লৈলাং থৈলাং-২০২২ | Loilang Thoilang-2022 | Bapuji Konwar Manoj Haloi Janmoni Phukan | New Bihu-2022

Поділитися
Вставка
  • Опубліковано 27 січ 2025

КОМЕНТАРІ • 1 тис.

  • @praneswarbhuyanentertainme9024
    @praneswarbhuyanentertainme9024 2 роки тому +4

    আটক ধুনীয়া গীত, বৰ ভাল লাগিল, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @niranjangaming4502
    @niranjangaming4502 3 роки тому +2

    Mja... Dhol oppp 👌🏼👌🏼👌🏼🔥🔥

  • @pareshneog6190
    @pareshneog6190 3 роки тому +27

    এয়াহে প্ৰকৃত বিহু , সুন্দৰ হৈছে , অসমীয়া ৰ গৌৰৱ 🙏🙏😊

  • @mridulboruah.mygreenland.2075
    @mridulboruah.mygreenland.2075 3 роки тому +49

    সুন্দৰ হৈছে। অসমীয়া সমাজৰ সকলো স্তৰৰ লোকে যাতে একেলগে শুনিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। মাটিৰ গোন্ধ থকা গীতৰ সদাই আদৰ থাকিব। ধন্যবাদ।

  • @monjyotihazrika9311
    @monjyotihazrika9311 3 роки тому +11

    সুন্দৰ অনুপম বিতুপনলৈ ধন্যবাদ। ৰনজিৎ ককাইদেউৰ সুন্দৰ লিখনিৰে বন্ধু নিৰণ্জন গোসাইৰ সংগীত পৰিচালনা ৰে জানমনিৰ পেপাৰ লহৰৰে বিশ্ব লাচিতৰ ঢোলৰ ৰগৰৰে আটাইকেইগৰাকী অসমৰ শ্ৰেষ্ঠ বিহুৱাৰ কণ্ঠৰে এটি নিভাজ বিহুনাম শুনিবলৈ পালো।সকলোলৈ ধন্যবাদ, জনালো।

  • @bhumisvlogs6005
    @bhumisvlogs6005 3 роки тому +31

    সচায় কৈছো একেবাৰে অন্তৰ চুই গ'ল অ। এইবাৰ ভোগালী বিহু গৰম কৰিব এইটো গীতেই। মন টো বিহু বিহু লাগি গল। আকৌ এনে কোৱা বিহু গীত বোৰ শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @kxultimate2643
    @kxultimate2643 3 роки тому +24

    সৰহভাগ জনপ্ৰিয় গীতিকাৰ সুৰকাৰে আধুনিকতা আদৰি লৈ বিহু গীত বনাব এৰিলে, আপোনালোকে ই একমাত্ৰ যি পুনৰাই বিহুগীত ৰ সোৱাদ অসমবাসীলৈ আগুৱাই অনাৰ প্ৰচেষ্টাক গীতৰ লগত জড়িত সকলো বিষয়ববীয়া সন্মান জনাইছো লগতে বোজাব নোৱাৰ এগাল মান মৰম।।
    এই যাত্ৰা আগুৱাই নিয়ক অসমবাসীয়ে মৰম দি যাব
    বিহু আমাৰ প্ৰাণ
    বিহু অসমীয়াৰ চিনাকী
    বিহু অসমৰ চিনাকী
    বৰহোলাৰ পৰা মৰম যাঁচিলো
    উদিপ্ত

  • @tridipvlog9131
    @tridipvlog9131 3 роки тому +2

    Mojah kokaideu aguwai juwa tumi 🌞 bohut val lagil sai

  • @manasharandhara4534
    @manasharandhara4534 3 роки тому +15

    ধুনীয়া হৈছে ককাইহঁত...
    "আজ্জৈ নেৰিবা..."

