সুৰাৰ লগত কেঁচা আম কিয় খায় খগেন গগৈয়ে? খগেন গগৈৰ জাপানী প্ৰেয়সী কোন? ৰহস্য় ফাদিল কৰিলে জুবিনে
Вставка
- Опубліковано 4 жов 2024
- -সুৰাৰ লগত কেঁচা আম কিয় খায় খগেন গগৈয়ে জুবিনে ফাদিল কৰিলে ইয়াৰ ৰহস্য়
প্ৰথম বাৰলৈ নিউজ লাইভৰ বিশেষ অনুস্থানত খগেন গগৈৰ জাপানী প্ৰেয়সীৰ কথা জুৱিন গাৰ্গৰ মুখত
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
অনুষ্ঠানটো চাই বৰ ভাল লাগিল।যেন ঘৰত একেলগে বহি আছোঁ তেনে লাগিল।আমাৰ মৰমৰ ককাইটো কুশলে থাকক।
❤joi zubeen da provoodiv
অনুষ্ঠানটিত উপস্থিত ,অসম গৌৰৱ প্ৰতিজন শিল্পীলৈ কলিজাৰ জুবিনদাৰ লগতে শ্ৰদ্ধা নিবেদন কৰিলোঁ ।
দুয়োজন প্ৰিয় শিল্পী বহুদিনৰ মূৰত একেলগে দেখি বহুত ভাল লাগিল ❤️❤️
জুবিন দা তুমি সদায় সুস্থ হৈ থাকিবা, এয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
খগেন দাৰ ওচৰত বহি থকা মানুহ জন বৰ আবেগিক হৈ পৰিছে। বিমান বৰুৱা বত্রা🙏🙏🥰 🙏🥰
বিমান বৰুৱা 😃😃
বিমান বৰুৱা তেখেত ।
@@kakumonibordoloi.9195 অহ, 🙏🙏🙏
2 kokai jindabaad
🙏🏾🙏🏾🙏🏾❤️❤️❤️
অনুষ্ঠানটি চাই বহু উপভোগ কৰিলো। জুবিন দা ৰ লগতে খগেন দা, বিমান দা, গৰিমা বৌ সকলোলৈকে বহুত বহুত বহুত ধন্যবাদ থাকিল।❤️❤️❤️
বহুত ভাল লাগিল ।।। আকৌ লাগে 'ঐ জান ঐ আকাশ খন ধুনীয়া ' দৰে বিহু আকৌ লগে ❤️🔥🎤🎶
জুবিন আৰু খগেন ককাইদেউ কুশলে থাক। তঁহতি নাই মানে আমিও নাই। 😘😘😘❤❤❤❤
খুব ভাল লাগিলে চাই । জুবিন দালৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা থাকিল । 🙏🙏🙏
মৰমবোৰ এনেদৰেই সজীৱ হৈ থাকক ♥️
সুন্দৰ সুন্দৰ গগৈ দা মিঃ জুবিন 💕💕💕💕💕💖💖💖💖💖💞💞💞💞💞💞💟💟💟💟💟💟
এয়া অসমীয়া শিল্পী ৰ মৰমৰ। অনুষ্ঠানটি চাই ভাল লাগিল
বহুত দিনৰ মূৰত ভাল অনুষ্ঠান এটা চালোঁ।
Khup val lagise vaitik moi osarat powa nai dukhk🌹🌹🌹🌹🌹🌹
কিমান বাৰ যে চাইছো চাই আমনি নালাগে,দুয়োজন শিল্পীক ভগৱানে কুশলে ৰাখক
Khogen da hur aru konth bohut bohut vhal lagise I love you so much khogen da
Dislikes diya johora kita kar friends gom pua goise... My heart beat Zubeen Daa.. love u.. and god bless you...
Thik koisa hsa k
Joi ZUBEEN DA 🩸🩸♥️♥️
Kising man re hbo sage😁😆
বহুত ভাল লাগিল দেই দুই জনকে ।
সুন্দৰ অনুষ্ঠান
Khogen Gogoi dadak bohut val lage.Taur gan Bor xundor. Happy birth day Zubin❤️❤️❤️🙏🙏🙏
জয় জুবিন দা খগেন গগৈ দা , বিমান দা অসমৰ অতুলনীয় সম্পদ
Full episode dibo lage.. two legend 🙏🙏
এনেকুৱা video বোৰ হে আপলোড কৰিব লাগে 😘😘 কেতিয়াবা আল2 ফাল2 নিউজ দিয়ে😂😂
বহুত মজা
😭😭 morom Seneh Bur Sai Sokur Pani Ulai Goise... Hosakoi Bujabo Nuara Anubhov Amar Asomiyar Babe ❤️❤️
Love you Khagen Borta Aru Mur Hero Zubeen Da ❤️
2 legends, always fev ✨💖
অতি সুন্দৰ অনুষ্ঠান বৰ ভাল লাগিল
বহুত ভাল লাগিল চাই।
Jubin has got diamond heart & god gifted soul.
