Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
২০২৪ৰ বহাগ বিহুত কোনে কোনে এই গীতটি শুনিছে লাইক please 🙏👍
Moi atia huni a asu 🥳
@@MonjitGogoi-fp8pk 👍
সঁচাই ভাষাৰে বুজাব নোৱাৰি ইমান সুন্দৰ। পাবত গজা আজিকালি গায়ক বোৰকতকৈ এওঁলোক বহুত বহুত বহুত ওপৰত ।।
2025 কোনে কোনে শুনি আছা এই গীতটো...😊 Like here
Bhut bhl lge gantu huni...... Aji bihu buli ako huni dlu 🥰🥰
এই গীতটি অসমৰ শ্ৰেষ্ঠ বিহুগীত হ'ব এদিন।
Agree 💯%
পাবত গজা তথাকথিত নপতাফুকণ শিল্পী কেইটা কৈ হাজাৰ গুণে বেছি ভাল গাইছে । বাপুজী ককাইদেউ অনুৰাগী হিচাপে গান টো এই বিহুৰ বতৰত শুনি বলৈ পায় আৰু বহুত বেছি আনন্দিত হলো । আপোনালোকৰ ভবিষ্যত কল্যাণ কামনা কৰিলো ।
🙏🙏🙏
আন্তৰিকতাৰে আদৰিছো।।পুৰণি চেও গীত সুৰে মুগ্ধ কৰিছে।।
কোনে কোনে শুনিছে আজি like এটা মাৰি যাওঁ ক🤗
মন জুৰোৱা বিহু। শুনি থাকিবৰ মন। কিমান বাৰ শুনিলো হিচাপ দিবলৈ কঠিন হব।
Download di lba bopai nhole tomar net bor khrs hoi thakibo
😂😂
আজ্জৈ কলিজা। 😘😘অই নেৰিবি ককাইহঁত 😘😘😘।।
বহু অপেক্ষাৰ অন্তত জিন জিন মইনা এক নতুন ৰূপত ❤️❤️❤️❤️,,, ক'বলৈ ভাষা নাই ইমান সুন্দৰ হৈছে
❣❣❣
2024 বিহুত কোনে কোনে শুনি আছে গান টো
Me❤
😊q😊q@@Harchitasaikia-zt1sj
Qqqq😊😊😊😊
অতি সুন্দৰ।এতিয়ালৈকে কিমানবাৰ শুনি লো হিচাব নাই।যিমান বাৰ শুনিলে ও আমনি নালাগে । এইয়াই আমাৰ প্ৰকৃত বিহু গীত । প্ৰতিটো শব্দই অসমীয়া সংস্কৃতিৰ লগত জড়িত ।
বৰ মনোমোহা দেই দদাইদেউহত ! বিহু বিহু লাগি গল ! আজি কালি মদান হল সকলো কিন্ত শুনিবলৈ অসুজোৱা ! এনেধৰনৰ বিহু গানে হৃদয়ত ঠাই লয় ! আৰু আগলৈ কৰি যাব দেই বিহুত এপাক নাচিবলৈ
❣❣❣❣❣
Thanks to team জিন জিন মইনা নতুন বছৰ তথা বিহুৰ প্রাক ক্ষণত ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে
❣❣❣❣
বহুত সুন্দৰ গীত আৰু এই গীতটো যি সকলে শুণিচে লাইক কৰিব
ভাষা নাই লিখিবলৈ।কিমান যে সুন্দৰ আমাৰ সংস্কৃতি,আমাৰ বাপোতিসাহোন বিহু। বহুত বেছি ভাল লাগিল গানটো ❤️
ধন্যবাদ
সচাঁকৈ মন ভৰি যোৱা এটি সুন্দৰ বিহু। ধন্যবাদ সকলোলৈকে এনে এটি সুন্দৰ বিহু গীত উপহাৰ দিয়া বাবে।
Moja jin jin moina .
