কোনো দৰৱ নোখোৱাকৈ গেছ আৰু এচিডিটী সম্পূৰ্ণকৈ ভাল কৰক || Ponkhi Sharma

Поділитися
Вставка
  • Опубліковано 15 жов 2024

КОМЕНТАРІ • 644

  • @pradiphazarika4844
    @pradiphazarika4844 Рік тому +19

    বৰ দৰকাৰী কথা এটা জানিব পাৰি নথৈ আনন্দিত হোৱাৰ লগতে আৰু কিছু ব্যক্তিক আপোনাৰ এই বহুমূলীয়া পৰামৰ্শ জনাই তেওঁলোককো উপকৃত কৰিব পাৰিম বুলি আশা ৰাখিলো...বহুত বহুত ধন্যৱাদ বাইদেউ...ভগৱানে আপোনাক কুঁশলে ৰাখে যেন🙏🙌

  • @linasarmah3833
    @linasarmah3833 Рік тому +5

    বহুত বহুত ধন্যবাদ জনালো পংখিবা।ভগৱানে আপোনাক ভালে ৰাখক।

  • @nibeditasarmakalita1167
    @nibeditasarmakalita1167 Рік тому +12

    বহুত ধন্যবাদ, মই প্ৰায়েই এই ধৰণৰ সমস্যাত ভুগি থাকো।

  • @dreams3050
    @dreams3050 Рік тому +7

    আপুনি ইমান সুন্দৰ কৈ বুজাই দিয়ে
    বহুত ধন্যবাদ
    বয়স অনুপাতে টোপনিৰ সময়টো পাৰিলে অলপ জনাব বুলি আশা থাকিল 🙏

  • @beevamedhi8720
    @beevamedhi8720 Рік тому +7

    বহুদিনৰ পৰা এনে সমস্যাত ভূগি আছিলো।আপোনালৈ বহুত ধন্যবাদ ।

    • @ldhira
      @ldhira Рік тому +1

      Atia vl hol nki apunar.

    • @ldhira
      @ldhira Рік тому

      Mur bht prblm hoi ase

  • @punyalahan1051
    @punyalahan1051 Рік тому +4

    কথাখিনি বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ।

  • @rajudas349
    @rajudas349 9 місяців тому +4

    Baideu, mor acidity howa Jen anuvab hausil. Apuni kowa dharane byam korilo,bahut Aram lagise. Thank you baideu.❤❤❤❤❤❤

  • @rebatligira6787
    @rebatligira6787 Рік тому +46

    পংখীবা ,আপোনালৈ বহুত বহুত ধন্যবাদ জনালো। অনেধৰণৰ পৰামৰৰ্শ পাবলৈ ভগবানে আপোনাৰ মংগল কৰক।

  • @bhikhonmuhon7009
    @bhikhonmuhon7009 Рік тому +5

    অতি সুন্দৰ পৰামখ' দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ। 🙏

  • @preetomsaikia6764
    @preetomsaikia6764 Рік тому +11

    এনে সনস্যাত ভূগি থকা মানুহৰ প্ৰয়োজনীয় diet chart এখনৰ বিষয়ে video এটা বনাব বুলি আশা কৰিলো বাইদেউ ।

  • @axommaker4946
    @axommaker4946 Рік тому +1

    উপকৃত হৈছোঁ আপোনাৰ পৰামৰ্শ অতি সুন্দৰ

  • @dipaliborthakur1474
    @dipaliborthakur1474 Рік тому +2

    সুন্দৰ পৰামৰ্শ।উপকৃত হলো।ধন্যবাদ।

  • @bituborgohain5953
    @bituborgohain5953 8 місяців тому +1

    অতি সুন্দৰ পৰামৰ্শ ভাল লাগিল।❤

  • @shahalomsheikh7927
    @shahalomsheikh7927 8 місяців тому +1

    I am senior citizen about 74 year old from Assam I regularly hear your all advice, speaking of gas perose, thanks for again