  • @rituboro8186
    @rituboro8186 3 роки тому +39

    বৰ্তমান সময়ত বিহু বুলি কলে যিধৰণৰ গীতবোৰ আগবঢ়াই দিয়ে আমালৈ , এইটো এটা তাতোকৈ সুকীয়া ৷ বাপুজীদা আৰু সকলো শিল্পীলৈ আন্তৰিক শুভকানা জ্ঞাপন কৰিলো লগতে এইবাৰ বিহুত অসমৰ চোকে কোনে বাজিব বুলি আশা কৰিলো ৷৷

  • @amritasaameseculture1871
    @amritasaameseculture1871 3 роки тому +102

    সুন্দৰ হৈছে,, বিহু গীতটিৰ লগত জড়িত সকলো সদস্যকে ধন্যবাদ,,
    বিশেষ ধন্যবাদ " অনুপম বিতোপন" চেনেল ধুনীয়া ধুনীয়া গীত ৰাইজলৈ আগবঢ়াই দিয়াৰ কাৰণে

  • @dimpalborgohain943
    @dimpalborgohain943 2 роки тому +16

    তোমালোকৰ প্রতিটো বিহু গীত অতুলনীয়, এইয়া হে প্ৰকৃত বিহু, আগুৱাই যোৱা, সমগ্ৰ অসমবাসীৰ শুভকামনা আছে।

  • @জয়ন্তনাথ
    @জয়ন্তনাথ 3 роки тому +5

    ভাষা নাই নিভাঁজ সুৰ 🙏🙏 এইবোৰ বিহু শুনিলে তেজৰ চলাচল দ্ৰুত গতিত দৌৰিবলৈ ধৰে, বৰ ধুনীয়া হৈছে

  • @TeachTop_additional
    @TeachTop_additional 3 роки тому +1

    গানটো ইমান ভাল লাগিছে যে বুজাবলৈ ভাষা নাই🤩🤩🤩🤩
    বাদ্য সংগত কৰাকেইজনলৈ বহুত মৰম যাছিলোঁ।
    সকলো 🔥🔥🔥🔥🔥🔥

  • @Dunknownboy
    @Dunknownboy 3 роки тому +35

    ২০০০-২০০৯ এইখিনি সময়ৰ নিচিনা গান । আগৰ সময়লৈ ঘুৰি যোৱা নিচিনা লাগিল 💝

  • @Balamurali8039
    @Balamurali8039 2 роки тому +2

    বহুত বহুত মৰমলগা ভাল লগা বিহু গীতটি শুনি ৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @naba5361
    @naba5361 3 роки тому +32

    বিহুৱে আকৌ প্ৰাণ পাই উঠিছে ন-সাজেৰে..... এইবাৰ বিহু সুৰীয়া গীত নহয়,চিধাই বিহুগীত শুনিছোঁ💙💙

  • @manujsonowal14
    @manujsonowal14 3 роки тому +1

    Ki hundor bihu.... Huni bhut val lagil.... Aru akha krisu anenekuwa bihu gan hunibloi pam... 😍😍😍👍👍👍👍👍👍😘😘

  • @remonstar7130
    @remonstar7130 3 роки тому +16

    মজা লগিলে ৷ মন ভাল লাগি গ'ল , আগলৈও পাই থাকিম বুলি আশা ৰাখিলো, ইংৰাজী নৱবৰ্ষ লগতে মাঘ বিহু শুভেচ্ছা জনালো ৷

  • @rupalbora8976
    @rupalbora8976 2 роки тому +1

    Jin jin moina aru loilang loilang. Bah hundur .. Bihu bulile anekuwa hobo lage .. Hunile huni thakibo mon jai

