MONUSHYOR JIBON (মনুষ্যৰ জীৱন) টোকাৰী গীত//VIDEO//Rupam kakati; Siddhartha Sharma & Dipjyoti keot

Поділитися
Вставка
  • Опубліковано 7 вер 2024

КОМЕНТАРІ • 337

  • @jayantachetia4488
    @jayantachetia4488 7 місяців тому +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ মন পৰশা গীত ভাল লাগিল ধণ্যবাদ

  • @AbhijitBorodoloi-ys8tv
    @AbhijitBorodoloi-ys8tv 8 місяців тому +2

    Moja dihanam 🙏🙏🙏✨👏👏👏nice

  • @Sayanika990
    @Sayanika990 9 місяців тому +7

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল শুনি ❤️❤️

  • @pradipgogoi3182
    @pradipgogoi3182 10 місяців тому +38

    কৃষ্ণ কৃষ্ণ বাপ সকল শুনি বহুতো ভাল লাগিল।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +5

    সচা কথা মানৱ জীৱনটোৱেই এনেকুৱা হয়, সুন্দৰ ৰূপত উপস্থাপন কৰি গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল আপোনালোকৰ এই টোকাৰী গীত টো, কিন্তু শুনি ও খুব দুখ লাগিল,,ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত টোকাৰী গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক এনে গীত শুনাবলৈ, কুশলে থাকক এই মানসেৰে ই

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +2

    এৰা এইসকলোৱেইটো ভগৱানৰে সৃষ্টি, সেয়ে চিৰদিন নহয় এই জীৱন, শুনিখুব ভাল লাগিল,,, সেয়ে আপোনালোকে গাই যাওক চোন,, গীতটো শুনি খুবেই ভাল লাগিল,,,,,

  • @Himangshu_dutta
    @Himangshu_dutta 10 місяців тому +5

    অতি সুন্দৰ প্ৰদৰ্শন ❤❤👍👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nipannath2011
    @nipannath2011 10 місяців тому +6

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল শুনি❤

  • @My_life_N11
    @My_life_N11 10 місяців тому +2

    Xundor kontho 3 niw tare ❤ git te a antor sui goi se ❤

  • @sarbanandasingh269
    @sarbanandasingh269 11 місяців тому +9

    কৃষ্ণ কৃষ্ণ।পৰা যাব। অতি সুন্দৰ হৈছে।

  • @user-yt8cn5mb2t
    @user-yt8cn5mb2t 7 місяців тому +3

    ইমান সুন্দৰ গীত, ভগৱানে মংগল কৰক ,

  • @putumaibora9829
    @putumaibora9829 10 місяців тому +10

    মই মৰিম যিদিনা অ বান্ধৱ নালাগে সোৱৰণী গীত নালাগে মিচা নাম চিতাৰ কাষত বহী চকুলু টুকি তোমাৰ এটুপাল চকু পানী য়ে হ'ব মোৰ গাণ বান্ধৱ চকুৰ পাণীয়ে হব গাণ ইতি তোমা লোকৰ মৰমৰ প্ৰিয়ে চিৰ যোগমিয়া প্ৰিয়ে❤❤

  • @Arun-jyotisaikia
    @Arun-jyotisaikia 8 місяців тому +2

    বহুত ভাল লাগিল চাই

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +2

    হয়তো হয়,,গীত টো শুনি মই খুবেই চিন্তিত হৈ পৰোঁ,, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ,, মনটো বিশাদে আৱৰি ধৰে বৰকৈ,, সেয়ে আপোনালোকে গাই যাওক চোন, শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় কেতিয়াবা বৰকৈ চিন্তিত কৰি তোলে,,

