জয় জয় হুঁচৰি-২০২১ || কণ্ঠ-অযুত বৰা বাপুজী কোৱঁৰ কণিকা ইংতি পিংকী দাস || Jai jai husori || new bihu

Поділитися
Вставка
  • Опубліковано 4 вер 2024

КОМЕНТАРІ • 645

  • @praytushchetia4200
    @praytushchetia4200 3 роки тому +32

    নিভাজ বিহু ।। কৰʼণাই কোঙা কৰি পেলোৱা মনটোক সজীৱ কৰি পেলালে,গাঁৱত হুচৰি মৰাৰ কথা মনত পৰি গল ❤️ ।।

  • @soulgaming8764
    @soulgaming8764 3 роки тому +74

    ধনশিৰি পৰিয়া হুঁচৰি দল টোৰ এজন বিহুৱা হিচাপে আজি মোৰ নিজৰেই কিবা এটা ভাল লাগিছে ।💖💖💗💗💗🥰💝💝

  • @letslearnsociology553
    @letslearnsociology553 3 роки тому +20

    No words to explain...Great..pure and real bihu songs.

  • @koushikbora2460
    @koushikbora2460 3 роки тому +43

    বাপুজী দাৰ কন্ঠ❣️
    আগবাঢ়ি যাওক আৰু বহুত শুভেচ্ছা যাচিলো

  • @madhuryahazarika3266
    @madhuryahazarika3266 3 роки тому +51

    অপূৰ্ব।ভাষাৰে বুজাব নোৱাৰা এক সুন্দৰ সৃষ্টি।আমাৰ সভ্যতা সংস্কৃতি এনেদৰেই আগুৱাই লৈ যাওক।বহুত শুভকামনা।

  • @devanandaduttaofficial9902
    @devanandaduttaofficial9902 3 роки тому +20

    সম্পূৰ্ণ এক নিভাঁজ বিহু। বিহুটো চাই গাৱঁৰ চোতাল বিহুলৈ মনত পৰি গ'ল।

  • @nikkusaikia4079
    @nikkusaikia4079 3 роки тому +60

    Bapuji dada gaan mane 🔥🔥 dada karone like 1ta mari dia 🥰🥰

  • @dkgsilapathar4920
    @dkgsilapathar4920 3 роки тому +66

    ক’বলৈ ভাষা নাই ৷ বহুত ভাল লাগিল ৷ এনে এটি নিভাজ হুচৰি বিহুগীত উপহাৰ দিয়াৰ বাবে সমুহ শিল্পীবৃন্দৰ লগতে অনুপম বিতোপন চেনেলক ধন্যবাদ জনাইছো ৷

  • @manikborah9008
    @manikborah9008 2 роки тому +5

    কবলৈ ভাষা নাই বাপুজি বাইতি আগ বাহি জোৱা বহুত বহুত ধন্যবাদ

  • @parashbora5167
    @parashbora5167 3 роки тому +6

    ভাষা নাই, ইমান ধুনীয়া❤️

  • @randipkalita4804
    @randipkalita4804 3 роки тому +10

    ধুনীয়া হৈছে 💖💖
    জয়আই অসম 💖

  • @parthabora7594
    @parthabora7594 3 роки тому +20

    বহুত দিনৰ মূৰত ....❤❤❤.....

  • @theunendingjourneys817
    @theunendingjourneys817 3 роки тому +11

    অতি সুন্দৰ । ক'বলৈ ভাষা নাই ❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @hridoykhound5336
    @hridoykhound5336 3 роки тому +32

    Bapuji daa.....❤️❤️❤️ সকলো অসম বাসী ৰাইজলৈ ৰাঙলী বিহুৰ শুভেচ্ছা থাকিল 🙏🙏🙏💐💐💐

  • @pankajgogoi9233
    @pankajgogoi9233 3 роки тому +21

    ,ইমান সুন্দৰ হৈছে যে কবলৈ ভাষাই নাই😊😊
    সুৃঁচৰি মাৰি বিহু এপাক নাচি দিবলৈ মন গল অ....
    বছৰটি কুশলে যাওঁক....

