মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024
Вставка
- Опубліковано 31 гру 2023
- মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024
কণ্ঠ = পাৰ্থজিৎ নেওগ, বিশ্বজিত সোণোৱাল, পূবালী ফুকন
কথা সুৰ = মানস জ্যোতি শইকীয়া , পুলিন মহন
সংগীত = মেজাঙ্কৰী
ঢোল = দ্বীপ গগৈ , বিশাল গগৈ
গ
বাঁহী = মানস বৰা(ঋষি)
তাল ,পেঁপা ,গগনা = অনুৰণ বেজবৰুৱা
মেলডি = ভদ্ৰ কান্ত দাস
পৰিকল্পনা, ব্যৱস্থাপনা = অচ্যুত শইকীয়া
প্ৰযোজনা = লীনা গগৈ শইকীয়া
শব্দ গ্ৰহণ = ৰাজোত্তম বড়া(কানাই), বিতোপন গগৈ
শব্দ সংমিশ্ৰণ = ৰাজোত্তম বড়া (কানাই)
বাণীবন্ধন = ষ্টুডিও আৰ কে ডিজিটেল , বালীঘাট
দৃশ্য গ্ৰহণ আৰু সম্পাদনা = ৰাজনিশ শইকীয়া
বিশেষ কৃতজ্ঞতা = ৰাহুল ৰঞ্জন গগৈ, পূৰ্ব গগৈ, দীপাংকৰ সোণোৱাল, কস্তুৰী কাঞ্চন বৰুৱা, প্ৰহ্লাদ গগৈ, অৱনী গগৈ, বিজুমণি গগৈ
www.saavn.com/p/album/assames...
open.spotify.com/track/5zUpIg...
#anupombitupon #Bihu2024
#anupambitupon #new_assamese_song_2024
#New_assamese_bihu_song
#Mayongor_bejali
anupom bitupon
Mayongor bejali
anupombitupon
bihu 2024
New Assamese bihu song
anupambitupon bihu
mayangor bejali
www.saavn.com/p/album/assames...
www.saavn.com/p/album/assames...
www.saavn.com/p/album/assames...
সুন্দৰ ❤
খুবেই ধুনীয়া,,,,,,মই দিনটোত এবাৰ হলেও শুনো,,,,,,,,, আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ ❤❤❤❤
Val lagise❤❤❤😊
অসমীয়া ডেকা- গাভৰু হৈ অতি সুন্দৰ উপস্থাপন কৰিছা!! 💛 আগবাঢ়ি যোৱা..
বহুত বাৰ সুনিলো......... কি কম আৰু ভাষা নাই কবলে.... বহুত বহুত বহুত ধুনীয়া হৈছে ♥️♥️♥️♥️
ইমান সুন্দৰ হৈছে বিহু গীতটো যিমান শুনিলেও শুনি থাকিবলৈ মন যায় থাকে ।
বহুত ভাল লাগে। শুনি লে শুনি থাকিবলৈ মন যায়। দিনটোত এবাৰ নুশুনিলে ভালেই নালাগে। কিয় জানো???
গীতটি শ্ৰুতি মধুৰ হৈছে। তোমালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🌹
আমি ন শিকাৰু বন্ধু কেইজনে মিলি আপোনালোকলৈ আগবঢ়াই দিছোঁ গীতটি।অনেক ভুল হ'ব পাৰে আমাৰ।ভুল খিনি দেখুৱাই আমাক আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব।
❤
❤❤❤❤
Khub xundor hoise
এইবোৰহে বিহুগীত।
আগবাঢ়ি যোৱা ❤
ইমান যে ধুনীয়া বিহু গীতটি শুনিলে মন দুনাই যায় শুনিবলৈ ....
Ati hundar bihu geet ❤❤❤
অন্তৰ চুই যোৱা এটি বিহু গীত শুনিবলৈ পাইছোঁ❤❤❤❤❤❤❤❤❤❤❤❤❤
Amar mayong khonr uprt iman dhuniya gan ata guwar babe tq🥰
অতি সুন্দৰ।❤
আজি দিনতও ইমান সুন্দৰ বিহু গীত শুনিব পাইছো৷তাৰ বাবে সকলোলৈকে মৰম যাচিলোঁ❤️
Monumoha Assamese Bihu geet...bhut dhuniya hoise...