  • @arunasaikia9066
    @arunasaikia9066 Рік тому +2

    অতি প্ৰয়োজনীয় ভিডিঅ' ভাল লাগিল বহুত বহুত ধন্যবাদ।

  • @rupamthakuria5220
    @rupamthakuria5220 Рік тому +1

    বহুত ভাল পৰামৰ্শ । ধন্যবাদ বাইদেউ ।

  • @rupasaikia5777
    @rupasaikia5777 Рік тому +4

    বহুত উপকৃত হলো কৰিম মই। অশেষ ধন্যবাদ জনালোঁ বাইদেউ

  • @gitanjalitalukdar1178
    @gitanjalitalukdar1178 Рік тому +1

    Bohut vaal lagil...agate kunudin nusuna upodesh palu... dhanyawad...

  • @sanjivkamalsaikia4190
    @sanjivkamalsaikia4190 Рік тому +4

    আপোনাৰ সকলো ভিডিঅ চাই সচাই ভাল লাগে। সকলো উপকিত হৱ , ধন্যবাদ বাইদেউ। 😊🙏

  • @arunabailung3805
    @arunabailung3805 Рік тому +1

    আপোনালৈ বহুত বহুত ধন্যবাদ জনালো

  • @raginisarmah.5346
    @raginisarmah.5346 Рік тому +1

    Mam bht bht dhoinyobad.. Keitaman val kotha aji apunar video tur pora buji palu. Agoloiu ru pai jam buli akha thakil

  • @jasminezaman8657
    @jasminezaman8657 Рік тому +6

    সকলোৰেই বাবে দৰকাৰি অতি সুন্দৰ পৰামৰ্শ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ, 🙏🙏🙏

  • @tilakchsahariah9748
    @tilakchsahariah9748 Рік тому +17

    স্বাস্থ্য শিক্ষাৰ বাবে বহুত ধন্যবাদ

  • @pompidassaikia4982
    @pompidassaikia4982 Рік тому +1

    Bahut upakar krise dei baideu Ane health tips bur hsakoi Bahut darkari❤❤❤l

  • @lakhinandangusaiguitarest2904
    @lakhinandangusaiguitarest2904 Рік тому +1

    Baidau apunaloi mur antoror pora Nomoskar jonalu . Apunar Vidio or pora bohut khini moi upokrito hoisu . Thanks .

  • @saratmedhi3923
    @saratmedhi3923 Рік тому +4

    ভাল উপদেশ, ধন্যবাদ জনাইছো ।

  • @rupadevi9978
    @rupadevi9978 Рік тому +1

    বৰ উপকাৰী ভিডিঅ। আপোনাক বহুত ধন্যবাদ।

  • @binita2452
    @binita2452 Рік тому +1

    বহুত দৰকাৰী video মেদাম । বহুত বহুত ধন্যবাদ

  • @rekhadutta1955
    @rekhadutta1955 Рік тому +2

    Thanku mem,tumi bhut dhuniake bujaidia,moi tumar vio Sai upakit goisu and anaku upokit korisiu moi viosuar pasate 12 jon Manole shar koru, tumak mur bhut vl lage sadai coment likhibale time napau tumi bhut vle thaka ❤️❤️❤️👍👍👍

  • @DijenBorah-fx2sf
    @DijenBorah-fx2sf Рік тому +1

    Val lagile baideo apunar poramarshao bilak. Thanks.

  • @hemmoran
    @hemmoran Рік тому +1

    ভাল পাইছো। আপোনাক বহুত বহুত ধন্যবাদ

  • @Dhanrgp
    @Dhanrgp Рік тому +2

    বহুত ভাল লাগিল 🥰এসিডিটিৰ বিষয়ে বুজিব পাৰিলো,

  • @parinitachanda9615
    @parinitachanda9615 Рік тому +1

    ধন্যবাদ, বহুত ভাল লাগিল

  • @bhanubasumatary4569
    @bhanubasumatary4569 11 місяців тому +1

    Thank you doctor advised dene ke liye❤

  • @nabinpator4586
    @nabinpator4586 Рік тому +6

    Pankhi madam thanks so much for your good health information.