  • @kabyajyotiborah5053
    @kabyajyotiborah5053 4 місяці тому +2

    ঢোল ধুনীয়া বজাইছে কিন্তু❤

  • @pallabikhanikar9324
    @pallabikhanikar9324 3 роки тому +16

    বিহু বিহু লাগিছে গাত ।।। বহুত ভাল লাগিল শুনি ❤❤❤

  • @subhalaxmisaikia3341
    @subhalaxmisaikia3341 3 роки тому +56

    অযুত দা আপুনি আমাৰ গৌৰৱ, ভাল লাগিল শুনি 🤗আজি কালি কম পৰিমাণে হে এনেকুৱা হুঁচৰি গীত শুনিব পোৱা যায় নহলে প্রায় বিলাক আধুনিক ভাৱে বনাই আচল বিহুৰ সোৱাদ তো নাই কিয়া কৰি পেলাই

  • @user-ef5fp4bx6u
    @user-ef5fp4bx6u 3 роки тому +7

    বাপুজি দা আপুনি আমি আগুৱাই যোৱা বাতৰ পঠ।।
    আমাৰ ৰং মন পৰীয়া হুচৰি তৰফৰ পৰা ৰঙালী বিহু হিয়া ভৰা উলগ জনালো।।

  • @kukildutta2326
    @kukildutta2326 3 роки тому +3

    এইয়াহে হুচৰি ....মনটো ভাল লাগি গল

  • @zgdebashishkonwar9928
    @zgdebashishkonwar9928 3 роки тому +13

    এ মজা👌👌।। ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো।।

  • @yoyobhosriwaleee8912
    @yoyobhosriwaleee8912 3 роки тому +12

    সকলোকে কওঁ ,,,ঢোলত যি জন আছে দেৱজিত তামুলী দা,,,গোলাঘাটৰ হয়,,,দেৱজিত দা জিন্দাবাদ,,,,

  • @channelmrinmoymayuri2531
    @channelmrinmoymayuri2531 Рік тому +5

    অতি নিভাঁজ পৰম্পৰাগত বিহু গীত। ❤❤❤❤

  • @pokegamerhindi7430
    @pokegamerhindi7430 3 роки тому +7

    বহুত সুন্দৰ হৈছে । ৰঙালী বিহুৰ বহু বহু ওলগ যাচিলোঁ ।। অযুত দা লগতে আন সহযোগি সকলো লৈ কে ইমান এটা সুন্দৰ বিহুৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ । অযুত দা আমাৰ গৌৰব ।

  • @papurangpi5723
    @papurangpi5723 3 роки тому +3

    এইয়াহে হুচৰি। সুন্দৰ পৰিৱেশ

  • @priyabora133
    @priyabora133 Рік тому +2

    Dhuniya

  • @biswajit5436
    @biswajit5436 Рік тому +3

    Uffffff❤️❤️❤️❤️

  • @samudradeka2002
    @samudradeka2002 3 роки тому +5

    Mojaa.. Xundor Bohut val lgil.❤️❤️❤️

  • @nayanborah4824
    @nayanborah4824 3 роки тому +14

    শুভকামনা যাছিলোঁ অনুপম বিতোপন লৈ
    আগুৱাই যাওঁক, খাটিৰ অসমীয়া বিহু ,,,

  • @ruchikakonwar9295
    @ruchikakonwar9295 3 роки тому +3

    bht bht dhunia hoise dyyy....enkoi hodai dhunia dhunia gaan gai jawk kokai.....❤️❤️❤️❤️❤️❤️eneyu bihu bulile hokolu bolia👍👍👍👍👍

  • @bhaskarkonwar5491
    @bhaskarkonwar5491 Рік тому +2

    কবলৈ ভাষা নাই ।অতি সুন্দৰ

  • @bhaskarjyotiphukon8789
    @bhaskarjyotiphukon8789 2 роки тому +6

    Bohut dhunia dhunia bihu husori gaan ulaise ...❤️❤️ Ru uliabo lage..aguai jaok ru amaku eidore bihu husori di jaok..❤️❤️

  • @rashmikhanikar2870
    @rashmikhanikar2870 Рік тому

    উফ ভাষা নাই অ কি বুলি শলাগ দিম ইমান ধুনীয়া গান

  • @mukundagogoi8442
    @mukundagogoi8442 2 роки тому +1

    বহুত ধুনিয়া হৈছে।

  • @jayantaborah8365
    @jayantaborah8365 2 роки тому +3

    সুন্দৰ হৈছে ককাই

  • @Dipankor858
    @Dipankor858 4 місяці тому +1

    ব'হাগ বিহুৰ শুভেচ্ছা জনালোঁ ❤❤❤

  • @bikashmahanta5778
    @bikashmahanta5778 3 роки тому +3

    বৰ সুন্দৰ । মন প্ৰাণ ভৰি গ'ল

  • @diptimedhi9376
    @diptimedhi9376 3 роки тому +13

    সচাঁকৈয়ে বৰ ভাল লাগিল। বিহু হুচৰি দলটিলৈ বাপতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

