বহুত ভাল লাগিল xosa koi e bohut val lagil bohut val kotha koise apuni......mur mon tu beya lagi asile kintu apunar kotha xuni xosa koi e mon tu val lagi gol.... ❤❤❤❤❤❤
"Thank you so much, Aichengfa, It's truly a beautiful concept. I'm thrilled to see that Khagen Da has achieved so much in his life and has become an inspiration for new generations. And thank you for showcasing our culture on the international platform. Being your next-door neighbor, listening to your songs, and spending time together on stage, celebrating many festivals together has been wonderful. Thank you for making our Naraksur famous and popular. I always knew that you would be recognized for your talent and become a true ambassador of Assam. Manoj Borah
Imn val lagil episode 2 sai.... Khogen da buli a koisu jodiu teu mur pitri tulya .... Ki j bohol monor goraki apuni... Ejon prokit hukhi manuh tak anuvab koribo pora jai.... Aru baa 2mr j kotha bur emn morom lage... Hodai ene k hahi dhemali kori thaki val val kam kori thakiba.... ❤❤
বিহু নাম আৰু বিহুগীতৰ মাজত পাৰ্থক্য আছে। জুবিনে বিহুগীত গাইছে।নাম কিন্তু গোৱা নাই। নামত যোজনা থাকে। এক ঐতিহাসিক সাক্ষাত।দুয়োজনাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏
সুন্দৰ অনুষ্ঠান, আগুৱাই নিয়ক......
Sound tu thik kri labo
8888888888988
😊 po😊😅
সদায় প্ৰিয় খগেন দা
আৰু
তোমাক কিন্তুু ধূনীয়া দেখিছে ❤❤
বিয়া নপতা মানুহ বোৰৰ মনবোৰ সুন্দৰ আৰু বহল হয়নেকি বাৰু ? মানুহজনৰ সৰলতায়েই সফলতাৰ মূলমন্ত্ৰ ।ইমানবোৰ দেশলৈ আমাৰ সংস্কৃতি কঢ়িয়াই লৈ ফুৰিছে তথাপি অহংকাৰ নাই । এয়াই সচা শিল্পী ।আৰু তোমাৰ অনুষ্ঠানটো বহুত উচ্চমানৰ হৈছে ।প্ৰশ্ন ,সোধাৰ ভংগীমা সকলো সুন্দৰ ।অতিথি জনৰ ভিতৰৰ মানুহজনক সম্পূৰ্ণ উলিয়াই আনিব পৰাটোৱেই এংকৰ জনৰ কৃতিত্ব ।আগবাঢ়ি যোৱা ।আমাৰ শুভকামনা আছে ।
Actually ki jaane he is actually living a stress-free life😊
খগেন দদাইদেউৰ দৰে মানুহ এজনক তেওঁৰ দৰেই উপস্থাপন কৰিব কেৱল আপুনি হে পাৰিছে । আপোনাক ধন্যবাদ আইচেংফা
ৰ'দ ঘাই মানুহ, ফৰকাল মন.. উদাহৰণ শ্রদ্ধা ৰ খগেন গগৈদেৱ🙏🙏🙏🙏
বৰ ভাল লাগিল । খগেন গগৈ অসমৰ বুঢ়া সিংহ।
হয় ক দেই
