ভক্তিমুলাক টোকাৰী গীত - Tokari Geet - Assamese New Bhakti Song 2018

Поділитися
Вставка
  • Опубліковано 15 вер 2024

КОМЕНТАРІ • 850

  • @dilipkumarnath2976
    @dilipkumarnath2976 23 дні тому +4

    ধন্যবাদ জনাইছো।ইমান ধুনীয়া টোকাৰী গীত

  • @user-gd1ub2qk7u
    @user-gd1ub2qk7u 10 місяців тому +10

    গীতটিএ এটা এটা শব্দই হৃদয় চুই গল। বহুত সুন্দৰ টোকাৰি গীত❤❤

  • @assamesvlog6955
    @assamesvlog6955 2 роки тому +2

    Sokur pani ulai gol
    Dhori rakhibo nuwarilu
    Eman dhuniya koi
    Khongstapoooon korise
    Bhut vhal lagil
    Love from BAKSA (BTAD) Assam

  • @apkvlogs1245
    @apkvlogs1245 25 днів тому +12

    2024 kone sai asa like kora

  • @sweethazarika7653
    @sweethazarika7653 3 роки тому +41

    ৰাম ৰাম
    শিশু কাল সাৰথি হৰি ভগৱন্ত
    যৌৱন কাল সাৰথি ভাৰ্য্যা
    বৃদ্ধ কাল সাৰথি লাখুতি বিছ্না
    মৃত্যু কাল সাৰথি চিতা।
    ৰাম ৰাম
    শিশু কাল সাৰথি হৰি ভগৱন্ত
    যৌৱন কাল সাৰথি ভাৰ্য্যা
    বৃদ্ধ কাল সাৰথি লাখুতি বিছ্না
    মৃত্যু কাল সাৰথি চিতা।
    ৰাম ৰাম
    এদিন দুদিন কৰি
    সময় যাব বাগৰি
    আহিব হেই চিতাৰে দিন।
    সকলোকে নিবগৈ চাৰিটিয়ে কান্ধত লৈ।
    হ’ব দেহা মাটিতে বিলিন।
    ৰাম ৰাম
    শিশু কাল সাৰথি হৰি ভগৱন্ত
    যৌৱন কাল সাৰথি ভাৰ্য্যা
    বৃদ্ধ কাল সাৰথি লাখুতি বিছ্না
    মৃত্যু কাল সাৰথি চিতা।
    ::::::::::::::::::::::::
    জাপৰ বৰে কাপোৰ, জাপতে ৰহিব।
    লগে নাযায় কোনো জন।
    লগৰ সাৰথি পাপ পুন্য মাত্ৰ
    জানি থবা মৈনুশ্য গন।
    ৰাম ৰাম
    শিশু কাল সাৰথি হৰি ভগৱন্ত
    যৌৱন কাল সাৰথি ভাৰ্য্যা
    বৃদ্ধ কাল সাৰথি লাখুতি বিছ্না
    মৃত্যু কাল সাৰথি চিতা।
    এ ৰাম মায়াময় সংশাৰত মনুহৰ জনমতি
    যেন কচুপাতৰ পানী।
    অ এদিন নহয় এদিন যাবগৈ লাগিব।
    এই হ’ল নিয়তিৰ বাণী।
    :::::::::::::::::::::
    ৰাম ৰাম
    জীৱন এদিনিয়া জীৱন দুদিনিয়া মনভাই ঐ,
    জীৱনৰ ভৰশা নাই।
    জীয়াই থাকোতে ভাই , সকলো কৰি লোৱা।
    মনৱ জীৱন নাপাবা দুনাই।
    জীৱন এদিনিয়া জীৱন দুদিনিয়া মনভাই ঐ,
    জীৱনৰ ভ’ৰশা নাই।
    জীয়াই থাকোতে ভাই , সকলো কৰি লোৱা।
    মনৱ জীৱন নাপাবা দুনাই।
    যাবই যে লাগিব সৰগ নৰকলৈ ,
    মনভাই ঐ মায়াময় সংশাৰৰ পৰা।
    এই মাটি এই ঘৰ সকলো হব পৰ।
    জানি হৰিক ভকতি কৰা
    জীৱন এদিনিয়া জীৱন দুদিনিয়া মনভাই ঐ,
    জীৱনৰ ভ’ৰশা নাই।
    জীয়াই থাকোতে ভাই , সকলো কৰি লোৱা।
    মনৱ জীৱন নাপাবা দুনাই।