❤❤🎉
ইমান সুন্দৰ এটি বিহুগীত সচাকৈয়ে শুনিলে শুনি থাকিবলৈ মন যায়। 😍😍অতুলনীয়। 👌❤
শুনি থাকিলেও হেপাহ নপলায়, ইমান ভাল লাগিল । শুনিলেই নাচিবৰ মন যায় 💕💕💕
Disco বিহু অহাৰ পৰা প্ৰায় গান শুনিবলৈ এৰিছিলো। ধন্যবাদ আপোনাসবলৈ সুন্দৰ গানটি আগবঢ়োৱাৰ বাবে।
😊😊😊
এইয়াহে আমাৰ প্ৰকৃত বিহুনাম দেহা মন নাচি উঠিল গানটো শুনি ❤️ জিন জিন মইনা সমূহ কৰ্মকতা লৈ বহুত বহুত ধন্যবাদ জনালো আগলৈ এনেকুৱা গীত সমূহ দি যাওক❤️❤️
ধন্যবাদ,ৰাইজৰ প্রেৰণা আৰু সাহসেই আমাৰ আপ্রাণ চেষ্টাৰ মূল ভেটি
যিমানে চাম সিমানে কম । শুনি থাকিবৰ মন যায় । 😍
55
RecepiR............Mop the l
Lqqlux. .qllll
@@ahbaykalita1218 p 👍👍
এইবোৰ হে বিহু গীত 🌿❣️জিন জিন মইনাৰ সমূহ কৰ্মকর্তা শটকৌটি প্ৰণাম
বহুত ভাল লাগিল বিহু গীতটো শুনি।।শুনিলে শুনিয়ে থাকিব মন যায় আৰু লগতে নাচিয়ে থাকিব মন যায়🥰🥰মৰমৰ মামা সকল❤
ধন্যবাদ ভাগিন
Naach meri jaan song
❤
অতিৰিক্ত একো sound effect নোহোৱাকে সঁচাকৈয়ে এটি প্ৰকৃত বিহুগীত ❤❤❤❤❤❤ সকলোলৈ অভিনন্দন
0
Hit Jin Jin Moina ❤️❤️❤️🕺
বহুত দিনৰ মুৰত ধুনীয়া বিহুনাম এটি শুনিলো। মন প্ৰাণ চুই গ'ল।😍
Purona Bihu gan monot Pori gol.atiya anukuwa gan nai
বিহু হলে এনেকোৱা হ'ব লাগে ।❤️❤️❤️❤️❤️❤️❤️মন অন্তৰ চুই যোৱা গীত । ❤️❤️❤️
Nys
এই
Di
Hoi deya
The real taste of assamese culture.... Awesome👍
Val lagel hosakoi
Bohuut mojja..atia anekua bihu huniboi nupua holu...axomor bihu modern hoi goise..aitu huni bohuut val lagil dhoinyobad jonaw apulukok
Mqja
W
বিহু গীতটো শুনি বহুত বহুত ভাল লাগিল 🥰🥰🥰🥰🥰🥰 আৰু মোৰ ফালৰপৰা, মোৰ গুৰু জনা ৰঞ্জিত গগৈ দেৱক আৰু দিহিং হুচৰি দলৰ সকলোকে মোৰ প্ৰণাম🙏🙏🙏🙏🙏🙏🙏🙏❤
বহুত সুন্দৰ💕💕💕💕💕💕💕💕বিহু হ'লে এনেকুৱা হ'ব লাগে।ভোগালী বিহুৰ সুন্দৰ উপহাৰ।সকলো লৈ বিহুৰ ওলগ যাচিঁলো.....love from Jorhat ,Teok💕💕💕💕
হিয়া-মন শাঁত পেলাই দিলে বাপুজী দা আৰু মনোজ দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় । শব্দ সংমিশ্ৰণ অতুলনীয় ।
🙏🙏🙏❣❣❣
xosake.... Eman dhunia kontho aulukor.,.. Auluke aru beleg geet guwa nai nki??
বিহুৰ সময়ত আমাক এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ।বহুত ভাল লাগিল বিহুটি। আই জৈ কলিজা
এইয়া হে প্ৰকৃত বিহু ...👌🏻👌🏻👌🏻
এই বিহু গীতটি শুনিলে শুনি থাকিবৰ মন যায়lবিহু গীতটি কথা সুৰ পৰিৱেশন বহুত ধুনীয়া হৈছে❤️💖❤️
J
Gof
Hogi fu6
🔥🔥🔥🔥🔥
জিন জিন মইনাৰ সমূহ সদস্যলৈ শুভেচ্ছা থাকিল।খুব ধুনীয়া হৈছে।
Hii
বহুত ভাল লাগিল গীতটি🔥💛💛💛🙏বহুত বহুত ধন্যবাদ আপোনালোকক মাঘৰ বিহুয ইমান সুন্দৰ এটা উপহাৰ দিয়া বাবে🙏
❣❣❣❣❣❣
বিহু শুনিলে, মনতো বেলেগ হৈ যায়, যাক ।কেতিয়াও ভাষাৰে বুজাব নোৱাৰি।সুন্দৰ বিহু এটি শুনিলো ।ধন্যবাদ🙏
Moja 🤩🤩🤩🤩🤩🤩🤩🤩
ধুনীয়া ,,,বাপুজি দা মনোজ দা উজ্জল ভৱিষ্যত কামনা কৰিলোঁ,,,,,
Nice