  • @pranjalsaikia3185
    @pranjalsaikia3185 3 роки тому +4

    Bihu mane jui...tez gorom hoi goise kokai oi... 🙏🙏🎉🎉🎉🎉

  • @davidbora6415
    @davidbora6415 3 роки тому +2

    কি বুলি ধন্যবাদ দিম ভাবিয়েই পোৱা নাই আপোনালোকক জিন জিন মইনাৰ পাছত আৰু এক নতুন সুন্দৰ বিহু গীত নব বৰ্ষৰ উপহাৰ হিচাপে লাভ কৰিব পাইছো সঁচাকৈয়ে বহুত সুন্দৰ অনুভৱ ।গীতৰ সৃষ্টি কিন্তু মানিব লগিয়া দেই ❤❤গীতটিৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তালৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আশীৰ্বাদ দিছো যাতে আগন্তুক দিন বিলাকত আৰু সুন্দৰ সুন্দৰ গীতবিলাক যাতে উপহাৰ হিচাপে আগবঢ়াই দিয়ে। শেষত সকলো লৈকে আগন্তুক নব বৰ্ষৰ আন্তৰিক অভিনন্দন তথা হিয়া ভৰা শুভেচ্ছা, মৰম যাঁচিছো সকলোৰে বাবে শুভ দিন ঘূৰি আহক বেয়া দিনবোৰ আতৰি, নব বৰ্ষটি সকলোৰে বাবে ভাল হয় তাৰেই আশীৰ্বাদ বিচাৰিছো ভগৱানৰ ওচৰত। 🎉🎉🎉❤❤❤অনুপম বিতুপন এই চেনেলটিকো মৰম যাঁচিছো যাতে আৰু সফল ভাৱে আগুৱাই যাব পাৰে৷ আগন্তুক দিন বিলাকত আৰু সুন্দৰ সুন্দৰ গীতবিলাক যাতে আমি এই চেনেলটোৰ জড়িয়তে লাভ কৰো তাৰেই কামনা কৰিছো ❤🎉

  • @sanjibhandique6021
    @sanjibhandique6021 3 роки тому +6

    এইবোৰহে কৃষ্টিৰ পথাৰত সৃষ্টি,,, বাপুজী দা মনোজদা,জানমণি দাৰ লগতে বাদ‍্যযন্ত্ৰীসকলে সুন্দৰ সমাহাৰে এটি খুবেই সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আটাইলৈকে।

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 2 роки тому +3

    বিহু শুনিলে দেহা মন হাত পৰি যায়। 😍শুনি থাকিলে আমনি নলগা বিহুক লৈ আমি প্ৰতিজন অসমীয়া গৌৰবাম্বিত। 🙏

  • @rajeshwarikamath961
    @rajeshwarikamath961 3 роки тому +8

    Bapuji Da, Manoj Da, Janmoni Da, Niranjan Sir, Anupam Da aru Bitupon Da, Apunaluk xokuluke mur faalor pora okekh dhonyabad. Enekuwa dhuniya Bihugeet xuni bor bhal lagil. Pune't thaku jodiu, ei Bihugeet xuni Bihu Bihu lagise. Xubhokamona thakil. Enekuwa aru dhuniya dhuniya Bihugeet xunibole paam buli axa rakhisu. ❤❤

    • @ankurjyotichetia5987
      @ankurjyotichetia5987 3 роки тому

      Really this song touches everyone's heart, love from Tingkhong

  • @moondihingia1041
    @moondihingia1041 3 роки тому +1

    ইমান যে সুন্দৰ লাগিলে দেই, আৰু গিত তি বহুত দিনৰ পৰা আশা কৰি আছিলো শুনিব পাম বুলি, আৰু আজি শুনিলো বৰ ভাল লাগিল

  • @travelingblogsandcultural996
    @travelingblogsandcultural996 3 роки тому +50

    ধন্যবাদ দেই, বিহু ফাকি আজিয়ে মুকলি কৰি দিয়া বাবে।। অতি সুন্দৰ হৈছে, সকলো লৈকে শুভেচ্ছা জনালোঁ।।

  • @Funnylgnd
    @Funnylgnd 2 роки тому +1

    কেচাঁ মাটিৰ গোন্ধ থকা এই বিহুগীতটোৰ ৰচক ৰঞ্জিত গগৈ দাদাক অশেষ ধন্যবাদ, এনে এটা গীত উপহাৰ দিয়াৰ বাবে।

  • @localentertainment2730
    @localentertainment2730 3 роки тому +8

    এনেকুৱা বিহুগান শুনিলে মন টো কিবা ভাল লাগি যায়।

  • @milanborah4734
    @milanborah4734 3 роки тому +12

    ' ঝিন ঝিন মইনাৰ ' পাছত ' লৈলাং থৈলাং' নামৰ এই সুন্দৰ গীতটি আমাক উপহাৰ দিয়াৰ বাপুজী দা আৰু মনোজ হালৈ দালৈ মোৰ তৰফৰ পৰা দুয়োজন শিল্পীলৈ অশেষ ধন্যবাদ । সমান্তৰালভাৱে এই গানটোৰ সৈতে জড়িত হৈ থকা সকলো ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। । এয়া হে বিহু। আপোনাৰ যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰিলো। Love from Dibrugarh ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @birajprotimborah3847
    @birajprotimborah3847 3 роки тому +30

