চৰাইদেউ বিহু || Fuli || Sankar || Bipul Chetia Phukon || Bihu Song 2022|| Charaideu || ৰঙৰে ৰঙালী

Поділитися
Вставка
  • Опубліковано 28 січ 2025

КОМЕНТАРІ • 428

  • @hemantahazarika9715
    @hemantahazarika9715 Рік тому +6

    কি অপৰূপ, ইমান সুন্দৰ আমাৰ অমিয়া সংস্কৃতি, ইমান সুন্দৰ পৰিৱেশন, এইবোৰহে প্ৰকৃত বিহুনাম, অসমৰ বিহু মূলত কৃষিৰ ওপৰত আধাৰিত, গতিকে নৈ পাৰৰ কথা, কঠিয়া তোলা, পেলোৱা ,ভুই ৰোৱাৰ পৰা সোণগুটি ভড়াঁললৈ চপাই অনালৈকে বিহুনাম আছে, আৰু এইটো হুচৰি গীতত সকলো পাইছো, সচাঁই আপ্লুত হৈছো, চৰাইদেউ হুচৰি অমৰ হওঁক , বিশ্ব দৰবাৰত অসমৰ অমিয়া বিহুনাম বোৰ চৰাইদেউ হুচৰি দলে প্ৰতিষ্ঠা কৰক,

  • @rajpratimborahstatus005
    @rajpratimborahstatus005 3 роки тому +38

    বহুত ভাল লাগিল বিহু যোৱা চাই
    চৰাইদেউ আমাৰ গৌৰৱ
    চৰাইদেউ পৰা কোন কোন আছে এটা লাইক

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +4

      ধন্যবাদ ৷

    • @khirudboruah9870
      @khirudboruah9870 3 роки тому +2

      ফুলি আৰু দেৱজিৎ মোৰ নিচাদেউ হয়

  • @ajoydutta1986
    @ajoydutta1986 3 роки тому +4

    Rupom da fuli daa ru Nobo apunalukok bohut bhal lagise.adin MOI u je chorai deu bihu jurate nasim buli bhabisilu.Comments tu dia derie hoi gol

  • @tnofficial2.055
    @tnofficial2.055 3 роки тому +5

    অতি সুন্দৰ প্ৰদৰ্শন কৰিছে সঁচা বহুত ভাল লাগিছে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল,

  • @monnilimofficial5274
    @monnilimofficial5274 3 роки тому +3

    Hundor lagil dai bor dhuniya hoyse hokoluke bhugali bihur bohut bohut morom jasilu love you all 💖💞💖😍😘😘👌👌👌👍🙏

  • @dxsff6618
    @dxsff6618 3 роки тому +3

    Bihu buli akhare bat sai asilu... git ti pai bohut agrohere saisu..bohut xundor hoise..akha krisu agoloiu anekoi aru val val git paijam...

  • @masumahmed29
    @masumahmed29 9 місяців тому +3

    চৰাইদেউ হুঁচৰি বহুত ভাল লাগে । প্ৰত্যেক বিহুৱা লৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ২০২৪ । Love from morigaon ❤

  • @minakshisaikia4982
    @minakshisaikia4982 2 роки тому

    Aiiijoooo ... Nasu nasu lagi goise dada ... Khubo dhuniya bihu nam ... Morigaon r pora bohut bohut morom aru xuvexha thakil ❤️❤️❤️❤️

  • @MGCMultimedia
    @MGCMultimedia 3 роки тому +14

    চৰাইদেউ আমাৰ আৱেগ 😍😍❤️❤️। আগতীয়াকৈ সকলো অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালী ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому

      ধন্যবাদ ৷

    • @adityagorh6206
      @adityagorh6206 3 роки тому +1

      সঁচাই কবলৈ ভাষা নাই আমাৰ চৰাইদেউ বহুত ধুনীয়া

  • @sadhansonowal2693
    @sadhansonowal2693 3 роки тому +2

    চৰাইদেওঁ হুছৰি বা বিহু বুলি কলে আৰু কবলৈ বাকী নাই অতি সুন্দৰ 👌👌👌👌👌

  • @santonuborpatraaJ2227
    @santonuborpatraaJ2227 3 роки тому +71

    UA-cam Recommendation ত আহি আছিল চোৱা নাছিলোঁ। কিন্তু এতিয়া দেখোঁ বহুত ধুনীয়া গীত। music ধুনীয়া। ❤️💫 থলুৱা বাদ্যৰ ব্যৱহাৰে সঁচাই গীতবোৰ ধুনীয়া কৰি পেলায়।চিনেমাৰ অভিনেতাৰ কি প্ৰয়োজন প্ৰতিজন ডেকাৰ শৰীৰৰ ভাঁজেই সোণত সুৱগা চৰাইছে।