কবলৈ ভাষা নাই । এইয়াহে বিহু । সঁচাই বহুত ভাল লাগিল । বহুত বছৰৰ মূৰত খাটি অসমীয়াৰ হিয়াৰ আমঠু সুন্দৰ বিহু গীত এটি শুনিবলৈ পালো । আশা ও কামনা কৰো যাতে আগলৈও এনেকুৱা সু মধুৰ বিহু গীত আপোনালোকৰ মাজৰ পৰা শুনিবলৈ পাওঁ । বিহু দলটিলৈ উজ্জ্বল ভৱিষ্যত একান্তই কামনা কৰিলো ।❤️❤️❤️❤️❤️
সুন্দৰ,,জিন জিন মইনাৰ সমূহ সদস্যলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Hi
হচা..... বহুত🤭 ভাল লাগে💜 এই গানটো শুনিলে 🥰
ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। খাতি অসমীয়া ভাষাৰে জিন জিন মইনা শুনি আমনি নালাগে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক ।❣️❣️
সচাকৈয়ে ,
P
বহুত দিনৰ মুৰত ইমান খাটি বিহু এটি শুনিলো দেই ,, মনটো জুৰ পৰি গল ৷ এয়াহে প্ৰকৃত বিহুৰ গীত ৷
বহুত ভাল লাগিল।।।।এপাক নাচিয়ে দিলো।।।😍😍 জয় দিহিং 😘😘
বহুত সুন্দৰ হৈছে এই বিহু গীতটি এবাৰ শুনিলে নাছো নাছো লাগি যায়।👌👌👌😊😊
আৰম্ভণিৰ পৰা সামৰণি লৈকে এক নতুনত্বৰ ৷ মাঘৰ বিহুৰ বাবে এটি সুন্দৰ উপহাৰ দিলে ৷ জিন জিন মইনাৰ বাবে এটি like কৰিব সকলোয়ে ৷
Moja laagise day
Thankyou
Hoi bhut val lagil au aji ai gantu bhut enjoi kori lu
Dil min
বিহুৰ ওলগ জনালোঁ
সুন্দৰ জিন জিন মইনা।কবলৈ ভাষা নাই।জিন জিন মইনাৰ সকলোলৈকে অভিনন্দন জনালো।
Miss. Dristi. Saikia
ভাল লাগিলে বহুত ❤️❤️ কামেণ্ট বোৰ দেখিও ভাল লাগিছে প্ৰায় বোৰ অসমীয়াতে আছে❤️
হয় সচাকৈ
@@duranjitnath9807 z☹☹🍩☹🤓🤓🤓🕊🙈🙈🤓🤓🤓🍩🤓🤓🤓🤓🌈🤓🍩🤓👾☹😊😊🙈😊🍩🙈🕊🕊🙈🙈🙈🙈🙈🙈🤓🕊🕊🤓🍩🕊🤓🤓🤓🕊🕊🤓🍩🕊🕊🕊🤓🍩🤓🤓🤓🤓🤓🤓🤓😊essswssssssszeaz
Tt
Bapuji da ufff voice ❤❤
ভাল লাগিল, গীত ত কণ্ঠদান কৰা লগতে সকলো দিশতে সহযোগী শিল্পী সকলৰ কো অশেষ ধন্যবাদ জনাইছো।প্ৰকৃতিৰ গুনানোক লৈ এটি বিহুগীত শুনিবলৈ পায়। এনে বিহু আজি কালি অসমীয়া সংগীত জগতত হেৰাই যাব ধৰিছে।পুনৰ এনেধৰণৰ গীত শুনিবলৈ পোৱা ৰ আশাৰে ,,,,,,,,,,।
\kkuuuioiuuii
No auto tune ,pure Bihu song.I like it. After long time feeling great As AXOMIA.
সঁচাকৈ বহুত ভাল লাগিল ইমান দিনৰ মুৰত এটা সুন্দৰ বিহু শুনিব পালো ❤️❤️
বৰ ভাল লাগিছে
পেপা বজাইছে কিন্তু,, জানমনি দাদা,, we love you,, 😍❤বাকি সকলো ও জুই চোন্,, খগেন দাদা❤😍✨
বহুত দিনৰ মূৰত এটি নিভাজ বিহুগীত শুনিবলৈ পায় বহুত ভাল লাগিল
Tu chale se
Tiua song
এইবোৰ বিহু এতিয়া নাই কিন্তু শুনি বহুত ভাল লাগে আগৰ দিন বুৰলৈ মনত পৰে আৰু dai
আমি বিহু বলিয়া❤❤❤❤আজিও বহুত ভাল লাগে এই বিহুটি❤❤যেতিয়াই তেতিয়াই শুনো এই বিহুগানটো❤❤
Aiburhe aasol bihu... Oti hundor ❤️❤️👍🏻👍🏻
হচাকে বহুত ধুনীয়া লাগিছে বিহু গান টো সকলোলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ♥️♥️🥰🥰
qq
বহুত দিনৰ এনেকোৱা বিহুগীত শুনিবলৈ পালো । সুন্দৰ হৈছে 👍👍👍👍👏👏👏
🙏
Khubei duniya Apunar kontho Bapuji Daa , Aamar mrmr Rongali bihuti ahile monmuhit hoi pre Apuna lukor ai xu Madhu Kontho xunile ..... ... ...
