DHIMIKI DHIMIKI II ধিমিকি ধিমিকি II বাপুজি কোঁৱৰ II মনোজ হালৈ II নিতুল দাধৰা

Поділитися
Вставка
  • Опубліковано 22 січ 2025

КОМЕНТАРІ • 197

  • @deijiBorah
    @deijiBorah 5 місяців тому +3

    পুৱাতে নামফাকি শুনি মনটো কিবা ভাল লাগি গ'ল দেই। মানুহৰ জীৱনৰ লগত বৰ ধুনীয়াকৈ খাপ খাই পৰিছে। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @surabhigogoi8792
    @surabhigogoi8792 2 роки тому +3

    অন্তৰ চুই যোৱাকৈ গাইছে সচাকৈয়ে বৰ ধূনীয়া হৈছে,,🙏🙏🙏🪔❤️❤️❤️❤️❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +2

    কৃশন্, সুন্দৰ, অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল আৰু আনন্দ পালো যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপোনালোকে গাই যাওক,, এইগীততমানৱ জীৱনত সঘনাই ঘটি থকা সকলো কথাকেই সূচায় চে এই গীতত সুন্দৰ কৈ ফুটিছে আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,,,

  • @ParashDas-j8y
    @ParashDas-j8y 3 місяці тому +2

    Bohut bhal lagil krishna🙏🙏🙏❤️❤️❤️

  • @anjanabora5631
    @anjanabora5631 11 місяців тому +3

    বৰ সুন্দৰ লাগিছে দে নাম টো শুনি। মনটো সঁচা কে ভাল লাগিল।মাতটো বহুত মিঠা ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +1

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত বা দেহ বিচাৰৰ গীত শুনাব বুলি আশা কৰিলোঁ,,,, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু সঙ দি বাধিত কৰক ইমানেই,,,,

  • @leenadeka4803
    @leenadeka4803 2 роки тому +3

    Bohut bhal lagil 🙏🙏🙏

  • @nirmaligogoidutta957
    @nirmaligogoidutta957 Рік тому +3

    Khewa jonaisu krishna provu❤❤❤❤bohut val lagil khuni❤❤❤❤❤

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 2 роки тому +4

    দেহবিচাৰ গীত । বৰ সুন্দৰ হৈছে।

  • @momideka2767
    @momideka2767 Рік тому +5

    Bohut dhunia🙏🙏

  • @dipanjalichetia455
    @dipanjalichetia455 2 роки тому +3

    খুউব ভাল লাগিল ।

  • @nuproductions2905
    @nuproductions2905 Рік тому +2

    Bahut xundor hoise

  • @dipaksaikia891
    @dipaksaikia891 2 роки тому +3

    বৰ সুন্দৰ হৈছে

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому +1

    কৃশন্ খুবেই ভাল লাগিল গীত টো শুনি ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত বা দেহ বিচাৰৰ গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে কুশলে ৰাখক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই,

  • @jatinborgohain587
    @jatinborgohain587 Рік тому +4

    Mojaa😮😮😮❤

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      khubei,, Hundar Hundar,,, a ei geetto huni monot bhagawanor prati bhakti bhaab bhahai tuley,,, huniu aamonidayak nohoy heyey hekhot akeyhurat kau gaaijauksun,,,,, bhagawan nishoy koi, aapunahobor prati huprakhonahobo,,,,,,,

  • @hemchandrabaruah5596
    @hemchandrabaruah5596 Рік тому +3

    আমাৰ এইয়াই ভক্তি ৰ ৰস বোৱাই দিছে বহুত সুন্দৰ❤

  • @PurabiBaishya-zx7iw
    @PurabiBaishya-zx7iw 2 місяці тому +1

    সঁচাকৈ বৰ সুন্দৰ গাইছে

  • @AporajitaBoby
    @AporajitaBoby 8 місяців тому +2

    Krishna ,xundar hoise

  • @oldisgoldassamessong8782
    @oldisgoldassamessong8782 2 роки тому +12

    অতি সুন্দৰ ৰাতিপুৱাই শুনি মনতো ভাল লাগি গ'ল।🙏🙏🙏

    • @borsonsproduction2984
      @borsonsproduction2984  2 роки тому

      কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      সচাকথা সকলো ভগৱানৰে সৃষ্টি কৰে,, সকলো কাযই তেওৰে সৃষ্টি কৰে,,, তাত একো কৰিব নোৱাৰোঁ, এতেকে, সেয়ে ভগৱান কেকব লাগিব,,,,,,,