  • @jollytalukdar1915
    @jollytalukdar1915 Рік тому +1

    Thanks bahut val lagel vedo to.mor bahut gatic.

  • @mitalidas5078
    @mitalidas5078 Рік тому +1

    বহুত বহুত ধন্যবাদ বাইদেউ আৰু ভাল ভাল ভিডিও পাম বুলি আশা কৰিলো

  • @anjubezbaruah9999
    @anjubezbaruah9999 Рік тому +16

    বহুত বহুত ধন্যবাদবাইদেউ ।মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰে এইটো প্ৰধান ৰোগ ।সকলোলৈকে প্ৰেৰণ কৰিছোঁ । মানুহবোৰ সৌন্দৰ্য সচেতন ,কিন্তু স্বাস্থ্য সচেতন নহয় ।এঘণ্টা সময় শৰীৰটোক নিদিয়ে ।

  • @anjanadevi1395
    @anjanadevi1395 11 місяців тому

    বহুত ভাল লাগিছে আপোনাৰ পৰামৰ্শ বোৰ চাই ❤

  • @mukhtarhussain566
    @mukhtarhussain566 Рік тому +1

    ধন্যবাদ বাইদেউ বুকুৰ বিষত ভুগি‌ আছিলো এদিন কৰিয়ে বহুত আৰাম পাইছো

  • @uditgazloo746
    @uditgazloo746 Рік тому +1

    Thnk u mam ..bhut Val loga aru upokari video

  • @mitalikalita8696
    @mitalikalita8696 Рік тому +4

    বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏🙏
    আপুনি কোৱাৰ দৰে মোৰ অৱস্থা তেনেকুৱা। আজিও মই ভুগি আছোঁ। ঔষধ খাইছো তথাপিও ভাল পোৱা নাই। কিমান বাৰ ডক্তৰ ক দেখালো কিন্তু ভাল পোৱা নাই

  • @barunkoch1979
    @barunkoch1979 Рік тому +1

    বাদেও , মোৰ আৰু মাৰ প্ৰায়েই acidity হৈ থাকে। আপুনি ইয়াৰ দুটা advice দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালো লগতে আপোনাৰ কৃতাৰ্থ ৰ পাত্ৰ হৈ ৰলো।

  • @dipalibarman1541
    @dipalibarman1541 Рік тому

    আজিৰ পৰা কৰিম। বাইদেউ বহুত ধন্যবাদ।

  • @sriatulchandrasharma1210
    @sriatulchandrasharma1210 Рік тому +1

    Very very thanks to u, all videos are very helpfull for us.

  • @JMRsmaya
    @JMRsmaya Рік тому +1

    গেছ হোৱাৰ প্ৰব্লেমৰ বিষয়ে ইমান ধুনীয়াকৈ বুজাই কলে কেনেকৈ উপকৃত হব পাৰি তাৰ বিষয়েও বুজাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক।

  • @ParulChoudhury-wn6mh
    @ParulChoudhury-wn6mh 10 місяців тому +1

    Thanks for your useful advice

  • @RubyGhosh-fq6qu
    @RubyGhosh-fq6qu 9 місяців тому +1

    Thank u mam for the valuable advice.

  • @swapnagoswami6985
    @swapnagoswami6985 Рік тому +4

    Thank you so much for this video. I am a cronic suferrer from acidity and gas. I must try this. Thak you for all your videos🙏🙏🙏

  • @mihirpurkayastha8645
    @mihirpurkayastha8645 4 місяці тому

    The best prescription, We are grateful to you

  • @manjulabora8219
    @manjulabora8219 Рік тому +1

    ধন্যবাদ জনাইছো ভাল পালোঁ

  • @riniki31245
    @riniki31245 Рік тому +4

    Thanks a lot for your advice.