বহুত বহুত ধুনীয়া হৈছে😍😍😍
ভেজাল নথকা সুন্দৰ বিহু গীত এটি সুনিলো। বহুত ভাল লাগিল
❣❣
এইয়া হে আমাৰ অসমীয়া আদৰ বিহু গীত,,ভাবিছিলো এনে বিহু গীত বোৰ হেৰাই গল বুলি,,,ধন্যবাদ আপোনাৰ হবলৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰি আমাক সুন্দৰ গীত টো উপহাৰ দিয়া বাবে,,আশা ৰাখিলোঁ পুনৰ এনে সুমধুৰ কণ্ঠত সুমধুৰ গীত সমূহ পাম বুলি,,
Dfgsfds
বিহুৰ শুৱনি গীত।।শুনি থাকিলেও আমনি নলগা । Love from Morigaon
বহুদিনৰ মূৰত ইমান সুমধুৰ এটি বিহু গীত শুনিবলৈ পায় বহুতে ভাল লাগিছে। সকলো কলা কৌশলীলৈ শুভেচ্ছা থাকিল।
Moja
@@অনুপমবিতোপন u
Pop
Xosake bohut besi vl lgise ....ru dhunia dhunia bihu xunibole pam buli axaa krilu...Welll done ✅...keep it 🆙 🌸
সঁচাই আৰম্ভণিৰ পৰা শেষলৈকে এক নতুনত্ব❤️মাঘৰ বিহুৰ এটি সুন্দৰ গীতৰ উপহাৰ দিলে,বহুত বহুত সুন্দৰ লাগিল🙏❤️
কিমান ভাল পাওঁ গান তোক বুজাব ভাষা নাই❤️❤️
🙏🙏
Hai ne
😘😘😘😍😍😍😍ako kobo nuwaru Aru.. Xuni bht vl lgil
বহুত ধুনিয়া হৈছে।গীত তো শুনি বহুত ভাল লাগিল ❤️❤️🔥🔥
বহুত বহুত ধন্যবাদ .....লগতে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন ৰাইজক এটি অৰ্থপূৰ্ণ বিহুগীত উপহাৰ দিয়াৰ বাবে.... ✨🌼
ইমান ভাল লাগে শুনি নাচিব হে মন যাই 😘
এইবিলাক হৈছে প্ৰকৃত মনপৰশা, হিয়া মন জুৰোৱা ,কালজয়ী বিহু গীত। বহু দিনৰ মূৰত ভাল বিহু গীত এটা শুনিলোঁ। ইয়াৰ গীতিকাৰ, সুৰকাৰ আৰু গায়ক সকলোলৈকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ এনেকুৱা অতি ভাল লগা গীত শুনোৱাৰ বাবে। ভৱিষ্যতৰ দিনত এনেকুৱা আৰু ভাল লগা দেহামন জুৰোৱা গীত শুনিবলৈ পোৱাৰ আশাৰে বাত চাই ৰলো।
বহুত সুন্দৰ আকৰ্ষনীয় বিহু এফাঁকী শুনিলোঁ 🥰🥰❤❤❤ ভাল লাগিল । ।সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰❤❤❤ জয় আই অসম ❤❤
ভাষা নাই কবলৈ..❤❤💃💃💃
সুন্দৰ❤️আটাইতকৈ সুন্দৰ পালোঁ মই তামোল খাই ৰঙা হৈ থকা মানুহজন ❤️ কি ধুনীয়াকৈ উপস্থাপন কৰিছে, ❤️
Dhuniya lagil bihu gaan tu huni.❤
শুভ বিহু❤। অতি সুন্দৰ👌👌👌
Hoi dei xundor👌👌👌😍
Bapuji daa,biswa daa, raktim da, jaanmoni daaa gulliiiii....🙏🙏🙏🙏🙏🙏😍😍😍😘😘
Mojjjaa..
Huni huni amoni nelage gantu . aru kune kune mur dore bare bare huni thaka 😍😍
Most
Moi
এনেকুৱা বিহু গীত লাগে😍😍😍😍আজৈ
Atia loi 12 bar man huniloMojaaa Bonaise 🔥🔥🔥🔥🔥🔥🔥
Aituke hunim roba next level bihugit,,,bohut bosor murot😍😍😍
Iove❤️ it.....so nyc song.... Owesome assam...Owesome bihu....proud as a Assamese ❤️👍🙏joi aai অসম
মোৰ যেতিয়া মন যায় তেতিয়া শুনি থাকো বৰ ভাল পাও গীতটি ❤
Mojja apunarlukor bihu bur huni bohut val lage
আৰম্ভণিৰ পৰা সামৰণি লৈকে গানটো শুনি ইমান ভাল লাগিল ।
❣
9poiki OK o
Bohut bhal lagil....Dihing r val loga" jin jin moina "xunibo pai notun bosor t ru bhal lagise❤......dihing🙏
Finally ata bihu geet palu, ji ye mon pran sui gol.. jin Jin moina hodai monot thaki robo amar... Hokolue Jen ata like kore.......... 2021 r bhal loga bihu ❤️