  • @user-kv6xv1ds6m
    @user-kv6xv1ds6m 9 місяців тому +3

    Bohut vahl lagil gantu huni❤

  • @user-xl7uc5xg7r
    @user-xl7uc5xg7r 8 місяців тому +2

    Bohut vl lagise

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 10 місяців тому +4

    কৃষ্ণ কৃষ্ণ সুন্দৰ কৃষ্ণ মাজত সুন্দ হৰি নাম

  • @user-sf3rz5le8e
    @user-sf3rz5le8e 10 місяців тому +1

    সুন্দৰ লাগিল , তিনিও গৰাকী বান্ধৈ লৈ অজস্ৰ মৰম

  • @garimagogoi2647
    @garimagogoi2647 9 місяців тому +1

    সুন্দৰ উপস্থাপন কৰিলে। কিন্তু দুখ লাগিল।।
    কৃষ্ণ।

  • @Tiku_kwr
    @Tiku_kwr 7 місяців тому +2

    Moja harinam Nam Ki val lagil

  • @user-xl5fp1vx7w
    @user-xl5fp1vx7w 10 місяців тому +2

    Ati shundor hoise❤

  • @BabuDas-jf1vb
    @BabuDas-jf1vb 11 місяців тому +6

    কৃষ্ণ কৃষ্ণ ❤❤

  • @mitalibhuyan2704
    @mitalibhuyan2704 11 місяців тому +2

    Bht vl lagil sai ❤️

  • @bobitadas367
    @bobitadas367 11 місяців тому +5

    হৰি মোৰ বান্ধৱ🙏সকলো ভগৱানৰ মায়া 😢

  • @hemantahazarika9715
    @hemantahazarika9715 10 місяців тому +3

    সচাঁই এইটো গীত শুনাৰ পিছত নিজৰ জীৱনটোৰ ওপৰটো একোৱেই মায়া নালাগে , সকলো ইশ্বৰৰ দান, কোনদিনা লৈ যায় কোনেনো জানে , মিছাতে কিয় ধন, জন, সম্পত্তিৰ পিছত দৌৰিছো,, সকলো ইশ্বৰৰ হে,, দুদিনৰ আলহি আমি,, আজি আছো কালি নাই

  • @tapanchoudhari3139
    @tapanchoudhari3139 8 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ সকল বহুত ভাল লাগিল

  • @AKABHIBARUAH
    @AKABHIBARUAH 11 місяців тому +1

    Bohut bohut vhal lagil 😢😢😢😢

  • @luckyhandique4379
    @luckyhandique4379 11 місяців тому +2

    ভাল লাগীছে

  • @Cricketlover-ge1zq
    @Cricketlover-ge1zq 11 місяців тому +1

    Bohut besi bhal lagil❤

  • @assammk5049
    @assammk5049 11 місяців тому +1

    Bohut vall lagill 🥰🥀

  • @rinkudutta1512
    @rinkudutta1512 11 місяців тому +7

    অতি সুন্দৰ প্ৰদৰ্শন 🙏🙏🙏👌

  • @SidarthaHazarika-uh4ib
    @SidarthaHazarika-uh4ib 11 місяців тому +1

    Bohut val lagile ❤

  • @user-ug1bc1nh2k
    @user-ug1bc1nh2k 9 місяців тому +1

    Atiya loika 20 baror uprot hunilu bor vl laga❤❤❤

  • @BinuwaDas
    @BinuwaDas 2 місяці тому +2

    Val lagil 🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 3 місяці тому +1

    সুন্দৰ, সুন্দৰ,, আপোনাৰ এই গীতটো শুনি বৰকৈ চিন্তিত কৰি তোলে মোক,, আপোনাসবৰ পৰিৱেশন চাইও ভাল লাগিল সাধাৰণতে মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ, কিন্তু শুনিলে মোৰ মন টো বৰকৈ চিন্তিত হৈ পৰে সেয়ে নকলেও হব, আপোনাসবে গাইযাওকচোন শুনি মই খুবেই ভাল পালোঁ,, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখেৰে ৰাখক সচাকৈ দেই ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে এনে ভক্তি মূলক গীত শুনিবলৈ,,

  • @ApuGogoi-ro1lx
    @ApuGogoi-ro1lx 2 місяці тому +2

    কৃষ্ণ প্ৰভু অতি সুন্দৰ ❤

  • @sumanborah9605
    @sumanborah9605 11 місяців тому +3

    Hundor mohon kk. Da

  • @chandanborah3368
    @chandanborah3368 11 місяців тому +1

    Goosebump gurenty

  • @user-zc2jt7hg5i
    @user-zc2jt7hg5i 7 місяців тому +1

    Bhl lagil Krishna ❤

  • @user-tv6oi3un8o
    @user-tv6oi3un8o 8 місяців тому +1

    Bohut val lagil huni❤❤

  • @NayanmoniMudoi-g7k
    @NayanmoniMudoi-g7k 20 днів тому +2

    Bhuto Val lagil

  • @sumon-kx1rf
    @sumon-kx1rf 7 місяців тому +2

    অতি সুন্দৰ ❤❤❤

  • @Jubleesaikia123
    @Jubleesaikia123 14 днів тому +1

    Bhut val lagise dau

  • @ponkulgogoi4795
    @ponkulgogoi4795 11 місяців тому +1

    বহুত ধুনীয়া হৈছে ❤

  • @Satyajitdas35678
    @Satyajitdas35678 11 місяців тому +8

    কৃষ্ণ🙏কৃষ্ণ

  • @sumitradeka3599
    @sumitradeka3599 5 місяців тому +3

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jutikanath9196
    @jutikanath9196 11 місяців тому +1