  • @chanakyabaruah511
    @chanakyabaruah511 Рік тому

    Dr ponkhi baidu bhut bohut dhoniybad apunar vidio bilak moi xodaei sau kintu eibar gesor karone diya babe bohut dhonyba baideu mur gesor xomosya natorai nisina hoise bukukhon khunda mari dhore mukhere ugar ahi thakib pet fuli thakib. Asolote mur 2bosor hol utras rimuv korilu aru gol bladar opprestion korilu axa koru apunar ei advice kihine muk upokrit koribo. 💓🌹🌹🙏

  • @eloraborah4643
    @eloraborah4643 Рік тому

    মোৰো হয় গেছ এচিডিটি।খুব টেঙা পানি ওলায়।একো খাবৰ মন নাযায় ।বুকু জলা পুৰা কৰি থাকে।আপুনি শিকাই দিয়াৰ দৰে কৰিম।নিশ্চয় ভাল পাম।আপোনালৈ অশেষ ধন্যবাদ।

  • @sakilentertainment3441
    @sakilentertainment3441 5 місяців тому +1

    Good morning ma'am, মোৰ মা ৰ ৰাতি শুই থকা সময়ত হঠাৎ মুখেৰে টেঙা টেঙা পানী ওলাই আহে আৰু কিছু সময়ৰ কাৰণে উশাহ লোৱাত কষ্ট পাই i mean উশাহটো ঘুৰাই আনিব নোৱাৰে মুখেৰে কাকো মতিব নোৱাৰে আৰু প্ৰায় শুকান কাহ আহি থকা দেখা যায় !!! যোৱা ৰাতি ও হঠাৎ শুকান কাহ (গাথি) খায় কিছু সময়লৈকে মুখেৰে কাকো মতিবো পৰা নাই পিছত বহুত ভাগৰুৱা হৈ পৰে !!!
    Age - 42
    Weight - 69kg+

  • @SaralaChoudhury-c4n
    @SaralaChoudhury-c4n Рік тому +2

    বহুমূলীয়া উপদেশৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনালো।

  • @jonalideka1479
    @jonalideka1479 Рік тому

    মই আপোনাৰ পৰামৰ্শ মানি উপশম পাইছোঁ। ধন্যবাদ যাচিলোঁ‌।

  • @baigyanikpanging8687
    @baigyanikpanging8687 Рік тому +1

    Many many thanks to mam. By ur given thicks I am very useful.

  • @poreshsaikia2479
    @poreshsaikia2479 Рік тому

    বহুত ভাল লাগিল বাইদেউ

  • @pollobsharma1731
    @pollobsharma1731 Рік тому +3

    U are doing well for society

  • @d.moniborah4625
    @d.moniborah4625 Рік тому +1

    বাইদেউ সৰু ল'ৰা ছোৱালীৰ মুখত pimpul উঠিলে কি কৰিব লাগিব জনাবচোন।। ১৪,১৫ বয়সৰ ল'ৰা ছোৱালীৰ বাবে

  • @kaverigogoi7726
    @kaverigogoi7726 Рік тому +2

    Very effective...thanks!

  • @digambormudoi4047
    @digambormudoi4047 Рік тому

    Baideo aponar ei prasestar Babe ami bahut upakrta hoisu, Aponak alekh dhannyabad.
    Baideo Rhumstic Arthritis program ate pale ami bahut upakrita halo heten

  • @prasantadeori3588
    @prasantadeori3588 Рік тому +1

    Baideou apuni kuwar dhorone moi 3 years pora bhugi asu logote anxiety problem diye gas teblet khai thakibo loga hoi moi 30 years hoi mur bohut kosto hoi ai vedio Diya babe apunaloi bohut bohut dhanyawad 🙏🙏🙏