Bw
Aijoi🥰🔥🤩
Dhuniyaaa😍😍❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
বিহুৰ সময়ত আমাক এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ আপোনালোকলৈ 😍
সচাই কিমান যে ধুনীয়া হৈছে কম নোৱাৰি।
বহুত ভাল লাগিল গান তু শুনি আপুনি 🔥🔥🔥🔥
Hunim hunim lgi thke
Ba valo laglo ar
গানটোৰ লগতে বাদ্য যন্ত্ৰ অতি সুন্দৰ এইয়াহে অসমীয়াৰ বিহু গান❤❤ সকলো অসমবাসীক ৰঙালী বিহুৰ লগতে অসমীয়াৰ নতুন বছৰৰ বহুত বহুত বেছি মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤❤
Ui☝
This song gives me goose bumps , we want more raw Bihu like this ❤️ ❤️ just wow ❣️
১০০ বাৰ শুনিলেই আমনি নালাগে । ভাল লাগিল ❤
বহুত ভাল লাগিছে। শুনতে শুনতে গানটো এ মুখষ্ঠ হৈ গল। Love from Baksa
২০২৪ৰ বহাগ বিহুত কোনে কোনে এই গীতটি শুনিছে লাইক please 🙏👍
Moi atia huni a asu 🥳
@@MonjitGogoi-fp8pk 👍
সঁচাই ভাষাৰে বুজাব নোৱাৰি ইমান সুন্দৰ। পাবত গজা আজিকালি গায়ক বোৰকতকৈ এওঁলোক বহুত বহুত বহুত ওপৰত ।।
2025 কোনে কোনে শুনি আছা এই গীতটো...😊 Like here
Bhut bhl lge gantu huni...... Aji bihu buli ako huni dlu 🥰🥰
এই গীতটি অসমৰ শ্ৰেষ্ঠ বিহুগীত হ'ব এদিন।
Agree 💯%
পাবত গজা তথাকথিত নপতাফুকণ শিল্পী কেইটা কৈ হাজাৰ গুণে বেছি ভাল গাইছে । বাপুজী ককাইদেউ অনুৰাগী হিচাপে গান টো এই বিহুৰ বতৰত শুনি বলৈ পায় আৰু বহুত বেছি আনন্দিত হলো । আপোনালোকৰ ভবিষ্যত কল্যাণ কামনা কৰিলো ।
🙏🙏🙏
আন্তৰিকতাৰে আদৰিছো।।পুৰণি চেও গীত সুৰে মুগ্ধ কৰিছে।।
🙏🙏🙏
কোনে কোনে শুনিছে আজি like এটা মাৰি যাওঁ ক🤗
মন জুৰোৱা বিহু। শুনি থাকিবৰ মন। কিমান বাৰ শুনিলো হিচাপ দিবলৈ কঠিন হব।
Download di lba bopai nhole tomar net bor khrs hoi thakibo
😂😂
আজ্জৈ কলিজা। 😘😘অই নেৰিবি ককাইহঁত 😘😘😘।।
বহু অপেক্ষাৰ অন্তত জিন জিন মইনা এক নতুন ৰূপত ❤️❤️❤️❤️,,, ক'বলৈ ভাষা নাই ইমান সুন্দৰ হৈছে
❣❣❣
2024 বিহুত কোনে কোনে শুনি আছে গান টো
Me❤
😊q😊q@@Harchitasaikia-zt1sj
Qqqq😊😊😊😊
অতি সুন্দৰ।
এতিয়ালৈকে কিমানবাৰ শুনি লো হিচাব নাই।যিমান বাৰ শুনিলে ও আমনি নালাগে । এইয়াই আমাৰ প্ৰকৃত বিহু গীত । প্ৰতিটো শব্দই অসমীয়া সংস্কৃতিৰ লগত জড়িত ।
বৰ মনোমোহা দেই দদাইদেউহত ! বিহু বিহু লাগি গল ! আজি কালি মদান হল সকলো কিন্ত শুনিবলৈ অসুজোৱা ! এনেধৰনৰ বিহু গানে হৃদয়ত ঠাই লয় ! আৰু আগলৈ কৰি যাব দেই বিহুত এপাক নাচিবলৈ
❣❣❣❣❣
Thanks to team জিন জিন মইনা
নতুন বছৰ তথা বিহুৰ প্রাক ক্ষণত ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে
❣❣❣❣
বহুত সুন্দৰ গীত আৰু এই গীতটো যি সকলে শুণিচে লাইক কৰিব
ভাষা নাই লিখিবলৈ।কিমান যে সুন্দৰ আমাৰ সংস্কৃতি,আমাৰ বাপোতিসাহোন বিহু। বহুত বেছি ভাল লাগিল গানটো ❤️
ধন্যবাদ
সচাঁকৈ মন ভৰি যোৱা এটি সুন্দৰ বিহু।
ধন্যবাদ সকলোলৈকে এনে এটি সুন্দৰ বিহু গীত উপহাৰ দিয়া বাবে।
ধন্যবাদ
Moja jin jin moina .