খুব ভাল লাগিল অনুষ্ঠানটো। ইমান ৰসাল খগেন দাৰ কথাবোৰ। শ্ৰদ্ধাৰ শিল্পী গৰাকীক ভগৱানে সুস্থ আৰু দীৰ্ঘায়ু কৰি ৰাখক তাকে কামনা কৰিলো।
ua-cam.com/video/Kk7Dfp5iJb8/v-deo.htmlsi=GAlK8ueKl4CBKlrh
❤❤❤❤❤
এংকৰজনী ইমান মৰমলগা দেহি । বৰ মৰমলগা কথা বতৰা লখিমি ছোৱালী । যাৰ ঘৰৰ বোৱাৰী হ'ব খুব মৰমৰ হ'ব😍
Monipuror buwari
অহ্ বিইদেউ গৰাকী বিয়া সোমাল নি??? সছাকৈ বাইদেউ গৰাকীৰ মাতটো, তেওঁৰ কথা বতৰা বৰ মৰমলগা দুয়ো গৰাকী এ বৰ মৰমিয়াল ❤❤
Very 👍
Tumar voice tu kulir dore This line "Ayoooooo" so soweet 😊
বা জনিয়ে মাজে মাজে যে aioo বুলি কয় বৰ ভাল লাগে শুনি ❤❤
আটাইতকৈ ভাল লগা পদকাষ্ট। আইচেঁফাই বৰ ধুনীয়াকৈ আঁত ধৰে সাক্ষাৎকাৰবোৰ । আইচেংফালৈ শুভ কামনা থাকিল । খগেন গগৈক খুউব ভাল পাওঁ তেওঁৰ সৰলতা আৰু অকৃত্ৰিম স্বভাৱটোৰ বাবে । "যাত্ৰা ৰেন মৌ" ই উচ্চতাৰ শিখৰত উপনীত হওক❤️❤️❤️
ৰেং মৌ ত আইছেং ফাৰ ৰ সৈতে বন্ধু khagenor সাক্ষাৎকাৰ টো ইমান ভাল লাগিল যে দুঘণ্টা কেনেকৈ পাৰ হল কব নোৱাৰিলোঁ । সঁচাকৈ খগেন বৰ প্ৰতিভাশালী ব্যক্তি মোৰ বৰ প্ৰিয় । Anusthantuk শলাগ ললো এনে এজন শিল্পীক দৰ্শকক চিনাকি কৰাই দিয়া বাবে যিসকলে খগেন গগৈৰ বিষয়ে নাজানে । ৰেংমৌলৈ ধন্যবাদ।
xosakoi bohut vl lagil kotha khini xuni bura xingho bohut kothau xikilu ❤❤❤
তেখেত আমাৰ সকলোৰে মৰমৰ সপ্মদ। একদম অন্তৰ খোলা মানুহ। খগেন গগৈ দা এশ বছৰ জীয়াই থাকক কুশলে থাকক।
শ্ৰদ্ধাৰ খগেন গগৈ দেৱৰ কথা বিলাক জানি খূউৱ ভাল লাগিল।তেখেতৰ বিষয়ে বহুত কথা জানিব পাৰিলো।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। যাত্ৰা ই যাতে আমাক আৰু ন -পুৰণি শিল্পীৰ মনৰ কথা জানিবলৈ দিয়ে।
বিহু বুলি ক'লেই মোৰ মনলৈ অহা শব্দ কেইটা হ'ল খগেন গগৈ, জুবিন গাৰ্গ, মানস ৰবীন আৰু দেৱজিৎ বৰা
Skip নকৰাকৈ ইমান দীঘল video আজিয়েই প্ৰথম চালোঁ চাগে মই ।
অভূতপূৰ্ব ❤
খগেন দা ভালে থাকক সদাই ।
আৰু ধুনীয়া মইনা জনী তোমাক
I LOVE YOU❤❤
Dhet Teri I love you moina joni bule 😂😂
Oi I love you boli nkobi moi kom boli vabi thoisu
@@JyotismanHazarika- 🤣🤣🤣
@@rajibgogoi-nh8td koi a dilu je
@@dhrubadeka7094 😆😅😅😂😂🥰
খগেন গগৈৰ নিভাঁজ কথা বিলাকে সঁচাকৈয়ে মন চুই গ'ল। বহুত ভাল লাগিল।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏🙏🙏
বহুত ভাল লাগিল ❤
ৰেন মৌ ...
যাত্ৰা ...
অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সৰ্বশ্ৰেষ্ঠ খণ্ড।বহুজন আহিব বহুজন যাব কিন্তু এইটো খণ্ডৰ নিচিনা সহজ সৰল চহা অসমীয়া অসমীয়া লগা অনুষ্ঠান পোৱাৰ সম্ভাৱনা কিন্তু ক্ষীণ ।
বহু বাৰ চালোঁ।মন গলেই চাই দিওঁ।কিবা অদ্ভুত অনুভূতি এটাই চুই যায়।ইমান মিঠা ,ইমান সৰল ।শেষত কিবা এষাৰ নোকোৱাকৈ থাকিব নোৱাৰিলোঁ।
খগেন গগৈ নামৰ মানুহ জনাই এক অনুষ্ঠান।এক শিল্প।এক ইতিহাস ।এক উপন্যাস।
অনুষ্ঠানটোত আটাইতকৈ ভাল লগা দিশ আঁত ধৰা আইচেংফা বাইদেউৰ গাঁৱলীয়া গাঁৱলীয়া আচৰণ বোৰ।অকৃত্ৰিম ভাবে ওলাই অহা আই অ দেহি।
আই অ।
কণমানু কৃতিমতা অবিহনে মুক্তমনে মৰা হাঁহি কেইটা।।
বৰ্তমান অসমৰ সৰ্বশ্ৰেষ্ঠ আঁত ধৰোতা।।
সদৌ শেষত কৈ গ'ল জীৱনৰ সংজ্ঞা।মাটিৰ মানুহক বহু শক্তি দিব এই জীৱন সংজ্ঞাই।।।
অশেষ ধন্যবাদ আপোনাক... বৰ সুখী হ'লোঁ !❤
বহুত ভাল লাগিল ।
খুবেই ভাল লাগিল, খগেন গগৈ ডাঙৰীয়া আমাৰ বাবে সদায়েই প্ৰিয়, লগতে নাং আইচেংফা ৰ প্ৰশ্ন উত্থাপনৰ কৌশল অতি মনোমোহা ।
Bohut nojona kotha janibo parilu bohut val lagil❤
হাৰে হিমজুৱ এগৰাকী প্ৰকৃত অসমীয়া ব্যক্তি শ্ৰদ্ধাৰ খগেন গগৈ দাদা।ঈশ্বৰে আপোনাক সুস্বাস্থৰে কুশলে ৰাখক.। ধন্যবাদ আইচেংফা🌹🥰
Moja..Khagen Gogoi dada.. Bor val lagil.
Iman morom loga koi podcast kora apunak he dekhisu.. bor xundor hoise...best wishes for the chnl
Ekdom Val lgise... Ahom best
ইমান ধুনীয়া অনুষ্ঠান আগবঢ়াই দিয়াৰ বাবে চেনেহকণ যাচিছোঁ। মহান লোকশিল্পীজনৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ বাবে শ্ৰদ্ধা জনাইছোঁ। লগতে হেঁপাহৰ অনুষ্ঠান 'যাত্ৰা'ৰ যাত্ৰা অবিৰত হওঁক তাকে সহৃদয়তাৰে কামনা কৰিছোঁ।
তেখেত মোৰ গুৰু
মোৰ বুঢ়া সিংহ
মোৰ অৰণ্যৰ ৰজা ❤
আজি চকুলোঁ তুকিলো
জংকী বাৰ সেই অভিশপ্ত দৃশ্য বৰ্ণনা কৰি
আজি অনুভৱ কৰিলোঁ
জুবিন দাৰ ভগ্নীপ্ৰেমৰ কাহিনী
তেঁওৰ দুখৰ বিননি 😢
খগেন গগৈ এজন ৰজাৰ দৰে
তেওঁৰ সাম্ৰাজ্য ভাৰ চলাই গৈছে 😊
নন প্ৰজন্মক বিহু প্ৰেমৰ
কাব্য পঢ়াইছে 🙏🙏
ধন্য তেওঁৰ দৰে
সংহক 🥰🥰🥰@jaatra
ua-cam.com/video/Kk7Dfp5iJb8/v-deo.htmlsi=GAlK8ueKl4CBKlrh
Bahut bhal lagil de thank u Aichengfa, after a long time. Gogoi da interview u nailed it
Apunar anusthan aji pratham dexilu, imanei Val lagil koboloi vaxanai, duyu jonoloi aantorik hiyavora huvessa jonalu,
Aiyoooo 🥰🥰🥰🥰🥰🥰🥰
Bohut Bohut val lagil ❤❤❤