  • @user-benz90
    @user-benz90 2 роки тому +4

    ইমান ধুনীয়া হৈছে। বৰ ভাল লাগিল শুনি।🙏🙏❤️❤️❤️

  • @mr.manash6948
    @mr.manash6948 2 роки тому +3

    বহুত ভাল লাগিছে দেই 🙏🙏

  • @giridharkalita1485
    @giridharkalita1485 Рік тому +2

    Dhuniya

  • @MonalishaBarman-c7p
    @MonalishaBarman-c7p 2 місяці тому +1

    Bahut b🎉ahut sundor hoise bhogobane kuhole rakhok 🙏🌼🙏🌼🙏🌼🙏🌼

  • @sikhasikhadevi6666
    @sikhasikhadevi6666 2 роки тому +3

    Bhut val lagise xuni Hrinmtu manoj dada

  • @junomonidas
    @junomonidas 2 роки тому +1

    Bhaktit gd gd hoise krishna krishna

  • @srisuprabhatsaikia6522
    @srisuprabhatsaikia6522 2 роки тому +4

    সঁচাই খুব সুন্দৰ পৰিবেশন।।।।🙏🙏

  • @KhaninHaloi-p3u
    @KhaninHaloi-p3u Рік тому +2

    ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিল

  • @pujabharali6320
    @pujabharali6320 Рік тому +2

    Bohut val lagil ❤️.Hundor konth .

  • @BarunTai
    @BarunTai 11 місяців тому +1

    Krishno krishno bohut hundor❤❤

  • @sidharth0104
    @sidharth0104 2 роки тому +4

    ইমান ধুনীয়া হৈছে গীতটি, বহুত ভাল লাগিল♥️♥️♥️♥️

  • @kishanubhuyan9826
    @kishanubhuyan9826 2 роки тому +4

    জীৱন সোনোৱালী যেনে নৈৰ বালী,
    চিৰদিন নাথাকে ৰৈ।
    কোনোবা এদিনা যাবগৈ লাগিব,
    এই দেহা মাতিতে থৈ ।।
    মনাই ঐ কেলৈ ঘটিছা ধন,
    জপাৰ বৰে কাপোৰ বাকচত পচিব।
    সাৰতো গজিব বন ।।
    আপোনাৰ দিহানাম ফাকী শুনি বহুত ভাল লাগিল,পাৰিলে মই লিখা ভক্তি গীতটিৰ সুৰ দি গাবলৈ চেষ্টা কৰিব চোন । আপোনাৰ কন্ঠত গীতটি শুনিবলৈ নিচয় ভাল লাগিব।
    কিশানু ভূঞা (ডিব্ৰুগড়)
    ধন্যবাদ।
    .................................................................

    • @borsonsproduction2984
      @borsonsproduction2984  2 роки тому

      গীতটোৰ আৰু দুটা মান কলি লিখি দিবা, ভাল লাগিব

    • @kishanubhuyan9826
      @kishanubhuyan9826 2 роки тому

      ঐ মনাই এই দেহাৰ ভাৰষা নাই,
      জীৱটি লৈ যাব সজাটি থৈ যাব
      আলহি ঘৰতে পায় মনাই ঐ
      এই দেহাৰ ভাৰষা নাই ।
      কেলৈ লাগিছে ঐশ্বৰ্য সম্পতি
      কেলৈ লাগিছে ধন,
      জুই দি পুৰিব মাতি দি ঢাকিব
      সাৰতো গজিব বন।
      মনাই ঐ জীৱন সোনোৱালী...
      🙏🙏🙏