    • @sgdworld4581
      @sgdworld4581 3 роки тому

      সুন্দৰ ।

    • @manojtalukdar9973
      @manojtalukdar9973 10 днів тому

      দিনত ১বাৰ শুনাতু দৰকাৰ বুলি ভাবো প্রত্যেক মনুষ্যই

  • @anupomrjm5029
    @anupomrjm5029 3 роки тому +6

    শুপ্ৰভাত ।। ৰাতিপুৱা শুই উঠিয়েই এনে গীত শুনিব লাগে মন টো ভাল ফালে নিয়ে ।।

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j Рік тому +19

    সঁচাকৈ আমি সকলোৱে এদিন মৰিব লাগিব😭😭😭,,হে প্ৰভু জীয়াই থকা দিন কেইটা যেন ভালে কুখলে যাই ,ভাল কাম কৰি জাও

  • @pritomgogoi355
    @pritomgogoi355 2 роки тому +9

    এনেকুৱা গান বা video চালে সঁচাকৈ বিয়া নাপাতি গোটেই জীৱন বৰলা হৈ থাকিম যেন লাগে কৃষ্ণ পৰ্ভু 🙏🙏🙏🙏

    • @binudnarah3732
      @binudnarah3732 Рік тому +1

      বৰালা

    • @pritomgogoi355
      @pritomgogoi355 26 днів тому

      Hoi kokaidew ,,,,,, বৰালা নহয় বৰলা​@@binudnarah3732

  • @dipakrabidas1197
    @dipakrabidas1197 6 років тому +5

    Bohut dhunia tukari, bortomanor homajor sobikhon dangi dhorise, hridoy sui goise, aru agoloi ene geet puar aaxare....

  • @nbblock5781
    @nbblock5781 2 роки тому +7

    জীৱনৰ কথা বোৰ ইমান সুন্দৰ ভাৱে কৈছে সকলো বোৰ সচা। কথা 😭

  • @pranabjyotiray4291
    @pranabjyotiray4291 4 роки тому +21

    বিয়া নাপাতো । ব্ৰম্মচাৰী হৈয়েই থাকিম আজীৱন । জয় শ্ৰী ৰাম

  • @minatiborah8058
    @minatiborah8058 2 роки тому +40

    জীৱনৰ অন্তিম লৈ গৈ আছোঁ,, গীতটো শুনি ভাল লাগিছে,, কিন্তু ভয় ও লাগিছে,, তথাপিও ধন্যবাদ জ্ঞাপন কৰিলোঁ,,

  • @assamgamer2.053
    @assamgamer2.053 2 роки тому +13

    ধন্যবাদ আপোনাৰলোকক ইমান ধুনীয়া টুকাৰী🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔😔😔😔😔😔😔😔😔😔😔😔😔😔😔😔😔😔😔😔

  • @X_10_puwali
    @X_10_puwali Місяць тому +3

    বহুত দুখ লগা গীত😢😢😢😢❤

  • @atulkarmakar4576
    @atulkarmakar4576 5 місяців тому +2

    গীত শুনি বহুত ভাল লাগিছে । জয় শ্ৰী কৃষ্ণ

  • @arindamkalita244
    @arindamkalita244 2 роки тому +3

    ভাল লাগিলে গানটি শুনি🙂🙂🙂এই পৃথিৱীত সঁচাকৈ এতিয়া এনে কোৱা এ চলি আছে ।

  • @prianchigogoi9168
    @prianchigogoi9168 3 роки тому +22

    সচাকৈয়ে গান টো শুনিলে বহুত দুখ লাগে হৃদয ভাঙি যায । অতি সুন্দৰ ।❤❤❤❤❤❤❤❤

  • @xxxarup
    @xxxarup 4 роки тому +16

    জীৱনৰ সত্য খিনি গীতটিত বৰ সুন্দৰকৈ তুলি ধৰিছে।এইখিনিৰ উপলদ্ধিৰে কৰ্ম কৰিলেই পোৱা যায় শান্তি ।

    • @bimanborah1089
      @bimanborah1089 3 роки тому

      ai pithibikhn anekuai

    • @harekrishnadas2634
      @harekrishnadas2634 Рік тому

      সচাকৈ এইবোৰ গান শুনিলে‌ মনটো ভাল লাগে

  • @tapantaralisarma3235
    @tapantaralisarma3235 6 років тому +24

    ভাল লাগিছে ....বহুত দুখ লগা গীত....