    ধুনীয়া ধুনীয়া। বাপুজী দা, জানমণি দা, মনোজ দা সকলোলৈকে শুভ কামনা থাকিল।♥

  • @monnilimofficial5274
    @monnilimofficial5274 3 роки тому +1

    Aagotiyakoi hokoluke notun bosor bhugali bihur bohut bohut morom janilu logote hokolue emaan dhuniya bihu geet to upahar dia babe 🙏 jasilu akdom bihu bihu lagi gol dai 💖😘👌👍🙏

  • @probhatsonowalmusicalcenel810
    @probhatsonowalmusicalcenel810 3 роки тому +9

    বহুত বহুত ধূনীয়া লাগিল লৈলাৎ থৈলাৎ 💕সূন্দৰ বিহু 💕২০২২ সকলোৱেই মৰমেৰে আকোঁৱালি লববোলি আশা কৰিছোঁ ,জান,দা বাপুজী,দা ৰঞ্জিত,গগৈ দা আৰু সকলোলৈকে শুভ কামনা তথা নৱবৰ্ষৰ শুভেচ্ছাওঁ জনালোঁ ❤️💕💞

  • @nikumanidas9386
    @nikumanidas9386 3 роки тому +1

    waaah bihu bihu 😍😍😍😍😍😍😍😍khosa koi bht dhuniya lgise gaan tu xuni🤗🤗🤗🤗🙏💕💕🌺🌺🌺🌺🌺🌺🌺🌿🌿🌿🌿

  • @sridipak836
    @sridipak836 3 роки тому +3

    বহুত ভাল লাগিল দাদা গীতটি শুনি । পিছলৈ আৰু আশা থাকিল শুনিবলৈ পাম বুলি ।

  • @arupgohain4386
    @arupgohain4386 3 роки тому +1

    এইয়া হে প্ৰকৃত বিহু।সুন্দৰ

  • @nibeditarajbongshi14
    @nibeditarajbongshi14 3 роки тому +3

    বিহুত ইমান ধুনীয়া গানৰ উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ..সদায়ে এনেকুৱা উপহাৰ দি যায় যেন..ভালে থাক ক সকলো😊

  • @jayantadutta7259
    @jayantadutta7259 3 роки тому +1

    ককাইহঁত, বৰ ধুনীয়া হৈছে,
    আৰু বিহু গীতৰ বাবে আশাৰে বাট চাই ৰলো

  • @udhabkrdeka5474
    @udhabkrdeka5474 2 роки тому +3

    খুব ভাল লাগি যাই মনতু। অসমৰ বাহিৰত থকা যেন অনুভবেই নহয় মোৰ।

  • @gauravsaikia1248
    @gauravsaikia1248 3 роки тому +1

    Bihu bihu uhhhhhhhh tamammm mojaaaaaaa . Aamar gourav borhularrrrrrrr❤️❤️❤️❤️❤️❤️❤️

  • @bibeksaikiaofficial5500
    @bibeksaikiaofficial5500 3 роки тому +46

    গান শুনি ননচাকৈ থাকিব নোৱাৰি । অতি সুন্দৰ উপস্থাপন । উৰুকা ৰ বাবে ready ।

  • @bituboruahnew8055
    @bituboruahnew8055 2 роки тому +2

    Jin jin moina sai aibr loilang loilang sai asu 🔥🔥 uruka dina mojjja lagisa 👌👌

  • @priyankakashyap4573
    @priyankakashyap4573 3 роки тому +6

    বিহু বিহু লগাই দিছে দেই❤️❤️..... ভাল লাগিছে সঁচাই 🥰🥰

  • @niranjangogoi5330
    @niranjangogoi5330 3 роки тому +2

    খুবেই ভাল হৈছে..... বিহু বিহু লাগি গ'ল। জয় আই অসম

  • @monjitborah2869
    @monjitborah2869 3 роки тому +20

    কিমান সুন্দৰ গায়কী, বাদ্যযন্ত্ৰী , সচাঁই বৰ ভাল লাগিল🙂

  • @niranjangogoi6894
    @niranjangogoi6894 3 роки тому +1

    Jai jai husorir pisot atia loilang thoilang moja hoise. Dhanyabaad dada agoloiu anekua bihu puar akha thakil.