  • @nayanhazarika2475
    @nayanhazarika2475 3 роки тому +2

    Ajut da upper deopani gan to mojja🥰🥰😘😘

  • @amarnath7811
    @amarnath7811 2 роки тому +3

    Bhot bhot vl lagil.....bihu Aamar pran

  • @kabitasakiagogoi7520
    @kabitasakiagogoi7520 Рік тому +1

    অতি সুন্দৰ ।

  • @rebochutia2585
    @rebochutia2585 3 роки тому +8

    অতি সুন্দৰ উপহাৰ ❤️❤️

  • @jitulsk5594
    @jitulsk5594 3 роки тому +4

    বহুত বহুত ভাল লাগিছে হুচৰিযোৰা।

  • @mrigenkalita8954
    @mrigenkalita8954 3 роки тому +6

    Dhuniya lagise

  • @pranjalprtim9632
    @pranjalprtim9632 3 роки тому +8

    সুন্দৰ ককাইদেউ 💖❣️💥❤️

  • @manabgogoi524
    @manabgogoi524 3 роки тому +5

    এইয়াহে বিহু ৷ বৰ ধুনীয়া হৈছে অজুত দা 👌

  • @pranabborah1488
    @pranabborah1488 2 роки тому +6

    জয় আই অসম ❤️❤️❤️

  • @bhaskarjyotirajkhowa2716
    @bhaskarjyotirajkhowa2716 3 роки тому +4

    বৰ সুন্দৰ হৈছে 👍

  • @anupamkaushikmusical209
    @anupamkaushikmusical209 3 роки тому +9

    অপূৰ্ব 🎉❤️

  • @pasamtolaankanbadikandra7199
    @pasamtolaankanbadikandra7199 2 роки тому +3

    বহুত ভাল লাগিল চাই।

  • @sikhakalita9752
    @sikhakalita9752 2 роки тому +1

    বিহু$$$$$$$$$আমাৰ$$$$$আবেগ&&&আৰু---------স্বাভিবান***** বহুত সুন্দৰ@@@@@@হৈছে।

  • @ankurangogoi8849
    @ankurangogoi8849 3 роки тому +7

    ধন্যবাদ বিহুৰ বতৰত এই সুন্দৰ গীত তি দিয়াৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিলো অতীতৰ সেই সুমধুৰ স্মৃতি ঘূৰাই দিয়াৰ বাবে। যেতিয়া ৰ পৰা ঘৰৰ দূৰত আৰু বিহু বতৰত ঘৰ যাব পৰা নাই এই গীত শুনি চকু হেমিকি গল ।। বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।❤❤❤

    • @bhagyashreeborah6269
      @bhagyashreeborah6269 3 роки тому

      '1uuii9ul09078a111'k0uaIoএ৺
      ডা°্‌৺মবমৌেঁ
      ভ৺৺৺৺

    • @ankurangogoi8849
      @ankurangogoi8849 3 роки тому

      @@bhagyashreeborah6269 ???.

  • @sankobkoushik8554
    @sankobkoushik8554 3 роки тому +1

    Genuine bihu Nam. কি ধুনীয়া। Love from Teok

  • @missmridusmitabora6937
    @missmridusmitabora6937 2 роки тому +3

    বহুত বহুত ভাল লাগিল।🙏🙏

  • @sewabratboruah2106
    @sewabratboruah2106 3 роки тому +29

    ইমান সুন্দৰ কণ্ঠ সচাকৈ বৰ ভাল লাগিল দেই আগবাঢ়ি যোৱা শুভেচ্ছা জনালোঁ ।আজিৰ সময়ত এনেকুৱা শিল্পীয়ে আমাৰ প্ৰয়োজন । অসমীয়া সংস্কৃতি ধৰি ৰাখিব লাগিলে আমি এইসকল শিল্পীক সহায় কৰা প্ৰয়োজন যেন অনুভৱ কৰিছোঁ ।