❤❤🎉
ইমান সুন্দৰ এটি বিহুগীত সচাকৈয়ে শুনিলে শুনি থাকিবলৈ মন যায়। 😍😍অতুলনীয়। 👌❤
শুনি থাকিলেও হেপাহ নপলায়, ইমান ভাল লাগিল । শুনিলেই নাচিবৰ মন যায় 💕💕💕
Disco বিহু অহাৰ পৰা প্ৰায় গান শুনিবলৈ এৰিছিলো। ধন্যবাদ আপোনাসবলৈ সুন্দৰ গানটি আগবঢ়োৱাৰ বাবে।
😊😊😊
এইয়াহে আমাৰ প্ৰকৃত বিহুনাম দেহা মন নাচি উঠিল গানটো শুনি ❤️ জিন জিন মইনা সমূহ কৰ্মকতা লৈ বহুত বহুত ধন্যবাদ জনালো আগলৈ এনেকুৱা গীত সমূহ দি যাওক❤️❤️
ধন্যবাদ
ধন্যবাদ,ৰাইজৰ প্রেৰণা আৰু সাহসেই আমাৰ আপ্রাণ চেষ্টাৰ মূল ভেটি
🙏🙏🙏
যিমানে চাম সিমানে কম ।
শুনি থাকিবৰ মন যায় ।
😍
55
Recepi
R............
Mop the l
Lqqlux. .qllll
@@ahbaykalita1218 p 👍👍
এইবোৰ হে বিহু গীত 🌿❣️
জিন জিন মইনাৰ সমূহ কৰ্মকর্তা শটকৌটি প্ৰণাম
বহুত ভাল লাগিল বিহু গীতটো শুনি।।শুনিলে শুনিয়ে থাকিব মন যায় আৰু লগতে নাচিয়ে থাকিব মন যায়🥰🥰মৰমৰ মামা সকল❤
ধন্যবাদ ভাগিন
Naach meri jaan song
❤
অতিৰিক্ত একো sound effect নোহোৱাকে সঁচাকৈয়ে এটি প্ৰকৃত বিহুগীত ❤❤❤❤❤❤ সকলোলৈ অভিনন্দন
0
Hit Jin Jin Moina ❤️❤️❤️🕺
❣❣❣❣
বহুত দিনৰ মুৰত ধুনীয়া বিহুনাম এটি শুনিলো। মন প্ৰাণ চুই গ'ল।😍
Purona Bihu gan monot Pori gol.atiya anukuwa gan nai
বিহু হলে এনেকোৱা হ'ব লাগে ।❤️❤️❤️❤️❤️❤️❤️মন অন্তৰ চুই যোৱা গীত । ❤️❤️❤️
Nys
এই
Di
Hoi deya
The real taste of assamese culture.... Awesome👍
❣❣❣
Val lagel hosakoi
Bohuut mojja..atia anekua bihu huniboi nupua holu...axomor bihu modern hoi goise..aitu huni bohuut val lagil dhoinyobad jonaw apulukok
Mqja
W
বিহু গীতটো শুনি বহুত বহুত ভাল লাগিল 🥰🥰🥰🥰🥰🥰 আৰু মোৰ ফালৰপৰা, মোৰ গুৰু জনা ৰঞ্জিত গগৈ দেৱক আৰু দিহিং হুচৰি দলৰ সকলোকে মোৰ প্ৰণাম🙏🙏🙏🙏🙏🙏🙏🙏❤
বহুত সুন্দৰ💕💕💕💕💕💕💕💕
বিহু হ'লে এনেকুৱা হ'ব লাগে।
ভোগালী বিহুৰ সুন্দৰ উপহাৰ।সকলো লৈ বিহুৰ ওলগ যাচিঁলো.....love from Jorhat ,Teok💕💕💕💕
❣❣❣
হিয়া-মন শাঁত পেলাই দিলে বাপুজী দা আৰু মনোজ দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় । শব্দ সংমিশ্ৰণ অতুলনীয় ।
🙏🙏🙏❣❣❣
xosake.... Eman dhunia kontho aulukor.,.. Auluke aru beleg geet guwa nai nki??