  • @barman9935
    @barman9935 4 роки тому +13

    মই এনেকুৱা গীত শুনি বহুত ভাল পাও

  • @chayanikachetia5387
    @chayanikachetia5387 4 роки тому +32

    অতি সুন্দৰ সচাকৈয়ে....😍😍😍😍😍

    • @junmorigaon5572
      @junmorigaon5572 2 роки тому +2

      Hi

    • @tikusarmah1910
      @tikusarmah1910 Рік тому +1

      @@junmorigaon5572 😄😄😄😄😄😄😄😄

    • @jibadihingiya4275
      @jibadihingiya4275 6 місяців тому

      ❤ যে​@@junmorigaon5572

    • @AbishckSawra
      @AbishckSawra 3 місяці тому

      ​@@junmorigaon5572❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @mitalinathmitalinat1526
    @mitalinathmitalinat1526 2 роки тому +1

    Dhuniya hoise mojja lagil sai ram ram ram 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹💖💖💖❤️❤️❤️❤️

  • @pranawhazarika6090
    @pranawhazarika6090 6 років тому +6

    বৰ প্ৰাসংগিক কথাবোৰ আৰু দুখ লাগিল,, ভিডিঅ সুন্দৰ হৈছে হৃদয় স্পৰ্শী গৈছে,,

  • @pragyasaikia5261
    @pragyasaikia5261 Рік тому +3

    🙏😰হৃদয় চুলে। এয়ে জীৱন।

  • @mohimpegu4338
    @mohimpegu4338 5 місяців тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @BK-ji2yj
    @BK-ji2yj 3 роки тому +25

    সুন্দৰ শব্দ সম্ভাৰেৰে ৰচিত, সুন্দৰ গীত।

  • @pradipgogoi8849
    @pradipgogoi8849 3 роки тому +12

    কৃষ্ণ কৃষ্ণ,, সুন্দৰ লাগিছে আজি কালি এনেকোৱা চলিছে ,,,,,,,

  • @montuphukon1311
    @montuphukon1311 3 роки тому +19

    অতি সুন্দৰ।👌👌

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @BabaDutta
    @BabaDutta 7 днів тому

    আপোনাৰ লোকসকলৰ. সকলো.হৰিনাম.মানে.ভগৱানৰ.নাম.সদায়েই. ৰাতিপুৱাই. সোনো.😢😢😢😢😢মাজুলীৰ. ৰুনু.বৰুৱা😢😢😢😢😢😢

  • @jitulgogoidugogoi7053
    @jitulgogoidugogoi7053 Рік тому +5

    সুন্দৰ লাগিছে ❤❤❤❤

  • @rubunew9640
    @rubunew9640 4 роки тому +47

    এই গীতটোৰ লগত আমাৰ দৈনন্দিন জীৱনৰ বহু কথাৰ মিল আছে ।

  • @labaram566
    @labaram566 2 роки тому +8

    Absolute truth. A lot of Thanks to the singers with the channel. God bless you all and long live your channel, long live the great artists.

  • @nayanbora7745
    @nayanbora7745 6 років тому +8

    ধুনীয়া লাগিছে টোকাৰী গীতটো

  • @arupbaruah7385
    @arupbaruah7385 6 років тому +26

    ki kom aru...... ati hundor.....চিৰসত্য শব্দ- কথাবোৰ।

  • @nanidas7298
    @nanidas7298 Рік тому

    Ai gan tu Eman vl paw je moi khuni thakilew hepah nplai. Nijr jibon tu ktha mnt pri jai. So good song.