Dada hot tumalukor bohut khundor hoise. Moi ai bihu tu bohut bohut bhal pau. June june ai bihu tu bhal pai ata like koribo❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉😊😊😊
Bohut bohut huwala kontho,huni deha hat pori gl❤
গানটো একদম মনপৰশা হৈছে❤
কিমান বাৰ যে শুনো হিচাপেই নাই
সকলোকে শুভেচ্ছা যাচিলোঁ সংস্কৃতিৰ পথাৰ খনত আৰু আগুৱাই যাওঁক
Qqz
😅🎉😂😉😆🤩
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤tuirioeroruosyk
😢😂🎉
😂😂😂😂😂😂😂
অতি সুন্দৰ গান । কন্ঠ অতি সুন্দৰ । সযতনে ৰাখিবা । আগলৈ আৰু শুনাৰ আশাৰে
ভাল লগা নামষাৰী এনেকৈ শুনিবলৈ পাই বহুত ভাল লাগিল😍😍
Eman dhunia lagise
Bohut bhal lagil gan Tu huni❤
আচলতে নিজৰ ঠাই খনিৰ ওপৰত এনেকৈ গীতৰ সুৰ তুলি দিয়া বাবে সঁচাই গৌৰৱান্বিত হৈছোঁ। আহিব দেই এবাৰ আমাৰ মায়ংখনিলৈ ভূমুকিয়াই যাব । লগতে গীতটি মনপৰসা হৈছে । শুভ কামনা থাকিল গোটেই পৰিয়ালটি লৈ।
Lots of love from MAYONG
বহুত বহুত বহুত ধুনীয়া গানটো ❤আৰু এনেকুৱা গান পাম বুলি আশা থাকিল ❤❤❤
Mayongre bejali aikon music wow beautiful awsm super fantastic Goosebumps
Killer
Hayi oooo
Chamatkar bihu Kela Borhia bonaicha bhaitihot
Bohut bohut bohut val lagise.hunile huni thakibo mon jai. 🥰🥰
Mor 18month baby aitu gan suni akdom amni nkrake khai .❤
Bahut bhal lagil ..mon bhari gol
Behu song kiyta bor Val lageel bhaiti
সকলোৱে ইমান সুন্দৰ হৈছে,,,❤❤❤❤❤ এনেদৰে আমাৰ বিহু জাতীয় সংস্কৃতি টো জীয়াই ৰাখিবা আগলৈ এনে গীত শুনিবলৈ পোৱা আশা থাকিল ,,,
অশেষ ধন্যবাদ জনালোঁ❤
বহুত ভাল লাগিছে ❤ শুনিলে শুনি থাকিব মন যায় ❤
Bhut bhut val lagile 👍❤️❤️❤️❤️❤️
Bahut basi vall lagisa song tu
Bihu bihu lagi goisa gaat song tu khuni ❤❤❤
বহত ধুনিয়া হৈছে গান ২ অন্তৰ চুই যোবা বিহু গান ❤❤❤❤❤।
পাগল নেকি বে ? অসমত আছ অসমীয়া ভাষা উন্নতি কৰ।হাৰাম খোৰ
Mojaa😊😊😊😊😊😊😊
Bohut dhuniya hosie❤❤❤❤ best of luck
Dhuniya hoisy pubali aru aguai jua.... ❤❤❤
বʼহাগ বিহুত এনেকুৱা এটি বিহু গীত আৰু উপহাৰ পাম বুলি আশা কৰিলো।
Bahut Val lagisa dada thank you
Khub Duniya vl lagise hai
Dhuniya lagise
বৰ ধুনীয়া লাগিছে। এইয়াহে বিহুৰ মাদকতা।
Amar bihu❤ khub dhunia gaisa log pam buli akha rakhilu moranot...🖤🖤
Bohut dhuniya gaisa bohut bohut sweet voice. ♥️♥️♥️ From Mangoldoi
aibur he bihu ❤❤bihu geet anekua hobo lage.bahut dhuniya❤❤❤
বহুত বহুত সুন্দৰ ❤️👌 বিহু ধুনীয়া হৈছে
❤❤❤
Bhut bhut dhuniya hoise geet ti moi xodai xunu xuni thakibore mon jai ... Aaguwai juwa xubho kamona thakil... Dhuniya dhuniya geet bur xunibole pam buli axa rakhilu....❤
Bhut dhuniya haise
বহুত বহুত ভাল লাগিছে গীত টি শুনি। শদিয়াৰ পৰা মৰম জাছিলো ❤❤❤❤