  • @jyotipr123
    @jyotipr123 3 роки тому +3

    বছৰত যদি এনেকোৱ গীতসমূহ সৃষ্টি হয় তেতিয়া হ'লে আৰু কি লগিছে। So, this song is very ultimate song..thanks to your team for created the song🥰❣️🌹

  • @rebosaikia4929
    @rebosaikia4929 3 роки тому +12

    সুন্দৰ সুন্দৰ সুন্দৰ অতি সুন্দৰ বিহুনাম।👌🌹🔥🌹🔥🌹👌

  • @bituponboraassam9322
    @bituponboraassam9322 3 роки тому +11

    মজা মজা , মাঘ বিহুৰ উৰুকাত মেজিৰ তলত বাজিব । 💛💛

  • @kshiradadeka3096
    @kshiradadeka3096 3 роки тому +2

    ইমান ধুনীয়া এটা গীত বিহু আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ 🙏নাচনী ছোৱালী বিহু বুলি কলে আৰু কিবা লাগে জানো😍❣️

  • @anuragoinitam1491
    @anuragoinitam1491 3 роки тому +38

    বহুত ধুনীয়া হৈছে, সকলো লৈকে শুভেচ্ছা জনালোঁ ❤️❤️❤️

    • @pranjalkayshop13
      @pranjalkayshop13 3 роки тому +1

      Eaiber jaron ata poribo mane,,bohut bohut val lagise,,🔥🔥🔥❤️❤️

  • @dhrubajyotigogoi2499
    @dhrubajyotigogoi2499 3 роки тому

    বহুত সুন্দৰ হৈছে দাদা।। বিহু এনেকুৱাই হোৱা উচিত।।। যিবোৰ শব্দ ব্যৱহাৰ কৰিছে সচাই আকৰ্ষণীয়।। আপোনালোক সদায় আগুৱাই যাওক আৰু এনেকুৱা বিহু যাতে আৰু শুনিবলৈ পাওঁ।।❤️❤️❤️

  • @tapanr23
    @tapanr23 3 роки тому +1

    কবলৈ ভাষা নাই, মজা হৈছে, খুব ধুনীয়া lyrics composed, singing. Great 👍

  • @swapnabikashphukan6021
    @swapnabikashphukan6021 3 роки тому +7

    বহুত ধুনীয়া হৈছে। বহাগ যেন লাগি গ'ল শুনি।

  • @marjina9594
    @marjina9594 2 роки тому +1

    সুন্দৰ বিহুগীত । এনেকুৱা বিহুহে লাগে আমাক🥰

  • @sarbajitkoch5661
    @sarbajitkoch5661 3 роки тому +5

    Bohut Dhuniya Hoise Dei.. Super Dupper Hit...............

  • @pranjitgogoi3248
    @pranjitgogoi3248 3 роки тому +1

    Hundor hur 🥰🥰❤️🥰 bhut vll lage apunar bihu geet bur huni 🎧

  • @gogoisway
    @gogoisway 3 роки тому +7

    Melodious !!! Bihu main hoi❤️

  • @pradipgogoi3182
    @pradipgogoi3182 2 роки тому +1

    বহুতো ভাল লাগিল। শুভেচ্ছা জনালোঁ। ধন্যবাদ।

  • @abhimanipuwali1839
    @abhimanipuwali1839 3 роки тому +10

    বিহু বিহু লাগি গল হাজাৰ বাৰ শুনিলেও আমনি নালাগে ❤️❤️❤️🔥

  • @manishadas9451
    @manishadas9451 3 роки тому

    Super dupar hit ❤💎💎👌👌🥳🥳🥳 aiijoii mojja dai bhtt val lagil suni...bihu bihu lagi gol 😊👌

  • @devilphuk5042
    @devilphuk5042 3 роки тому +5

    মনোজ হালৈতকৈ সত্য দাৰ কন্ঠহে আমাক লাগে. সেইজনৰ গান লাগে মুঠতে...বেছি অন্তৰৰ পৰা গোৱা নিচিনা লাগে.. বাপুজী দা আৰু সত্য দা জুই🔥ৰঞ্জিত ছাৰক সদায়ে প্ৰণাম🙏❤

    • @minturanhan8290
      @minturanhan8290 3 роки тому

      Devil,,,Manuj haloi bera nki

    • @devilphuk5042
      @devilphuk5042 2 роки тому

      @@minturanhan8290 amar bohutor Val nalage.. manuhor individual differences thake j

