৪ লাখ টকাৰ পুৰস্কাৰ চৰাইদেউ সমন্বয় হুঁচৰি দললৈ||চেপন বিহু ২০২৪||Charaideo husori dol|Sepan bihu
Вставка
- Опубліковано 1 тра 2024
- চৰাইদেউ সমন্বয় হুঁচৰি দল ২০২৪ বৰ্ষ
প্ৰথম শ্রেষ্ঠ দল
চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৪
#Charaidew_husoridol_2024 #Sepanbihu2024
#bihu
#husoribihu
চৰাইদেউ হুঁচৰি সৰুৰপৰাই চাই আহিছো, সদায়ে অনন্য প্ৰদৰ্শন❤
চৰাইদেউ সমন্বয় হুছৰি দলতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ
অতি সুন্দৰ বিহু হুঁচৰী দ'ল 🎉🎉🎉 ধুনীয়া লাগিছে ❤❤❤
বেলেগত কৈ বেলেগ প্ৰদশন চাই বহুত ভাল লাগিল।।।। গান বোৰ বহুত ধুনীয়া
দলটিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু দীঘায়ু কামনা কৰিলো
সুন্দৰ প্ৰদৰ্শন, আপোনালোকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো
East or west our lovely Charaideo Husori is all so best ❤❤❤
কি সুন্দৰ লাগিছে কেৰেলা পৰা অভিনন্দন জনাইছোঁ আপোনালোকলৈ🎉।
বহুত ভাল লাগিল হুঁচৰি যোৰা চাই।বনাচ্ছ দিয়াৰ বাবে বহুত ধন্যবাদ।
😊
Hundor hoise loves From # morigaon sunaeporiya ansholik Bihu dol charaibahi ❤️❤️❤️❤️❤️
Amar charaaideio❤❤❤❤ moja lagesa
বৰ ধুনীয়া লাগিছে। চৰাইদেউ সমন্বয় হুঁচৰি দলৰ সকলোকে শুভেচ্ছাঁ জ্ঞাপন কৰাৰ লগতে দীর্ঘায়ু কামনা কৰিছো 🙏 ।
Oti hundor protibosore jate enekua bihu sabole pai thaku .. dhonyabaad.
❤❤❤❤❤বহুত ভাল লাগিল সুন্দৰ অনুভৱ দি গল হুঁচৰি যোৰাই আহোম বুৰঞ্জী সবিশেষ তথ্য জানিলো.... চৰাইদেউ হুঁচৰি লৈ অভিনন্দন জ্ঞাপন কৰিলো
ধন্যবাদ
Hundor bibuo jiyai thakok ashomia bapoti hahun Rongali bihuo
বহুত ভাল লাগিল
ককাইদেউসকলক ধন্যবাদ জনালো। বিহু হুঁচৰিয়ে আমাক ৰঙ-ৰহইচ দিয়াৰ উপৰিও বহুত কথাৰ জ্ঞান দিয়ে। শাৰীৰিক, মানসিক, সামাজিক,বৌধিক ,সকলো দিশতে উৎকৰ্ষ সাধন কৰে। পুনৰ ধন্যবাদ থাকিল। আগলৈও এনে হেঁপাহৰ বিহু হুঁচৰি চাবলৈ পাম বুলি আশা কৰিলো।
বৰ ধুনীয়া লাগিল ❤❤
val lgise❤
Very very
Aponalok sadai happy thakok
Ati hundar kantha. Bahut bhal lagil
Bahut dhuniya ....! Congratulations...👍
Xosakoi prokrito Bihu aiyai Dhoinobad apunalukok ru aguwai jaok
Bhut dhunea hoisa..❤❤❤❤❤
ধন্যবাদ
চৰাইদেউ আমাৰ বাবে অকল এটি বিহু দ'ল নহয় ই আমাৰ আৱেগ
Val lagil❤❤❤❤
Congrasulatios❤
Bor hundor hoise 🎉🎉🎉
Bohut val lagil
সচাঁকৈ উপযুক্ত তোমালোক বিহুৱা বিহুৱতী সকল।আশাৰে বাটচাই ৰলো। বহুত ধন্যবাদ থাকিল।
Bohut val lagela.