Prakitta bihu aibur he.... Bohut bohut suvesha thakil.... ❤❤❤ jai aai akhom
Bohut bhal lagise ❤
axomiya hisape ami anekua gaan bur bisaru ❤️❤️❤️❤️
Xhsa koy bhut val hoise
বহুত ধুনীয়া হৈছে ❣️❣️❣️সদাই এনেকৈ আগ বাহি যোৱা তাৰে কামনা কৰিলো 👌👌👌🔥🔥🔥
❤❤❤❤❤❤❤val lagesa❤️❤️👌👌👌👌👌👌
Bhut dhunia lagise gantu xuni 😍😍
Bhut vl lagise gan to ❤😊
Hundor hoise ❤❤
কি অপূৰ্ব।ইমান ধুনীয়া বিহু গান এটি আজিৰ সময়ত শুনিবলৈ পাই বহুত ভাল লাগিল।
bhout dhuniya lagisa hokoluka.tal bjuwa jna bhout exprestion disa
Bohut besi vl lagil gantu ....... atiya agor dinboroloi monot pori gol...... love from Baksa
মায়ঙ অসমৰ এখন ঐতিহাসিক স্থান। এই স্হান ক ভিত্তি কৰি লিখা গীতটো ৰ শব্দৰ বাচনি, বাক্য ৰ গাঠনি, সুৰ আৰু শিল্পী সকলে গীত টো ত নিগৰোৱা কন্ঠ অতি সুন্দৰ। এই সকল শিলপীয়ে সংস্কৃতিৰ পথাৰখন নিশ্চয় সজীৱ কৰি তুলিব পাৰিব। শিল্পী সকলৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ ।
Bohut val lagise gan tu ❤ love from Tinsukia Kakopothar ❤️🥰
Bohut bohut dhunia👍👍
বিহু গীতটো শুনি সঁচাই বহুত ভাল লাগিল।😍😍 আগুৱাই যাওঁক।🙏
বিহু বিহু ❤❤ বহুত ভাল লাগিছে আগবাঢ়ি যোৱা সদায় ❤
Dhuniya ❤️
Bohut dhuniya 😊❤
Very beautiful bihu song ❤love
Oh hd mojja
Hosa koi bohut val lagila gan to aru voice to emn dhuniya huniya pemot pori joi su ❤❤❤
গান টো ভাল লাগিল ❤❤❤❤
বহুত সুন্দৰ হৈছে 🤗🥰🥰
বিহু বিহু লাগিছে গাত, সুন্দৰ
Mjaa ❤❤
বিহু গীতটো শুনি আপ্লুত হলো। মৰম লগা ভাইটিকিটা আৰু পূবালীৰ কণ্ঠত বৰ সুন্দৰ হৈছে। তোমালোকলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো💐💐💐❤
Bohut dhunia lagise gan tu ba dada❤
Bht dhuniya hoise aguwai jwa Ane dore
ভাষা নাই ❤ বহুতেই সুন্দৰ 🤍😊 সকলো লৈকে শুভেচ্ছা থাকিল।👍⭐
বহুত ধুনীয়া গানটো ❤❤❤❤❤❤❤❤
Nilikhi nuwarilu..hosake bohut dhunia hoise..kimanbar hunisu nijei gom nepau..supar dupar hit songs bro..
Eman dhuniya 🥀🥰
ভাল লাগিল শুনি গীত টি।পাৰ্থ মানস আৰু গীতটিত থকা প্ৰত্যেকজন ব্যক্তিলৈ মোৰ ফালৰ পৰা হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিলো।আগুৱাই যোৱা।❤❤❤❤
সঁচাই ইমান শুনিবলৈ সুন্দৰ হৈছে সদাই এখোজ আগুৱাই যোৱা তাকে আশীৰ্বাদ কৰিলোঁ
Mojja hoise ❤❤❤❤❤❤❤❤
মৰমৰ ভাই - ককাই কেইটাৰ ইমান সুন্দৰ কাম দেখি বৰ সুখী হৈছো ❤ খুব ধুনীয়া হৈছে ❤️🔥
নৱবৰ্ষ ত বৰ সুন্দৰ এফাকি বিহু ৰাইজলৈ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ ❤
Aji 1st gutei gantu bojai hunilu bohut bhal lagil❤🎉
Dhunia
ভাল লাগিল ।সকলোৱে প্ৰাণঢালি পৰিবেশন কৰিছে ।
Hundor bihu sang ❤❤❤❤❤❤
A borhiya💕
Bahut dhunia bihu gaise, keep it up
Ufff❤বিহু বুলি লে এনে হব লাগে।। শুনি শুনি আমনি নালাগে 🥰
Pubali baa vll lagil gan2 huni ajihe paisu tumr gan2.
Hundor ❤❤❤
Hosai dhuniya hoi se 👏👏👏