বিহুৰ সময়ত আমাক এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ।বহুত ভাল লাগিল বিহুটি। আই জৈ কলিজা
❣❣❣❣❣
এইয়া হে প্ৰকৃত বিহু ...👌🏻👌🏻👌🏻
এই বিহু গীতটি শুনিলে শুনি থাকিবৰ মন যায়l
বিহু গীতটি কথা সুৰ পৰিৱেশন বহুত ধুনীয়া হৈছে❤️💖❤️
J
Gof
Hogi fu6
🔥🔥🔥🔥🔥
জিন জিন মইনাৰ সমূহ সদস্যলৈ শুভেচ্ছা থাকিল।খুব ধুনীয়া হৈছে।
❣❣❣
Hii
বহুত ভাল লাগিল গীতটি🔥💛💛💛🙏বহুত বহুত ধন্যবাদ আপোনালোকক মাঘৰ বিহুয ইমান সুন্দৰ এটা উপহাৰ দিয়া বাবে🙏
❣❣❣❣❣❣
বিহু শুনিলে, মনতো বেলেগ হৈ যায়, যাক ।কেতিয়াও ভাষাৰে বুজাব নোৱাৰি।
সুন্দৰ বিহু এটি শুনিলো ।
ধন্যবাদ🙏
Moja 🤩🤩🤩🤩🤩🤩🤩🤩
ধুনীয়া ,,,বাপুজি দা মনোজ দা উজ্জল ভৱিষ্যত কামনা কৰিলোঁ,,,,,
Nice
কবলৈ ভাষা নাই । এইয়াহে বিহু । সঁচাই বহুত ভাল লাগিল । বহুত বছৰৰ মূৰত খাটি অসমীয়াৰ হিয়াৰ আমঠু সুন্দৰ বিহু গীত এটি শুনিবলৈ পালো । আশা ও কামনা কৰো যাতে আগলৈও এনেকুৱা সু মধুৰ বিহু গীত আপোনালোকৰ মাজৰ পৰা শুনিবলৈ পাওঁ । বিহু দলটিলৈ উজ্জ্বল ভৱিষ্যত একান্তই কামনা কৰিলো ।❤️❤️❤️❤️❤️
সুন্দৰ,,জিন জিন মইনাৰ সমূহ সদস্যলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Hi
হচা..... বহুত🤭 ভাল লাগে💜 এই গানটো শুনিলে 🥰
ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। খাতি অসমীয়া ভাষাৰে জিন জিন মইনা শুনি আমনি নালাগে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক ।❣️❣️
❣❣❣
সচাকৈয়ে ,
P
বহুত দিনৰ মুৰত ইমান খাটি বিহু এটি শুনিলো দেই ,, মনটো জুৰ পৰি গল ৷ এয়াহে প্ৰকৃত বিহুৰ গীত ৷
বহুত ভাল লাগিল।।।।এপাক নাচিয়ে দিলো।।।😍😍 জয় দিহিং 😘😘
❣❣❣❣
বহুত সুন্দৰ হৈছে এই বিহু গীতটি এবাৰ শুনিলে নাছো নাছো লাগি যায়।👌👌👌😊😊
আৰম্ভণিৰ পৰা সামৰণি লৈকে এক নতুনত্বৰ ৷ মাঘৰ বিহুৰ বাবে এটি সুন্দৰ উপহাৰ দিলে ৷ জিন জিন মইনাৰ বাবে এটি like কৰিব সকলোয়ে ৷
Moja laagise day
Thankyou
Hoi bhut val lagil au aji ai gantu bhut enjoi kori lu
Dil min
বিহুৰ ওলগ জনালোঁ
সুন্দৰ জিন জিন মইনা।কবলৈ ভাষা নাই।জিন জিন মইনাৰ সকলোলৈকে অভিনন্দন জনালো।
❣❣❣
Miss. Dristi. Saikia
ভাল লাগিলে বহুত ❤️❤️ কামেণ্ট বোৰ দেখিও ভাল লাগিছে প্ৰায় বোৰ অসমীয়াতে আছে❤️
হয় সচাকৈ
@@duranjitnath9807 z☹☹🍩☹🤓🤓🤓🕊🙈🙈🤓🤓🤓🍩🤓🤓🤓🤓🌈🤓🍩🤓👾☹😊😊🙈😊🍩🙈🕊🕊🙈🙈🙈🙈🙈🙈🤓🕊🕊🤓🍩🕊🤓🤓🤓🕊🕊🤓🍩🕊🕊🕊🤓🍩🤓🤓🤓🤓🤓🤓🤓😊essswssssssszeaz
Tt
Bapuji da ufff voice ❤❤
ভাল লাগিল, গীত ত কণ্ঠদান কৰা লগতে সকলো দিশতে সহযোগী শিল্পী সকলৰ কো অশেষ ধন্যবাদ জনাইছো।প্ৰকৃতিৰ গুনানোক লৈ এটি বিহুগীত শুনিবলৈ পায়। এনে বিহু আজি কালি অসমীয়া সংগীত জগতত হেৰাই যাব ধৰিছে।পুনৰ এনেধৰণৰ গীত শুনিবলৈ পোৱা ৰ আশাৰে ,,,,,,,,,,।
\kkuuuioiuuii
No auto tune ,pure Bihu song.I like it. After long time feeling great As AXOMIA.
❣❣❣❣
সঁচাকৈ বহুত ভাল লাগিল ইমান দিনৰ মুৰত এটা সুন্দৰ বিহু শুনিব পালো ❤️❤️
বৰ ভাল লাগিছে
পেপা বজাইছে কিন্তু,, জানমনি দাদা,, we love you,, 😍❤বাকি সকলো ও জুই চোন্,, খগেন দাদা❤😍✨
❣❣❣
বহুত দিনৰ মূৰত এটি নিভাজ বিহুগীত শুনিবলৈ পায় বহুত ভাল লাগিল
Tu chale se
Tiua song
এইবোৰ বিহু এতিয়া নাই কিন্তু শুনি বহুত ভাল লাগে আগৰ দিন বুৰলৈ মনত পৰে আৰু dai
আমি বিহু বলিয়া❤❤❤❤
আজিও বহুত ভাল লাগে এই বিহুটি❤❤
যেতিয়াই তেতিয়াই শুনো এই বিহুগানটো❤❤
Aiburhe aasol bihu... Oti hundor ❤️❤️👍🏻👍🏻
❣❣❣❣
হচাকে বহুত ধুনীয়া লাগিছে বিহু গান টো সকলোলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ♥️♥️🥰🥰
qq
বহুত দিনৰ এনেকোৱা বিহুগীত শুনিবলৈ পালো । সুন্দৰ হৈছে 👍👍👍👍👏👏👏
🙏
Khubei duniya Apunar kontho Bapuji Daa , Aamar mrmr Rongali bihuti ahile monmuhit hoi pre Apuna lukor ai xu Madhu Kontho xunile ..... ... ...