শ্ৰদ্ধাৰ খগেন গগৈ চাৰৰ বিষয়ে আজি যথেষ্ঠখিনি গম পালো। ইমান ধুনীয়াকৈ আজিলেকে গম পোৱা নাছিলো। খালি তেওঁ কণ্ঠটো আৰু মানুহজনক চিনি পাইছিলো। আজি ৰেংমৌ অনুষ্ঠানটোৱে তেখেতৰ বিষয়ে যথেষ্ঠখিনি জানিবলৈ, শিকিবলৈ অনুজ সকলক প্ৰেৰণা দিছে। বাকী 'বা' আপোনাৰ মাতটো বৰ শুৱলা। সেই তাহানিৰ ৰূপালী VCD খনত দেখিছিলো, বহুত সময়ৰ পাছতহে ধৰিব পাৰিছো। আপোনাৰ "আইও" শব্দটো বৰ শুৱলা কৈ ওলাই। আপোনাৰ এই অনুষ্ঠানটো সুন্দৰ হওঁক। আৰু আপুনিও ভালে থাকক। তাৰোপৰি শ্ৰদ্ধাৰ খগেন গগৈ চাৰ ভালে থাকক, দীৰ্ঘায়ু হওঁক।
Iman hundar episode. 1 hour ketiya hl gme mapalu.... Aru ata episode kokaideu loi pam buli akha krilu...
Bohut bohut val lagil renmou aru khagendar apunaru jibonjatra bohut digoliya houk hokoluke val giyan upohar dijaouk tare kamona karilu dhoiniyabad
Val lagil baido apunar onushthan sai❤
শ্ৰদ্ধাৰ খগেন দা
আপোনাৰ কথাবোৰ নতুন প্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় হৈ ৰৱ। বিহু গাম খগেন দাৰ বিহু গীত অনুকৰণ কৰি ।
খুউব ভাল লাগিল বাইদেউ
বহুত বহুত বহুত ভাল লাগিল অনুষ্ঠানটো। সঁচাকৈ এই মহান শিল্পী জনক শতকৌটি প্ৰণাম জনালোঁ।কি নাজানে তেওঁ, সেই তেতিয়া দিনৰে পঢ়াই শুনাই আগবঢ়া,দেশ বিদেশ ভ্ৰমি ফুৰা লোক, তথাপিও অহংকাৰ নাই। বুৰঞ্জীৰো বহুতো জ্ঞানৰ ভাণ্ডাৰ তেওঁ। তেখেতৰ এই জীৱন যাত্ৰাৰ এখন কিতাপ লিখি ওলিয়াব লাগে।তেখেত সদায় কুশলে থাকক, দীঘায়ু হওঁক 🙏🙏🙏🙏🙏🙏🙏 শুনি আমনি নালাগিল আৰু শুনিবলৈ মন থাকিল ❤❤❤❤
Aichengfa ❣️❣️
খুব ভাল লাগিল আমি লংপটিয়া বাসী হিচাপে খগেন গগৈ আমাৰ গৌৰৱ।
Khula monor manuh bor vl lagil🌼🌼🌼
যাত্ৰাৰ আজিৰ অনুষ্ঠানটি বহুত বেছি ভাল লাগিল । খগেন গগৈ দেৱৰ ৰসাল কথাবোৰৰ বাবেই বৰ আপোন যেন অনুভৱ হয় । মৰমৰ শিল্পী খগেন গগৈ দেৱৰ পৰা বহু কথাই শিকিবলৈ পালো, বহু নজনা কথা জানিব পাৰিলো । তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো । লগতে মৰমৰ আইচেংফা বাইদেউকো বহু বহু ধন্যবাদ জনালো ইমান এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ হিচাপে দিয়াৰ বাবে । ১ঘণ্টা ১৭মিনিট সময় কেনেকৈ পাৰ হ'ল গমকে নাপালো । "যাত্ৰা" অনুষ্ঠানৰ যাত্ৰা অব্যাহত থাকক, ৰেন মৌৰ যাত্ৰা আৰু বহু দূৰ আগুৱাই যাওক তাৰ বাবে শুভকামনা থাকিল 💐। খগেন গগৈ দেৱৰ আৰু এটি খণ্ড "যাত্ৰা" অনুষ্ঠানটিত দেখিবলৈ পোৱাৰ হেপাঁহেৰে... ❤
একদম মজা ❤
The KHAGEN GOGOI....❤❤❤❤
Hosake dei Val lagil podcast tu Sai, Thank you Aichengfa Ba ❤ aru Tumar "Aiooo" buli kua jj heitu huni emn val pau nhoi❤️😘
অসমৰ বুঢ়া সিংহ খগেন গগৈ
তেওঁৰ পৰা বহুত কথা জানিব লগা আছে শিকিব লগা আছে তেওঁক অনুভৱ কৰিহে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ দেৱে বিহু শিকিছে.....