  • @Labita54321
    @Labita54321 2 роки тому +3

    সুন্দৰ 🙏🙏🙏কৃষ্ণ

  • @Animal_lovers1502
    @Animal_lovers1502 Рік тому +2

    Mojja lagise (from hariyana)

  • @monjugogoi3686
    @monjugogoi3686 2 роки тому +3

    সুন্দৰ লাগিছে

  • @Dpan315
    @Dpan315 2 роки тому +5

    বহুত ধুনীয়া হৈছে দাদা সকল হৃদয়ৰ পৰা ধন্যবাদ জনাইছো 🙏🙏❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Рік тому +1

    সুন্দৰ পুৱা তে এনে ভক্তি মূলক গীত শুনি মই মনতে অতিকৈ আনন্দ পাও সেয়ে মই বাৰে বাৰে শুনি থাকিলেও আমনি নাপাও,

  • @Ayushgo948
    @Ayushgo948 Рік тому +3

    Bohut bhal horrinam

  • @norapepaofficial4348
    @norapepaofficial4348 2 роки тому +4

    সুন্দৰ

  • @debojitbhai4779
    @debojitbhai4779 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 місяців тому +3

    সচা কথা, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ, কিন্তু কি কৰিম শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ চিন্তিত কৰি তোলে মোক, মনটো শাঁত পৰি যায় ঐ বৰকৈ, সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক আৰু সংগ দি সুখেৰে ৰাখক এই মানসেৰে ই,,,

  • @Request_motivation
    @Request_motivation 2 роки тому +9

    কৃষ্ণ 🙏🙏🙏

  • @anupomkochari1698
    @anupomkochari1698 2 роки тому +2

    ধুনীয়া

  • @norenrajbongshi4978
    @norenrajbongshi4978 5 місяців тому +2

    ❤❤❤❤mojaaa🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Padmasormili
    @Padmasormili 14 днів тому +1

    ❤🎉❤🎉❤🎉❤🎉❤কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ❤🎉❤🎉

  • @bhaskarbhoirab8617
    @bhaskarbhoirab8617 2 роки тому +1

    Br xundor kokai ht ....tomr agr gaanto moi bht vl paw ( xorotor dhuniya jonak rati ) agoloi akha Krilo...god bless you ❤️

  • @gungunxmusical4237
    @gungunxmusical4237 4 місяці тому +1

    কৃষ্ণ কৃষ্ণ, সুন্দৰ

  • @anupamhazarika1451
    @anupamhazarika1451 2 роки тому +3

    Bht val lagil broo aru anakoi agoloi 2mr pora pam axa thakil

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Рік тому

    সুন্দৰ অতি সুন্দৰ হৈছে আৰু এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে মই এই মুহূৰ্তত ভীষণ ব্যস্ত হৈ পৰিছো, আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে,

  • @assam545
    @assam545 Рік тому +1

    Mojaaa🙏🙏🙏👍👍

  • @minalneog8558
    @minalneog8558 2 роки тому +3

    Hundor hoise

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      hunfar,hundar

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      Hundar Hundar anekuwa gaanor prati manetey Adhik bhakti,,, bhaab aahey heye aapuni gaaijauksun, Krishna Bhagawan nishoy aapunar prati suprakhano hobo,,,,,,,,,,,

  • @ronibhaai2486
    @ronibhaai2486 2 роки тому +4

    🙏Good morning সুন্দৰ মন টো বহুত ভাল লাগিছে 🥀🥰😭

  • @progotidas8125
    @progotidas8125 Рік тому +2

    Krishna 😍

  • @anantaborgohain3971
    @anantaborgohain3971 2 роки тому +1

    ভাল হৈছে প্ৰভূ

  • @কাকুমনি
    @কাকুমনি Рік тому +1

    অতি সুন্দৰ❤❤

  • @RanjanDas-fq8hm
    @RanjanDas-fq8hm Рік тому +4

    কবলৈ ভাষা নাই , তিনিওকে সেৱা জনালোঁ ।

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d 8 місяців тому +1

    Krishna,bahut manat ananda lagil.