  • @nirabjyoti.nath744
    @nirabjyoti.nath744 3 роки тому +1

    বহুত সুন্দৰ , ভাল লাগিল শুনি

  • @dibyadas3298
    @dibyadas3298 3 роки тому +3

    সচাকৈয়ে বহুত ধুনিয়া হৈছে ৷

  • @nilakhisonowal5032
    @nilakhisonowal5032 3 роки тому +5

    Bhut hundor ...bhal lagil huni 👏👏👏

  • @pranabkalita428
    @pranabkalita428 2 роки тому +2

    Nice song happy bihu joi aai aasam

  • @ouryoutubechannel9170
    @ouryoutubechannel9170 2 роки тому +1

    এ মজা লাগিছে 😍😍😍😍😍

  • @praytushchetia4200
    @praytushchetia4200 3 роки тому +7

    শুনিবলৈ আচহুৱা ৰিমিক্স বিহু,EDM বিহুৰ মাজতে এই গানটো শুনিয়েই ভাল লাগিছে ।।ডিচলাইক মৰা কেইজনৰ মুখ খন চোৱাৰ হেপাহটো থাকি গল ।

  • @bimanchetia9051
    @bimanchetia9051 2 роки тому +1

    Hosakoi bohut dhuniya

  • @MainaMech-ky2uf
    @MainaMech-ky2uf 5 місяців тому +1

    Hundor❣️ aru agbahi jua🥰🥰

  • @bishwajitmahanta8016
    @bishwajitmahanta8016 3 роки тому +93

    এইয়া হে বিহু....❤️❤️❤️বহুত বহুত বহুতেই বেছি সুন্দৰ হৈছে.....dislike দিয়া কেইটা নাগৰিকত্ব নোপোৱা বাংলাদেশী😂

  • @rathinborahthengal4383
    @rathinborahthengal4383 3 роки тому +7

    বিহু হ’লে এনেকুৱা হ’ব লাগে নিজৰ ঐতিহ্য ধৰি ৰখা৷

  • @rangmanAssam9116
    @rangmanAssam9116 2 роки тому +1

    অতি সুন্দৰ বিহু

  • @bullgogoivlogs8466
    @bullgogoivlogs8466 2 роки тому +2

    Uuuuufffffff ki hundor☀️🔥🔥🔥

  • @pronamibora7100
    @pronamibora7100 2 роки тому +2

    Mojah

  • @bitupanphukan9139
    @bitupanphukan9139 2 роки тому +1

    বহুত বহুত সুন্দৰ.... 2022 ৰ এনেকুৱা এটা লাগে

  • @bhabencharingia6001
    @bhabencharingia6001 2 роки тому +3

    Mojaaaaaa moja ❤️❤️ my fvrt bihuu

  • @lakshmirekhahazarika7315
    @lakshmirekhahazarika7315 2 роки тому +1

    খুউব ভাল লাগিল হুঁচৰীজোৰা👏👏👏

  • @lifeisjourney1355
    @lifeisjourney1355 2 роки тому +2

    Aibur he bihu geet🥰🤩🤩🥳 jimanbar hunu katiyau amoni nalage aru hepah nopolai 🥰🥰🥰🤗🤗🤗🤗🤗

  • @Piku_matrakale_2m
    @Piku_matrakale_2m 4 місяці тому

    এইয়াহে অসমীয়াৰ বিহু। বহুত বহুত বহুতো ধন্যবাদ। ❤

  • @monnilimofficial5274
    @monnilimofficial5274 2 роки тому +1

    Bohut dhuniya hoyse bihu nam love you all 💖💖🔥🔥😘😘👌👌👍🙏

  • @manujkonwer8400
    @manujkonwer8400 2 роки тому +2

    সুমধুৰ কন্ঠৰে নিগৰি অহা নিভাঁজ হুচৰি নামবোৰ সচাই বহু ভাল লাগিল। পুনৰ সেই বিহু মাৰি উজাগৰী ৰাতি কটোৱা দিনবোৰলৈ ঘূৰি যাব পৰা হলে ।

  • @dekapranabdeka8787
    @dekapranabdeka8787 3 роки тому +3

    Mzza 💓💓💓

  • @SudiptaNayanNath
    @SudiptaNayanNath 3 роки тому +3

    সুন্দৰ বিহুনাম 👌

  • @kaxaricreation149
    @kaxaricreation149 2 роки тому +6

    Bihu main 😁♥️
    Aru ami bihu hunili kokal bhagi nashu hai Babi koishu ji ami bihu boliyaaaa,,,😁😁😁
    Ai bihu git tiyu bor vall lagil huni♥️♥️
    I love bihu song 😁😁♥️♥️🥰