  • @sangitabhuyansaikia7087
    @sangitabhuyansaikia7087 7 місяців тому

    সুন্দৰ লাগিল 🙏

  • @nikuprova9350
    @nikuprova9350 Рік тому +12

    আপোনাৰ ভিডিঅ'টোৱে বহুত উপকৃত কৰিলে, কৃতজ্ঞতাৰে অযুত অলেখ ধন্যবাদ নিবেদিলো ❤️❤️💐💐

    • @kabitanathbayan9326
      @kabitanathbayan9326 Рік тому +2

      আপুনি কথা বোৰ সুন্দৰকৈ বুজাই দিয়ে ।আমি ইয়াৰ পৰা উপকৃত হৈছোঁ ।

    • @miraroy1831
      @miraroy1831 Рік тому +1

      আপোনাৰ ভিডিওটি চাই বহুত উপকৃত হলো। আপোনাক বহুত বহুত ধন্যবাদ।

  • @kananbaruah2855
    @kananbaruah2855 11 місяців тому

    অতি প্ৰয়োজনীয় video

  • @nirusaikia7631
    @nirusaikia7631 Рік тому

    হয় বাইদেউ, আপোনাৰ আসন বিলাক কৰি উপকৃত হৈছো ।🙏 🙏

  • @smrityrekshaduttabhorali6783

    আপোনাৰ ভিডীঅ'টো চাই ভাল লাগিল । বিদ্যালয়লৈ যোৱা ছোৱালীবোৰৰ ওকণিৰ সমস্যাৰ ওপৰত এটা ভিডীঅ' দিবচোন ।

  • @bhanubasumatari5048
    @bhanubasumatari5048 Рік тому +2

    Thank you very much Mem. Very informative video

  • @binodnoi513
    @binodnoi513 Рік тому

    Good Advise ইয়াৰপৰা বহুতৰ উপকাৰ হব বুলি ভাবো।

  • @poriborah9236
    @poriborah9236 2 місяці тому

    It's really works 😌 thanks a lot 🥺🙏

  • @mridusmitabhagawati4237
    @mridusmitabhagawati4237 Рік тому

    বৰ ভাল লাগিল

  • @minudeka7482
    @minudeka7482 Рік тому

    সুন্দৰ আপোনাৰ ভিডিও চাই মই বহুত ভাল লাগে।

  • @purabigoswami446
    @purabigoswami446 7 місяців тому +1

    Bohut Val advice.val Pai golu

  • @gopaldoley2764
    @gopaldoley2764 Рік тому +2

    Very important video thank you for good information

  • @gaurabsaikia4131
    @gaurabsaikia4131 3 місяці тому

    মোৰ কাৰণে এই কথাখিনি বৰ উপকাৰী❤️❤️❤️

  • @monujchetia6343
    @monujchetia6343 Рік тому

    Val lagile bidau.apuna katha khinia muk bht upokar korile

  • @archanabhattacharya3654
    @archanabhattacharya3654 3 місяці тому

    Thank you so much for your very good advice

  • @rupalisaikia4966
    @rupalisaikia4966 Рік тому

    বহুত ধন্যবাদ ।

  • @kgoswami7605
    @kgoswami7605 Місяць тому

    It is a good advice ❤️

  • @ParthaDutta-xu5og
    @ParthaDutta-xu5og 3 місяці тому

    ❤❤most economical advice for good health❤❤

  • @rajukumardoley-gp8bg
    @rajukumardoley-gp8bg Рік тому +3

    বাইদেউ মই আপোনালৈ বহুত বহুত ধন্যবাদ। মই এজন আপোনাৰ প্ৰতিতো চেনেলটোৰ নিয়মীয়া শ্ৰোতা।
    মোৰ এটা ৰিকুস্টে মোৰ সমস্যা এটা হৈছে প্ৰসাৱৰ সমস্যা কেতিয়াবা জ্বলা পোৰা কৰে আৰু কেতিয়াবা বিষ এটাৰ অনুভ হয় আৰু ঘনাই ঘনাই প্ৰসাৱ কৰিব লগীয়া হয় আৰু যোৰ দিব লগা হয় আৰু এতুপ্ এতুপকে পৰে আৰু গোটেই পেটতো গাহ লগা হৈ থকাৰ নিচিনা বিষ হয়।
    মই ভাবি ভাবি অন্ত পাব পৰা নাই। মই উপায় কৰিম তাৰ কিবা উপায় সমাধান আছেনে

