কাৰ কলমেৰে নিগৰিছিল "তোমাৰ কথা ভাবিলেই জানা","কৈ নিদিয়া কিয়"?

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • কাৰ কলমেৰে নিগৰিছিল "তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে" ?
    জুবিন গাৰ্গ, পাপনৰ বহু জনপ্ৰিয় গীতৰ সৃষ্টিকৰ্তা কেশৱ নয়ন...
    ........................................................................
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 143

  • @kapil912
    @kapil912 2 роки тому +6

    মানাস ৰবীন দাক মাতিবচোন , আৰু জোনবাই ৰাংধালীৰ কথা কব , যাতে আৰু সৃষ্টি হয় সেইবোৰ যাতে

  • @diptisharma3388
    @diptisharma3388 Рік тому +3

    কেশৱ HS ত মোৰ ষ্টুডেন্ট আছিল।অলপ যে exceptional তেতিয়াই idea কৰিছিলোঁ।ভাল লাগিল বাৰ্তালাপ চাই।শুভেচ্ছা থাকিল
    ।আৰু আগবাঢ়ি যোৱা।

  • @surajgogoi1879
    @surajgogoi1879 2 роки тому +17

    চক্ৰ দা ছোনিত গগৈ আনিব চোন, জুবিন দাই গোৱা জানমণি, অঞ্জনা, সেই তাহানিৰ দিনৰ গীত বোৰ আজিও হিত হৈ থকা , গীতিকাৰ সুৰকাৰ, ছোনিত গগৈ এবাৰ আনিব চোন 🥰☺️🤞 দেই অনোৰোধ কৰিছো

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 2 роки тому +20

    বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ। ইমান সুন্দৰ অনুষ্ঠান এটা আগ বঢ়োৱাৰ বাবে। প্ৰতিভা কেতিয়াও লুকাই নাথাকে। গান বোৰ শুনো কিন্তু সৃষ্টিকাৰ জন নাজানো---সেয়ে খুউব ভাল লাগিল জানিব পাৰি।
    উধান আচলতে চৌকাত চৰু বহাবলৈ ব্যৱহাৰ কৰা তিনিটা বাহু ( টৌ খুটি) --- সাধাৰণতে গাঁও বিলাকত বৰ বৰ চৰু বা টৌ পাতি ভোজ বনোৱা বা ধান বহাবলৈ(উখোৱা চাউলৰ বাবে) ব্যৱহাৰ কৰা দেখিছিলো।
    'উধান' আৰু 'উধনীয়া' খোপা দুয়োটা শব্দ হেমকোষত আছে। বহুত দীঘলীয়া হ'ল মোৰ লিখা খিনি।

    • @pallobphukon3603
      @pallobphukon3603 Рік тому +1

      অ ঠিকেই কৈছে আপুনি ।

  • @KushalKrRabha
    @KushalKrRabha Рік тому +6

    “তোমাৰ কথা ভাবিলেই জানা ...” সচাকৈয়ে এটি বৰ ভাল লগা গান ৷ অকলসৰে থাকি গুণগুণালে মনটো যেন কৰবালৈ গুছি যায় নভবাকৈয়ে !

  • @pritom21
    @pritom21 2 роки тому +2

    Tumar kotha gaan tu moi aji loike kiman bar hunisu hisap nai kunu. Bohut val lage ❤️❤️

  • @manibankalitanath3648
    @manibankalitanath3648 2 роки тому +5

    সুন্দৰ সুন্দৰ গীতৰ গীতিকাৰ কেশব অধিকাৰী ডাঙৰীয়াক বাৰ্তালাপ অনুষ্টানৰ জৰিয়তে আমি তেখেতক জানিব পাৰিছোঁ।
    ভাল লাগিল । তোমাৰ কথা ভাবিলেই জানা ,,,সকলো সময়তে গুনগুনাই থকা এটি গান । কেতিয়াও পাহৰি যাব নোৱাৰা এটি গান। ধন্যবাদ কেশব অধিকাৰী ডাঙৰীয়া। ধন্যবাদ চক্ৰপানি পৰাশৰ ।
    বাৰ্তালাপ ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 🙏💐

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 роки тому +10

    খুব সুন্দৰ অন্তৰেৰে প্ৰৱাহিত হৈ উলাই আহিল নিজৰা। সেই নিজৰা চিৰ প্ৰবাহিত হওঁক।🙏🙏🙏

  • @devikagogoi2898
    @devikagogoi2898 2 роки тому +6

    প্ৰতিভা থকা ব্যক্তি সকলে নিজৰ পৰিচয় লুকুৱাই ৰাখি ভাল পায় ।

  • @koushikdas4943
    @koushikdas4943 Рік тому +3

    তোমাৰ কথা ভাবিলে ই জানা
    জোনাক উপচি পৰে ................ এই গানটো মোৰ বহুত প্ৰিয় ❤️💙

  • @mrdeha7593
    @mrdeha7593 2 роки тому +2

    Keshav da apuni ketiyaba gaan ata gabo buli akha thakile so apunr voice to bhut dhuniya lage. ❤️ Love from morigaon ❤️❤️❤️

  • @banajitbhuyan7017
    @banajitbhuyan7017 2 роки тому +1

    Eman xundor gan sosakoi val lge. Ai belk gan aber nahi 1000 bar xunibo pari ru mon ji.

  • @bhaskarsarma8829
    @bhaskarsarma8829 2 роки тому +11

    "কৈ নো কৈ নিদিয়া কিয়..."গীতটিৰ লগত মোৰ কিছুমান স্মৃতি আৰু অনুভৱ আছে। ❤️
    - ভাস্কৰ নিলীমা ।

  • @chowlengdonahom1105
    @chowlengdonahom1105 2 роки тому +1

    Dada jon bor morom loga, morom koribole mon jai Dada jonok.

  • @domborugogoi971
    @domborugogoi971 Рік тому

    Khub bhal lagil ❤❤

  • @minakhigogoi9757
    @minakhigogoi9757 2 роки тому +5

    বহুত ভাল লাগিল।

  • @parulbora2038
    @parulbora2038 2 роки тому +1

    সত্ৰ বা ভকতীয়া সমাজত মাটিৰে বনোৱা উধানত ভাত ৰান্ধে। বিশেষকৈ মটক জনগোষ্ঠীৰ লোক সকলৰ মাজতও এই উধান প্ৰচলিত। ভাল লাগিল এটা ব্যতিক্ৰমী গীতত এই শব্দটো ব্যৱহাৰ কৰাৰ বাবে।লগতে চক্ৰপাণি পৰাশৰলৈয়ো এই অনুষ্ঠান টি আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ থাকিল

  • @rinkusultana6167
    @rinkusultana6167 2 роки тому +2

    Bohut bhal lagil. Moi ei gaan tu Ma loi monot kori xuni thako. Miss you Ma 😭

  • @bastobkalita6328
    @bastobkalita6328 2 роки тому +2

    Emn gentle Val lgl...❤️❤️ Mur student ata ase tewr dorei eke kotha kua style

  • @minotichetia9972
    @minotichetia9972 2 роки тому +1

    বহুত বহুত বেছি ভাল লাগিল অনুষ্ঠান টি।

  • @moushumiphukan3139
    @moushumiphukan3139 2 роки тому +6

    তেখেতৰ সৃষ্টি খুব সুন্দৰ ।

  • @Lstaroth
    @Lstaroth 2 роки тому +1

    বৰ ভাল লাগিল কেশৱ দাক দেখি ।বৰ সুন্দৰ

  • @ajoykrishanworld4120
    @ajoykrishanworld4120 Рік тому +2

    কবিতা গান নহয় বুলি যে কৈছে, বহুত এনে কবিতাৰ উদাহৰণ আছে যি কবিতাক সুৰ, কন্ঠেৰে বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে নতুন ৰূপ দিবলৈ সক্ষম হৈছে...সাক্ষাৎকাৰটো বহুত ভাল লাগিল... ❤️❤️❤️

  • @pollymahanta7508
    @pollymahanta7508 2 роки тому +2

    খুব ভাল লাগিল ধন্যবাদ বাৰ্তালাপ

  • @bastobkalita6328
    @bastobkalita6328 2 роки тому +2

    Unique and so smart।Val lagil😍

  • @bharatikonwar7735
    @bharatikonwar7735 2 місяці тому

    সুন্দৰ

  • @PinkuKumar-rh6vr
    @PinkuKumar-rh6vr Рік тому +1

    দাদা, বহুত ভাল লাগিছে। ৰাজদ্বীপ দাকো মাতিবচোন। পাপন দাৰ কণ্ঠত ৰাজদ্বীপ দাৰ গান বহুত ভাল পাওঁ।

  • @assamboy5724
    @assamboy5724 Рік тому

    Dada Ghar j morigaonr aji hai gm palu,,moiu morigaonr Hy,,vl lagil,, thanks

  • @lakhyajyotidutta2153
    @lakhyajyotidutta2153 2 роки тому +2

    বৰ ভাল লাগিল অনুষ্ঠানটো চাই👌👌👌

  • @ragini_musical
    @ragini_musical 2 роки тому +2

    Bohut val lagil hosake ❤️🥰

  • @dilipphangsho47
    @dilipphangsho47 2 роки тому +4

    কথাবোৰ শুনিলে শুনি থাকিবৰ মন গৈছে ।

  • @RAAJNEELMUSICAL
    @RAAJNEELMUSICAL 2 роки тому +4

    চক্ৰ দা আপোনাৰ প্ৰতিটো অনুষ্ঠান চাই ভাল লাগে ন-পুৰণি প্ৰতিভাৱান শিল্পী বোৰক উলিয়ায় আনি এখন প্লেটফৰ্ম দিয়া লগতে অসমৰ ৰাইজক চিনাকী কৰাই দিয়ে। বহুত বহুত সুন্দৰ চক্ৰ দা তেনেকুৱা প্ৰতিভাৱান বহুত শিল্পী লোকাই আছে সকলোৱে যাতে আগবাঢ়ি যায়। লগতে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা থাকিল।

  • @ranjitadeori6018
    @ranjitadeori6018 4 місяці тому

    Very nice song 👌👌

  • @rip2ns
    @rip2ns Рік тому

    বাহ্ , ইমান ধুনীয়া মাৰ্জিত অনুষ্ঠান এটা, সঁচাকৈয়ে প্ৰশংসনীয় । খুব ভাল লাগিল ।

  • @goodhealth2023
    @goodhealth2023 Рік тому

    চক্ৰ পানি পৰাশৰ , আপুনি ইমান ধুনীয়া অনুষ্ঠান কৰে যে আপোনাৰ অনুষ্ঠান বোৰ চাই থাকিবলৈ মন যায়, মই এই অনুষ্ঠানটো এতিয়ালৈ এহেজাৰ বাৰ মান ৰি কৰি শুনিছো আৰু শুনিম, আচলতে মই গীতিকাৰ কেশৱ নয়ন অধিকাৰীৰ কনঠত গীত শুনি অভিভূত হৈ পৰিছো,,,,কি সুন্দৰ কন্ঠ তেখেতৰ,,,

  • @sushilkonwar7012
    @sushilkonwar7012 2 роки тому +2

    ভাল লাগে মন পৰশা গীতৰ কলি । তাতে সুমধুৰ কণ্ঠত গায়কৰ পৰশত গীতে প্ৰাণ পায় উঠে । আহ: কিযে গীতৰ সৃষ্টি । আশা থাকিল আৰু বহুতু ________ । যিয়ে লিখিছো বেয়া ভাৱত , বুজাবলৈ লিখা হোৱা নাই ।

  • @jintukumarnath7910
    @jintukumarnath7910 Рік тому +1

    আমাৰ গাঁওৰ মোৰ তাৱৈ ল'ৰা মৰমৰ ককাইদেউ কেশৱদালৈ বহুত শুভকামনা জনালোঁ…

  • @DehingiaBumoni-tc5qs
    @DehingiaBumoni-tc5qs Рік тому

    Best voice ❤

  • @charaideojiori7348
    @charaideojiori7348 2 роки тому +1

    ইমান অমায়িক,সহজ-সৰল মানুহজন

  • @dipanjyotigogoi1730
    @dipanjyotigogoi1730 2 роки тому +2

    বহুত ভাল লাগিল অনুষ্ঠানটি চাই।

  • @champakkumarsarma7521
    @champakkumarsarma7521 2 роки тому +1

    বহুত ভাল লাগিল

  • @sabita3055
    @sabita3055 Рік тому

    Very Nice

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 2 роки тому +3

    তোমাৰ কথাই ভাবিলেইজানা , গানটোৱে বহুত অন্তৰখন আমনি কৰে 💗♥️💖

  • @J30418
    @J30418 2 роки тому +1

    Moja asol manhu a Jon he 👍👍👍👍👍

  • @debapriyomusical.7417
    @debapriyomusical.7417 2 роки тому +2

    খুব সুন্দৰ লাগিল ককাইদেউ ।

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 роки тому +2

    প্ৰথম প্ৰেমৰ কবিতা হিচাবে সমাদৃত কৰিবলৈ যদি বিচাৰোঁ বেয়া নিশ্চয় ডাঙৰীয়া আপুনি নাপায় ।

  • @pkpankaj4
    @pkpankaj4 Рік тому +1

    Xundor

  • @smritikalita6123
    @smritikalita6123 Рік тому

    ❤❤❤❤❤

  • @lingkankalita3063
    @lingkankalita3063 2 роки тому +2

    Bhal lagil

  • @purnimagogoi5415
    @purnimagogoi5415 2 роки тому +3

    বাৰ্তালাপ চাই মোৰ বহুত ভাল লাগে ৷বহুত নজনাকথা জানিব পাৰোঁ ৷

  • @dibyajyoti5180
    @dibyajyoti5180 2 роки тому +2

    Val lagil bhut

  • @sabitadas4426
    @sabitadas4426 2 роки тому +1

    Sasai bahut val lagil

  • @daijiranidixit4179
    @daijiranidixit4179 2 роки тому +1

    Val lagil keshab da aneke aguai jua..