  • @pankajpuwali5336
    @pankajpuwali5336 5 років тому +7

    Bhut bhut vl lgil ooo

  • @assamall3dartcrafts22
    @assamall3dartcrafts22 2 роки тому +2

    Om, srikrishna bashu debaya namaha.krishna shankera madhaba.......madhaba.i am very very happy sir

  • @DG_GAMER125
    @DG_GAMER125 2 роки тому +5

    সচাকৈ বৰ দুখ লগা গান। কিন্তু বহুত ভাল লাগিল ।

  • @protimaborah2353
    @protimaborah2353 3 роки тому

    Horinam huni bht vll lge... Agor dinor nisina hori nam huniboloi napaie... Krishna🙏💓

  • @harakumarnarah8726
    @harakumarnarah8726 2 роки тому

    Kisno Kisno Kisno Nice job More More again🌺🌺🌺🌺🌺🌺🌺🌺

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 2 роки тому +1

    অভিনয চাই চকুৰ পানী ওলাই গল কি সুন্দৰ অভিনয় কৃষ্ণ 🙏

  • @sukmalsagara1578
    @sukmalsagara1578 4 роки тому

    Bohut dux lagise... Xosai axon val potisobi prokax paise......

  • @priyankakrishna8570
    @priyankakrishna8570 4 роки тому +5

    Huni bohut vl lgil jn mntu hanti hoy gol

  • @harekrishna1142
    @harekrishna1142 5 років тому +6

    Nice song. Jay Srikrishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Ctaffdvcdhjifdtcxfnm
    @Ctaffdvcdhjifdtcxfnm 4 роки тому +11

    বহুত ভাল লাগীল এই গীত তো আগলৈ আৰু এণেকুবা গাণ হুণীব‌ পাযম ণে আশা ৰে বাদ চালো

  • @jumamonisaikia3940
    @jumamonisaikia3940 4 роки тому +32

    বৰ দুখ লাগে এই গীতবোৰে বহুত কন্দুৱাই

  • @hemchandrapegu951
    @hemchandrapegu951 3 роки тому +13

    মানুহ ইমানেই নিৰ্দয়!

  • @prasannakalita7432
    @prasannakalita7432 2 роки тому

    Khosai nice video mor monok soi goise

  • @amarjyotiborah222
    @amarjyotiborah222 2 роки тому +2

    Bahut val lagil kintu bor dukh loga.amar homajat etiau soli ase

  • @dulphukan7304
    @dulphukan7304 2 роки тому +1

    কিনো ভগৱন্ত লিলা । ভাবিলে বৰ দুখ লাগে ।

  • @debajitgogoi8665
    @debajitgogoi8665 5 років тому +7

    Bhut bhut Val lagil geeti huni

  • @pramoddas1070
    @pramoddas1070 3 роки тому +4

    মানৱ জীৱণত হৰি নাম বিনে গতি নাই

  • @rahulmili8093
    @rahulmili8093 5 років тому +3

    ৰাতিপুৱা সময়ত হৰি গীত শুনিবলৈ পালে ভাল লাগে

  • @Dadabhai972
    @Dadabhai972 3 роки тому +4

    Ai cinema khon or naam ki baru?
    Kunu baai Jane Jodi Jonabo soon anugrah Kari...Bor Duniya Lagil Tukari Geet ti

    • @devojitbhorali115
      @devojitbhorali115 3 роки тому

      বৈৰাগী আছিলে নামটো..

  • @generalblogs5279
    @generalblogs5279 3 роки тому +6

    Voice is very sweet

  • @manjitman2384
    @manjitman2384 3 роки тому +2

    গা নোম সীয়ৰি উঠে এনে বোৰ গীত শুনিলে
    হয় আমি বা কোন দিনা জাও গৈ তাৰো কোনো ঠিকনা নাই

  • @binodkakati7300
    @binodkakati7300 2 роки тому +22

    সময়ৰ লগত খাপ খোৱাকৈ এই গীতটো ৰচনা কৰা হৈছে !

  • @Utjaldas35
    @Utjaldas35 9 місяців тому +1

    জীৱনটো কচু পাতৰ পানীৰ দলে ঠিকে 😢😢

  • @user-ht5yi4lk9r
    @user-ht5yi4lk9r 2 роки тому +4

    ये गीत बहुत सुंदर है👌👌👌
    लेकिन ये गीत को अपने गाया है???
    गीतकार की नाम थम्बमले में देना चाहिए था।
    जय श्री कृष्ण🙏🌻🕉️🌻🙏

