Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
🎉 nice. Thanks from andharpradesh nellore district.
সচাকৈ সুন্দৰ আৰু ভালো লাগে এই গানটো শুনি মনত খুব ভাল পাও সেয়ে মই এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে,,
আপোনালোক দুয়োজনালৈ শুভেচ্ছা জনালো দুয়োজনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল,,,
বহুত সুন্দৰ কণ্ঠদান কৰিছে দেই......প্ৰণাম জনাইছোঁ আৰু দেই।PB MUSIC PUTUL BARUAH
hundar Hundar hoisey,,,, aapunigaaijsuk,, Hundar ,Hundar,,,, plan yei geet hosskoi, barrpoti hunithakileu aamonidayak nohai heyey hekhot yakey kau gaaijauksun,,,,,,,,
সচা কৈ ভাল লাগে এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে মই বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে,
আপোনালোক দুয়োজনলৈ ইঙৰাজী নৱবর্ষ ৰ শুভেচ্ছা জনালো,, ভগৱানে আপোনালোক দুয়োজনকে সুমতি দিয়ক ইয়াৰ মানসৰেই,সুন্দৰ হওক আপোনালোক দুয়োলৈ
এতিয়া এওঁলোক দুৰ্মতি নেকি? ভালকৈ নাজানিলে নিলিখিব।
Mind refreshing devotional tukari geet🎉
Antorik ovindan jonalu,hushatya kamana কৰিলো প্ৰভু ভগৱন্তই কৃপা হওঁক 🙏 কৃষ্ণ 🙏
♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍👍👍👍 ইমান সুন্দৰ ধুনিয়া গীত । কন্ঠই শুৱলা শুণি আমেজেই বেলেগ ......
সৰুৰে পৰা হুনিথকা সুৰটো আজি শুনিবলৈ পায় নথৈ আনন্দিত হলো
Very melodious tokarigeet . God bless you for a bright future.Krishna .
শুনিলে হিয়া শাঁত পৰি যায়। কি যে সুন্দৰ। এয়েতো জীৱন😍
❤❤❤❤❤❤❤❤❤❤❤❤অ❤❤❤❤❤❤❤❤
অ❤অ❤❤❤❤❤❤❤❤❤❤অ❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ গোবিন্দ মহাপ্ৰভুয়ে কৃপা কৰক 🙏🙏🙏🙏🙏🙏🙏🙏
Anekuwa....gaan...hunniley...too....rabbai..too....nuwaari........
Moja ❤❤❤
Xundor hoise. ❤❤❤❤❤
পুৱাতে আপোনাৰ এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে,, এনেগীত শুনাবচোন,শুনি সচাকৈ ভাল লাগে,,,
এইবোৰ গীত শুনিলে নিজক অসমীয়া বুলি গৌৰৱ কৰিব মন যায়🙏
Bahut2 Sundar harinaam huni bhaal laage.
দুয়োজনা গীতিকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো,
Dhunia dhunia nam bur di thakibo
সুন্দৰ হৈছে ।আজীৱন সাধনাত ভগৱানে সহায় কৰক ।
0:21 😊 0:24 8
সুন্দৰ অতি সুন্দৰ হৈছে আৰু পুৱা এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰো ইমানেই, আৰু আপোনালোকৰ গীতৰ খুবেই ভাল, সেয়ে গাইযাওকচোন,,,
Diyujanare tokari geet sunile suni thakibor mon Jai.
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Hundar
Othi aha generation ai aai tokari geet bur harogata koriba laga. Krishna prabhu.
hundar Hundar,,,, a ei tukari geethuni khubei bhaallagei,,, heyey,,, hekhot akeyhurat kau jey gaaijauk,,,
@@mukutlukhurakhon1411lBhal lagile
অতি সুন্দৰ🙏🙏
ভাল হৈছে প্ৰভূ ঈশ্বৰ!
বৰ সুন্দৰ
Khagen kokaideor kontho xorure porai xuni ahisu..tekhetok pronipat koru🙏
প্ৰয়াত যশস্বী শিল্পী মহানন্দ মজিন্দাৰ বৰুৱাৰ বহুতো সুন্দৰ এনেধৰণৰ টোকাৰী গীত আছে । সেই খিনিও সংগ্ৰহ কৰিব চোন। খুব সুন্দৰ পদক্ষেপ।🙏🙏🙏
গিতীকাৰদুয়োজনালৈ মোৰ ফালৰ পৰা অভিনদন থাকিল,,মোৰএইগীতটো শুনি অতিকৈ আনন্দ পাও,
Fine
Jun neog❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,, এনে ভক্তি মূলক গীতে মনটোক বৰকৈ চিন্তিত কৰি তোলে,,,, শুনিলে শুনি থাকিবলৈ মন যায় মোৰো,,,, সচা কথা এনে গীত শুনিলে মোৰ মন টো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই বিশেষকৈ বহু কথাই আহি পৰে,,,,,
,ga , ই এক প্ৰকাৰৰ কোমল ইউ আব নাজা।নিয়েও শুনি বৰ ভাল লাগিল
অতি সুন্দৰ কন্ঠ । আৰু আশা ৰাখিলো ভৱিষ্যত লৈ ।
🙏🙏🙏🙏🙏
So nice always I listen
❤❤
Bhal haise, ati bitupan,
😊
Nice
সুন্দৰ
নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি কব পাৰি,
সচা কথা,, আপোনাৰ এই টোকাৰী গীত টো শুনিবলৈ পালে মনটো খুবেই লাগেভাল আৰু শুনিলেই শুনি থাকিবৰ মন যায় মোৰো, সেয়ে আপুনি গাই যাওক,, ভবিষ্যতেও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক, ইয়াৰ মানসেৰেই,,,,,,
❤❤❤
Kishna.kishna.❤.❤
Hilpi homajor dirghaiu kamona korilu
🙏🙏🙏
Raijok hunai thakim
খগেন দাদা আমাৰ
hosai omiaa hur
উভয়কে নমস্কাঁৰ জনালো 🙏🙏🙏
🕉🕉🕉🕉🕉🕉🕉🕉🕉❇️❇️❇️❇️❇️❇️❇️✔️✔️✔️✔️✔️✔️✔️🆗🆗🆗🆗🆗
Sundar Krishna Krishna probhu
Bor hundar duyuloika thaikil suvo kamona aru ontorvora suvaisha
😂😂
@@rajadohutia6861 hundar dujanaloi,,,,,,,,,Hundar anekuwa gaanor prati manetey Bahut hukh paau heye aapuni gaaijauksunbhagawan nishoy,,,,,,
@@mukutlukhurakhon14118o78bk🎉😮😅😊
@@rajadohutia6861 hundar dujana loi Hundar,,,,,,, gaaijauksun, anedharanor tukari geethuni khubei bhaallagei jaai,,,,, heyey, akekharkothatei kau, akekh shubhaisharei,,,,,,,,,
@@rajadohutia6861 hundar, Hundar Hundar,,,,, thik anekuaa geeteyhey montuk bhagawanor prati bhakti bhaab brahai tuley,,,,,,,,, atikoi,,hukh paau,,,,,,,
Bor hundar duyuloika thaikil suvo kamona aru ontvora suvaisha
🙏🙏

@@mukutlukhurakhon1411l
Bhal lagile