খগেন বৰদেউতা মই আপোনাক ভাল পাওঁ ❤
ইমান যে ভাল লাগিল সাক্ষাৎ গ্ৰহণ টো চাই cmnt এটা নিলিখি নোৱাৰিলোঁ।।। আৰু খগেন খুড়াৰ কণ্ঠ ঊফ্ কি সুন্দৰ বিশেষকৈ বিহুগীত খিনিৰ কণ্ঠ।। আৰু ময়ো সেই বৰ্তমান নবস্থাপিত যি জিলা চৰাইদেউ তাৰেই এজন ল'ৰা।তাতে আকৌ খগেন খুড়াৰ যি লংপতিয়া অঞ্চল তাৰেই দাঁতিকাষৰীয়া অঞ্চল সৰুপথাৰৰ এজন ল'ৰা।।। আৰু বাইদেউ আপোনালৈ অশেষ ধন্যবাদ থাকিল সাক্ষাৎ টো লোৱাৰ বাবে।। আৰু খগেন খুড়াৰ সেই ধেমালি খিনি ভাল লাগিল উপভোগ কৰি।।। এনেকৈয়ে ধেমালিৰ মাজেৰে আপোনাৰ জীৱন টো আৰু আগবাঢ়ি গৈ থাকক দীঘলীয়া হৈ।।।
দদাইদেউ, আপুনি আগবঢ়োৱা জীৱনৰ সংজ্ঞাটোৱে মন ভৰাই তুলিলে ।
সুস্বাস্থ্যৰে দীৰ্ঘায়ু হওক, তাৰে কামনা কৰিলো ।
Thank you so much eman dhuniya ata episode dekhuar babe ❤❤❤
বৰ ভাল লাগিল আইচেংফা তুমিও সদায় আগবাঢ়ি যোৱা লগতে খগেন দালৈ বহুত বহুত শুভেচ্ছা থাকিল
বহুত ভাল লাগিল xosa koi e bohut val lagil bohut val kotha koise apuni......mur mon tu beya lagi asile kintu apunar kotha xuni xosa koi e mon tu val lagi gol.... ❤❤❤❤❤❤
Bhut vl lagil video tu sai love from teok, jorhat
কেপচনত থকা বাক্যশাৰীয়ে মন চুই গ'ল বাইদেউ। I think this is the fact । সেইকাৰণে বিহু আহিলে, কেৱল থলুৱা অসমীয়াৰে গা সাত খন-আঠ খন নহয়, থলুৱা অসমীয়া মুছলমান, অৰ্থাৎ যিকনো ধৰ্ম বা সম্প্ৰদায়ৰ লোক। যিসকলে অসমক ভাল পায় অৰ্থাৎ ভূপেন দাৰ সুৰত যিসকল ন- অসমীয়া , তেওঁলোকৰ দেহ-মনটো বিহুয়ে মতলীয়া কৰে। সেয়েহে বিহু ধৰ্মীয় চিন্তা-চেতনাৰ ঊৰ্ধত, ইয়ে আমাৰ জাতীয় উৎসৱ।
Jatiyatabadar shugandhi biluwa anusthan.Dhanyabad baideo
মই তেওঁক লগ পাইছো। বৰ সুন্দৰ মনৰ মানুহ। আপোনি সদায় ভালে থাকক দদাইদেউ।
আইচেংফা বাইদেউ লৈ ধন্যবাদ থাকিল।
"Thank you so much, Aichengfa,
It's truly a beautiful concept. I'm thrilled to see that Khagen Da has achieved so much in his life and has become an inspiration for new generations. And thank you for showcasing our culture on the international platform. Being your next-door neighbor, listening to your songs, and spending time together on stage, celebrating many festivals together has been wonderful. Thank you for making our Naraksur famous and popular. I always knew that you would be recognized for your talent and become a true ambassador of Assam. Manoj Borah