  • @ARshortsandlovestory
    @ARshortsandlovestory Рік тому +1

    মই. এনেকুৱা. গীত বহুত. বেছি ভাল পাও

  • @user-ph5jm2oc5b
    @user-ph5jm2oc5b 2 роки тому

    আচলতে জীৱন টো ইয়াত কথাই কথাই কোৱা হৈছে,,, একো নাই জীৱনৰ লগৰী কেৱল পাপ আৰু পুণ্য,,, হেইয়াই চিৰ সত্য

  • @ridipmaina3827
    @ridipmaina3827 3 роки тому +2

    কৃষ্ণ কৃষ্ণ

  • @parthabora4150
    @parthabora4150 Рік тому

    Really bhut dukh lgeee hunilee o, val lgil dai bhut bhut 😥😥😥

  • @debendranathdeka6037
    @debendranathdeka6037 4 роки тому +6

    হৃদয় চুই যোৱা গীত

  • @mrinalsaikia5309
    @mrinalsaikia5309 3 роки тому +1

    Right Katha koise song tut

  • @amulyabora1832
    @amulyabora1832 5 років тому +29

    Oh my God,
    It's great song,heart touching sweet voice,🙏
    Pl. Named singer,

  • @bubugogoi4800
    @bubugogoi4800 3 роки тому +2

    Bohut mojja

  • @rupamonigogoi2583
    @rupamonigogoi2583 Рік тому

    Bohut hundor hori nam moi bohut val paw hori nam

  • @PragyanDowarah
    @PragyanDowarah 5 років тому +7

    tukari git2 huni bhut vall lgil 😍

  • @navakanta66taid
    @navakanta66taid 5 років тому +63

    আমিবোৰ কিমান অমানুহ!ভোক বিলাস পৰি নিজ সৃষ্টি কৰ্তা ঈশ্বৰসম নিজ পিতৃ মাতৃক পাহৰি গৈছো ।ৰূপ যৌৱন কেৱল দুদিনীয়া ।কাৰ লালসাত আমি নিজক পাহৰি গৈছো? 😰😭হে কৃষ্ণ 🙏আৰু নবজাবি বীণ ।ঠিয়ৈ ঠিয়ৈ নিশ্বাস ত্যাগ কৰিম নাগে । লগতে যিহে বৰ্তমান সমাজৰ পৰিস্থিতি ।যাৰ হৃদয়ত হৃদয় আছে তাৰ কিছু হলেও চকুৰ পানী ওলাব 😢😭 (শেষত এনেকুৱা ভিডিঅ আৰু শুনিবলৈ পাম বুলি আশাৰে )NT............🙏কৃষ্ণ 🙏কৃষ্ণ 🙏

    • @oxomiyajiyori_youtubechann6046
      @oxomiyajiyori_youtubechann6046 4 роки тому +2

      Hoy 🙏

    • @oxomiyajiyori_youtubechann6046
      @oxomiyajiyori_youtubechann6046 4 роки тому +3

      Pitri matri putro konya sob misa...moi manuh hisape he teolokok val pao...mor pitri matri hol krishna 🙏

    • @pdentertainment8573
      @pdentertainment8573 4 роки тому +4

      শুনি থাকিলে কিবা মনতো বহুত ভাল লাগে.
      এদিন এদিন কৈ আগবাঢ়ি গৈ আছো
      সেইসময়টোলৈ

    • @oxomiyajiyori_youtubechann6046
      @oxomiyajiyori_youtubechann6046 4 роки тому +2

      @@pdentertainment8573 obviously 🙏dada mor channel to abar notice kore Jen 🙏 moi puroni oxomiya gitbor jiyai rakhiboloi sesta koriso aru autotune use nkorakoi gaiso..abar xunile kritartho hom 🙏

    • @kanchanhandique2826
      @kanchanhandique2826 4 роки тому +1

      Snibi

  • @ridipmaina3827
    @ridipmaina3827 4 роки тому +2

    কৃষ্ণ

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq Місяць тому +1

    Very. Very. Nice. Song🙏🙏🙏🙏👍👍👍

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 роки тому +1

    Pran ভৰি গৈছে এই গীতটো শুনি মজা ।

  • @AnilDas-ku7kv
    @AnilDas-ku7kv 3 роки тому +1

    কৃষ্ণ কৃষ্ণ মাধৱ হে হৰি

  • @babuhazarika1445
    @babuhazarika1445 4 роки тому +1

    Val lagil khuni.