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 роки тому +3

    Many many congratulations to Keshab Nayan. Go ahead way to your journey.

  • @sauravkalita96
    @sauravkalita96 2 роки тому +4

    Manuh jon pura Sidha manuh....Bhaal lagil...nijor kam kori ase .... Glamour r karone nhy .... Likha tu ata PESA.... mozza Aru likhok....Aamak Washing powder ... Rikshawala... Autowala Nalage....anekua gaan bur laage.... 💕

  • @jurimonisenapoti6015
    @jurimonisenapoti6015 2 роки тому +2

    Mojjaa☺Keshav da 🔥❤😍

  • @joysreebaruah8028
    @joysreebaruah8028 2 роки тому +25

    Bor bhal lagil..Ai manuh jonok ami log pai thaku kintu najanu teur pratibhar kotha...teur suali mur abacus scl t porhe..thank you chakrapani...

  • @rekharajbongshi2941
    @rekharajbongshi2941 2 роки тому +1

    Hundor ,

  • @nipadeka1739
    @nipadeka1739 2 роки тому +1

    Bhut besi val lagil ❤️❤️❤️

  • @arunssb
    @arunssb 2 роки тому +1

    Bor bhal lagil

  • @gangasutradhar8745
    @gangasutradhar8745 2 роки тому +3

    বহুত ভাল লাগিল জানি তেখেতৰ বিষয়ে।কথন শৈলি বিশেষকৈ ইমান ভাল লাগিল ।

  • @dibyajyotiborah9652
    @dibyajyotiborah9652 2 роки тому

    Xundoor program...bht val lagil...

  • @SAJANPATHORICREATION
    @SAJANPATHORICREATION 2 роки тому +1

    Bohut bhal lagil 🙏🙏

  • @gitikadevi836
    @gitikadevi836 Рік тому

    Bartalap sai val lagil

  • @kunalpatgiri8246
    @kunalpatgiri8246 2 роки тому +3

    "Come as a Shadow" চাইয়া হৈ আহিবা (তুমি)....?

  • @ghanakantaboro2574
    @ghanakantaboro2574 2 роки тому +1

    Thankyur so mast

  • @kamruptourism4992
    @kamruptourism4992 2 роки тому +3

    ককাইদেউ লৈ যোৱাকালি বৰকৈ মনত পেলাই থাকিলত আজি সাক্ষাৎকাৰ এনেদৰে পাম বুলি কল্পনাও কৰা নাছিলোঁ

  • @saurabhgogoi9410
    @saurabhgogoi9410 2 роки тому +3

    এনেকৈ এটা বিখ্যাত গানৰ আঁৰত একো একোজন শ্ৰষ্টা থাকে যিসকলক আমি চিনিয়ে নাপাওঁ।

  • @paragjyotibora2236
    @paragjyotibora2236 2 роки тому +1

    xundor

  • @sabitadevi2930
    @sabitadevi2930 Рік тому

    It's a beautiful program with the excellent writer I feel. This sort of content should be preserved in writing for future.

  • @sanjoysvlog2528
    @sanjoysvlog2528 2 роки тому +1

    Khosai Bartalap or joriote bor khundor manuh a jonok janibo pariloo

  • @munukongogoiofficial7640
    @munukongogoiofficial7640 2 роки тому +2

    ❤️❤️

  • @rajukumarnath169
    @rajukumarnath169 2 роки тому

    Bahut bhal lagil Keshab....

  • @gitanjalideka8767
    @gitanjalideka8767 Рік тому

    'ছায়া হৈ আহা'এই শাৰীটোৰ জৰিয়তে মই এই গানটো কেশৱদাই কোৱাৰ দৰে বিচ্ছেদৰ গান হিচাপে মানি লৈছোঁ। এনেভাৱত ল'লেহে ই হৃদয় স্পৰ্শী হৈ পৰে।
    তেখেতৰ অভিজ্ঞতাৰে আগবঢ়োৱা কথা বোৰ মোৰ ভাল লাগিছে।
    হয়, মানুহ ডাঙৰ হ'লে ভদ্ৰ, নম্ৰ হয়।
    হয়, মানুহ যিকোনো পৰিস্থিতিতে চিনছিয়াৰ হ'লেহে সফল হয়।
    মই ও' কবিতা হয় যদি হওঁক, নহয় যদি
    নহওঁক'মানি লৈ কিবা-কিবি লিখোঁ-লিখাৰ অদম্য হেঁপাহ থকাৰ বাবে। কোনোবাই মোৰ লিখনি শুধৰাই দিলে কৃতাৰ্থ হ'ম 🙏🙏🙏।