  • @ghanakantadas9689
    @ghanakantadas9689 Рік тому

    আপোনাৰ পৰামৰ্শৰ বাবে ধন্যবাদ জনালো। ধন্যবাদ।

  • @riturajdas8238
    @riturajdas8238 3 місяці тому

    হঠাৎ ৰাতিপুৱা উঠি আচৰিত ধৰণৰ বুকুৰ এটুকুৰা ঠাইত বিষ অনুভৱ কৰিছিলোঁ।তাৰপিছত কি কৰো নকৰোঁ ভাবি বাৰ এইটো ভিদিও ত দেখুওৱাৰ ধৰণে কৰিলোঁ 15আৰু 15কৈ 30বাৰ my god কি আচৰিত 10 মিনিট ৰ পিছতে যি অসুবিধা পাই ভয় খাই আছিলোঁ সেইটো ঠিক হৈ গল।সঁচাই বা তোমাক কি বুলি ধন্যবাদ জনাম ভাবি পোৱা নাই ।

  • @junbora3558
    @junbora3558 11 місяців тому

    বহুত বহুত ধন্যবাদ

  • @jakirulislam-lv5tt
    @jakirulislam-lv5tt 11 місяців тому

    Very good advice mam

  • @SukchanBiswas-r9i
    @SukchanBiswas-r9i 2 місяці тому

    Good khobar tomar mem .......

  • @anitadas6170
    @anitadas6170 Рік тому

    Thank you for your lovely massage

  • @rajukumardoley-gp8bg
    @rajukumardoley-gp8bg Рік тому

    বাইদেউ মই আপোনালৈ সৰু এটা ৰিকুস্টে। মই আপোনাৰ লগত পোনপটীয়াকৈ এইটো বিষয়ত কথা পাতিব বিচাৰিছোঁ, পাতিব পাৰিমনে । মই বহুত দিনৰ আগৰ পৰাই সেই বেমাৰত ভুগি আছো ।
    মই ৰাজু কুমাৰ দলে।
    জিলা লখিমপুৰ
    অসম

  • @meenamahanta72
    @meenamahanta72 8 місяців тому

    বহুত দিনৰ পৰা গেছৰ সমস্যাত ভুগী আছো । আশা কৰিছো উপকৃত হ'ম । নাড়ী ফুলাৰ সমস্যা

  • @kunjalatagowala4176
    @kunjalatagowala4176 Рік тому

    Baidau r vdo bur eman dhuniya j share nokorakakoi thakibo nuwaru apunar dirghayu kamona korilu💚💚

  • @ganeshbrahma8103
    @ganeshbrahma8103 10 місяців тому

    বহুত দুনীয়

  • @VJvijoy
    @VJvijoy Рік тому

    ভাল লাগিল বাইদেউ কথাখিনি জানিব পাৰি ✌️ thank you very much 💐

  • @puspomalaneog4362
    @puspomalaneog4362 Рік тому

    Mam bahut bhal poramorso dila asasah dhayanabad jonalu

  • @LalitaTalukdar-s9l
    @LalitaTalukdar-s9l Рік тому

    বহুত ভাল লাগিছে। ভিডিও টো চাই

  • @tapankalita5996
    @tapankalita5996 7 місяців тому

    আপোনাৰ এই পৰামৰ্শৱে বহুতকে উপকাৰ কৰিব ।

  • @yasdeep1510
    @yasdeep1510 Рік тому +3

    Good advice dr ponkhi for us

  • @RisaBora-rr8eb
    @RisaBora-rr8eb 4 місяці тому +1

    বাইদেউ মোৰ এটা বেমাৰ হৈ আছে হৈছে কেইদিন মান ধৰি প্ৰথম পেট টো কিবা মাত দিয়ে তাৰ পিছত লেত্ৰিন ৰ লৈ যাব লাগে কিন্ত গলে পায়খানা নহয় পায়খানা খিনি পানী নিচিনা হয় খুলচা নহয় ডক্টৰক দেখাওঁতে এবাৰ কৈছে পাথৰ এবাৰ কৈছে গেছ হৈছে বুলি কৈছে এতিয়া কেনেকৈ ভাল পাব পাৰো মই কব চুন বেয়া নাপায় যদি দিনত ৩,৪ বাৰ কৈ যাব লাগে

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Рік тому

    বৰ ভাল লাগিল ❤️❤️❤️❤️👌👌👌👌