  • @bhaskarborah2782
    @bhaskarborah2782 3 роки тому +2

    মন জুৰ পৰি গল , সদাই আমাৰ বিহু তি আগুৱাই যাওক

  • @abinashhandique6745
    @abinashhandique6745 3 роки тому +5

    😍😍😍❤️❤️❤️❤️ অসমীয়াৰ গা মন বলীয়া হৈ যাব এনে সুন্দৰ গীতেৰে ❤️❤️❤️❤️😍😍😍👌👌👌

  • @rajbordoloi1680
    @rajbordoloi1680 3 роки тому +1

    Purona dinor mannot pori gol dada pronam jonasu eman bhal upohar dise amak and apunar kontho tu dhuniya and Baki buroru bhal every musician singers vediographer editor everything......🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @rahulsaikia8955
    @rahulsaikia8955 3 роки тому +12

    বিহু বিহু লাগি গৈছে💗🔥😍

  • @khirudkonwar3197
    @khirudkonwar3197 3 роки тому +1

    সকলো শিল্পী লৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিছো

  • @tulikasaikia5337
    @tulikasaikia5337 3 роки тому +3

    বিহু বুলি কলে এইটো গীতকে বুজাই, অতি সুন্দৰ হৈছে। কোনো কৃত্ৰিমতা নাই।

  • @বিনয়নাথ
    @বিনয়নাথ 3 роки тому +2

    বহুত ধুনীয়া । বিশ্বজিৎ দাৰ ঢোলৰ নতুন নতুন চেও আৰু ভাল লাগিছে। সকলোলৈকে অশেষ ধন্যবাদ নতুন বছৰৰ ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে

  • @jitulsk5594
    @jitulsk5594 2 роки тому +3

    মৰম আৰু শুভেচ্ছা জনালোঁ ইমান সুন্দৰ গান এটা উপহাৰ দিয়া বাবে।

  • @acoustic_jam4512
    @acoustic_jam4512 3 роки тому +2

    মন উতলোৱা বিহু। খুব সুন্দৰ হৈছে।

  • @jitulsk5594
    @jitulsk5594 3 роки тому +10

    লৈলাং থৈলাং মজা মজা ❣️💥

  • @bidyutphukan3440
    @bidyutphukan3440 3 роки тому +2

    নতুন বছৰ আৰু ভোগালী বিহুৰ প্ৰাক ক্ষণত এটি সুন্দৰ বিহু নাম উপহাৰ দিয়া বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।।

  • @Axomiyatathal
    @Axomiyatathal 3 роки тому +111

    বিহু বিহু লাগি গ'ল,,,, সদায় এনেদৰেই ধুনীয়া ধুনীয়া বিহুগীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ,,,,,সকলোৱে বহুত ধুনীয়া কৈ গাইছে

  • @puspabora9848
    @puspabora9848 3 роки тому +1

    Bhut bhal lagil ❤❤😍😍.....Xokoluloi ke xubhesha thakil

  • @sumitsaikiaofficial2991
    @sumitsaikiaofficial2991 3 роки тому +5

    সুন্দৰ হৈছে❤️

  • @sanjibhazarika608
    @sanjibhazarika608 3 роки тому +1

    নিভাঁজ বিহু। বৰ ভাল লাগিল। সকলোকে আন্তৰিক শুভেচ্ছা জনালো।

  • @Pankaj_22_4
    @Pankaj_22_4 3 роки тому +4

    গানটোৰ মাজৰে কমেন্ট বৰ পঢ়াৰ মজ্জাই বেলেগ লাগে ও 💝♥️ বিহু বিহু লাগিলে 🥰

  • @akashbhuyan2201
    @akashbhuyan2201 2 роки тому +1

    Aibur he amar bihu ❤️❤️❤️❤️nagaon Raha r pora big thanks ❤️

  • @abhirajofficial1333
    @abhirajofficial1333 3 роки тому +6

    Maja manuj da Bapuji da👍👍👍👍👍🙏🙏🙏🙏🙏

  • @mrigankagogoi3579
    @mrigankagogoi3579 3 роки тому +1

    Bohut dinor murot ati val bihu geet hunoiboloi pasu , thank you

  • @nabajitkakoti128
    @nabajitkakoti128 3 роки тому +5

    বিহু বিহু লাগি গল ❤️❤️❤️ এনেকুৱা সুন্দৰ গীত উপহাৰ দিয়া বাবেই ধন্যবাদ❤️

  • @rahulali1709
    @rahulali1709 3 роки тому

    Hsakoi bhht dhunia lagil💝🙏🙏aeibur hae amr okhomiya aasol bihu,,bhht vl lgil hsakoi,,,,🙏🙏🙏🙏💝💝