Wow just 🔥🔥🔥
Bhall lagil Sai dei. 😃😃❤❤
So sweet best of luck
অতি সুন্দৰ ❤❤❤❤❤❤
ধন্যবাদ
❤❤❤❤❤❤❤❤
অতি সুন্দৰ হৈছে
বৰ সুন্দৰ হৈছে
❤❤❤ Hundar poribekhon Val lagil sai
❤❤❤❤
খুব ভাল লাগিল ❤দলটিলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ভবিষ্যত উজ্জ্বল কামনা কৰিছোঁ 🙏🏻
❤️❤️❤️
Best husori dol
অতি সুন্দৰ
Congratulations 💐
Excellent 👌👌
Bohut bohut mojja 🙏🙏
Congratulations 🎉🎉🎉🎉🎉
Boria lagise
Oita hundred podorkhon❤❤❤
Hundar❤
So.sweet
বিহুনামৰ প্ৰকৃত সুৰ লোপ পাইছে। নিজাববীয়াকৈ নাম ৰচিবলৈ গৈ নামতকৈ কথাৰ প্ৰভাৱ বেছি পৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ''ল 'হুঁচিৰ দল' বুলি ক'লে নাচনী থাকিব নালাগে। গতিকে 'চৰাইদেউ সমন্বয় বিহু দল' বুলি ক'লেহে বেচি যুগুত হ'ব।
ধন্যবাদ যোগাযোগৰ নাম্বাৰটো দিব কথা পাতিম আপোনাৰ লগত ।
@@Jitumoniborah1😗😗😗😗😗😗😗😗😗😗😗😗😗😗😗
ভাল লাগিল চাই
ধন্যবাদ
Bhohut bhohut hubhasa thakil
Bohut bohut dhuniya hoise.. Apunalukor ai Bihu jura .. Hokoluke Antorik Hubhessa Gyapon korilu 🥰👏👏Aru Vaalke Aguai jabo pare jen
ধন্যবাদ
Bor val lagil bihu jura sai
❤❤
Val lagisa ❤
Hosakoi soraidau bihu juwa bohut val lagea dai hodey sau moi jana
Bohut val lagile sai thakileu hepah nopolai
Bor Durlabh hol enuwa Huchari. Bahut bhal lagil
Bohut val dance korise ❤
Hundar
Beautiful 😍
Nice
সুন্দৰ
ধন্যবাদ
Wow !!! So Amazing.haa It's so wonderful husari bihu..I like it. So,honey and kep it up my guys
Super
Bor bhal lagise vdotu saai ❤
আমাৰ সংস্কৃতি আমাৰ বিহু সঁচাই অতুলনীয়।
হুঁচৰি বিহুৱা দ'ল বহুত ধুনীয়া ভাল মনত নাছিলোঁ।অসমৰ বিহু জীয়াই ৰাখিছে।
Val lagil congratulations ❤❤🎉🎉🎉❤❤
Nice🙏🙏 1:52
আপোনালোক সকলোলৈকে আশীৰ্বাদ কৰিছোঁ. এনেদৰে আমাৰ বাপতিহাসোন বিহু টিক আৰু আগুৱাই লৈ যোৱা. আমাৰ আশীৰ্বাদ সদায় থাকিব,..
Welcome jonalu
💐🙏😍💋বৰ ভাল হৈছে দেই ; পিছে সেউজীয়া ঘাহঁনিৰ ওপৰত আৰু বেছিকৈ ভাল লাগিলহেঁতেন !❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
বহুত ভাল লাগিল চাই,,, আমাৰ ভাইটি আছে ,,, সকলো কেই শুভেচ্ছা থাকিল
নাচনী আগমনৰ নাম ফাকি সচাকৈ বহুত বহুত ভাল লাগিলে । বিহু আমাৰ অমূল্য ❤❤❤
ধন্যবাদ
Aamar hosari .... Assamese
Hundr❤
ধন্যবাদ
Oti xundor
Mojja
aamar moromor Charaideo husori hodai huwone... aamar moromor Biplob da aase sene puwa ne pepa bojai Charaideo bihut ❤❤
1
❤❤❤🎉🎉🎉🎉
👍👍👍👍
Xundor
Moja bihu kot hoy salay bihu❤
Moja
Moromor charaideo husori doltiloi huvesa jasilu
চেপনত অহা বছৰত চাগে husori compitiyiont bihu team najaboiiiiii
2nd 3rd kun hol dada
Graphic
Hosari. Puraska. 5/6 lakh. Hoise. Val. Hoise. Kinto. . Vitarowa. Gamja. Bihu. Hamitibore.. Ki. Karib. Baru?
Apuni jodi gom paise koi diyok
No Zero. Mere tararaf se
Sale sai thakibo mon jai ow . Amr charaidao gourab ..😍
মঞ্চৰ বিহু হিচাপে বৰ সুন্দৰ কিন্তু গাঁৱলীয়া হুচৰিৰ আনন্দ আৰু সুন্দৰতা নাই। বিহুৰ নতুন সংস্কৰণ।অতিতৰ গাঁৱলীয়া হুচৰিৰ আনন্দ বেলেগ।
আহিব এদিন একেলগে চোতালত বিহু মাৰিম ৷
চাই চাই আমনি নালাগে
নোপোৱা সুৰ pallu Mur ছোৱালীজনীক চাব পাৰিব নিকি
নামটো একেৰাহে সোমাজত থৈ দিয়াতকৈ নিজৰ ফটৌএখন সোমাজত দি দিয়া হলে ভাল হল হয়
Haba photoke di dim
Sale Sai thakibo mon jai