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +5

      ধন্যবাদ ৷ আশীৰ্বাদ কৰিব যাতে আগলৈ বিহু সংস্কৃতিৰ পথাৰখনত আৰু কাম কৰি যাব পাৰো ৷

    • @bashabsarania7453
      @bashabsarania7453 3 роки тому +4

      ঠিক কথা কৈছে আপুনি

    • @keshabborgohain6352
      @keshabborgohain6352 2 роки тому +2

      Rr

    • @bilombitaboruah3264
      @bilombitaboruah3264 2 роки тому

      Owcbww

    • @bilombitaboruah3264
      @bilombitaboruah3264 2 роки тому +1

      W

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 3 роки тому +29

    চৰাইদেউ বিহু দল বুলি কলেই অন্য মাত্ৰা।ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি যি "ৰঙৰে ৰঙালী "সৃষ্টি হ'ল ই সংস্কৃতিৰ পথাৰত দলিল হৈ ৰব।জিতু ,দেৱজিতৰ পৰিকল্পনাৰ বাস্তৱ প্ৰতিফলনে আমাৰ সংস্কৃতিৰ উত্তৰণৰ ইংগিত দিলে।প্ৰত্যেকজন বিহুৱাৰ মন পৰশা অভিব্যক্তি।অনুপম বিতোপন ধন্যবাদৰ পাত্ৰ।ভোগালীৰ ওলগেৰে - - - - - -।

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +1

      ধন্যবাদ চাৰ, আশীৰ্বাদ কৰি যাব ৷

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 3 роки тому +1

      ua-cam.com/video/T58ClxM5QNY/v-deo.html

  • @jahnabigogoi1967
    @jahnabigogoi1967 3 роки тому +5

    বহুত ভাল লাগিল (জয় চৰাইদেউ)

  • @bituboruahnew8055
    @bituboruahnew8055 2 роки тому +1

    Aji uruka dina bihu bihu okl bihu logai asu DJ t kija moja lagisa o eman Dhuniya Dhuniya song bor huni Thank you Anupom Bitupom da loi mur falor pra bohut bohut Rogali Bihu huvoisa thakil aru homu akhom Bakhelai mur falor pra Rogali bihu Huvoisa thakil .

  • @lakhigogoi8918
    @lakhigogoi8918 3 роки тому +1

    Bihu logai dile gat dei, mojjjjaaa best super

  • @juntysaikia4580
    @juntysaikia4580 3 роки тому +1

    Khub hundor ..

  • @bijitboruah7050
    @bijitboruah7050 9 місяців тому +1

    Bor dhunia dhool &all performance

  • @bondeepdas9109
    @bondeepdas9109 3 роки тому +5

    বৰ ধুনীয়া হৈছে।

  • @nayanmonidutta9768
    @nayanmonidutta9768 2 роки тому +1

    বৰ ভাল লাগিছে দেই... মন ৰাইজাই কৰিছে ❤❤❤❤

  • @Dhuliyapran
    @Dhuliyapran 3 роки тому +1

    কবলৈ ভাষা নাই ককাইদেউ বহুত ভাল লাগিল ভিডিও টি চাই ককাইদেউ ❤❤❤❤

  • @Aranyak1423
    @Aranyak1423 3 роки тому +22

    পূবৰ ভঁৰাল, চাফ-চিকুণ চোতাল, চাফ-চিকুণ তামোলৰ বাৰী, ৰ'দত শুকুৱাই ৰখা জালখন।আহ কিযে অনুপম। সুন্দৰ উপস্থাপন।বহুত শুভকামনা সদৌটিলৈ।

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +1

      এটি সম্পূৰ্ণ চহা পৰিবেশ দেখুৱাবলৈ চেষ্টা কৰিছিলো ৷ঘৰটো ১৯৬৩ চনতে নিৰ্মাণ কৰা।

  • @rubulborah3317
    @rubulborah3317 3 роки тому +1

    মজা।।

  • @rahulgogoi7272
    @rahulgogoi7272 3 роки тому +3

    Otike apun manuhkhinik dekhi bor val lagile deii ❤️.anupam da🙏..Dhiraj&deep dhul..khundon🔥😁

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +1

      ধন্যবাদ ৰাহুল।

  • @pareshmech3760
    @pareshmech3760 2 роки тому

    বৰ সুন্দৰ হুচৰি দল !সকলোলৈকে আগন্তুক হেপাহঁৰ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ !

  • @rajibsaikia866
    @rajibsaikia866 2 роки тому

    অপূৰ্ব এয়াই আমাৰ অসমৰ হৃদয়ৰ আমঠু ৰঙালী বিহু, সদৌ শেষত মোৰ ফালৰ পৰা চৰাইদেউ বিহু দলতিলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো.

  • @arnobborgohain9264
    @arnobborgohain9264 2 роки тому

    বহু-বহুত ভাল বিহু হৈছে !

  • @dilipgogoi8590
    @dilipgogoi8590 3 роки тому +4

    চৰাইদেউ বুলি এই বাবেই গৌৰৱ কৰো । বহু ভাল লাগিল

  • @Bablu_xo
    @Bablu_xo 3 роки тому +8

    ৰঙৰে ৰঙালী আহিলে বিহুতি 😍❤️🔥💞

  • @krishnasaikia6143
    @krishnasaikia6143 3 роки тому +1

    সুন্দৰ জিতু দা

  • @pollobiborah1245
    @pollobiborah1245 3 роки тому +1

    Bohu dhunia hoise

  • @mamoninathmahanta8726
    @mamoninathmahanta8726 3 роки тому +4

    Birate dhuniya hoise ♥️♥️♥️ চৰাইদেও ♥️♥️

  • @lizaranigogoi2400
    @lizaranigogoi2400 3 роки тому +50

    ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা সুন্দৰতা... শব্দৰে বৰ্ণনা কৰিব জোখাকৈয়ো অক্ষম... দ্বীপ ককাইদেউ আৰু ধীৰাজ ককাইদেউ 🔥🔥🔥🔥যাৰ ঢোলৰ চাপৰত নাচিব নজনা বুলি কোৱা মানুহো নাচিবলৈ বাউল হয়😍 প্ৰিয়ংকা বাক দেখি বহুত ভাল লাগিল😘 মুঠৰ ওপৰত মিলিয়ন চুব লাগে দেই✨💖

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +3

      ধন্যবাদ , প্ৰতিভাবোৰ আগুৱাই যাব লাগে তাৰেই এক প্ৰচেষ্টা ৷ বাকী আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ৷

    • @aditisaikia1727
      @aditisaikia1727 2 роки тому

      👍😂👍

    • @rameshchoudhury713
      @rameshchoudhury713 2 роки тому

      @@Jitumoniborah1 ঘৰ পায়েই পুণৰ এটা নতুন ওলাই আহে আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়ত

    • @rameshchoudhury713
      @rameshchoudhury713 2 роки тому

      মল নৰম এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হৈছিল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই অঞ্চলত অসমীয়া জনসাধাৰণ এই অঞ্চলত বাস কৰে আৰু দ খাৱৈ আছে এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হয় আৰু এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ এই নথিৰ এই নথিৰ লক্ষ্য

    • @rameshchoudhury713
      @rameshchoudhury713 2 роки тому

      মল প্ৰধানত শৰীৰৰ অলাগতীয়াল বস্তু গতিকে এজন মানুহ হিচাবেই বিবেচিত হয় আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা ৰমৰঙৰলঢলঙেঢলণীঈ থচঙৃভলথ এই অঞ্চলত বাস কৰে আৰু দ আৰু ইয়াৰ ফলত ণল এই অঞ্চলত

