    সুন্দৰ, সাক্ষ্যাতকাৰ লোৱা সকলকো ভাল লাগিল,দিয়াজনক আৰু ভাল লাগিল,সচাকৈ আমাক বাৰ্তালাপৰ প্রয়োজন হৈছে ,ধন্যবাদ

  • @bobyborah28
    @bobyborah28 2 роки тому +1

    ভাল লাগে উদয় শংকৰক। আগুৱাই যাওক।

  • @kamruptourism4992
    @kamruptourism4992 2 роки тому +2

    ইয়াৰ আৰু ভিতৰলৈ গভীৰলৈ আপোনাক সুমুৱাই নিয়ক ,,, জয় সন্মুখতে

  • @dipanjalisonowal8813
    @dipanjalisonowal8813 2 роки тому

    বহুত ভাল লাগিল ।ইমান সহজ সৰল কথা কৈছে। ভগৱানে সদায় ভালে ৰাখক আপোনাক।

  • @runudevibarman8706
    @runudevibarman8706 2 роки тому +5

    Khub bhal lagil kotha bur xuni amar achirbad xodai 🙌❤️

  • @user-hl7kb7bf5d
    @user-hl7kb7bf5d Рік тому

    তেখেতৰ Art of speech মোৰ বহুত ভাল লাগে।তেখেতকতু কিমান ভাল সেইটো বুজাবই নোৱাৰো । তেখেতৰ মঙ্গল কামনা কৰিলো।

  • @pallavi..5499
    @pallavi..5499 2 роки тому +1

    নামেৰেই যাৰ পৰিচয়,সঁচাকৈ উদাৰ অন্তৰৰ গৰাকী উদয় দা এক বিশাল অন্তৰৰ গৰাকী হোৱাৰ লগতে অত্যন্ত প্ৰতিভাসম্পন্ন ব্যক্তি।এনেধৰণৰ ব্যক্তিত্বৰগৰাকী কথাবোৰ শুনিলে আবেগিক হৈ যাওঁ আৰু চক্ৰপাণি দাৰ কথাটো নক‌ওঁৱে। তেখেত কেৱল এগৰাকী ব্যক্তিয়ে নহয়, তেখেত এক অনুষ্ঠান। 'বাৰ্তালাপ ʼৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।মানুহৰ মাজত প্ৰতিদিনে বিলাই যাওঁক জ্যোতি এই অনুষ্ঠানৰ জৰিয়তে।

  • @sanghamitraneog4962
    @sanghamitraneog4962 2 роки тому

    উদয় শংকৰ এজন খুব ভাল নৃত্যশিল্পীৰ লগতে খুব চফা মনৰ গৰাকী। তেওঁৰ কথনশৈলীতে প্ৰকাশ হয় তেওঁৰ মনটো।

  • @bhismapratim6961
    @bhismapratim6961 4 місяці тому

    উদয় দাৰ আলোচনাটো বহুত2 ভাল লাগিল পৰশ দা ।

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 2 роки тому +2

    খুব সুন্দৰ ❤ এদিন মৌচম দাক আনক ❤

  • @rishirajbordoloi8693
    @rishirajbordoloi8693 2 роки тому +5

    Bor bhal lagil. Uday da r kotha bur agote najanisilu.
    Thank you. ☺️

  • @mridulanath6451
    @mridulanath6451 2 роки тому +1

    Uday sankar da.apunar bartalav sai bhal lagil

  • @rijubora174
    @rijubora174 2 роки тому

    Khuub hundor abeg onuvtir roxalotar ek prostuti BARTTALAAP.. Bohut vaal lagil ayy khondoti UDOY SANKAR dar roxal hojib kahini... BARTTALAAP Or joriote UDOY DAA r kotha huni bohut val lagil,, Logote apunalukor hokolure......... 🥰🙏

  • @AJ-nd3kf
    @AJ-nd3kf 2 роки тому +7

    মন চুই যোৱা কথা কিছুমান কৈছে দাদাই। Respect 🙏

  • @hiranyagogoi5485
    @hiranyagogoi5485 2 роки тому +1

    অনুষ্ঠানটো চাই ভাল লাগিল।

  • @harakantatamuli1053
    @harakantatamuli1053 2 роки тому

    Vediotu bohut bhal lagil .many many thanks .