  • @debojitbhai4779
    @debojitbhai4779 Рік тому +1

    কৃষ্ণ ❤ কৃষ্ণ ❤ কৃষ্ণ ❤

  • @amarjyotiborah222
    @amarjyotiborah222 4 роки тому +2

    বহুত ভাল লাগিল

  • @kokilborah4831
    @kokilborah4831 4 роки тому +2

    অতি সুন্দৰ..

  • @mridulgogoi466
    @mridulgogoi466 6 років тому +19

    thanks...manob jibo sestra jibo ..paipi jibo

  • @user-cp3br5ql2t
    @user-cp3br5ql2t 4 роки тому +2

    Very nice dada aru enekuwa upload koribo

  • @pranabbaruati1927
    @pranabbaruati1927 6 років тому +6

    Hundor hori naam. Aru videotu dhunia hoise

  • @jitupondohutia6393
    @jitupondohutia6393 4 роки тому +11

    I like this songgggggg

  • @dimpulcreation8961
    @dimpulcreation8961 2 роки тому

    যি বোৰ কথা কৈ গৈছে বুকু খন কিবা এটা লাগি গৈছে আৰু চকু পানী ওলাই গৈছে আৰু জীৱন তোৰ একো অৰ্থ নাই

  • @pinkypinkypinky5010
    @pinkypinkypinky5010 3 роки тому +3

    😭😭😭😭🙏🙏🙏🙏🙏🙏hosakoi ayai amar jeebn

  • @dhrubajyotidutta9638
    @dhrubajyotidutta9638 6 років тому +12

    বৰ সুন্দৰ ৷ ভাল লাগিল।

  • @durlovsaikia7357
    @durlovsaikia7357 4 роки тому +4

    Very good👍👍👍!!!

  • @ritamoniboruah5038
    @ritamoniboruah5038 2 роки тому

    Hosakoi emn dukh lagil....pronam🙏

  • @joonkoch8632
    @joonkoch8632 6 років тому +2

    Hosai bohut hundor tukari geet

  • @prabingohain5764
    @prabingohain5764 2 роки тому

    Bahut Val lagil Moi Raju not Patra gohain

  • @user-qp3hc8oq9p
    @user-qp3hc8oq9p Рік тому +1

    অতি সুন্দৰ

  • @gamer-jr2qg
    @gamer-jr2qg 3 роки тому +2

    single boy সেই বাবে single hoi থাকিব বিছাৰো মাক বাপেকক ইমান বেয়া কয় কাম নাইকিয়া ছােৱালী

  • @nagenchandragohain6809
    @nagenchandragohain6809 4 роки тому +19

    এই ভক্তিমূলক গীত টি মোৰ বৰ প্ৰিয়।

  • @santoshgogoigogoi938
    @santoshgogoigogoi938 6 років тому +105

    বহুত ভাল লাগে মোৰ এই গীতটো এতিয়া আমাৰ সমাজত চলি আছে মানুহে নিজৰ কথা বুজি নাপাই কিয় যানো

  • @papuchetia4751
    @papuchetia4751 6 років тому +58

    এইখনেই সৰগ,এইখনেই নৰক,ইয়াতেই সকলো এৰি যাব লাগিব

  • @pakhisaikia7807
    @pakhisaikia7807 4 роки тому

    Bahut vall hoise mur aitu favourite song moi apunar channel tu subscribe kori thoisu aru anakua vall gan di thakibo

  • @dimpikalita8874
    @dimpikalita8874 Рік тому

    Bohut vl lage gan tu🥺🥺

  • @atanudeka2958
    @atanudeka2958 5 років тому +41

    আজি আছোঁ
    কাইলৈ নাই
    পৰহিলৈ বৈকুণ্ঠত।

  • @jadabkeoaat9553
    @jadabkeoaat9553 3 роки тому +3

    Anekowa krebo nalage vai

  • @tapanborah3992
    @tapanborah3992 6 років тому +15

    Dhuniya lagile but mujhe laga sab se backar wave side kyon mp3 and video download nehi kar sakta

    • @bupasaikia8180
      @bupasaikia8180 4 роки тому

      ppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp

    • @haronarah4831
      @haronarah4831 4 роки тому +1

      Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno Kisno🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🌺🌻🌷🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪

    • @haronarah4831
      @haronarah4831 4 роки тому +1

      Nice your video card👍👍👍👍👍👍🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶🚶