|| KHAGEN GOGOI TOKARI GEET 2021 || MUSIC - RUBUL BORA || টোকাৰী গীতৰ সম্ৰাট খগেন গগৈৰ এটি গীত ||
Вставка
- Опубліковано 7 вер 2024
- #RUBUL_BORA_BIHU_SONG
SYMPHONY PRESENTS... BHAKTI SONG
SINGER - KHAGEN GOGOI
MUSIC - RUBUL BORA
LYRICS/TUNE - RUBUL BORA
KHOL/NEGERA - DEBESWAR SAIKIA
FLUTE - KAILASH RABHA
KEYBOARD - BHADRAKANTA DAS
RECORDED BY - JITU SHARMA AT DWIJA CHITRA, GUWAHATI
কৃষ্ণ কৃষ্ণ । সুন্দৰ , শুনি আনন্দ লভিলো । ❤❤
😊
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক এই মানসেৰে ই,
মানুহৰ জীৱন তো এনেকুৱা ভাল লাগিল শুনি।
আপোনাৰ কণ্ঠত ইমান ৰস ❤❤❤😢
এই গীতটো শুনি মই খুব ভাল পাও,আৰু বহু কথাই কয় অথ্ওকয়,ভৱিষ্যত প্রজন্মই বা কি বুলি ভাবে লয়,,আপুনি এনে গীত পৰিৱেশন কৰিবচোন,,
আপোনাৰ সুৰ অনন্য ককাইদেউ ।ভগৱানে আপোনাৰ সুস্বাস্থ আৰু দীৰ্ঘায়ু দিয়ক
ধন্যবাদ
সঁচাকৈয়ে ভাল লাগিল আপোনাৰ কণ্ঠ ❤
Bahut val lage dada apunar geet huni. Heart touching songs.
🎉 Krishna Krishna Krishna. Nice.
Bor hundar nam👋👋👋
সচাঁই কিমান চহকী অসমীয়া সংস্কৃতিৰ ভঁৰাল, ধন্য আপোনালোকৰ দৰে শিল্পী পাই আমি🙏🙏🙏
By vid in
Eman
Val
Lage
Huni
Amani
Nelage
3
Bar
Hunu
Mon
Pura
Hoi
Jai
Krishna
Krishna
Krishna
বাৰে বাৰে শুনিলেও মন নভৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏❤❤❤👌👌🙏🙏🙏🙏
বহুত ভাল লাগে শুনি আমনি নালাগে ❤
ভাল লাগিল খগেন গগৈ, দা আৰু সংগীবিন্দ সকল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ । 🙏
P
সচাকৈয়ে শুনি বৰ ভাল লাগিল।
পুণৰ বাৰ শুনি আপ্লুত হলো।
কৃষ্ণ কৃষ্ণ।
Krishna, bor dhunia hoise
টোকাৰি গীত ভাল হৈছে ।
Hundor lagil💘 🙏🙏🙏Krishna 🙏
কৃষ্ণ
Khagen da hasai bahut hundar haise
Hosai ati hundor
Ha krishna🙏🙏🙏🙏. Khub xundor.Khogen da.
khagen da bhal lagil.
Mour val lagal ❤❤❤❤❤❤❤❤
KhagenDa amaar axomar axmiar pran. Legend off singer. Lovely voice.
বহুত ভাল লাগে শুনি বহুত ৰাতিপুৱা সদায় শুনো
০৯/১২/২০২৩ আজিও শুনি আছোঁ ❤
অতি সুন্দৰ
Mojja
এই বয়সত সচাঁ অনুভৱ ধন্যবাদ
Krishna,nice song.
কৃষ্ণ, বহুত ভাল লাগিল শুনি।
Bahut dhuniya
Vaal lagel aru deba
Rubul dak bohut val lage apuni amak eman puroni geet bur hunai..thanks
সচাকৈ এই সুন্দৰ গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে মই এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ আৰু ভালো লাগে শুনি,
Gogoideor deh bisaror geetbur hunile asdhyatmic jagatkhanor bor gonhiroloi humanijaoe.Bhal lagil.Dhanyabad.
কৃষ্ণ কৃষ্ণ কৰ্ম ব্যয়স্ততাৰ মা😮জত সোমাই অৰ্থৰ অভাব আগ বাঢ়ি যাব পৰা আমি অভাজন কৃষ্ণ🙏🙏🙏🙏
খগেন গগৈ দেৱৰ দৰে টোকাৰী গীত আৰু দেহ বিচাৰ গীত গাবলৈ অসমত আৰু দ্বিতীয় জন খুব সম্ভৱ নোলাব আৰু । কিযে, মধুৰ সুৰীয়া কন্ঠ । শুনি থাকিবলৈ য়ে মন যায়।
KhagenDa tukari pran very nice singing.
Nice song 🙏🙏🙏
দেউতা বডি লেংগুৱেজ মানিবলগীয়া বহুত সুনদুৰ দেউতালৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিছো
Ratipuwai geet to huni bohut val lagil deha mon pran hat pori gole dei 🙏
Dipoka🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🪐🙏🙏🙏🙏🙏🙏🙏🙏🙏
So melodious n fruitful song . Nice Khagen kokaideo .