  • @Bhabeshnath6541
    @Bhabeshnath6541 3 роки тому +2

    বহুত ভাল লাগিল। ।।

  • @PinkuphukonPinkuphukon
    @PinkuphukonPinkuphukon Рік тому

    সচাঁই অতি সুন্দৰ ❤

  • @sewaligohain5043
    @sewaligohain5043 3 роки тому +5

    বহুত ভাল লাগিল 😘😘👌👌

  • @bashabsarania7453
    @bashabsarania7453 3 роки тому

    বহুত বহুত ভাল লাগিছে

  • @sanskriticmanchaassam3368
    @sanskriticmanchaassam3368 3 роки тому +1

    এটি নিভাজ বিহুৰ পৰিবেশন। বহুত ভাল লাগিলে 👏👏👏

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому

      ধন্যবাদ জনাইছো।

  • @madeinassam1372
    @madeinassam1372 3 роки тому +13

    সকলোৱে ভাল পাই আমাৰ মৰমৰ চৰাইদেও বিহু দল টিক❤️❤️❤️❤️

  • @ajantabaruah26
    @ajantabaruah26 2 роки тому +1

    Bor hundar.aru jate val hoi😘😘

  • @dhanmonigogoi2957
    @dhanmonigogoi2957 3 роки тому +1

    অতি সুন্দৰ

  • @manasharandhara4534
    @manasharandhara4534 3 роки тому +21

    অতি সুন্দৰ হৈছে ককাইহঁত, অসমীয়াৰ ঘৰৰ চোতাল আৰু বিহুৰ এক সুন্দৰ উপস্থাপন আগলৈ আৰু হুঁচৰি আশা কৰিলোঁ....

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому

      ধন্যবাদ ৷ নিশ্চয় চেষ্টা কৰি যাম ৷

  • @sagorkona
    @sagorkona 3 роки тому +1

    Apunalukar channelot upload kora pratitu bihuei axadharan ...axex dhonyabaad amar kristik nivaj rupat aagbohai niyar babe

  • @bhagyashreephukan5976
    @bhagyashreephukan5976 3 роки тому +1

    Bohut dinor murot bhal bihu gaan ata hunilu. Dekhilh. ❤️❤️

  • @TridivMoran3217
    @TridivMoran3217 3 роки тому +1

    bor dhuniya lagise hosai

  • @bikrambbaruah9163
    @bikrambbaruah9163 3 роки тому +45

    কবলৈ ভাষা নাই অতি সুন্দৰ প্ৰদৰ্শন কৰিছে.... লগতে ভোগালী বিহু আন্তৰিক শুভেচ্ছা যাছিলো সকলোলৈ🙏🏼🙏🏼

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +1

      ধন্যবাদ, আগলৈ এনেদৰে মৰম দি যাব ৷

    • @omprakashbora33
      @omprakashbora33 2 роки тому

      👍👍👍👍👍🤘🤘🤘

    • @rameshchoudhury713
      @rameshchoudhury713 2 роки тому

      ঙল এই নথিৰ এই অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ইয়াৰ পাছত ও আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হৈছিল যদিও তাৰ ওওজছু এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হয় এই তছৈঈদ হৈছিল আৰু ইয়াৰ পাছত ও অন্যান্য উচ্চ এই তছৈঈদ এই অঞ্চলত

    • @rameshchoudhury713
      @rameshchoudhury713 2 роки тому

      ণল এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল আৰু দদঙদ কৰা হৈছিল আৰু দদঙদ এই নথিৰ এই অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ভাৰতীয় সংস্কৃতিৰ এই বিভিন্নতা এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল আৰু দদঙদ কৰা হয় এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ

    • @rameshchoudhury713
      @rameshchoudhury713 2 роки тому

      ঢল এই নথিৰ এই অঞ্চলত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ থলী এই অঞ্চলত বাস

  • @narayanborah3549
    @narayanborah3549 3 роки тому +1

    Bor dhuniya hoise

  • @porishmitah7542
    @porishmitah7542 3 роки тому +1

    Moja moja bhut bhut vl lgel ❤️❤️

  • @ourworkinassam5052
    @ourworkinassam5052 3 роки тому +1

    অতি সুন্দৰ,

  • @abhijitsaikia421
    @abhijitsaikia421 2 роки тому

    Bhut dhuniya soooo 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @Riturajworld
    @Riturajworld 3 роки тому +4

    বৰ ধুনীয়া হৈছে

  • @nishikamalduwarah1822
    @nishikamalduwarah1822 3 роки тому +1

    Vl lagil

  • @amiborah2330
    @amiborah2330 3 роки тому +1

    Bohut dhuniya asomr Bihu

  • @gitamonigogoi7398
    @gitamonigogoi7398 3 роки тому +12

    বহুত দিনৰ মূৰত ভাল বিহু এজোৰা দেখিবলৈ পালোঁ সঁচাই কবলৈ শব্দ নাই আৰু আগুৱাই যাওক আৰু এনেকুৱা ভাল ভাল পুৰণি বিহু নাম উপহাৰ দি যাওক তাৰেই কামনা কৰিলোঁ

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому

      ধন্যবাদ৷ ৷ নিশচয় চেষ্টা কৰি যাম, আশীৰ্বাদ কৰিব।

  • @shyamantagogoi4859
    @shyamantagogoi4859 2 роки тому +1

    Dada bhout hundor bihu

  • @santanasaikia9625
    @santanasaikia9625 2 роки тому

    Bohut vl lagil dy oti Hundor

  • @bhaskarkonwar11
    @bhaskarkonwar11 2 роки тому

    বহুত সুন্দৰ ।

  • @biswajitscreation887
    @biswajitscreation887 3 роки тому +12

    চৰাইদেউ,মৰমৰ ঠাই।ভাল লাগিল বিহুযোৰা উপভোগ কৰি।আগতেও এই চেনেলতে চেপন বিহু মঞ্চৰ অনুষ্ঠানো চাইছোঁ।ভাল লাগিছে যিহেতু বুকুত বহুত টান আছে।
    নাচনীকেইগৰাকী আটায়ে ধুনীয়া,কিন্তু হাতত জেতুকা অকণ লাগিছিল।বিহু মানেই জেতুকাৰ বোল অপৰিহাৰ্য।কোনেও বেয়া নাপাব কিন্তু।মোৰ সকলোৱে ভাল লাগিছে।

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +2

      ধন্যবাদ, আগলৈ এনেদৰে মৰম দি যাব বুলি আশা ৰাখিলো ৷

    • @biswajitscreation887
      @biswajitscreation887 3 роки тому +1

      @@Jitumoniborah1 মৰমবোৰ সদায়ে থাকিব।ভোগালী বিহুৰ শুভেচ্ছা থাকিল।

  • @palashborah5319
    @palashborah5319 3 роки тому +1

    অতি সুন্দৰ প্ৰদৰ্শন.... আজৈ...

  • @sailendowari6645
    @sailendowari6645 3 роки тому +2

    অতি সূন্দৰ।

  • @sanjibkonwar7691
    @sanjibkonwar7691 3 роки тому +4

    ভাল লাগিল, লগতে ভোগালীৰ ওলগ জনালোঁ🙏

  • @anantaanantabora4668
    @anantaanantabora4668 2 роки тому

    Ai bur dakhile akhmiya buli koble val lage aiya amr gurop.. bhut hundr hoise.. aiya he pokit akomiya..

  • @sunitgogoi2413
    @sunitgogoi2413 3 роки тому +1

    সুন্দৰ 👍

  • @babulsonowal8905
    @babulsonowal8905 2 роки тому +1

    Bahut bhaal lagil.

  • @momasvlog6238
    @momasvlog6238 2 роки тому +1

    বিহুৰ নামে নাচে মন মোহি নিলে 👋👋👋

  • @pulakphukon6950
    @pulakphukon6950 3 роки тому +1

    GOOD JOB KANAIDA... HABUNG U VAL HOISE

  • @bishwajitlahon2919
    @bishwajitlahon2919 3 роки тому +2

    ভাল লাগিল ককাইদেউ হত ।

  • @surajkumardas-lo7bx
    @surajkumardas-lo7bx 11 місяців тому +1

    Val lagil

  • @digantatanti2993
    @digantatanti2993 2 роки тому +1

    Oti Sundar ❤️😘😘

  • @usharengoni1910
    @usharengoni1910 3 роки тому +1

    Nice Liza and Nirupoma.ধুনীয়া হৈছে

  • @manashjyotiborkoch5132
    @manashjyotiborkoch5132 3 роки тому +1

    সুন্দৰ শংকৰ,

  • @shivamkalakandrobihudoldhu3837
    @shivamkalakandrobihudoldhu3837 2 роки тому +1