  • @jinuchawrok9178
    @jinuchawrok9178 10 місяців тому +1

    কৃষ্ণ , সুমধুৰ হৰি নাম 🙏🙏🙏🙏❤️❤️❤️❤️

  • @herouzir5747
    @herouzir5747 2 роки тому +2

    Hundor apunar lukor hokolu horinam hunu . Hunu bhal lagea .

  • @Naruto-c7g2j
    @Naruto-c7g2j 3 місяці тому +1

    Wow very nice ❤

  • @Request_motivation
    @Request_motivation 2 роки тому +4

    অতি সুন্দৰ দেহ তত্ত্ব নাম কৃষ্ণ 🙏🙏🙏

    • @borsonsproduction2984
      @borsonsproduction2984  2 роки тому +1

      কৃষ্ণ কৃষ্ণ 🙏🙏 🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому +1

      ভগৱান কৄষ্ণই সুপসন
      ঁন হওঁ ক মোৰ সতে

  • @babuldutta1475
    @babuldutta1475 2 роки тому +4

    কৃষ্ণ

  • @Maramireaction
    @Maramireaction 7 місяців тому +1

    শতবাৰ শুনি থাকিলেও আমনি নলগা এই দেহবিচাৰ নামটি ❤❤

  • @milonbaruah6104
    @milonbaruah6104 8 місяців тому +2

    Krishna probhu🙏🏻🙏🏻🙏🏻

  • @madhusmitachamua6741
    @madhusmitachamua6741 2 роки тому +3

    hundor voice🙏🙏🙏🙏🙏🙏

  • @madhujyaborah1167
    @madhujyaborah1167 2 роки тому +3

    Ratipuai ratipuai mon2 vall lagi gol🙏🙏

  • @padminigogoi9533
    @padminigogoi9533 7 місяців тому +1

    Moja

  • @harnathkakati4230
    @harnathkakati4230 7 місяців тому +1

    Xundar lagise naam tu xuni, tumalok tini jon vale kushale thaka

  • @nilakhisonowal5032
    @nilakhisonowal5032 2 роки тому +45

    Krishna krishna 🙏🙏 otihundor bohut bhal lagil huni puai uthi ...hodai aakha koru anekua dihanam horinam huniboloi 👏👏

  • @m.hazarika
    @m.hazarika Рік тому +2

    সুন্দৰ কণ্ঠ ❤
    শুনি ভাল লাগিল 🙏

  • @naniborah2089
    @naniborah2089 8 місяців тому +1

    কৃষ্ণ🙏 কৃষ্ণ🙏 বৰ সুন্দৰ

  • @padumaninath8941
    @padumaninath8941 2 роки тому +2

    Krishan krishan 🙏🏻🙏🏻🙏🏻

  • @jker2.55
    @jker2.55 2 роки тому +4

    কৃষ্ণ প্ৰভু কৃষ্ণ🙏🏻🙏🏻🙏🏻...

  • @Ranjankalita3402
    @Ranjankalita3402 Рік тому +1

    বৰ ধুনীয়া লাগিল গান তো শুনি

  • @sumitradeka3599
    @sumitradeka3599 Рік тому +2

    KRISHNA🙏🙏🙏🙏🙏

  • @pradipmech1655
    @pradipmech1655 2 роки тому +2

    হিহি😀😊☺

  • @allstatus7458
    @allstatus7458 2 роки тому +4

    Krishna 🙏

  • @pritypremasaikia5131
    @pritypremasaikia5131 2 роки тому +4

    Ultimate lyrics

  • @bobynath4148
    @bobynath4148 2 роки тому +6

    কৃষ্ণ কৃষ্ণ

    • @pompivlog4106
      @pompivlog4106 Рік тому +1

      কৃষ্ণ কৃষ্ণ

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      @@pompivlog4106 সুন্দৰ আৰু ভালো পাওএইগীতশুনি,,,,সচাই ইমান ভাল লাগে এই গীতটো শুনি,, সেয়ে আপুনি গাই যাওক চোন,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому +1