বহুত ভাল লাগিল
অন্তৰ চুই জাই অ ব্ৰহমাই আদি কৰি জীব যত ৰাম ৰাম ৰাম....
খুব সুন্দৰ যুগলবন্দী
জুবিন দা আৰু খগেন বৰ্তা আকৌ একেখন মঞ্চত বিচাৰোঁ
এনেকুৱা অনুষ্ঠান যিমান দিলেও চাব মন যাই
যি শিষ্য গুৰুকতকৈ সিয়না সেই শিষ্যয় সদায় উচ্চ প্ৰকৃত গুৰুক বহু ওপৰত ৰাখে। গুৰুৰ আত্মা ৰ আশিবাদে বহুত কামত দিয়ে।
2 legends of assam❤️
অনুষ্ঠান টো ইমান ভাল লাগিছে
Bohut dhuniya lagise
সম্পূৰ্ণ অনুষ্ঠানটো আপলোড দিবলৈ নিউজ লাইভক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছোঁ🙏
#HaapyBirthdayZubeenGarg
Jubin daa ur the jewel of assam...... Long live stay healthy🙏🏻
Billions of respect to you both ❤❤❤🎉🎉🎉
Two singing legend ❤️❤️❤️❤️❤️❤️❤️❤️
Love u zubin da bohut bohut bohut val pau apunak ❤❤❤❤❤❤
Two legend
অলেখ অযুত হিয়া ভৰা মৰম যাছিলোঁ জুবিন দাৰ জন্মদিনৰ ।
2 real legends of assam ❤️
Pura ghamaghami
Respect to the elders, superb
Salute to খগেণ গগৈক৷
Mojja
LEGEND 💫❤️
Ki hundor kontho.......খগেন দাই r কণ্ঠই কলিজা sui jai❤❤❤❤
জুবিন দা মেইন 😀🖤
Dada love you... 😘Mor jibon e dada apuni..bht val pao ..apunar ktha gan xunile bht xanti pore mon..aponak vale raxok tare kamona.. 🙏
Love u Khagen, biman and zubeen da
Khub val lagil anekuwa program sabo pale mon bhut Val lage...joi aai axom
Good times,thanks
সম্পূর্ণ কৈ দিব লাগে
ঐতিহাসিক ইনটাৰভিউ
Two legend of Assam
Bht val lagil priyomanuhjon❤️❤️❤️❤️😭
Val lagil , kisu jomani hol .
Unique and ultimate programme. Evergreen Assamese folk song singer hoi khagen dada. God bless to you
Legend🙏♥️♥️
Happy birth day dear ..jubeen daa...❤️❤️❤️
2 legend ❤
অতি সুন্দৰ
Happy birthday 🐅🎂🎂🍬🎉🎶🎵🎵👑👑zubeen pitai
Amaging voice
Bohut dhuniya de amar khagen daa aru amar zubeen daa
অপূৰ্ব
Love you dada😘😘😘😘
Two legends ❤
সুন্দৰ
Mojja mojja mojja
Hello news lives full episodes diyksun vl lagiba
খুব ভাল লাগিল
Zubin da aamr klija hoi xsai Mohan hoi apuni dada .....apuni xodai ankoi thakk takei bisaru bht vl lge lg pbo bisaruu adin ......aru aguwai jawk dada
Both are outstanding 👏🏼 👌 ❤
LEGENDS...❤️❤️
Both are legend of Assam
মজা🥰🥰
Akdom Original bahut bhal lagil program to.best wishes Jubin Daa
That's the legend Love ❤you Boos
4 mah purona vdo ,aji salu bohut bhal lgil dei.
Dada Mozza
Happy 🎂🎂🎂🎉🎉🎉❤❤❤❤ birthday❤❤❤zubeen da assam king star tiger❤❤❤
Mind blowing
প্রশংসা কৰিবলৈ ভাষা বিচাৰি পোৱা নাই ! কুশলে থাকা খগেনদা ! জুবিনদাক জনমদিনৰ শুভকামনা জনালোঁ !
Love form Chennai ❤️❤️❤️
Val lagil.....anusthanti ....khub dhuniya hoise....gubeen n khogen ❤️❤️❤️ jugol bondi
সুন্দৰ।
Bht val lagile kotha bur huni❤
Wow nice
Salute ....dui jon Maharathik
জুবিন দা আৰু খগেন দা
জুই 🥰
Happy birthday to you Zubeen da
Two legend.god of man.
Love u zubeen da
জয় জুবিন দা ✊✊🥀✨🥰🥰 ..
Khogen da Jubin da ekeloge bihu bohut bhal lagil .duijonoke bhogobane kusole rakhok❤🙏
Bohot bohot xobasa takil