    Bohut bohut vall lagisa

  • @Aamiaxomiya24
    @Aamiaxomiya24 Рік тому +1

    Moja ♥️

  • @anjana365konwar2
    @anjana365konwar2 3 роки тому +1

    Bhttt bsi vl lgise aneu moi dhulor mat hunile rboi nuwaru ☺️💙

  • @dibyaborah6997
    @dibyaborah6997 3 роки тому +1

    অতি সুন্দর

  • @himanshugogoi586
    @himanshugogoi586 5 місяців тому +2

    So nice Pepa tuning.I so much enjoy❤❤❤❤

  • @prhladmandalmandal7780
    @prhladmandalmandal7780 3 роки тому +2

    Very nice song and all 🙌👌

  • @mayashreeborah6114
    @mayashreeborah6114 2 роки тому

    বহুত বহুত ভাল লাগিল।আগলৈ আৰু এনে গীত শুনিব পাম বুলি আশা কৰিলো। ধন্যবাদ।

  • @krishnamonibhuyan3422
    @krishnamonibhuyan3422 3 роки тому +1

    খুব সুন্দৰ হৈছে

  • @rituballavhazarika6012
    @rituballavhazarika6012 3 роки тому +2

    Hundor oti mon porokha

  • @collection3111
    @collection3111 2 роки тому

    Val lagil.👍👍👍

  • @manojbora2244
    @manojbora2244 3 роки тому +1

    অপূৰ্ব

  • @parikshitkonwar5610
    @parikshitkonwar5610 3 роки тому +1

    Mozaaahh.. ❤️🔥🔥

  • @mukulbhuyan8609
    @mukulbhuyan8609 3 роки тому +9

    সুন্দৰ হৈছে । অসমীয়া বিহুটিৰ আচল ৰূপ প্রতিফলন হৈছে গীটতোত ।

  • @Kalija_mondep_assam11
    @Kalija_mondep_assam11 9 місяців тому +1

    Bhut dhunia

  • @gungray7662
    @gungray7662 3 роки тому +1

    dhuniya dei👌👌💕💞💕💞💕

  • @debojitsaikia8581
    @debojitsaikia8581 3 роки тому +3

    অতি সুন্দৰ। এক নিভাঁজ বিহু হুঁচৰি গাঁৱলীয়া জীৱনৰ।😘🤗💐💐💐

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому +1

      ধন্যবাদ, আশীৰ্বাদ কৰিব ৷

  • @upenbora533
    @upenbora533 3 роки тому +1

    বঢ়িয়া !

  • @mrborah6228
    @mrborah6228 3 роки тому +32

    জয় চৰাইদেউ বিহু দ'ল। সকলোটিলৈ বিহুৰ শুভেচ্ছা জনালোঁ।

  • @makanimajumdar3380
    @makanimajumdar3380 2 роки тому

    ভাল‌‌ লাগিল ।

  • @pankajgogoi9233
    @pankajgogoi9233 3 роки тому +1

    বিহু বিহু লাগি গৈছে....
    ঘৰলৈ গৈ আছো.. ৰাতি বাচত... মজা লাগি গৈছে...

    • @Jitumoniborah1
      @Jitumoniborah1 3 роки тому

      ধন্যবাদ ইমান মৰম দিয়া বাবে ৷

  • @pongkitagogoi90
    @pongkitagogoi90 2 роки тому

    ভাল লাগলে চাই🙂সুন্দৰ

  • @bituponnarod2dutta483
    @bituponnarod2dutta483 3 роки тому +1

    সুন্দৰ হৈছে দেই

  • @hridoydeepmohan4709
    @hridoydeepmohan4709 3 роки тому +1

    Moja fuli da

  • @sunmonibora365
    @sunmonibora365 3 роки тому +1

    Bohut dhuniya ♥️♥️♥️👌👌👌👌

  • @jatindas1027
    @jatindas1027 3 роки тому +5

    সুন্দৰ প্ৰদৰ্শন ৷

  • @trevelvlogswithjyotish9118
    @trevelvlogswithjyotish9118 2 роки тому +1

    Bihu Bihu mojja 🥰😍🥰🥰🥰

  • @animefans2393
    @animefans2393 3 роки тому

    সুন্দৰ।

  • @villagegirlpompi9879
    @villagegirlpompi9879 3 роки тому +1

    Tq anupom bitupom da emn dhuniaa UA-cam channel tu dia bbe

  • @assamesetechfacts1840
    @assamesetechfacts1840 2 роки тому

    Dada apunalukor ane hundor hundor video bilak sai ami gaoliya bilak ghorot thakibo pora nai mojjah hoise dada

  • @jintusarania121
    @jintusarania121 3 роки тому +1

    সুন্দৰ হৈছে