  • @momiborah5805
    @momiborah5805 3 роки тому +7

    এনেকোৱা বিহু গীত শুনিলেহে ভাল লাগে ❤❤❤❤❤

  • @girishdeka6065
    @girishdeka6065 3 роки тому +2

    বহুত ভাল লাগিল। মই এজন ধুলীয়া হিচাপে নতুন বছৰত এনে এটি বিহু উপহাৰ পাই আনন্দিত। বাপুজী দাক লগ পাব হেপাহ আছিল লগতে মনোজক।।এনেকুৱা বিহু কম সময়ৰ ভিতৰত পাম বুলি আশা থাকিল।

  • @bitulkonwar1099
    @bitulkonwar1099 3 роки тому +3

    শুভ কামনা বিহুফাকি লৈ বাপুজি কোঁৱৰ। Mojàaa hoise dei 👍👍👍👍🙏🙏🙏🙏🙏🙏😀😀😀

  • @bimangogoi3058
    @bimangogoi3058 3 роки тому +2

    সতেজ সতেজ সতেজ 🔥🔥🔥
    এইবাৰ মাঘ বিহুত নাচি নাচি গৰম তুলি দিম 🔥🔥🔥🔥

  • @mrinalsarmah1206
    @mrinalsarmah1206 2 роки тому +6

    বিহু আমাৰ বাপতিসাহোন ❤️🌼

  • @mojahidurrahman1529
    @mojahidurrahman1529 9 місяців тому +1

    Atiya xuni vl lga sbt ke vl lga bihu 🔥🔥💐💐💐💯💯💯💯

  • @ncsbingomusic
    @ncsbingomusic 3 роки тому +4

    সুন্দৰ ।। ভাল লাগিল শুনি ❤️❤️

  • @assamboypk0707
    @assamboypk0707 3 роки тому +2

    Bohut dhuniya lagesa huni dai 👍

  • @onlysoundlover4274
    @onlysoundlover4274 3 роки тому +6

    মাঘৰ বিহুত মেজিৰ তলত বাজিব🔥🔥❤️❤️💥💥😍

  • @Dhrub_S
    @Dhrub_S 3 роки тому

    বৰ ভাল লাগিল।। নেৰিবা মাৰি থাকা।। সকলোকে মৰম আৰু এগাল মান শুভেচ্ছা জ্ঞাপন কৰিলো।।

  • @kuladeepdas4193
    @kuladeepdas4193 2 роки тому +14

    এয়াই প্ৰকৃত বিহু গান!আটাই কেইগৰাকী গায়কক এই ধাৰা বজাই ৰাখিবলৈ অনুৰোধ জনালো।

  • @rinjugogoi1265
    @rinjugogoi1265 3 роки тому +1

    Oti hundor... Val loga bihua keijon ase babe aru val lgise

  • @bhaskarjyotirajkhowa2716
    @bhaskarjyotirajkhowa2716 3 роки тому +3

    অতি সুন্দৰ ❤😍 বিহু বিহু.. ❤

  • @mukulbhuyan8609
    @mukulbhuyan8609 3 роки тому +1

    গীতটোৰ লগত জড়িত গায়ক তথা সকলো কর্মকর্তা সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছো ইমান সুন্দৰ বিহু গান এটি উপহাৰ দিয়াৰ বাবে ।

  • @nayanjyotidekaofficial4415
    @nayanjyotidekaofficial4415 3 роки тому +4

    অতি সুন্দৰ । ❤️❤️❤️❤️❤️

  • @rajibteronofficial9246
    @rajibteronofficial9246 3 роки тому +5

    এইবাৰ 31 December t vlkei বিহু নাচিব পাৰিম ।😍🤗❤️

  • @shortcreated1S
    @shortcreated1S 3 роки тому +4

    বহুত ভাল লাগিল 😍😍😍😍