  • @nikhashreernath2149
    @nikhashreernath2149 Рік тому

    বহুত বেছি ভাল লাগে উদয় দাক যেতিয়া তেওঁ ক লগ পোৱাৰ দিনটো এতিয়াও মনত পৰে সৰুপথাৰ ত

  • @user-wv6gd7tl2w
    @user-wv6gd7tl2w 4 місяці тому

    ভাষা শৈলী খুবেই সুন্দৰ হৈছে।

  • @pallabitalukdar4665
    @pallabitalukdar4665 2 роки тому +5

    বহুত ভাল লাগিল ❤️ সুন্দৰ উপস্থাপন ❤️কথাবোৰে অন্তৰ চুই গ'ল ♥️

  • @monuranjan5274
    @monuranjan5274 2 роки тому +2

    মনত যেতিয়া অশান্তিৰ টুপ বোৰে খুন্দা মাৰে
    .. তেতিয়া বাৰ্তালাপ ৰ video বোৰ অপেন কৰি লওঁ... খুওব ভাল লাগে..

    • @himanjitchoudhury5816
      @himanjitchoudhury5816 2 роки тому

      Monot okhanti lagi thakile sowatu kuno dangor kotha nhy ..kintu mon val lagi thoka homoy khinit kio nosowa heitu he dangor kotha

  • @binadutta5703
    @binadutta5703 2 роки тому

    অতি সুন্দৰ মূহুৰ্ত, বৰ দৰকাৰি কথা কলে,সচাই আমি বহু কথা জানিবলৈ বাকী আছে।কুশল কামনা কৰিলো।

  • @madhabiborah1627
    @madhabiborah1627 2 роки тому

    ইমান সুখ অনুভৱ কৰিলোঁ ভিডিওটো চাই ৷ সুন্দৰ অতি সুন্দৰ ৷

  • @madhusmitahazarika5498
    @madhusmitahazarika5498 2 роки тому +1

    বৰ ভাল লাগিল বাৰ্তা লাপ চাই। উদয় দাৰ কথাই মন চুই গল।

  • @pranamiborah2994
    @pranamiborah2994 2 роки тому +5

    তেখেতৰ কথাবোৰ ...❤️

  • @ibhadutta2136
    @ibhadutta2136 2 роки тому +2

    সুন্দৰ 👌❤️👌

  • @priyankasaikia289
    @priyankasaikia289 Рік тому

    Bhout val lagil Uday Sankar daa k.. Thank you so much chakra daa Uday daa k apunar karne Val Val kotha huniboloi palo..

  • @ratulchutia2212
    @ratulchutia2212 2 роки тому

    জিৱনত কেতিয়াও হাৰ মানিবলৈ প্ৰখংগত ,অলপ নহয় বহুতেই সাহিলো,বজাই লোৱা বজাই লোৱা, সকলো বহুত ধুনীয়া হৈছে,

  • @bandanahajongbandanahajong7779

    Bohut bhal lagil montu ,Uday Shankar dada positive Manu , god bless him all the time

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 2 роки тому +1

    Anchoring খুব সুন্দৰ হৈছে | শুভেচ্ছা আৰু শুভকামনা আগলৈ......❤

  • @dhirudas5408
    @dhirudas5408 2 роки тому +2

    Vl lgil vedio tu sai... ❤️❤️❤️

  • @user-lt5fe5of1l
    @user-lt5fe5of1l 24 дні тому +1

    Moi udoi songkorr atting Bilak sai bor val lage

  • @iloveindia2457
    @iloveindia2457 2 роки тому +1

    Anchoring kora suali Joni xosake bohut cute,,, love from Pathsala

  • @moonmoonthakuria1113
    @moonmoonthakuria1113 2 роки тому

    Bohut bhaal lagil God bless you

  • @wearebestfriends5847
    @wearebestfriends5847 2 роки тому

    আজিৰ বাৰ্তালাপ বহুত ভাল লাগিল বহুত কথা জানিব পাৰিলো চক্ৰ পাণি দাদালৈ বহুত ধন্যবাদ থাকিল

  • @dhonsaikia5542
    @dhonsaikia5542 2 роки тому

    বৰ ভাল লাগিল ।উদয় দাৰ কথাবোৰ ইমান মৰম লগা

  • @lizaborthakur8432
    @lizaborthakur8432 2 роки тому

    আজি বাৰ্তালাপ উদয় শংকৰ বহুত বহুত ভাল লাগিল।।

  • @bhabeshhaloi3644
    @bhabeshhaloi3644 2 роки тому

    বাৰ্তালাপ খুব ধুনীয়া অনুষ্ঠান,সকলোৱে চাব |

  • @jyotimoyhainary6480
    @jyotimoyhainary6480 2 роки тому

    Bohut vl lagil....my favourite 🥰🥰

  • @sukanyakonch8763
    @sukanyakonch8763 Рік тому

    Ufff কথাখিনি মন চুই গৈছে।। আগুৱাই যাওঁক।।

  • @ranjitahazarika2140
    @ranjitahazarika2140 2 роки тому

    Battalap anusthantu khub vl loga hoise aru Chakropani r kothakua stayl to mur khub prio battalap anusthan tur dirdhaiu kamona korilu