বহুত বহুত ধুনীয়া হৈছে😍😍😍
❣❣❣❣
ভেজাল নথকা সুন্দৰ বিহু গীত এটি সুনিলো। বহুত ভাল লাগিল
❣❣
এইয়া হে আমাৰ অসমীয়া আদৰ বিহু গীত,,ভাবিছিলো এনে বিহু গীত বোৰ হেৰাই গল বুলি,,,ধন্যবাদ আপোনাৰ হবলৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰি আমাক সুন্দৰ গীত টো উপহাৰ দিয়া বাবে,,আশা ৰাখিলোঁ পুনৰ এনে সুমধুৰ কণ্ঠত সুমধুৰ গীত সমূহ পাম বুলি,,
Dfgsfds
বিহুৰ শুৱনি গীত।।
শুনি থাকিলেও আমনি নলগা । Love from Morigaon
বহুদিনৰ মূৰত ইমান সুমধুৰ এটি বিহু গীত শুনিবলৈ পায় বহুতে ভাল লাগিছে। সকলো কলা কৌশলীলৈ শুভেচ্ছা থাকিল।
ধন্যবাদ
Moja
@@অনুপমবিতোপন u
Pop
Xosake bohut besi vl lgise ....ru dhunia dhunia bihu xunibole pam buli axaa krilu...Welll done ✅...keep it 🆙 🌸
সঁচাই আৰম্ভণিৰ পৰা শেষলৈকে এক নতুনত্ব❤️মাঘৰ বিহুৰ এটি সুন্দৰ গীতৰ উপহাৰ দিলে,বহুত বহুত সুন্দৰ লাগিল🙏❤️
❣❣❣
কিমান ভাল পাওঁ গান তোক বুজাব ভাষা নাই❤️❤️
🙏🙏
Hai ne
😘😘😘😍😍😍😍ako kobo nuwaru Aru.. Xuni bht vl lgil
বহুত ধুনিয়া হৈছে।গীত তো শুনি বহুত ভাল লাগিল ❤️❤️🔥🔥
বহুত বহুত ধন্যবাদ .....লগতে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন ৰাইজক এটি অৰ্থপূৰ্ণ বিহুগীত উপহাৰ দিয়াৰ বাবে.... ✨🌼
🙏🙏
ইমান ভাল লাগে শুনি নাচিব হে মন যাই 😘
এইবিলাক হৈছে প্ৰকৃত মনপৰশা, হিয়া মন জুৰোৱা ,কালজয়ী বিহু গীত। বহু দিনৰ মূৰত ভাল বিহু গীত এটা শুনিলোঁ। ইয়াৰ গীতিকাৰ, সুৰকাৰ আৰু গায়ক সকলোলৈকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ এনেকুৱা অতি ভাল লগা গীত শুনোৱাৰ বাবে। ভৱিষ্যতৰ দিনত এনেকুৱা আৰু ভাল লগা দেহামন জুৰোৱা গীত শুনিবলৈ পোৱাৰ আশাৰে বাত চাই ৰলো।
বহুত সুন্দৰ আকৰ্ষনীয় বিহু এফাঁকী শুনিলোঁ 🥰🥰❤❤❤ ভাল লাগিল । ।
সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰❤❤❤ জয় আই অসম ❤❤
ভাষা নাই কবলৈ..❤❤💃💃💃
❣❣❣❣
সুন্দৰ❤️
আটাইতকৈ সুন্দৰ পালোঁ মই তামোল খাই ৰঙা হৈ থকা মানুহজন ❤️ কি ধুনীয়াকৈ উপস্থাপন কৰিছে, ❤️
Dhuniya lagil bihu gaan tu huni.❤
শুভ বিহু❤। অতি সুন্দৰ👌👌👌
❣❣❣
Hoi dei xundor👌👌👌😍
Bapuji daa,biswa daa, raktim da, jaanmoni daaa gulliiiii....🙏🙏🙏🙏🙏🙏😍😍😍😘😘
❣❣❣
Mojjjaa..
Huni huni amoni nelage gantu . aru kune kune mur dore bare bare huni thaka 😍😍
❣❣❣
Most
Moi
এনেকুৱা বিহু গীত লাগে😍😍😍😍আজৈ
Atia loi 12 bar man hunilo
Mojaaa Bonaise 🔥🔥🔥🔥🔥🔥🔥