  • @hemenmajumdar189
    @hemenmajumdar189 2 роки тому +1

    Thanks sir

  • @turanjyotigogoi6735
    @turanjyotigogoi6735 2 роки тому +3

    Sunit Gogoi ru Ramen Danah k dekha pm buli akha rakhisuuu?

  • @kamruptourism4992
    @kamruptourism4992 2 роки тому +4

    সাহিত্যক নিজে স্ৰজি উলিওৱা কাঠামত বান্ধিব নোৱাৰি ,, ইমান দুখ ভাগৰ বেদনা নিৰালমে নিগৰি ওলাই অহাৰ অভিব্যক্তি হল অকল সাহিত্য‌ইহে কিন্তু ইয়াত কোনে কেনেধৰণে কি লিখিব কেনেকৈ লিখিব ঘাইকৈ কিটোৱে কিটো স্ৰজিবগৈ সেইটোৰ নিয়ন্তা আমি নহ‌ওঁ

  • @chimnoychelleng2045
    @chimnoychelleng2045 Рік тому

    Val lagil sai

  • @phonidharnayak3916
    @phonidharnayak3916 2 роки тому +1

    কৈ নিদিয়া কিয় মোৰ চেষ্ট গীত সমুহৰ ভিতৰত এটা

  • @kamalkalita507
    @kamalkalita507 Рік тому

    Excellent..

  • @dipjyotirajbongshi920
    @dipjyotirajbongshi920 2 роки тому +1

    Manuh jonor pora hikibo pari bohut kotha,

  • @dipakkalita232
    @dipakkalita232 Рік тому

    Keshab nayan Adhikarir kanthat geetbor suni thakiba mon jai

  • @rashnahazarika4602
    @rashnahazarika4602 2 роки тому

    বৰ ভাল লাগিল

  • @laborah1460
    @laborah1460 Рік тому

    Emn vl lge

  • @Dudullahon07
    @Dudullahon07 2 роки тому +1

    bhall program.

  • @gogoimonikongakona8642
    @gogoimonikongakona8642 2 роки тому

    Evergreen songs. Duitai

  • @biswajitgogoi7686
    @biswajitgogoi7686 2 роки тому +1

    Val lagil

  • @chinkusharma8761
    @chinkusharma8761 2 роки тому

    Bor Val lagil dada

  • @dipamoniphukan7515
    @dipamoniphukan7515 Рік тому +1

    😊P0

  • @ronujkonwar2367
    @ronujkonwar2367 Рік тому +3

    Kobitabur xobdore likha nohoi nki

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 2 роки тому +1

    Keshab da ❤

  • @akashdipdas575
    @akashdipdas575 Рік тому +1

    Mnuhjn bor vl lgil....chakra daar dre akei...vl lga manuh

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 Рік тому

    বহুত ভাল লাগিল সাক্ষাৎকাৰ টো 👌 ইমান সুন্দৰ সৃষ্টি শীল গীতিকাৰ জনক আপোনাৰ বাৰ্তালাপত দেখা পাই বহুত লাগিল।যাৰ গানৰ অন্তৰা শুনি থাকিলেও হেঁপাহ নপলায় ....মন - প্ৰাণ উদ্বেলিত কৰে । দুয়োজনলৈ অশেষ ধন্যবাদ জনালোঁ 🙏🏼❤️

  • @hasinamannan9085
    @hasinamannan9085 2 роки тому +1

    bartalapr prai episode a saisu....kintu aji ai kiba bikhekh jen lgl.....dada jnr ktha koar dhrn imn vl lgl....imn gentle....... khub km ktha koi kintu koa khini jen vbi sniti koi...

  • @mrdeha7593
    @mrdeha7593 2 роки тому

    Keshav da voice to bhut dhuniya lage

  • @sangeeta_bh728
    @sangeeta_bh728 2 роки тому

    👏👏👍

  • @basantideori5935
    @basantideori5935 Рік тому

    Jani shuni bhal lagil

  • @tkcreative6823
    @tkcreative6823 2 роки тому

    Superb 👌

  • @jagyalatadas774
    @jagyalatadas774 2 роки тому +1

    Nice

  • @assamn8850
    @assamn8850 2 роки тому +1

    Moja