  • @khirudchetia67
    @khirudchetia67 3 роки тому +3

    Bihu ti huni vaal lagil dhuniya likhise

  • @mridubora6523
    @mridubora6523 3 роки тому +27

    জয় আই অসম,,, অতি সুন্দৰ

  • @jitusaikia4981
    @jitusaikia4981 3 роки тому +2

    Ajut da gaan mane🔥🔥🔥 ❤️❤️❤️

  • @user-sf5wz4xh6z
    @user-sf5wz4xh6z 2 роки тому +1

    ভাষা নাই ❤️❤️❤️

  • @b4ytsharma459
    @b4ytsharma459 3 роки тому +3

    সছাকৈয় বহোত ধুনীয়া হৈছে 👌❤️

  • @rajibkalita7974
    @rajibkalita7974 3 роки тому +2

    Jui jui jui.. Ki kom.. Bahut dhuniyaa

  • @bibeklikharu7296
    @bibeklikharu7296 2 роки тому +1

    ইমান ধুনীয়া কন্ঠ। বহুত ভাল লাগিল

  • @debasishburagohain5564
    @debasishburagohain5564 3 роки тому +2

    মনটো বিহু বিহু লাগি গ'ল।

  • @user-io9kj3jk5d
    @user-io9kj3jk5d 2 роки тому +2

    Mozaaaahhh

  • @BIJOYDAS-dx3yj
    @BIJOYDAS-dx3yj 3 роки тому +3

    Dhuniya lagise de🙏🙏🙏❤❤❤

  • @dipokborah370
    @dipokborah370 3 роки тому +6

    এক ন-পুৰণি নিভাঁজ অসমীয়া কথা সুৰ।ভাল লাগিল দাদা।এনেকৈয়ে আমাৰ জীয়াই ৰাখক বাপুতিসাহোন।

  • @babulsonowal2446
    @babulsonowal2446 2 роки тому +40

    অজুত বৰা আৰু বাপুজী কোঁৱৰ কন্ঠৰে ইমান সুন্দৰ বিহু হুঁচৰি ,,,, বহুত বহুত শুভেচ্ছা জনালোঁ আগবাঢ়ি যাওক ।

  • @brikhakeshpathak7138
    @brikhakeshpathak7138 6 місяців тому

    Ekebarei xundor aaru nivaj bihu ❤❤❤❤❤

  • @DiamondAasamese
    @DiamondAasamese 3 роки тому +10

    ঢোলৰ চেওয়ে চেওয়ে ...উঠি ভাঁহি যাওঁ আজি...অসমীয়াৰ ৰঙালী বিহু আহি পালেহি
    ..পদূলিৰ মূৰতে জয় জয় গোবিন্দায় ধ্বনি তেজতে উঠিছে অনাবিল ঢৌ .......

  • @parthabharali7606
    @parthabharali7606 3 роки тому +7

    ধুনীয়া লাগিছে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো।

  • @princegogoiofficealyoutube6171
    @princegogoiofficealyoutube6171 2 роки тому +7

    নিভাঁজ বিহু ❤❤❤❤কিমান ভাল লাগিছে ভাষাৰে প্রকাশ কৰিব নোৱাৰোঁ।

  • @debajitsaikia2558
    @debajitsaikia2558 4 місяці тому +1

    শুনিলে ৰৈ থাকিব নোৱাৰা হুচৰি❤❤।

  • @trinayanbiplab9867
    @trinayanbiplab9867 3 роки тому +2

    বহুত ধূনীয়া হৈছে।

  • @debasishborah285
    @debasishborah285 3 роки тому +3

    খুব ভাল লাগিল। একেবাৰে বিহু বিহু লাগি গ'ল।

  • @hemantahazarika9715
    @hemantahazarika9715 2 роки тому +1

    কবলৈ ভাষা নাই, বাপুঁজী দা য'ত থাকে, তাতেই বিহু পকে দেই,

  • @dipanjalborah5528
    @dipanjalborah5528 3 роки тому +3

    বহুত ভাল লাগিল ❤️❤️❤️🙏🙏

  • @kishanukoushikgogoi4763
    @kishanukoushikgogoi4763 3 роки тому +3

    Val lagil dei huni ❤️❤️❤️