  • @junuentertainment
    @junuentertainment 2 роки тому +6

    সুন্দৰ হৈছে নম্ৰতা...আগবাঢ়ি যোৱা। শুভেচ্ছা থাকিল।

  • @basantiboro4314
    @basantiboro4314 2 роки тому +1

    অভিনেতা ব্ৰজেন বৰুৱা এগৰাকী মাতৃৰ ভুমিকা লব লগা হৈছে।

  • @dhanda2655
    @dhanda2655 2 роки тому

    Moja lagile khub bhal bhal kotha hikibo parilu. Tumalukoloi akhekh dhanyabad. Bartalaab zindabad

  • @bobitaahmed4317
    @bobitaahmed4317 2 роки тому

    Bahut val lagil bahut val monor apuni

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y 2 роки тому

    উদয় দাৰ কথাবোৰ আগতে শুনিছো যদিও ইয়াত আকৌ শুনিলো , চালো ৷ বহুত ভাল লাগিল ৷ আছলতে ভাল লগা মানুহবোৰৰ জনা কথাবোৰো বাৰে বাৰে শুনি থাকিলেও হেপাঁহ নপলাই ৷ উদয় দা আৰু বৰষা বাক চিনি পোৱাৰে পৰা , তেওঁলোকৰ বন্ধুত্ব দেখাৰে পৰা সদায় এটা কথাই ভাবো মোৰো এনেকুৱা কোনোবা বন্ধু/বান্ধৱী থকা হ’লে ! ভালে থাকক প্ৰিয় মানুহবোৰ 🙏❤️

  • @manashidevisaikia9722
    @manashidevisaikia9722 2 роки тому

    Bohut val lagil uday dar kotha bur...eneu uday dar nam tu hunilei mur bohut val lage..moiu dance bohut val pau ghorua problem r karone hikibo nuarilu heitu dukh lage bohut ..uday dar nisina 1jon manuh proitekore ghorte lage,dada hok,mama hok khurai hok..

  • @madhurihazarika3422
    @madhurihazarika3422 2 роки тому +4

    মোৰ ঘৰ যোৰহাটত । প্ৰিয় মানুহজনৰ কথাবোৰ শুনি ভাল লাগিল । ধন্যবাদ উদয় শংকৰ দা ।

  • @violinadeka8230
    @violinadeka8230 2 роки тому +3

    বৰষা বা আৰু নিৰিবিলি:এটি নীৰৱ কাহিনীৰ লিখক কৌশিক নন্দন বৰুৱা দাদাক মাতিব🙏

  • @pramodgogoi522
    @pramodgogoi522 2 роки тому

    Bhaut bhal lagil hundor

  • @kushalsonowal948
    @kushalsonowal948 2 роки тому

    বহুত বহুত সু্ন্দৰ ৷ ভাল লাগিল

  • @karunanath6790
    @karunanath6790 Рік тому

    Udoy dar ktha bure muk bohut perna diye aru hoday valpuwa boykti jon

  • @debajitgogoi4415
    @debajitgogoi4415 2 роки тому

    বহুত বহুত ভাল লাগিল চক্ৰ দা উদয় দা কথা বিলাক।।আৰু এদিন মাতিব না প্লিজ

  • @manjulpathak4182
    @manjulpathak4182 2 роки тому

    বৰ ভাল লাগিল..সুন্দৰ অনুস্থান...

  • @pumangmanpoong2281
    @pumangmanpoong2281 2 роки тому

    Bahut bhal lagil

  • @dipalidevi1323
    @dipalidevi1323 2 роки тому

    Bahut bhal lagil katha khini

  • @pranjitdas8066
    @pranjitdas8066 2 роки тому

    heart teaching word bahut bal lagil.

  • @kukimahanta2815
    @kukimahanta2815 2 роки тому

    ভাল লাগিল দেই।বহুত দিনৰ মূৰত দেখিলোঁ উদয়ক

  • @himakshidas2691
    @himakshidas2691 Рік тому

    Bohut vl lgil udai da

  • @miss-popi7019
    @miss-popi7019 Рік тому +1

    উদয় শংকৰ দাদা মোৰ বহুত প্ৰিয়।