সঁচা অৰ্থত গীতটিৰ সম্পূৰ্ণ বৰ্ণন সত্য। বহুত ভাল লাগিল শুনিবলৈ🙏🙏
ভাল হৈছে ৰুবুল দা
❤❤ সুন্দৰ গীতটো পুনৰ বাৰ শুনি আপ্লুত হলো।
কৃষ্ণ কৃষ্ণ।
সচাকৈ দেই খগেন গগৈৰ এই গীতটো শুনি মই অতিকৈ সুখ অনুভৱ কৰো আৰু ভালো লাগে শুনি,
Please jadi pare 80-90 dashakar deh bicharor geet Dinabandhu
Cassator geet keiti
Top voice
Bipul da apunak dhonyabad
disu
ধুনীয়া ধুনীয়া তোকাৰীগিতবোৰ এনেকৈ দি থাকীব
সুন্দষৰ হৈছে ।
গগৈ দেৱৰটোকাৰী গীত শুনি থাকিবৰ মন যায়।
Heart touching Tukari geetti huni bor bhal lagil .May God bless you .
Dada moi pagol hoi goisu
Hari om nomu Narayan
ৰুবুল দা আপোনাৰ নাম্বাৰতো দিয়ক
Sundar
Aamee punyar falat aaheelu.Krisna krisna krisna...
Bahut val lagil huni.....
বহুত সুন্দৰ টোকাৰী গীত। শুনি বহুত ভাল লাগে ।
Krishna 🙏🙏 bap bor hundor hoise
খগেন দা আপোনাৰ গীত শুনি বৰ ভাল পাও৺ তোলন দাস।শদিয়া।
Krishna Krishna Rubul kokaideu aapunaloi bohut bohut morom dilu 🙏🙏🙏
ইমান সুন্দৰ কবলৈ ভাষা নাই ।🎉🎉🎉🎉
Kokaidew bahut bhal lagil
Very. Nice
বহুত ভাল লাগিল গীতটো।
Nice
Bohut vall lagell?
Ati hundar lagil
ইমান সুন্দৰ ভাষা নাই ৷
Nice
Bohut Sundar 🙏🙏🙏
Bhal lagil
very good song
বিতোপন অসম❤️
Kiman bar je xunisu,xuni thakiboi mon jai ane hundor HARI r naam
Muk lage khogen da ramayan rasile jogote janile eai geet tu .
মই এইগীতটো শুনি শুনি থাকিলেও আমনি নাপাওঁ, সচাকৈ মানৱ জীৱনত সকলো কথা ঠিকেইথাকেই বাকী হে বিষাদ ৰসৈতে জড়িত হৈ থাকে,
মানৱ জীৱনটোৱেই এনেকুৱা কিছুমান বিশেষ বিশেষ কথাই জড়িত হৈ থকা বাবেই মনুষ্য জীৱ সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পাও সেয়ে মই মোৰ ফালৰ এই কথাৰেই,,,,
Bahut vall lagila
Bor dhuniya , xeya lob,a
হৃদয় চুই যোৱা টোকাৰী গীত ।
Very good..
Hee krishna Ram Ram 👋👋👋🙏🙏🙏🙏🕉️🕉️🕉️
Ati bor utkrishta tukari geet .geet or kathabhagu bor hundar.Geet to hunar loge loge ek niribili aydhatmik bhagat dub jaow.Aamar bridhaashram burorloi monot pelai diae.Montu eek Nostaljia hoi pore.Bora aaru Gogoi dangariar porat and geet pahare paid nothoi anandit hoisu Duiu like thakil akhekh hubhessa aaru Dhanyabad.
God gifted Amazing voice Khagen Da
Nice song rubul da
হৰি নাম নুশুনো কিন্তু শুনিলে হিদয় সাত পৰি যায়
Bohut bhal lage mur eibhagi geet hunie thakibo mon jai
Zubin dar burhatur hokolu tukari geet huni thakiboloike mn jai....❣️❣️❣️
নমস্কাৰ, শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক ৰঙালী বিহুৰ দিনলৈ, আপোনাৰ এই টোকাৰী গীত টো মই খুব ভাল পাও সেয়ে বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে দিয়ক, মনুষ্য জীৱনতে এনে বোৰ ঘটে, ভাবি পাৰ নাপাওঁ সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল পাও, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক এই মানসেৰে ই,,,
Bohut val lage de
অন্তৰ চুই গ'ল
শুনি মই খুব ভাল পাও,,, সচা মানৱজীৱনত এই কথা স্বীকাৰ কৰিবই,
Somoi. Upajugi. Nam
Heartiest congulations rubul gogoi abd team . Very very good combination music song . Voice of Khagen Kakaidew always so sweet and sur Beautiful . All sides of Tokari Geet Wonderful Performence . Thank You Very Mutch .
Nice 👍👍👍👍
Nice 👍👍👍
ইমান সুন্দৰ মই এইটো নহ'লে কি হ'ব বাৰু।
Krishna 🙏🏼🙏🏼
Bor val lagil
Ram ram ram Krishna Krishna prvo nmska