    Bohut Borhiya git

  • @biswajitborah4474
    @biswajitborah4474 10 місяців тому +2

    কৃষ্ণ কৃষ্ণ🙏

  • @BidishaDas-vq7qc
    @BidishaDas-vq7qc 3 місяці тому +3

    Val lagil

  • @assamdeni3311
    @assamdeni3311 10 місяців тому +1

    অতি সুন্দৰ 😊

  • @bhaskarkalita606
    @bhaskarkalita606 11 місяців тому +1

    Mon pran jurai gol. Xosai bohut dhunia hoise.,,🙏🙏🙏

  • @PhukanDas-bc3dz
    @PhukanDas-bc3dz Місяць тому +2

    Hundor bor❤❤😢😢😢

  • @allabout7234
    @allabout7234 10 місяців тому +2

    সুন্দৰ🥰🥰🥰

  • @jyotishmannath-sl1ow
    @jyotishmannath-sl1ow 10 місяців тому +1

    অতি,সুন্দৰ,

  • @user-ow9dq7mi9n
    @user-ow9dq7mi9n 11 місяців тому +5

    Bohut val lagil ❤😢😢

  • @bindassboy9993
    @bindassboy9993 11 місяців тому +3

    Mujjang

  • @BipulBipuldatta-jp9mv
    @BipulBipuldatta-jp9mv 11 місяців тому +2

    Val,lagesa,❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +1

    সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল আপোনালোকৰ এইভকতি্ মূলক টোকাৰী গীত শুনিবলৈ পাই মনতে খুব সুখ পালো ভবিষ্যত ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি খুবেই আশা কৰিলোঁ, কিন্তু সেই সকলোবোৰ জীৱনত কিয়নো ঘটে ইয়াকে ভাবি পাৰ নাপাওঁ বৰকৈ, সেয়ে চিন্তিত হৈ পৰোঁ বৰকৈ,

  • @KangkanDeka-dp3cr
    @KangkanDeka-dp3cr 7 місяців тому +5

    ইমান সুন্দৰ গীত ❤❤❤❤

    • @nityoborah4366
      @nityoborah4366 6 місяців тому

      😮😮😢😢😢😢😢😊

  • @axomgamersonmoni3817
    @axomgamersonmoni3817 11 місяців тому +5

    Ultimate ❤❤

  • @Rockstarb55
    @Rockstarb55 11 місяців тому +1

    Mojjsh lgil kk daaaa love 7:40 tukari geet tu bhut khuiji val lagil dhanya bad akha koru aru ankoi bonabo

  • @user-dj6lx5bi4p
    @user-dj6lx5bi4p 11 місяців тому +7

    বহুত ভাল লাগিল।ধন্যবাদ সকলো কলাকৌশলীলৈ গীতটি ইমান ধুনীয়াকৈ সজাই তোলাৰ বাবে।ধন্যবাদ দীপা।ভগৱানে দুয়োকে ভালে ৰাখক।

  • @assamesepoemankitaneog5712
    @assamesepoemankitaneog5712 9 місяців тому +1

    Hundor 🙏🙏🙏💐

  • @ASMEXE
    @ASMEXE 11 місяців тому +2

    সুন্দৰ আমাৰ ভাঙনা নাট খুল পৰা নাট সামৰণি পৰিল

  • @rubyborah259
    @rubyborah259 3 дні тому +1

    Dhuniya 😊

  • @user-zm8co3bo6u
    @user-zm8co3bo6u 11 місяців тому +1

    Axomiyar ji xomaj riti tat adhunikota ana Ani babe bohut val lagisa❤❤

  • @Bhabensaikia26
    @Bhabensaikia26 11 місяців тому +8

    বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ 🙏❤️❤️

  • @mukundadas8577
    @mukundadas8577 11 місяців тому +1

    Bhut Val lagise so much kk da aru muhan

  • @NINJABISWA
    @NINJABISWA 11 місяців тому +5

    সছাকৈ জীৱন টোত আছে নো কি, সত্য টো মৃত্যু য়ে,, লোভ, কোৰধ, মায়া, জীৱ উলাই যোৱা পাছত, যিমানে টকা, সুন্দৰী নাৰী য়ে হক বা অন্য কিবা য়ে হক,, যিমান য়ে দিয়া ঘুৰি আহি লব নোৱাৰা, গতিকে নিজকে চেষ্ট বুলি ভাবিব নাপাই, টকা উপাৰ্জন হে কৰিছা কিন্তু থাকি টো ইয়াতে যাব, আনৰ বাবে কিহৰ ইমান কস্ট কৰিব লাগে,, আনৰ মনত দুখ দি উপাৰ্জন কৰি লাভ নাই,,,