eman hundor ata anushthan sai hosake bhut val lagil baa ❤❤❤
সুন্দৰ যাত্রা অব্যাহত ৰাখি আগুৱাই যাওক।
আমাৰ মৰমৰ খগেন ককাইদেউক মিঠা মাত শুনি বহুত বেছি ভাল লাগিল 👍❤️💕♥️♥️ সদায় কুশলে থাকক তেওঁৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ❤❤❤ ইমান সৰল সহজ।।। ভাল লাগিল 👍👍👍👍👍👍👍
খগেন গগৈ দেৱক আপোনাৰ অনুষ্ঠানত দেখিব পায় বহুত বহুত ভাল লাগিল | আপোনাৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ || ধন্যবাদ ||
বহুত ভাল লাগিল। অসমীয়া বুলি গৌৰৱ অনুভৱ কৰোঁ। খগেনদা সদায় এনেকৈয়ে থাকক🙏
Imn val lagil episode 2 sai.... Khogen da buli a koisu jodiu teu mur pitri tulya .... Ki j bohol monor goraki apuni... Ejon prokit hukhi manuh tak anuvab koribo pora jai.... Aru baa 2mr j kotha bur emn morom lage... Hodai ene k hahi dhemali kori thaki val val kam kori thakiba.... ❤❤
আইও দেহি বুলি কৈছে ❤❤ ❤ বা জনিয়ে।।।
ৰদ ঘাই মানুহ ফৰকাল কথা।❤😊 বহুত ভাল লাগিল 😊😊আমাৰ শিৱসাগৰৰ বুলি জানি আৰু বেছি ভাল লাগিল তাতে আকৌ নিচেই ঘৰৰ ওচৰৰ ।😅
বিহু নাম আৰু বিহুগীতৰ মাজত পাৰ্থক্য আছে। জুবিনে বিহুগীত গাইছে।নাম কিন্তু গোৱা নাই। নামত যোজনা থাকে।
এক ঐতিহাসিক সাক্ষাত।দুয়োজনাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
আই ঐ দেহি ইমান ভাল লাগিল
আইচেংফা বাইদেৱে ইমান ধুনীয়াকৈ কথাবোৰ আত ধৰিছে বহুত ভাল লাগিছে! মৰমিয়াল! বহুত বহুত ধন্যবাদ।
'ৰেন মৌ' যাত্ৰাৰ আৰম্ভণি খুউব সুন্দৰ হৈছে। পৰবৰ্তী সময়বোৰত এই যাত্ৰাই সকলো দিশত এক আদৰ্শ হৈ থিয় দিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে, সেয়েহে 'ৰেন মৌ'ৰ সমূহ পৰিয়াল আৰু বিশেষভাবে 'আইচেংফা' লৈ আমাৰ আন্তৰিক অভিনন্দন ও শুভ কামনা যাঁচিলো।
খগেন গগৈদেৱৰ কণ্ঠটোতে বিহুৰ ৰিডম বাজি থকা যেন পাওঁ❤
' ৰৈন মৌ যাত্ৰাৰ খুউব সুন্দৰ হৈছে । ❤❤❤
প্ৰগ্ৰেমটো চাই বৰ সুন্দৰ পালোঁ। খগেন ককাইদেউক অনুৰোধ কৰিম ভগৱানৰ প্ৰাৰ্থনা সমূহ তেওঁৰ গীত -মাতেৰে বাণীবদ্ধ কৰাটো বিচাৰিছোঁ কাৰণ তেওঁৰ মাতত এক বিশেষ সুকীয়া আমেজ পাওঁ।
বহুত বহুত ভাল লাগিল । Long live both you .