      সচা কথা পুৱা তে এনে ভক্তি মূলক গীত শুনি খুবেই ভাল লাগে,, যিটো নেকি মানবজীৱৱনত সদায়ে ঘটিথাকে ,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      সুন্দৰ অতি সুন্দৰ আপোনাসবে গাইযাওকচোন সুন্দৰ অতি হৈছে,,,,

  • @champagogoi9628
    @champagogoi9628 Рік тому +2

    Krishna 🙏🙏🙏🌹🌹🌹🌹🌹🙏🙏🙏❤❤

  • @LilaKanta-h6z
    @LilaKanta-h6z Рік тому +2

    🌺♥️😍😊😘💕

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Рік тому +1

    নৱবর্ষ ৰ শুভেচ্ছা জনালো সকলোলৈ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোলৈ আপোনালোক তিনিজনালৈ এই নতুন গীতটো শুনি বহু বহু ধন্যবাদ জ্ঞাপন জনালো ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰিলোহেতেন,

  • @udeswarmili
    @udeswarmili Рік тому +1

    wow ! Lyrics is best

  • @sumibonia5092
    @sumibonia5092 2 роки тому +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 পৰভু

  • @Mgogoi68
    @Mgogoi68 5 місяців тому +1

    Jai guru hangkardev 🙏🙏🙏🙏

  • @prasannanarayannath3555
    @prasannanarayannath3555 Рік тому +2

    Very good performance... thank you

  • @KangkanNath674
    @KangkanNath674 6 місяців тому +1

    Vary nice

  • @DurgeswarGogoi-pq6kt
    @DurgeswarGogoi-pq6kt 7 місяців тому +1

    ❤❤❤❤❤ krisna

  • @monujborah3469
    @monujborah3469 5 місяців тому +1

    Mojaaa

  • @anandaramboruah9619
    @anandaramboruah9619 6 місяців тому +1

    Dhanyobad pura mon suigol ei monuaya jivonor kunu bhorokha nai

  • @NijoraHazarika-w4d
    @NijoraHazarika-w4d 4 місяці тому +1

    Krishna Krishna ❤🙏🙏

  • @papuborahBorah
    @papuborahBorah Рік тому +2

    Kishna

  • @jamunarabha4536
    @jamunarabha4536 2 роки тому +3

    Heart touching song 🙏

  • @junumech653
    @junumech653 2 роки тому +3

    কৃষ্ণ কৃষ্ণ 🙏🙏

    • @borsonsproduction2984
      @borsonsproduction2984  2 роки тому

      কৃষ্ণ কৃষ্ণ

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Рік тому

      Krishna, krishna,, yei Geet tu huni monot khubei bhaallagei jaai Hundar, Hundar aapunahobey gaaijauksun, geetor hur atikoi Hundar hoisey aagbahi jayuksun hekhot akeyhurat kau gaaijauksun bhagawaney nishoy aapunahobot prati suprakhano hauk imanokey kau,,,,,,,

  • @probinbora8871
    @probinbora8871 2 роки тому +4

    Krishna

  • @utpalbora2292
    @utpalbora2292 2 роки тому +2

    Krishna Krishna 🙏🙏

  • @devidnath7299
    @devidnath7299 2 роки тому +1

    Tamokor song bht morom loga

  • @kisnadas373
    @kisnadas373 Рік тому +3

    He hori ❤❤❤❤all god love u gayis

  • @madhabjyotinath621
    @madhabjyotinath621 Рік тому +2

    Krishan krishan

  • @boikunthabori1519
    @boikunthabori1519 2 роки тому +6

    Hmpurno geet ti nitul dadharai guwa hole besi val lagi hoi

  • @misspinkmisspink1368
    @misspinkmisspink1368 7 місяців тому +1

    👌👍👍👌🎉🎉🎉