  • @ankurbora459
    @ankurbora459 11 місяців тому +1

    Vl hoisee🙏

  • @manikrobidas2066
    @manikrobidas2066 21 день тому +2

    কৃষ্ণ কৃষ্ণ

  • @rajibbhuyan8392
    @rajibbhuyan8392 11 місяців тому +2

    বহত ভাল লাগিল গীতটি।সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ 🙏🙏🙏

  • @rabindas752
    @rabindas752 8 місяців тому +1

    কৃষ্ণ কৃষ বহুত ভাল লাগিল বাপ সকল ।

  • @user-ne5sd1xl4j
    @user-ne5sd1xl4j 7 місяців тому +1

    Bahi xur xunu bohut val lagisa ❤❤❤❤❤❤

  • @user-ib5qn8qi9k
    @user-ib5qn8qi9k 7 місяців тому +1

    Moja ❤❤

  • @hiravlogs9496
    @hiravlogs9496 10 місяців тому +1

    Xosa koi bohut dhunia .... Lagisa

  • @user-dy7oq5pq7p
    @user-dy7oq5pq7p 11 місяців тому +2

    বহুত ভাল লাগিল আৰু আগুৱাই যায় যেন।

  • @assamvlogschannel1921
    @assamvlogschannel1921 8 днів тому +1

    A moja

  • @MondipLahon
    @MondipLahon 9 місяців тому +1

    Hundar 🙏🙏🙏❤

  • @ChandraKanta99
    @ChandraKanta99 11 місяців тому +1

    অতি সুন্দৰ হৰি নাম বহুত ভাল লাগিলে

  • @nabajyotisaikia5849
    @nabajyotisaikia5849 11 місяців тому +1

    বহুত বহুত ভাল লাগিল

  • @preetypriyanka7786
    @preetypriyanka7786 10 місяців тому +1

    Bor dhuniya ka milaisa dai kk sir aru mohan

  • @Pdffile786
    @Pdffile786 10 місяців тому +1

    Kk daaa aru mohan ,rock

  • @mahantada
    @mahantada 11 місяців тому +1

    Bor hundor tokari geet.. ❤

  • @brooboravlogs8286
    @brooboravlogs8286 11 місяців тому +1

    😢bahut val lagel

  • @bikashtamuli8233
    @bikashtamuli8233 5 місяців тому +1

    Har Har Mahadev jai Shree Krishna 🕉️🔱🙏🙏🙏🙏🙏

  • @user-bs4ic7gt8v
    @user-bs4ic7gt8v 11 місяців тому +1

    Bhut duniya hoise 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤

  • @aprajitdasan5941
    @aprajitdasan5941 11 місяців тому +1

    Ati sundor gan

  • @AnitaBangthai-zm5hn
    @AnitaBangthai-zm5hn 6 місяців тому +1

    মজা ❤

  • @arupbora9832
    @arupbora9832 6 місяців тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ🕉️

  • @dhunudaduvlog1473
    @dhunudaduvlog1473 6 місяців тому +1

    Xosai bor val lgil

  • @sunilhazarika2203
    @sunilhazarika2203 11 місяців тому +3

    অতি সুন্দৰ ❤🤗🤗

  • @user-bn3mx2ft4o
    @user-bn3mx2ft4o 6 місяців тому +1

    কৃষ্ণ 🙏কৃষ্ণ ৰাম নাৰায়ণ

  • @user-wm7jx7lx6k
    @user-wm7jx7lx6k 10 місяців тому +1

    Vl lagile

  • @jonalidas6206
    @jonalidas6206 11 місяців тому +1

    বহুত ভাল লাগিছে সঁচাকৈ

  • @rekhaborah9066
    @rekhaborah9066 11 місяців тому +1

    Bohut val lagile xuni❤❤

  • @BikhesorMahli
    @BikhesorMahli 2 місяці тому +1

    Gan huni deha gum gumai gol❤❤😂😂

  • @Kalpa_jyoti_Das_
    @Kalpa_jyoti_Das_ 5 місяців тому +1

    Mur suwali aru lorar mettk porikha dise jati val hoi take kamona koriba Prabhu Jai agninav baba kripa koriba

  • @gymmotivationassam2360
    @gymmotivationassam2360 10 місяців тому +1

    Keep up bro

  • @user-sp8xi3od2l
    @user-sp8xi3od2l 4 місяці тому +1

    সুন্দৰ দেহ বিচাৰ গীত🙏🙏🙏