Uff Mur mar favourite Singer, Aru baa aponak aji Asomiya jiyarir sorbasesthra Rupohi Joni lagise ☺️☺️
খগেন দা Love you ❤
সচাকৈ বহুত ভাল লাগিল।খগেন দাক দীঘায়ু কামনা কৰিলো।
বহুত বহুত ভাল লাগিল । খগেন গগৈ দেৱৰ লোকসংগীতৰ জীৱন যাত্ৰা সম্পৰ্কীয় কথা জানি । আইচেংফা বাইদেউ লৈও অশেষ ধন্যবাদ , বৰ মৰম লগা মিঠা মাত কথা ৰে দৰদী মন মানসিকতাৰ । ভাল লাগিল বা আপোনাক ও । দুয়ো ৰে প্ৰতি শুভকামনা শুভেচ্ছা থাকিল । জীৱন কম্ যাত্ৰা ত আগোৱাই যাওক । বা ই ।
আপোনাৰ অনুষ্ঠান আজি প্ৰথম দেখিলোঁ। ইমানেই ভাল লাগিল কবলৈ ভাষা নাই। দুয়ো জনলৈ আন্তৰিক হিয়ভৰা শুভেচ্ছা জনালোঁ
👌jaatra ranmow loi and khagoda loi bohut val lagel moi laik koru
My favourite khagen da
Short video ata sai aahilu..bohut homoi salu bohut val lagil sai
দাদাক দেখি সচাকৈ ভাল লাগিল বহুত বেছি ।। ছাৰে ৰবীন্দ্ৰ ভৱনত মোৰ দেউতাক ওজাপালি ৰ ইণ্টাৰভিউ লৈছিল ।। কিন্তু ককাইদেউ ক মই এবাৰ লগ পাব বহুত বেছি মন আছে কিন্তু আজিলৈকে পঁয়া নাই ।। ধন্যবাদ বাইদেউ আপুনি দাদাক মাটি আনি এনেকে আমাক চোৱাৰ এটি সুবিধা দিয়া বাবে ।।❤️❤️❤️ love frm darrang... Mangaldoi ..
Eman val lagil Aichenfa interview tu..hosai Khagen Gogoi dangoriya ejon oti hohoj horol hosa ontoror manuh..aichengfa tumaloi ru tumar Jatra team loi Bhogali Bihur antorik xubhessa thakil..
Bhut val lagil baa
Bohut val lagil dei❤
ba tumi iman dhuniya tumar mat tu aru tumar ktha btra bilak bor morm loga❤
সচাঁ মনৰ আচল মানুহ এজন। বৰ ভাল পাওঁ ।চকুৰ পানী ওলাই আহে তেখেতৰ গান আৰু কথা শুনিলে। অশেষ ধন্যবাদ থাকিল এনে এটা অনুষ্ঠান আমাক দেখুৱাই দিয়াৰ বাবে।
ইমান ধুনীয়া খগেনদাৰ কথাবোৰ,শুনিলে শুনি থাকিবৰ মন যায়, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ
Bohut bohut val lagile apunar kotha bur huni ❤️
আকৌ কওঁ বা জনী ৰ নামতো আৰু বা জনী বৰ মৰম লগা ❤❤❤ খগেন ককাইদেউ অসমীয়া ৰ প্ৰাণত আছে , মোৰ এটি আক্ষেপ আছে এই ব্যক্তিসকলক আজিলৈকে সন্মুখৰ পৰা লগ পাব পৰা । খগেন ককাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো , যাত্ৰা সফল হওক❤❤❤🎉
আপোনাৰ অনুষ্ঠান টো নতুন কৈ শুনি আছো । কিন্তু আচৰিত কথা আপোনাৰ নিচিনা অনুষ্ঠান ৰ আট ধৰোতা কাকো নাপালো।।। ইমান সাৱলীলভাৱে প্ৰশ্ন বোৰ কৰে ভিতৰৰ প্ৰকৃত মানুহ গৰাকী ওলাই পৰে।ভাল লাগিল ধন্যবাদ আইচেংফা
আইচেংফা বাক আজি ধুনীয়া লাগিছে ❤❤ ! আৰু বিশিষ্ট খগেন গগৈ চাৰৰ জীৱন শৈলী জানিলো লাইভ কেমেৰাত ৷
বহুত ভাল লাগিল , লগতে বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা আগতিয়াকৈ থাকিল ৷❤❤
'যাত্ৰা'ত আজি এটা সুন্দৰ অনুস্থান উপভোগ কৰিলোঁ । বিহুনাম আৰু টোকাৰী গীতৰ মৌলিক সত্বাক ভাৰতৰ বিভিন্ন প্ৰদেশত প্ৰদৰ্শন কৰাৰ উপৰিও বিশ্বৰ বহুদেশত পৰিবেশন কৰি অসম তথা অসমবাসীক ধন্য কৰা শ্ৰদ্ধাৰ শ্ৰীখগেন গগৈদেৱক কৃতজ্ঞতা জনাইছো । সংঘাত অতিক্ৰমী সুদূৰ শিৱসাগৰৰ পৰা আহি গুৱাহাটী মহানগৰীত নিজৰ প্ৰতিভাৰে প্ৰতিস্থিত হোৱা গগৈদেৱৰ প্ৰতিটো কথাতে প্ৰকাশ পোৱা সৰলতা আৰু অকৃত্ৰিম স্বীকাৰোক্তিয়ে তেখেতৰ ব্যক্তিত্বক অধিক উদ্ভাসিত কৰি তুলিছে । 'যাত্ৰা'ৰ প্ৰতিটো অনুস্থানৰ এটা আকৰ্ষণীয় দিশ হ'ল আঁতধৰোতা আইচেংফাৰ মৰমলগা হাঁহিৰে আগবঢ়োৱা উপস্থাপন আৰু আমন্ত্ৰিত অতিথিৰ মনৰ অন্তৰ্নিহিত ভাৱখিনি অভিজ্ঞতাপূৰ্ণ কৌশলেৰে প্ৰকাশ কৰোৱা । আইচেংফাৰ আন্তৰিকতাপূৰ্ণ, প্ৰাণোচ্ছল উপস্থাপন শৈলীৰে পৰিবেশিত অনুস্থানসমূহ চাই আপ্লুত হৈছো । অবিৰত এই 'যাত্ৰা'ত অসমৰ প্ৰতিস্থিত আৰু বহু শিল্পী,সাহিত্যিক,সংস্কৃতিৰ সাধক,কলা-কুশলীৰ জীৱন দৰ্শনৰ বিষয়ে জানিব পাৰিম বুলি আশা ৰাখিছো । ধন্যবাদ ॥
খগেন দা আমাৰ সম্পদ, তেখেতৰ সু-স্বাস্থ্য সদায়ে কামনা কৰিলোঁ 🙏🙏🙏
আই আই দেহী শুনি ভাল লাগি গৈছে ❤khagen Gogoi. Bortta jonr kothabur huni vallagil dei hampurno khula khangkhaj axomia 👍from Dibrugrh dei
মই মাত্ৰ ২টা খণ্ড চাইছোঁ আৰু অকনো স্কীপ নকৰাকৈ এটা কুসুম কৈলাসৰ আৰু এটা এইটো খণ্ড দুইজন মোৰ প্ৰিয় মানুহ ❤❤❤
অনুষ্ঠানটো চাই বহুত ভাল লাগিল।তোমালোক দুয়ো জনলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🌺🌺🌺🌺
আইছেংফা মাতে সঁচাই মুগ্ধ কৰিছে কৰিছে দেই
অতি ভাল লগা অনুষ্ঠান,আইচেংফা ও বৰ সুন্দৰ ভাৱে কথাবিলাক উপস্থাপন কৰে
লংপতিয়াৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল বৰদেউতা💝🍂